Kasiyali Rowd || Bipin Chawdang || Papori Gogoi || Sunit Gogoi || New Assamese Video Song 2023
Vložit
- čas přidán 14. 12. 2022
- অকালতে আমাৰ মাজৰ পৰা হেৰাই যোৱা সকলোৰে মৰমৰ অভিনেতা কিশোৰ দাস আৰু নৃত্যশিল্পী চন্দনা দেৱীয়ে মোৰ “কাঁচিয়লি ৰ’দ” নামৰ এটি গীতত উদয় শংকৰৰ কৰিঅ’গ্ৰাফিৰে অভিনয় কৰিছিল।মোৰ ব্যক্তিগত অসুবিধাৰ বাবে গীতটি মুক্তি দিব পৰা নাছিলো। অৱশেষত কিশোৰ দাস আৰু চন্দনা দেৱীলৈ একাঁজলি শ্রদ্ধাঞ্জলি জনাই গীতটোৰ ভিডিঅ’ আপোনালোকলৈ আগবঢ়াই দিলো। আশাকৰো গীতটো আপোনালোকে মৰমেৰে আকোঁৱালি ল’ব।
Audio Cradits
BIPIN CHAWDANG MUSICAL PRESENTS
SINGER-
BIPIN CHAWDANG
PAPORI GOGOI
LYRIC-
BIPIN CHAWDANG
SUNIT GOGOI
Music- POLASH GOGOI
MIX/MASTER- POLASH GOGOI
SPECIAL THANKS - AMIT KASHYAP
বিপিন চাউদাঙৰ যোগাযোগৰ নং
7002575619
9954413906
8011463355
Video Cradits
Artist _ Kishor Das & Amrita Gogoi
Cinematographer _ Prithvi Raj Dutta
Drone Camera _ kushal
Makeup _ Bikash,Nirmali & Bipanchi
Ass.Choreographer_ Abhijit
Editing & CC _ Niranjan Gogoi
Production Designer _ Nayan Rajbanshi
A Uday.Shankar Choreography
কিশোৰ দা যতেই আছে শান্তিৰে থাকা ❤
তোমাক আজি বহুত মনত পৰিছে অ কিশোৰ দা🥺😌❤❤
কিশোৰ দা কাৰণে লাইক কৰি যোৱা
Vdo sai bor dukh palu, iman সুন্দৰ শিল্পী জন আমাৰ মাজত নাই।
গীতটোত আৰম্ভণিৰ পৰা শেষলৈ কিশোৰ দাস দাদাৰ অভিনয়ে মন জয় কৰিলে❤ কিন্তু তেখেত আমাৰ মাজত নাই বাবে বহুত miss কৰিছো🙏😭
বহুত বহুত সুন্দৰ ছাৰ! অভিনন্দন ও শুভেচ্ছা জনালোঁ। কিশোৰ দাক বৰকৈ মিছ কৰিছোঁ। তেওঁ য'তেই আছে শান্তিত থাকক!
এনে লাগে যেন তেওঁ জীয়াই আছে। Miss you Kishore da😭😭.... Love from Titabar🥰
Bor dhunia lagise
Xosa kotha....
Ythu
U r free iu ki
Km ini ji kom you in IIM IIM o ii ink I in IIM I'm going on
কিশোৰ দাস ক দেখি বহুত দুখ লাগিছে । তেওঁ সৰগত শান্তি ৰে থাকক ।
ককাইদেউ বৰ ধুনীয়া 🥰 কিশোৰ দা মিছ কৰিছোঁ তোমাক বহুত যতে আছা কুশলে থাকা 🙏
কিশোৰ দা তুমি যত আছা শান্তিত থাকা আমি আপোনাক পাহৰিব নোৱাৰোঁ 😔😔
গানটো চাই কিশোৰ দা লৈ বৰকৈ মনত পৰি গ'ল ❤️🥺।পাহৰিব পৰা নাই কিশোৰ দাক🥺 হয় টো নোৱাৰিম পাহৰিব🥺❤️❤️।।।
Btw gan 2 sai bohut val lagil♥️🌺♥️
কিশোৰক দেখি বুকুখন বিষাই গৈছে ৷তেও আত্মাই শান্তি পাওক৷ বৰ শুৱলা হৈছে ৷গীতৰ কথা বৰ ভাল হৈছে ৷মুঠতেগীতটো আৰু কৰিঅগ্ৰাফ ভালহৈছে ৷নতুন বছৰত আৰু ভাল গান পাবলৈ শুভেচ্ছা জনালো ৷
Kisor dadr mukh khon dekhile bukukhon bor bikhai mukh khon dakhile moi tar photo nasawye dekhile kiba Lage
কিশোৰ ভাইটি লৈ মনত পৰে শচাকে লৰাটো বৰ মৰমিয়াল আছিল তেওঁ বিদেশী আত্মাই শান্তি থাকক🙏😌
সকলোৱে গীতটোক মৰম দিব বুলি আশা কৰিলো।
কিশোৰ দা তুমি যতে আছা শান্তি ত থাকা...😭😭😭 তুমি যে আমাৰ মাজত নাই পহৰিয়ে যাওঁ ভিডিও বোৰ চালে । বহুত miss কৰো আপনাক 😭😭😭😭
