Priyotom II Krishna Devi II New Devotional Song 2021 II Satsang II

Sdílet
Vložit
  • čas přidán 19. 10. 2021
  • This is a devotional song sung by Krishna Devi on the eve of Holy 89th Janma Divas of Acharyadeb Sree Sree Dada.
    Song credits:
    Singer-Krishna Devi
    Lyrics & Tune-Dipankar Choudhury
    Cast-Krisha Devi
    Music- Mrinal Singha
    Guitar-Gautam Singha
    Tabla- Rajen Rai
    Keyboard-Kaustab Moni Nath
    Flute-Dhanjit Barman
    Mixed & Mastered-Biju Sarkar & Mrinal Singha
    Lyrical Video credits to:
    Ajay Choudhury
    Raj Kumar Ray
    Special thanks to:
    Hiren Chakraborty(SPR)
    Dilip Das(Adj)
    Hiteswar Choudhury
    Minati Choudhury
    Arpita Das
    Tirthankar Choudhury
    Bhuban Sutradhar
    Lyrics:
    প্ৰিয়তম তুমি প্ৰভু নাৰাযণ
    কি মতে কৰোঁ তব সাধন
    দীনদয়াল তুমি কৰুণাসাগৰ
    প্ৰাণ ভৰি কৰোঁ তব যাজন
    দু:খ-বেদনা, মৰণ-তাড়না
    ভাঙিলা যত অজ্ঞান তমসা I
    হৰি অনাদি তুমি সত্য যুগৰ
    ৰঘুনন্দন তুমি ত্ৰেতা যুগৰ
    দ্বাপৰত তুমি মুকুন্দমুৰাৰী
    হে শ্ৰী হৰি তুমি গিৰিধাৰীI
    হে পৰমদয়াল পুৰুষোত্তম তুমি
    মুখৰিত ৰাধা নাম বিশ্বভুৱন জুৰি I
    ভৱ সাগৰ মাজে কিনো অকাৰণ
    ৰলো মূঢমতি মই অভাজন
    মহামন্ত্ৰ দিলা ভাঙি যত ভুল
    পৰমাৰ্থ পালো আজি নৱ সুৰ
    হে পৰমপিতা হে মুক্তিদাতা
    জয়তু বিধাতা জয়তু জগতত্ৰাতা I
    #Satsang #NewDevotionalsong #Lockdownsong
  • Hudba

Komentáře • 127