কিদৰে ঘৰত তুলসী বেদী প্ৰতিষ্ঠা কৰিব ? তুলসী বেদী প্ৰতিষ্ঠা কৰাৰ সম্পূৰ্ণ বিধি ।। Vastu Assam
Vložit
- čas přidán 16. 06. 2021
- কিদৰে ঘৰত তুলসী বেদী প্ৰতিষ্ঠা কৰিব ? তুলসী বেদী ৰতিষ্ঠা কৰাৰ সম্পূৰ্ণ বিধি ।। অসমীয়া বাস্তুশাস্ত্ৰ ।। Vastu Assam
Vastu for success, growth, prosperity, sound health, business, name, fame, wealth, money, peace and happiness.
Vastu Assam, Contact 60019-72061( 7 PM-10 PM)
#Assamesetips #Assamesevastu #vastutips #vastuassam #vastuforkitchen
Home Vastu
Flat Vastu
Vastu Remedy
Vastu for business
vastu for plot verification
vastu for new Construction
Vastu for Industry set up
vastu for Office modification
Vastu for Market complex
Vastu for Gardening
vastu for main gate/entrance
vastu for Toilet
visit www.vastuassam.com (under process...)
আপোনাক অশেষ ধন্যবাদ ছাৰ। আপোনাৰ পৰা বহু মূল্যৱান কথা শিকি আছোঁ। আৰু ভৱিষ্যতলৈও শিকাই থাকিব বুলি আশা ৰাখিলোঁ 🙏🙏🙏
Thanks
Sir Amar namghar asse..pubkunat.namgharar.baw phale tulsimar bhati asse..baya.naki,,
@@dipalidutta7540 QA A
Aa
@@dipalidutta7540 ??!!
খুউব ভাল লাগিল দাদা..বহু কথা নজনাকৈয়েই বৰ হেপাহেৰে বনোৱা মোৰ তুলসী জোপা শুদ্ধ হৈছে।সকলো দিশৰ পৰা..আৰু বহুত ডাঙৰ আৰু স্বাস্থৱান হৈছে।সোনকালে পূজাৰ বিধিবোৰ জনাব বুলি আশাৰে বাট চাই ৰ'লো।
ধন্যবাদ ছাৰ , যিবোৰ কথা ক গুৰুত্বপূৰ্ণ বুলি ভবা নাছিলো কিন্তু বাস্তূশাস্তবিদ হিচাবে আপোনাৰ পৰা বাস্তৱিক জীৱনৰ লগত অতি ওচৰ সম্পৰ্কীয় কিছুমান কথা ক আপুনি অতি সহজ ভাবেই আমাক দৃষ্টি গোচৰ কৰিছে । অতিশয় শ্ৰদ্ধাৰে সেয়া গ্ৰহন কৰিব লৈ আগবাঢ়ি ছো ।
বহুতো নজনা কথা জানিলো । ভাল লাগিল মহাশয়
আগ্ৰহী দেই..অপেক্ষাৰত
Dhaniya bad 🙏bhogobane apunak mongol korak. Amak hathik rasta dekhuwar babe... 🥰🙏🙏🙏🙏🙏
তুলসীজোপাৰ মহত্ত্বৰ বিষয়ে জানিব পাৰি বহুত সুখী হলো । ধন্যবাদ থাকিল । 🙏
ধন্যবাদ আপোনাক ৷তুলসী পূজা কেনেদৰে কৰে জানিবলৈ পালে সুখী হম৷
ধ
ভাল লাগিল চাই ,নজনা কথা জানিলো
Dhonybad. Bohut. Val. Lagil. Apunar. Kothakhini. Khuni
বহুত বহুত ধন্যবাদ ছাৰ।
Jani bohut xukhi,bro.
