সংবাদ মাধ্যমৰ আগত হঠাৎ মুখ্যমন্ত্রীৰ অন্য এক ৰূপ..মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

Sdílet
Vložit
  • čas přidán 10. 09. 2024
  • সংবাদ মাধ্যমৰ আগত হঠাৎ মুখ্যমন্ত্রীৰ অন্য এক ৰূপ
    প্রসংগ:ফ্লাড জিহাদ,USTM,ৰিণিকি ভূঞাৰ সম্পত্তি,কংগ্রেছৰ ৰাজনীতি...
    প্রথমবাৰলৈ ৰাজনীতিৰ প্রসংগৰে পত্নীৰ সম্পত্তিৰ তালিকা ৰাজহুৱা CMৰ
    ৰিণিকি ভূঞা শৰ্মাৰ সম্পত্তি অসমবাসীৰ সম্পত্তি হ’বনে সঁচাকৈয়েনে?
    মুখ্যমন্ত্রীৰ মতে মেঘালয়ত থকা USTM-এ চলাইছে ফ্লাড জিহাদ
    কিন্তু ফ্লাড জিহাদ চলোৱা USTMলৈ কিয় গৈছিল মুখ্যমন্ত্ৰী?
    ‘সাদিন প্রতিদিন গোষ্ঠী’ৰ আমন্ত্রণতহে গৈছিল হেনো মুখ্যমন্ত্রী
    USTMলৈ যোৱাক লৈয়ো মুখ্যমন্ত্রীয়ে আশ্রয় ল’লে মিথ্যাচাৰৰ
    হিন্দু-মুছলমানৰ ৰাজনীতি, ব্যৰ্থতা ঢকাৰ প্রয়াস নে আন কিবা?
    কিয় প্রত্যেকটো বিষয়েই আনলৈ ঠেলি দিব বিচাৰে মুখ্যমন্ত্রীয়ে?
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
    #PratidinTime #Assam #talkshow #Abhimat #HimantaBiswaSarma

Komentáře • 409