Video není dostupné.
Omlouváme se.

গোলাঘাটৰ স্বপ্ননীল বৰাই ফুটবলৰ যাদুৰে বুটলিবলৈ সক্ষম হৈছে বহু সন্মান। চাওক স্বপ্ননীলৰ ফুটবলৰ যাদু

Sdílet
Vložit
  • čas přidán 14. 06. 2021
  • ~প্ৰৱল একাগ্ৰতা, ধৈৰ্য্য আৰু লক্ষ্য থাকিলে অসম্ভৱকো সম্ভৱ কৰিব পাৰি। তাৰেই প্ৰমাণ গোলাঘাটৰ স্বপ্ননীল বৰা।
    ~দ্বাদশ শ্ৰেণীৰ স্বপ্ননীল বৰাই ফুটবলৰ যাদুৰে এচিয়া বুক অৱ ৰেকৰ্ডছ, ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ দৰে বহু সন্মান বুটলিবলৈ সক্ষম হৈছে।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

Komentáře • 23