Thank you🌹🌹🌹🌹❤ God bless you
সচাঁকৈ বহুত ভাল লাগিল শুনি। আশাকৰো আগন্তুক দিনবোৰত এনেধৰণে ভিডিঅ সমুহ দি যাব বুলি। লগতে আগন্তুক কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। 💐💐
Thank you sir for your valuable words🙏🌸
আপোনাৰ দিহাপৰামৰ্শমতে ৰুলোঁ ৷কিন্ত কি আচৰিত লহপহকৈ বাঢ়ি আহিলে পাই ৷লগতে পুলিও উলাইছে ৷কোৱা মতে নিয়ম নীতিৰে পালন কৰি আহিছোঁ ৷তুলসীৰ বিষয়ে মোৰ সিমান জ্ঞান নাছিল ৷কিন্ত তুলসী গছৰ প্ৰতি মোৰ এটা দুৰ্বলতা আছিল ৷এতিয়া জানি আৰু উৎসাহিত হলোঁ ৷ ধন্যবাদ চাৰ ৷
Thanks dada.
Bahut bhal lagil.
Goodafternoon dada..good advice.👍👍
ধন্যবাদ ছাৰ আপোনাৰ পৰা বহুত নজনা কথা শিকিলোঁ। আৰু বহুত নজনা কথা জানিব পাৰিম বুলি আশা কৰিলো।🙏🌹💗
bht bht thnx ..
bht kotha gom palu..
Thanku sir video to bohut bhal lagil,moyo sir tulakhi veti bonam
Bhal lagile ,janibo pari . Puja r kara tuo aamak jonabo . Thank you . Sir .
🙏🙏thanku
Dhoinybad sir....
Apunar video babe roi thaku....gukhai ghor2 bikhoie jonabosun ...aru puja kora nioyom homuh
ছাৰ আপোনাৰ পৰা বহুত নজনা কথা জানিব পাৰিছো।আপোনাক অশেষ ধন্যবাদ
Thank you so much sir 🙏❤
জানি ভাল লাগিল 🙏🙏
Bohut bohut val Lagise
Video t suni bahut val lagil......
তুলসী বেদী আপোনাৰ দিহা মতে স্থাপন কৰিলো আৰু বহুত উপকৃত হৈছে🙏🙏🙏
ধন্যবাদ জ্ঞাপন কৰিলোঁ দাদা,,🙏🙏🙏🙏🙏
বহুত বহুত ধন্যবাদ ছাৰ
Sir apunar vdo buror pora bohut hikibole paisu .
Surjyak keneke pani dibo lage tar uporot olop man kobo sun.
bahut dhanyabad
বহুত ভাল লাগিল চাৰ আৰু জনাবচোন পূজা কৰা নিয়ম বোৰ।
Vaal lagile nojona kotha janilu
বহুত নজনা কথা জানিব পাৰিলো| ধন্যবাদ চাৰ |মোৰ ঘৰটো দক্ষিণ মুখী কি কৰিব লাগিব জনালে উপকৃত হম....
NAMASKAR sir apunar pora nojona bohut kotha janilu bhut bhut bhal lagil .amar ghorot kola tuloxi bohut ase beleg beleg dikhot ase kiba beya neki sir plz jonabo 🙏🙏🙏
Thank you🙏
Jai Maa Tulshi
Thank you sir
Dhoinobad sar Bhttt apnaloi
ধন্যবাদ চাৰ❤🙏🙏🙏🙏👍
Thank you so much sir
বহুত বহুত ধন্যবাদ জনাইছো দাদা আপোনাক। সচাকৈ তুলসী জোপাৰ বহুত মহত্ব আছে কিন্তু কিছুমানে তুলসী জোপাক একো গুৰুত্ব ই নিদিয়ে অত্যন্ত বেয়া ব্যৱহাৰ কৰে দাদা।
Thanku sir
Katha suni khub bhal lagil Tulsa gasar bikhay
ভাল লাগিছে
বহুতভাল লাগীল চাৰ..
ধন্যবাদ মহাৰাজ ।
Very good analysis sir
Thank you so much eman dhuniya ke bujai diya babe..
Thnq sir
বৰ সুন্দৰ উপদেশ।
Aapunak bhut dhayanabad.
Many many Thanks
Dhanyabad dada
Hoi moi natunkoi pakare tulakhi beti ati hajibaloi loisu tene jamayate apunar pora diha paramarkha pai nathoi hukhi dhanyabad janalo
🙏🙏🙏
Nice......thank you Sir .
আমাৰ ঘৰত তুলসী বহুত আছে। আধা মৰা বোৰ কি কৰিম ছাৰ?
