খুব সুন্দৰকৈ ভুত জলকীয়াৰ আচাৰটো বনালে। মই ইতিমধ্যে বনালো,,, পিছত বনালে আপোনাৰ ভিডিঅ'টোৰ দৰে বনাম বাইদেউ। ধন্যবাদ বাইদেউ সুন্দৰ টিপচ দিয়া বাবে।
বৰ ধুনীয়া হৈছে জলকীয়া আচাৰ। মইও থৈছোঁ এনেদৰেই। ভাল লাগিল চাই বহুত দিনৰ মূৰত আহিছোঁ youtube ত ❤❤❤❤।।
Nice baidew,,,,, bohut vl paw bhut jolokiya,,,,,,amar nijor e kheti korisu 2 bigha
❤❤
❤❤❤❤❤❤
আপোনাৰ প্ৰতিটো video চাই ভাল লাগে।।আপোনাৰ ঘৰৰ পৰিবেশ টো খুব ভাল লাগে। নিভাজ অসমীয়া যেন অনুভৱ হয়।।❤
Aponar video bor sai thako eman bhal lage muru video bor sabo buli akha karilu please
Dhunia hoise ba....khorisa achhar diba dayi....nd teteli mitha achar recipe diba
❤❤❤❤❤❤❤❤
মিমিজনী ❤
Pork meat achar diyok. Video lagey nki raij like koribo jodi lagey
মই 25kg বনাই ৰাখিছোঁ দেই ছোৱালী বৰ ভাল হৈছে ❤❤❤❤১১০ বিধ আচাৰ বনালু মুঠতে ।। দোকানত বিকিৰ কৰি আছোঁ 🎉🎉🎉🎉🎉🎉
হয়নি বহুত ভাল কৰিছা, ঘৰত বনোৱা আছাৰৰ সোৱাদেই সুকীয়া অ। কিনা আছাৰ বিলাক নিমখ চোকা হয়। তোমাৰ আছাৰ বনোৱা পদ্ধতিবোৰ মোৰ ভাল লাগে।
❤❤
moi u kai bhoot jolokia anilu kintu borokhun di ase. aji ratipua bisari asilu apunar channel't. Etiya pai golu❤
Umm nissay 😊 bonaba atia
😅😂😂😂😂😂😂
আপোনাৰ পদ্ধতি মতে মইও বনাইছো বাইদেউ।বঢ়িয়া হয়।