'মামা' মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দুপৰীয়াৰ এসাঁজ মাজুলীৰ ভাগিনৰ

Sdílet
Vložit
  • čas přidán 12. 05. 2021
  • 'মামা' মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দুপৰীয়াৰ এসাঁজ মাজুলীৰ ভাগিনৰ
    মামাৰ সৈতে কি কথা পাতিলে ভাগিনহতে?
    প্রিয় মামাৰ সৈতে কি আহাৰ গ্ৰহণ কৰিলে ভাগিনকেইজনে?
    মামা-ভাগিনৰ মাজত বহু অন্তৰংগ আলাপ #LIVE
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Komentáře • 1,1K

  • @sunupanikavlogs
    @sunupanikavlogs Před 3 lety +54

    অকল মাজুলীৰ লৰাক মৰম কৰিলে নহব

  • @rajudas4428
    @rajudas4428 Před 3 lety +97

    সচাকৈ ছাৰ আপুনি বহুত মহান মাজুলীৰ সেই কণ কণ ল'ৰা কিজনৰ লগত আপুনি মহান আদৰ্শৰে মৰমেৰে কথা বতৰা পাতি দুপৰীয়াৰ এসাজ আহাৰ গ্ৰহণ কৰিলে আৰু মাজুলীৰ ল'ৰা কিজনৰ সুখ দুখৰ কথা বুজ ল'লে বহুত ভাল লাগিল আপুনি যেনেদৰেই নিৰ্বাচনৰ আগ মুহূৰ্তত কৈছিল ল'ৰা কিজনৰ লগত মাজুলীত গৈ এখাজ ভাত খোৱাৰ কথা, আপুনি কথা ৰাখিলে আৰু ল'ৰা কিজনৰো বহুত আশা আছিল আপুনি মহান আপোনাক সচাকৈ ভাল লাগে আপোনাৰ কৰ্ম আৰু আদৰ্শ আপুনি সদায় আমাৰ অসমীয়া জাতিটোৰ মাজত জিলিকি থাকক আৰু ভাল লাগিছে আপোনাক ২০২১ চনৰ নতুন মুখ্য মন্ত্ৰী হিচাপে পাই আপোনাৰ দীৰ্ঘায়ূ আৰু সু স্বাস্থ্য কামনা কৰিলোঁ ।

  • @mamonisaikia8745
    @mamonisaikia8745 Před 3 lety +395

    এইবাৰ অসমৰ ভাল দিন আহিছে যেন পাইছো। কাৰন গাৱৰ লৰা ছোৱালিৰ মনৰ ভাষা বুজা অসমৰ এজন মুখ্যমন্ত্ৰি পাইছে। ভাল লাগিছে।

  • @HalfTwinsSisters
    @HalfTwinsSisters Před 3 lety +188

    Lucky দেই ভাগিন কেইজন 😂 মন্ত্ৰী ৰ লগত ভাত খাবলৈ পাইছে 👍

  • @Jinkismita45
    @Jinkismita45 Před 3 lety +202

    কথা দি কথা ৰখা মানুহ যদি দেখা নাছিল , আজি চাই লওক ! অসম আগ বাঢ়ক ❤️

  • @hridoyjyotidas5526
    @hridoyjyotidas5526 Před 3 lety +32

    কিবা এটা ভাল লাগিছে দেখিয়েই 😍😍😍

  • @rakeshdergaon3726
    @rakeshdergaon3726 Před 3 lety +42

    সচাকৈ আমাৰ মামা কিন্তু মহান । মানৱীয় গুণসম্পন্ন।

  • @bituldowarah6336
    @bituldowarah6336 Před 3 lety +149

    মামা ভাগিনৰ অকৃত্ৰিম মৰম 👍👍💐💐

  • @rimadeka6181
    @rimadeka6181 Před 3 lety +422

    শান্তিত মানে ভাতটোও খাব নিদিয়ে😂😂 reporter মখাই 😂😂

  • @gautammitra3781
    @gautammitra3781 Před 3 lety +79

    This is a perfect example of how CM should be. Great pride to get you as CM

  • @perfectdoley343
    @perfectdoley343 Před 3 lety +40

    মামাক কিন্তু আচৰিত, কথা দি কথা ৰখা মুখ্যমন্ত্ৰী ২০২১ চনত প্ৰথম পাইছো।।।

  • @lovitaofficial503
    @lovitaofficial503 Před 3 lety +8

    মামাই কি কেৱল ভাগিনবোৰক লগ কৰে,,,ভাগিনীবোৰক লগ নকৰে নেকি ?

  • @jitamonikonch7931
    @jitamonikonch7931 Před 3 lety +18

    Great Promise of Himanta Mama...❤

  • @utpaltalukdar9976
    @utpaltalukdar9976 Před 3 lety +226

    আমাৰ গাওঁৰ সৰু সৰু লৰা বোৰক মুখ্যমন্ত্ৰী ৰ নাম সুধিলে মা মা বুলি কয় ৷

  • @kandarpakeot7670
    @kandarpakeot7670 Před 3 lety +70

    বেচ্ ভাল লাগিল । চৰকাৰ যিয়েই নহওক কিয় এনে এজন মুখ্যমন্ত্ৰী আমাৰ বাবে খুবেই প্ৰয়োজন বুলি অনুভব কৰো । নিশ্চয়ে তেখেতে অসমৰ হৈ বহু কামেই কৰিব বুলি এই আৰম্ভনি খিনিৰ পৰাই বহুত বহুত আশা কৰিব পাৰি । এজন সাধাৰন মানুহ হিচাবে নিস্বাৰ্থ ভাবে মই তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো ।

  • @purobibora3946
    @purobibora3946 Před 3 lety +42

    ভিদিওটো চাই কিয় জানো আবেগিক হ'লো । সদায় মামা এনেদৰে আমাৰ লগত থাকিলে আমি সকলো খুব ভালদৰে আগবাঢ়ি যাব পাৰিম। মামাক ভগৱানে সদায় ভালে ৰাখক ।

  • @kusheswardeka9202
    @kusheswardeka9202 Před 3 lety +10

    ছাৰ আপুনি সময় উলিয়াই ভিতৰুৱা গাঁৱৰ মানুহবোৰক এবাৰ লগ কৰি হোজা মানুহ খিনিৰ সৈতে ভাব বিনিময় কৰক । সুখ দুখৰ ভাগ বতৰা কৰি মানুহ খিনি আপোন কৰক আপোনাৰ ওপৰত বহুত আশা আছে ।

  • @abhijitbaruah9094
    @abhijitbaruah9094 Před 3 lety +17

    সাংবাদিক বন্ধু সকলে দেখোন নিজেই covid protocol ভংগ কৰি আছে।।এতিয়া তেওঁলোকৰ বিৰুদ্ধে কোনে বাতৰি কৰিব

  • @user-ci2ki5ew3p
    @user-ci2ki5ew3p Před 3 lety +2

    মামা মুখুৰা নাই য়ে কৰুনা নাই নেকি

  • @Bitupan_saikia
    @Bitupan_saikia Před 3 lety +24

    কিবা‌ সামাজিক দুৰত্ব, SOP, এইবোৰৰ বিষয়ে শুনিছিলো উঠাই ল'লে নেকি , নে সেইবোৰ অকল জনতাৰ বাবেহে🤔🤔