Dhynabad
Waiting
100% satya
Val lgal
বহুত বহুত ধন্যবাদ ছাৰ 🙏
Yesss
Amar ghort bohut kola tulokhi ase nije nije hoi thake 🙏🙏🙏
janiboloi py val lagil.
Sir fesar bikhoye video dibo sun aru 7ta ghorar bikhoye video dibo...
Yes .....
এটা ভাল কঠা জানিলো
Dhannyabad tulishi bikhoye imman khini gyan dea babe
👍👍👍👍👍👍👍❤️❤️❤️❤️❤️❤️❤️🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏 Dhanyabad sir
চাৰ নমস্কাৰ। মোৰ ঘৰৰ মূল দুৱাৰ পশ্চিম ফালে আছে গতিকে তুলসী ভেটিটোও দজা খনৰ সন্মুখতে হ'ল । এতিয়া মই ঘৰৰ পিছফালে উত্তৰ পূব কোণত তুলসী ভেটি বনাব পাৰিম জানো মোক অনুগ্রহ কৰি জনাবচোন । আশা ৰাখিছে।
Thnk u sir . Sir dhonu rakhir bikhoye jonabo sun
Yessssssssssss
মহাশয় আমাৰ ঘৰৰ উত্তৰ পূব দিশে ৰুবলৈ ঠাইৰ অভাব অন্য দিশত ৰুব পাৰি নেকি অনুগ্ৰহ কৰি জনাবচোন...l
আপোনাৰ পৰামৰ্শলৈ অধিৰ আগ্ৰহেৰে বাত চাই ৰৈছো...ll
শলিতাডাল কোনমুখী কৰি দিম ছাৰ জনাবচোন।
Thank you sir 🚩🚩🚩🙏🙏🙏
💕❤🙏🏻
Sir Jega km. Mondir jot rakhisu taar ostr tulokhi gos rakhibo parim ne
Thank you sir, val lagil video tu
Hare Krishna 🙏🙏 morning
🙏🙏👌🌷🌷🌷
Yes
জয় তুলখী মা🙏❤️🙏
আমাৰ নজনাতে ভগৱানৰ আৰু স্বস্তিকৰ Tyles লগাইছোঁ কিবা উপায় আছে নে কি জনাব চোন ছাৰ ।
🙏🙏♥️
😍♥️🙏🏻
Tulokhi puja kenekoi kore plz tar ata video dibo🙏🙏
🙏🏾🙏🏾🙏🏾
Ghorot Ronda sugar chaki jolabo pare ne ?
yesssss...😷
Sir 🙏..mur tuloxir beditu cimentr hoi 3ta stap ase ..bea neki jonabosn plz..apunar sab videoei moi sau aru apuni kua dore kam bur kribo sesta kru ...plz jonabo sir
Ghoror sotalot Mandir bonale ki -ki kothaloi mon koribo lage. Plz jonabo
অশেষ ধন্যবাদ চাৰ বহুতো নজনা কথা জানিলো ।আৰু এটা কথা জনাব মাইকি মানুহে বা ছোৱালিয়ে তুলশি পাত ছিঙিব নাপাই নেকি বহুতে কয়।
ধন্যবাদ ছাৰ, আপোনাৰ পৰা বহুত নজনা কথা শিকিলোঁ আৰু ভাল কথা বোৰ জানিব পাৰি নথৈ সুখী।🙏
ধন্যবাদ চাৰ তুলসী পূজা কেনেদৰে কৰিব লাগে জনাব নেকি
বেলকনিত টাবত ৰাখিছোঁ ৷
মানুহৰ চকুত সাধাৰণ যেন লগা এজোপা তুলসী গছৰ অসাধাৰণ মহত্ত্বৰ কথা জানিব পাৰি অত্যন্ত সুখী হৈছো । ইমান মূল্যৱান কথাবোৰ অতবছৰে নজনাকৈ থকাৰ বাবেহে দুখ লাগিছে। আপোনাৰলৈ এটা অনুৰোধ-বাকী থকা ৰাশিকেইটাৰ সম্পূৰ্ণ জীৱন-বিশ্লেষণ অতি সোনকালেই চাবলৈ পাম বুলি আগ্ৰহেৰে ৰৈ আছোঁ।
Yes tu imankoi nokobo.vaal nalage
Mur gortu south saidt main door ase, pirait tulesi ase vl ne janabo?