কিচুৰ দাক আজি বহুত মিচ কৰিছোঁ । ভিডিও টো ধুনীয়া লাগিছে ❤️❤️❤️❤️
কিচুৰ দা তুমাৰ আত্মাই চিৰশান্তি লাভ কৰক সদায়ে তাৰে কামনাঁ কৰোঁ ।
বৰ ধুনীয়া লাগিছে, অভিনন্দন জনালো
কিশোৰ দা যতেই আছে শান্তিত থাকক ❤ তোমাৰ স্মৃতিবোৰ সদায়ে আমাৰ মাজত থাকিব দাদা 😊❤
সুন্দৰ দাদা,আগুৱাই যাওঁক ঈশ্বৰে মঙ্গল কৰক।
Miss you kishor da 😭 xosakoi aji kishor da thoka hole kiman je Val lagil hoy 🙏😭
Miss u কিশোৰ দা 😢 বাকী বিপিন দা জুই 💞💞👍
Miss you kishore da 😭😭 love u
সচাকৈ এটি বৰ সুন্দৰ ভিডিঅ' কিশোৰ দা যেন এনেদৰে আমাৰ মাজত সদায় জিলিকি থাকে 💞🙏🙏
অতি সুন্দৰ। কিশোৰ দা আপুনি যতে আছে শান্তিৰে থাকক।🙏 🙏🌹🌹
অলপ সময়ৰ বাবে পাহৰিয়েই গৈছিলো কিশোৰ দা যে আমাৰ মাজত নাই😢 হে ভগৱান
আৰম্ভণিৰে পৰা শেষলৈকে গীটতোৱে মন জয় কৰিলে ।কিশোৰ তুমি যতেই আছা সুখত থাকা শান্তিত থাকা আকৌ নতুন ৰূপত লগ পাম বুলি আশা ৰাখিলো তুমালৈ ধন্যবাদ যাছিলো।
কিশোৰ দা যতেই আছে ভালে থাকক
সুন্দৰ গান💞
Miss you kishor daa 😭
উৱা,সছায় বহুতে হৃদয়স্পৰ্শী সুন্দৰ গীত 👍"
যতে আছে ভগৱানে শান্তি ত ৰাখক🙏🙏🙏❤️
একে একে দুই কিশোৰ দা জুই 🔥🔥🔥 😔😢
Val lagil Gan2 .....Kishore Dak dekha Pai hey montu hemeka hoi poril.
Bohut val lagil ❤️❤️❤️Kishor da hodai thakibo amar majot
সচাকৈয়ে ভাল লাগিল আৰু পাহৰি যোৱা দূখবোৰ মনলৈ আহিল
পাৰিজাত হৈ ফুলি থাকা ❤️... kishor da ❤️❤️❤️
Beautiful song...Fantastic job... congratulations Bipin Kai and Team
Kishore da bohut beya lagi Jai sab nuwaru montu vagi jai tumi jote asa vale thaka tumi hodai asa aru thakiba . bipin kokaideu hundor apunar kontha hodai huni thakib mon jai 👍❤️🔥
Kishore daa apuni jote ase hantire thakok 🙏
All Time favourite Bipin da 💖.....Miss u Kishor da💔😔
কিযে সুন্দৰ অভিনয় আছিল
আপোনাক সদায় মিছ কৰো
আপুনি যতে আছে কুশলে থাকক।
সুন্দৰ
Love from tamulpur ❤️❤️❤️
Bhut dhuniya lgil video 2 Miss you kishur da 🥺
Kishor da jote ase vale thakok .tare vogabanr osrt kamona Korisu. God bless you 🙏
গানটো বহুত ভাল লাগিল | কিসোৰ দাসক দেখিহে মনটো বেয়া লাগিল |
বৰ যোগাত্মক কাম হ'ল দেই ।এনেদৰই তেঁওলোক আমাৰ মাজত থাকি যাব ।
Miss you kishor daa😰😰❣️❣️❤️🥰Baki vidio tu sai vl lagil 🔥❤️❤️🥰
অনাবিল আনন্দৰ মধুৰ মূহুৰ্ত বোৰ বৰ অমূল্য 💛
Mjaa bohut val lagesa video sai ajiru krisur da lgt thoka jen lagesa
Bht dhoniya lagise Amrita ba🥰 kishur da ❣️ miss you🥺🥺🥺 Tumi jote asa vle thaka 🥺🙏🙏
ভিডিঅটি চাওতে তপত অশ্ৰু বাগৰি আহিল কিশোৰ দাক মিছ কৰিছো..বিপিন চাউদাঙ ডাঙৰীয়া সুন্দৰ কন্ঠ মাটি গোন্ধ থকা গীত..ধুনীয়া ....বিহু বিহু ফিলিংচ
Xosakoi acting , song imn dhuniya🥺💗
Lovely song and nice bihu dancing kishor da miss you?
