NeelPawan Dipali, এটি প্ৰেমিক চৰাইৰ নীড়মুখী উৰণ । নীলপৱন দীপালী । নীলপৱন বৰুৱালৈ শ্ৰদ্ধাঞ্জলিৰ....

Sdílet
Vložit
  • čas přidán 3. 11. 2022
  • "এটি প্ৰেমিক চৰাইৰ নীড়মুখী উৰণ"
    "নীলপৱন বৰুৱা" দেৱলৈ শ্ৰদ্ধাঞ্জলি
    #Nilpwan_Dioali..
    #নীলপৱন_দীপালী
    পাঠ : সুদীপ্ত শৰ্মা ভৰালী
    Sudeepta Sarmah Bharali
    কথা :বিনয় কৃষ্ণ তামুলী ফুকন
    Binay Krishna Tamuly Phokan
    ভিডিঅ সম্পাদনা আৰু সংগীত চয়ন : ৰংমন দাস
    Rongman Das
    ৰিতুপৰ্ণ দাস আৰু মনদীপ মহন্তলৈ আন্তৰিক ধন্যবাদ।।
    এটি প্ৰেমিক চৰাইৰ নীড়মুখী উৰণ।
    এটি প্ৰেমিক চৰাইৰ
    নীড়মুখী গমন
    প্ৰিয়াৰ আলয়লৈ উম্মুক্ত উৰণেৰে।
    জজ ফিল্ডৰ চুকৰ ঘৰহীন
    চিত্ৰকৰ।
    নিজৰ বিয়াৰ তাৰিখ পাহৰি
    কলিকতাত ছবি আঁকি থকা
    প্ৰেমিক জন..
    আৰু এখন টেলিগ্ৰাম
    কিমাননো জীৱনৰ দাম?
    "কণ্ঠৰুদ্ধ কোনো সু গায়কৰ " কণ্ঠ শিল্পীক
    আকোঁৱালি লোৱা
    সঁচা শিল্পীজন
    প্ৰেমৰ সৰ্বোতকৃষ্ট
    উদাহৰণ মানুহজন
    আজি গ'ল গৈ।
    প্ৰিয়তমাৰ সেই আৱাহনী -
    "চেনাই মই যাওঁ দেই.."
    "সময় পালে আমাৰ ফালে এবাৰ আহি যাবা।"
    তেওঁ সময় ওলিয়াই প্ৰিয়াৰ কাষলৈ গ'লগৈ
    "কণমান বৰশীৰ চিপ" ত
    দৰিকণা ধৰিবলৈ।
    তেওঁ গুছি গ'ল।
    শিকাই থৈ গ'ল-
    দাম্পত্য কি,
    প্ৰেম মানে কি,
    জীৱন মানে কি ।
    প্ৰণাম
    নীলপৱন -দীপালী।।
    অনুমতি অবিহনে আপলোড নকৰিব
  • Hudba

Komentáře • 45