Jibon Nodir Dhou - জীৱন নদীৰ ঢৌ | 22nd Spt 2022 | Ep No 82
Vložit
- čas přidán 7. 09. 2024
- Click here to Subscribe to Rang TV Channel:- bit.ly/2zKPoy8
Episode 82
-----------------
More Useful Links :
* Visit us at: www.rangtv.org
* Like us on Facebook: / rangtvofficial
* Follow us on Twitter: / rangtv2
Bohut hundor obhinoi korisa aji khondotu bohut val lagil
এনেকুৱা ভাই ককাই সকলোৰ ভাগ্য তে মিলক । সঁচাই এনেকুৱা ককাই ভাই আজি যুগত পাবলৈ কপাল লাগিব
Nice 👍👍👍
Nice😇
সচাঁকৈ দেই,,বৰ সুন্দৰ কাহিনী | ভাৰ্গৱ দা ৰ চকুত চকুপানী দেখি আবেগিক হৈ গলো |
কেনেকুৱা ঘৈনীয়েক ঐ একো মৰম নুবুজা
বুলি ৰু দেওতাকৰ কথা পতা খুনি সছাকৈ বৰ দুখ লাগিল 😭❤️🙏
Nice
😭😭😭😭😭😭😭😭😭 বোল Love you beta
ভ্ৰাম্যমাণ থিয়েটাৰৰ খলনায়ক খ্যাত চিন্ময় কটকী ২০২৩-২৪ বৰ্ষত বৰদৈচিলা থিয়েটাৰত চুক্তিবদ্ধ হৈছে । বাপু দা
বহুত আবেগিক হৈ গলোঁ 🥺🥺
যুজা যুজা যিমান পাৰা যুজা আৰু তোমাৰ মহা সত্য গোপনে ৰাখা ছিৰিয়েলখন শেষ নোহোৱালৈকে ।
❤️🙏
Sai hepah nopolai bahut Val laga kahini
Bondhur anajori dal bht val lage ❣️ Babu dai xomoiot ovivabokor daitto palon kore seia ru besi val lage ❣️
😞
So sad 😭😭
অনু এ বেছি অভিমান কৰিছে
বৰ দুখ লাগিল বুল আৰু দেউতাক ৰাহুলে কথা পতা শুনি ।
Aikhon Sai bohut bhal lage .Rahul aru Bhargav my fevaret actors .
❤️❤️👍👍🙏
Eman dhunia abhinoi karise hosakoi bohut dukh lagi gol 😭😭
অসমীয়া ধাৰাবাহিক বহু চালো কিন্তু এই খন ধাৰাবাহিক ছিৰিয়েল চাই বহু ভাল লাগিছে ।
উফ ইমান দূখ
উফ বুল আৰু দেউতাকৰ কথা পতা শুনি চকুপানী ধৰি ৰাখিব নোৱাৰিলো আজি বৰ বেয়া লাগিল😪😪😪
Xosa koi...daii...ki duniya seriel eikhon
@@BikashDas-xs3di হয় বহুত বেছি ভাল লাগে চাই।
Dadajan emn vl.vlr lgte bya hai
Sku pani olay goll 😭😭😭😭
_~_____𝕟𝕚𝕔𝕖 ______~✓
সচাঁকৈ বহুত ভাল লাগে
Jah tah suwali ajonik uthai biya patile rahul dar dadar goti😭😭
🥺😂
😭😭🙏🙏
ধাৰাবাহিক খন চালেই দুখ পাওঁ আৰু চকুপানী ওলাই..ভাৰ্গৱ দাই আজি কন্দোৱাই দিলে 😭😭😭😭
Nice💙💙💙💙💙
Val lagil sai
Bhargav da aru Bular kathakhini khuni bahut dukh lagil.
Bubut val lagil dadak
Enekuwa vayekor morom val lagil
বহুত ভাল লাগে চাই ❤️
My favourite serial ❤️❤️
😭😭😭😭
Uff kiman kandim aaru
Ki kom Mane nakandi thakibo nowarilu. Bohut val lagise
Oi
Bhot val lagil
Hosa e eikhon siriyl Bohut val pau
Bul saku 😭Pani ulaise
moja
Bhargav dar babe bht dukh lagile 😍
Hosai soku pani ulai gol
Buulor voice tu a mon sui goise 😘
Val.. lagle😭😭😭
সঁচা বন্ধুত্বৰ এনাজৰী ডাল কেনেকুৱা ইয়াত ৰাহুলৰ বন্ধু কেইটাই ধুনীয়াকৈ বুজাই দিছে।বন্ধু হলে এনেকুৱা হব লাগে।গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া মাজত এই সৰু লৰাটোৰ কি অৱস্থা হৈছে কিমান কষ্ট পাইছে অলপো বুজি নাপায় পাগলী মাক জনীয়ে।
Bhut dukh lagil😭😭😭
@@himadevi3444 khsa k bor dukh lgil
Eman dukh mur hoijyo nohoi ru
Anekua vaek ru voniek logote eman morom kora mak deutak thakile Bhargav dar aku bipot hobo nuarie ru Rahulor bondhu keijon 2 asei bipodot sohai koribole 🥰
saku pani olai gol bul aru dewtakar aru khurakr katha khini khuni 😭😭
Yes 😭
Yes😭
Yes 😭😭😭
Aji bohut dukh lagil say.. Soku pani uly gol... Bohut hundor hoise cireal khn
Bhut Val lagil sai ♥️
My favourite serial
Waiting 💞 for next episode 💞💜💞
বিদি ক মৰম লাগে
Sae bhal lagese
Bohut vl lagil sai♥️♥️
makosom sokur pani ulai gol 😢
Rahul 🥰🥰
Nirupom কি হল ,,,,
বহুত দুখ লাগিল।
উন্নত মানদণ্ডৰ ধাৰাবাহিক
সচাকৈ কাহিনীটো বৰ দুখ লগা । ককাই ভাইৰ কান্দোন ,বুলৰ কথা শুনি খুব কান্দিলো, ৰাহুল খুবেই হুচিয়াৰ।
Wow nice to me
❤️❤️
Dukh lagise o rahul daloi
Madam hol buliii eee jak tak Dom t kotha kobo nuareee tuu.. 🤣
Bhut sai val lagil
☺️☺️☺️
Bhal loga hoise ajikali ai serial khan....
