জনপ্রিয় কণ্ঠশিল্পী ভাস্কৰ অপ্ছুৱেল সৈতে হিমাক্ষী বৰুৱাৰ ‘সুৰীয় সময়’

Sdílet
Vložit
  • čas přidán 6. 03. 2023
  • প্রতিজন শ্রোতাৰ প্রথম পছন্দৰ এটি কণ্ঠ
    ভাৰ্চুৱেল পৃথিৱীৰ এটি চিনাকি নাম, চিনাকি তেওঁৰ কণ্ঠ
    গীতেৰে অনুৰাগীৰ মনত অনুৰণন তোলে তেওঁ
    সুকীয়া শৈলী আৰু নতুনত্বৰ পৰশ তেওঁৰ গীতত
    ‘শেৱালি’, ‘যৌৱনা’ৰে সকলোৰে হৃদয় জিনিছে তেওঁ
    ‘আধৰুৱা শব্দ’, ‘তাই নদীৰ দৰে’, ‘ক্লান্ত সময়’ আৰু কত যে কি?
    জনপ্রিয় কণ্ঠশিল্পী ভাস্কৰ অপ্ছুৱেল আমাৰ অতিথি
    প্রতিটো গীততে থকা তাইজনীৰ বিষয়ে জনাব ভাস্কৰে
    প্রথমবাৰৰ বাবে টেলিভিছনত নৱগঠিত ভাস্কৰ অপ্ছুৱেলৰ বেণ্ড
    হিমাক্ষী বৰুৱাৰ সৈতে ‘সুৰীয় সময়’
    #pratidintime #assam #entertainment

Komentáře • 112

  • @rupalichetiahandique4442

    এনেকুৱা অনুস্থানত এংকৰ গৰাকীয়ে বিশেষ কৈ ছোৱালী সকলক কৈছোঁ, মেখেলা চাদৰ এযোৰ পিন্ধিবচোন ভাল লাগিব।কলাফুল আঠুৰ ঘিলা আনক নেদেখুৱালেও আপোনালোকক দৰ্শকে চিনি পাব।🙏🙏🙏🙏🙏🙏🙏

  • @Nibir832
    @Nibir832 Před rokem +14

    মৰিগাঁও পৰা মৰম যাছিলোঁ ভাস্কৰ দা ❤️

  • @neelimdas7746
    @neelimdas7746 Před rokem +17

    শেষৰটো গীততে মন চুই গৈছে❤️👌

  • @pallabentertainmetyoutubec9670

    ভাস্কৰ দা গান শুনিলে সুনো সুনো লাগি থাকে।

  • @dhunukoliza2968

    Bhaskar daa fvt singer ♥️😚

  • @jarifakhatoon4693
    @jarifakhatoon4693 Před rokem +6

    Bhaskor tumar protitu gane mur bohut vl lage . God bless you

  • @montudoley769
    @montudoley769 Před rokem +8

    সুন্দৰ বৰ্ণনা দিছে ভাস্কৰ দাদাৰ 🙏🙏🙏🙏

  • @anuhborah82505
    @anuhborah82505 Před rokem +4

    Mur bhal loga dada Jon💚💛❣️

  • @vaskarmallick811
    @vaskarmallick811 Před rokem +4

    I like this man.His voice is fantastic.Wah khuda song that he sang is absolutely outstanding. LOVE FROM WEST BENGAL.

  • @jyotismoygogoi6321
    @jyotismoygogoi6321 Před rokem +5

    Nice voice Bhaskar da bhutt vl laga apunar gan bur huni 😘😍

  • @juntihazarika949
    @juntihazarika949 Před 21 dnem

    God bless you ❤️ Bhaskar

  • @meghnilamusical9272
    @meghnilamusical9272 Před rokem +4

    Joubona❤🤟🎆😘😘😘😘

  • @sagornileemtdr8412
    @sagornileemtdr8412 Před rokem +2

    খুব ধুনীয়া কণ্ঠ ❣️❣️❣️ মোৰ খুব বেছি প্ৰিয় তুমি ❣️❣️

  • @MrinWorld496
    @MrinWorld496 Před rokem +3

    সুৰীয়া সময় ।

  • @mrmaikel9059
    @mrmaikel9059 Před rokem +2

    My favorite singer

  • @ruprampatar2499
    @ruprampatar2499 Před rokem +1

    Aji he dekhilu tumar program.nice❤.

  • @nirupamvlogs1576
    @nirupamvlogs1576 Před rokem +3

    Love you Bhaskar da 💖

  • @helloboroda1995
    @helloboroda1995 Před rokem +2

    All time favourite and lovely singer and band too

  • @nripendeka2736
    @nripendeka2736 Před rokem +4

    All time favourite singer

  • @murulinath2952
    @murulinath2952 Před rokem +2

    Bahut dhunia gaisa