আজমল_ছুপাৰ ৪০ৰ বৃহৎ সফলতা | Press Briefing !AJMAL SUPER 40

Sdílet
Vložit
  • čas přidán 16. 02. 2024
  • #ajmalfoundation
    আজমল_ছুপাৰ ৪০ৰ বৃহৎ সফলতা | Press Briefing ! AJMAL SUPER 40 #jeemains2024 #motivation #science #2024
    #আজমল_ছুপাৰ ৪০ৰ বৃহৎ সফলতা।
    #৯৯.৩৩পাৰ্চেন্টাইলেৰে গৌৰৱ কঢ়িয়াই আনিলে চন্দন জ্যোতি মোহনে। ২০২৪বৰ্ষত ঘোষিত #JEE (MAINS) পৰীক্ষাৰ ফলাফলত চমকপ্ৰদ সফলতাৰে ৰাজ্যত সুনাম কঢ়িয়াই আনিলে আজমল ছুপাৰ ৪০য়ে।
    উল্লেখযোগ্য যে প্ৰতিবছৰে NEET পৰীক্ষাত উত্তৰ-পূৱত এক সুকীয়া পৰিচয় লাভ কৰি আহিছে আজমল ছুপাৰ ৪০য়ে আৰু এইবাৰো JEEত চমকপ্ৰদ সফলতাৰে ৰাজ্যত সুনাম কঢ়িয়াই আনে।
    আজমল ছুপাৰ ৪০ৰ শীৰ্ষত থকা ক্ৰমে নাজমুজ চাকিব ৯৯.২৯ পাৰ্চেন্টাইল, মাৰুফ ইমতিয়াজ ৯৯.২৩ পাৰ্চেন্টাইল, মুমিনাৰা ইয়াছমিন ৯৮.৯৮ পাৰ্চেন্টাইল,মেহদি হাচান ৯৮.৮ পাৰ্চেন্টাইল আৰু কৰণ বড়োৱে ৯৮.৫৪ পাৰ্চেন্টাইলৰ লগতে ২৭গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে ৯০ৰো ওপৰত পাৰ্চেন্টাইল লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে।
    সফলতা অৰ্জন কৰা শিক্ষাৰ্থীক আজমল পৰিয়াল ও আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ লগতে আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খচৰুল ইছলাম , আজমল ছুপাৰ ৪০ৰ প্ৰজেক্ট হেড আব্দুল কাদিৰে অভিনন্দন জ্ঞাপন কৰে।
    আজি আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আজমল ছুপাৰ ৪০ৰ মূখ্য কাৰ্যালয়ত সফলতা অৰ্জন কৰা শিক্ষাৰ্থীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে আজমল ফাউণ্ডেচনৰ মহা প্ৰবন্ধক এম আৰ এইচ আজাদ আৰু প্ৰৱন্ধক জাহিদুক হক চৌধুৰীয়ে।
    #AdmissionsOpen 2024-25
    #Ajmal_Group_Institutions #AGI
    #HS #IX #XII #degree
    #Arts #commerce #science
    #admissions #open #NEET #JEE #Exam #Mains
    #BA #ias #ACS #university #schools #schoollife #students #coaching
    .
    .
    .
    .
    .
    .
    .
    .@Followers
    Educational Institution of Ajmal Foundation
    Ajmal IAS Academy
    Najir Ajmal Memorial College Of Education,Hojai
    Ajmal Super 40
    Ajmal Senior Secondary School,Hojai
    Maryam Ajmal Women's College of Science &Technology
    Ajmal Senior Secondary School,Chowdhury Bazar
    Haji Ajmal Ali Senior Secondary School,Nilbagan
    Ajmal Senior Secondary School,Dagaon
    Maryam Ajmal Senior Secondary School of Arts ,Hojai
    Ajmal Law College ,Hojai
    Ajmal Senior Secondary School ,Jungle Block
    Ajmal Senior Secondary School,Kharupetia
    Maryam Ajmal Senior Secondary School,Kharupetia
    Ajmal Senior Secondary School,Kalgacia
    Ajmal Senior Secondary School,Chenga
    Ajmal Senior Secondary School,Dhubri
    Ajmal Senior Secondary School,Hatsingimari
    Ajmal Senior Secondary School,Hashrawbari
    Ajmal Senior Secondary School,Gouripur
    Maryam Ajmal senior Secondary School ,Gouripur
    Haji Ajmal Ali Memorial Senior Secondary School,Kapashbari
    CZcams | / foundationajmal
    FaceBook | / foundationajmal
    Twitter | FoundationAjmal?s=08
    Instagram | / foundationajmal

Komentáře • 2