Mental health or kotha tu bht val korise🙌❤
মধ্যবিত্ত পৰিয়ালত জন্ম লোৱা পতিজন মানুহে বুজে জীৱনৰ সংগ্ৰাম কি । এজন শুদ্ধ মনৰ ধুনীয়া মানুহে আজি এজনী ঠেক মনৰ পত্নী বাবে পলাই ফুৰা সিদ্ধান্ত ল'ব লগা হৈছে । আজিৰ সমাজত ছাগে এনেকুৱা বহুত পৰিয়াল আছে আজি ৰাহুলৰ ঘৰ খনৰ দৰে দিন পাৰ কৰি আহিছে । যদি সেই সকল মানুহে এইখন চিৰিয়েল চাইছে তেনে সিহঁতি আজি বুজি পাইছে এজন বাপেকে নিজৰ সন্তানক আঁতৰত ৰাখি কিমান কষ্টত থাকিব লগা হয় । ধন্যবাদ ৰং টিভি ইমান ধুনীয়া এটা কাহিনী আমাৰ মাজত এৰি দিয়া বাবে আপোনালোকৰ এইখন চিৰিয়েলে হয়তো বহুতৰ সংসাৰ যোৰা লগাব ।
একদম সচা অ
@@promilagogoi2326 thnq🙂
Hosa katha
@@rupadutta7327 ভাল মানুহে ভাল খিনি দেখা পাই আপোনাৰ হৃদয় খন ধুনীয়া বাবে আপুনি সকলো ধুনীয়া দেখে ধন্যবাদ ।
আজিৰ episodeটো চায় বহুত ভাল লাগিল, best of luck 🤞all actor & actress .
Kandi golu.
Iman dhunia avinoy
বুল আৰু দেউতাকৰ কথা ই চকুপানী উলিয়াই দিলে
😍
my favourite serial J N D
Anukhiya tumi bohut ahongkari ahongkar komai diya
মেমৰ বহুত বেছি হৈছে।ইমান অহংকাৰ ভাল নহয়।পাছত ৰাহুলকে লাগিব মেমক
অহংকাৰ হোৱা নাই মানসিক অস্থিৰতাত ভূগি আছে। তাই ৰাহুলক ভাল পায়, কিন্তু ওচৰলৈ আহিবলৈ দিবলৈও ভয় কৰিছে, আগতে পাই থোৱা তিক্ত অভিজ্ঞতাৰ বাবে।
Right
soku pni ulai gol
Hasakoi bea lagil,bulor kotha huni,
Khsakai bahut dukh lagise o😂😂😂
My favorite
Boht val lage
Sai 'Majte kandi dilu 🥺🥺🥺rahul dar dewtak aru dada jnar katha bilk khuni,,, jebon nadir dhau my favorite😍
Anukhiya olp besi dekhsisa
♥️♥️♥️♥️💯👍
😭😭😭sukur pani ulai hoise,bhut val lage sai
সচায় দেই ভাগব দাৰ কাৰণে বহুত বেয়া লাগে
Moi soday serial khan sao .naslae bht kiba ata mis kora r dore lage .serial khan sai bht val lage.. ..
Ane koi asomia serial mor lifet first ...ki kom bht val lage .
Nyc
Bowyek joni br dangkata bidi htr ghr khnloi beya lage
ডাঙৰ দা বোৰ দুখ লাগিছে,দুখ কান্তি দিলো,আচলতে আমাৰ দৰে মধ্যবিত্ত পৰিয়ালত হয়ে ত বহুত সুখী বিচাৰে,সপোন বিচাৰে,কিন্তু কমই মানুহৰ ধম। , জীৱনত সমস্যা অনেক। ,
My favourite ❤️❤️
Bhargav da ru bulor kotha suni bht dukh lagile 😍