বুকুখন খুন্দা মাৰি দিয়ে 😢😢
ভালে লাগিল তথাপিও 🥺
Bipin da vl hoi anedorei raijor arsibaad loi aru aguwai jawk.
Ane lge jen teo atiyao jiyai ase😢🥺... Bht vl lgil vdo Tu sai...Miss you 🥺😭kishore daa....
Bor dhuniya lagil kokai deu 💓💓💓💓
Bahut vl lgl kishor daa apunar new video song2 sai...kebol apunar ovinoi xinite saku2 asl...sai thakile sai a thakibo mn jai apunar ovinoi...bahut miss karu dada apunak😥😥😥plsss🙏🙏🙏 xunkale ghuri ahibo amr majt akau...ami roi aso apunaloi❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
Miss karisu .......!😭😭🙏🙏 From jorht .
Gan tu bor bhal lagil....Kintu Kishore ok bor miss korisu...
Miss you kishore new videotu val lagil
সুন্দৰ বিহুসুৰিয়া গীত
ককাদেউ গানবোৰ মোৰ প্ৰিয় হয়🥰 অমিতালৈ মোৰ মৰম শুভেচ্ছা জাছিলো নতুন বছৰৰ বুলি😘
2mk dekhi enekuwa lgile j 2mi jiyai asa bro ..2mi jotei asa bhalei thaka miss you bro😥🙏
Dhuniya lagise dada.
Pise dukh o lagil kisor daoi .
আজিও আছা আমাৰ হৃদয়ত
Eman hundor kokaideu moi apunar gan bohut val pau kokaideu
নেদেখা জনৰ ওচৰত শান্তিত থাকক, we miss you Kishur da
Bohut duhniya lagil video 2 sai, aru agole hunibo pam buli ahka korilu bipin da
Val lgel dada
Video tu sai bohut val lagil kishor dada apunak ha bohut miss korilu
কিশোৰ দা আপোনাক বহুত মিছ কৰিছোঁ আমি নতুন প্ৰজন্মই আপোনাক সদাই শিদয়ৰ মাজত ৰাখিম
Ufff allah kishore dada miss u🥺😭😭😭😭😭😭😭😭😭
Nice voice and dada kishor apunak bhut mis korisu god val dori rakok
সুন্দৰ হৈছে. . . .
Video TU sai apunak bohut Miss korisu Kishor daa 😭 love you.❤️ ...
বহুত ধুনীয়া লাগিলে। কিশোৰ দা বহুত মনত পৰে।। কিশোৰ দা _চন্দমা বা যতে আছা ভালে থাকা।
really k muru
Bhal lagil git & vdo... Miss you kishor da.
Speechless 👍
Bhut dhuniya kin2 imn dhuniya gan2 aji tmi saboloi amr majot ni kin2 sakoluye jen tmk a bisarise.. 😭miss you kishor dada
bohut hundar. Kinto bohut miss koru kisur dak 😭😭
Legend never die... Happy new year all 2023 😇🥰🥰
Video song niccc❤️❤️❤️miss you kishor dada
Montu bht vl lagil video tu sai.... Tothapiu kishor da apunak dekhi sokupani ulai gol 😢😢 bht miss kru apunak .... Vl thakok apunar attmai hanti pauk
Tare ahka thakil😢😢
Baah duniya
অপেক্ষা কৰি আছোঁ ,, ❤️❤️ ককাই 🤗🤗
Miss you Kishor daa😢😢vogobane jate tumak ai prithibiloi hunkale anok 🙏🙏🙏🙏
Amrita kishor r pabho jura..bor dhuniya lge❤️❤️
Kishor da bohut besi miss korixu...
বহুত ভাল লাগিচে ককাইদেউ 🥰🥰🥰
Bhut Val lagil gan2 .kin2 kihor da aji Amar majot nai karne dukh paisu bhut
ভাল লাগিল।
Miss you Kishor da 🥺🥺🥺❣️❣️❣️
bohut val lagil gan tu
Namasker to all,
After a long time, the bihu song bhal lagele.
Thank you
Amar UK 🇬🇧
কিশোৰ দা বহুত Miss কৰিছোঁ৷
Kishor daa bohut miss korisu ❤️❤️.... video tu khub dhuniya hoisye..
Legends never die💖
সুন্দৰ
সুন্দৰ ♥️♥️♥️
Miss you kishor daa😭😭😭
Apunar gan bur xosai bor dhuniya lage hunibole dada
Nice ❤️
Kishor dar karne 1ta like dlu aru bht miss korexu
ভাল লাগিল 🙏বিপিন💛💛দা
Always miss bro😩😞(dhunia hoise natun gaan ti🙏😇
Bohut bohut Miss korisu🥲😭😭