Srimanta Sankardev - Story, Bhakti & Lessons || Assamese PODCAST inside 'Naamghar' || Episode-48

Sdílet
Vložit
  • čas přidán 11. 09. 2024

Komentáře • 785

  • @aboyobbhuyan
    @aboyobbhuyan  Před 11 měsíci +209

    Gurujona’e xokolure bhal korok. Aji comments bur porhi okonman xahokh paisu. Bohut kosto korim, sesta korim. Xokolu’e logot thakibo 🙏🏼❤️

  • @Harpalsaikia15
    @Harpalsaikia15 Před 11 měsíci +300

    Such a great one!

    • @aboyobbhuyan
      @aboyobbhuyan  Před 11 měsíci +23

      Thanks bhai❤❤

    • @dimphucopy4344
      @dimphucopy4344 Před 11 měsíci

      ​@@aboyobbhuyanসকলোকে সমান দৃষ্টিৰে চাবা, মানুহ চাই comment নকৰিবা
      Podacast টো ভাল লাগিল

    • @manashnath19
      @manashnath19 Před 11 měsíci +1

      Harpal aji kli active nohoi eman kio ??? Switzerland thakileu Axomor feel pai

  • @GulMohammadKhan-ui7xu
    @GulMohammadKhan-ui7xu Před 5 měsíci +13

    I am from Afghanistan but I love Mahapurush Srimanta Shankar dev ❤

  • @letsplay7192
    @letsplay7192 Před 11 měsíci +44

    Every APSC aspirants must watch this podcast to know more about Srisankardeva and Assamese culture

  • @UnsteadyMusic
    @UnsteadyMusic Před 11 měsíci +24

    শিপাক খামুচি ধৰি এক ব্যতিক্ৰমী প্ৰয়াস ! সুন্দৰ ❤

  • @kalpajyotihazarika2305
    @kalpajyotihazarika2305 Před 11 měsíci +10

    ধৰ্ম দানেই শ্ৰেষ্ঠ দান। ব্যক্তিকেন্দ্ৰীক সমাজত সকলোৱে নিজৰ বাবে দৌৰাৰ সময়ত যঠোপযুক্ত সমাদৰ নাপাব বুলি জনাৰ পাছতো এনেকোৱা এটা episode তৈয়াৰ কৰিবলৈ কৰা কষ্টই তোমাৰ ব্যক্তিত্ব আৰু সমাজৰ প্ৰতি থকা দ্বায়িত্বৰ প্ৰকাশ ঘটাই। It is impossible to make such episodes in frequent manner, because you have to survive in today's digital world as well. But I wanna request you to make such valuable episodes whenever possible which can really contribute some values to the society.

  • @Pradum_Tube
    @Pradum_Tube Před 11 měsíci +8

    প্ৰথম কথা শংকৰদেৱ এজন সাধাৰণ মানুহ কিন্তু তেখেতৰ প্ৰতিভা আৰু কৰ্মবোৰ অসাধাৰণ । মানুহ হৈ জীয়াই থাকিলেহে তেখেতক প্ৰকৃত জীয়াই ৰখা হ’ব । ( বাকী ভাল লাগিল Podcast টো 💙)

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 Před 11 měsíci +53

    ৫৭৫তম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ সকলোকে শুভেচ্ছা জনালোঁ 🥰❤️🙏

  • @khirodjyotibora
    @khirodjyotibora Před 11 měsíci +11

    ধন্যবাদ ডাঙৰীয়া । মহাপুৰুষ দুজনাক লৈ এনে প্ৰচেষ্টা অব্যাহত ৰাখক।🙏 মহাপুৰুষ মাধৱদেৱক লৈ এটা খণ্ড আশা ৰাখিলোঁ।

  • @himrajvlogs575
    @himrajvlogs575 Před 11 měsíci +13

    জয় গুৰু শংকৰ ❤ from sipajhar (Darrang)

  • @rubuldas6688
    @rubuldas6688 Před 11 měsíci +25

    These type of podcasts are much needed for the younger generation.. rather than bringing the celebrities from the entertainment industry.. Bring in personalities like Jadav Payeng..authors..professors from different fields..scientists doctor etc .

    • @aboyobbhuyan
      @aboyobbhuyan  Před 11 měsíci +9

      Surely!! Podcast with Jadav Payeng done as well.. will bring more such stories

  • @kinnabisagartalukdar
    @kinnabisagartalukdar Před 11 měsíci +9

    I was a Sattriya Dancer and this really made my day ❤
    We used to learn about Srimanta Sankardev's history thn Madhavdeva's too.
    For a classical dancer like me, these things are very holy to us 🫶🏼
    Much much love to Aboyob and his team❤
    Please carry on🎉

  • @bidyutbikashgogoi5722
    @bidyutbikashgogoi5722 Před 11 měsíci +10

    এনেকুৱা এটি podcast অতিকৈ প্ৰয়োজন আছিল, ধন্যবাদ অৱয়ব দা ❤

  • @rituparnabora8483
    @rituparnabora8483 Před 11 měsíci +43

    Episode টোৰ বাবে বহুত বহুত ধন্যবাদ.. এদিন প্ৰাণজিত গগৈ বাপ জনক আপোনাৰ prodcast ৰ অতিথি কৰিব বুলি আশা ৰাখিলো..🙏

  • @bijaykaman2138
    @bijaykaman2138 Před 11 měsíci +11

    জয় গুৰু শ্ৰীমন্ত শংকৰ সৰ্ব গুনাকৰ।🙏🙏🙏🙏

  • @ruparanik.kashyap9543
    @ruparanik.kashyap9543 Před 11 měsíci +13

    Kalit Harir name hee goti🙏🏻xundor podcast ❤ Good effort Aboyob👏👏Joy Guru xankar🙏🏻

  • @nitishabora3224
    @nitishabora3224 Před 11 měsíci +11

    Sitting in Marine Drive and listening to this podcast giving me goosebumps by thinking how rich our Assamese culture is!!! Kudos to the whole team for bringing such an meaningful podcast episode!! ❤

  • @nilamd676
    @nilamd676 Před 11 měsíci +12

    Aboyob, you r such a good listener... People will love to share things,feelings, ideas, emotions with u... It makes people feel accepted,valued n respected. You have got a good brought up Aboyob. Respect for your parents .❤

  • @lalitakalita3701
    @lalitakalita3701 Před 11 měsíci +10

    গুৰুজনাৰ জন্মজয়ন্তীত তেৰাৰ গুণ কীৰ্ত্তন শুনিলোঁ শ্বিকাগ’ৰ পৰা 🙏🏼
    অন্তৰ ভৰি গৈছে 🙏🏼🙏🏼🙏🏼
    জয় গুৰু শঙ্কৰ, সৰ্ব গুণাকৰ,
    যাকেৰি নাহিকে উপাম ৷৷
    তোহাৰি চৰণত ৰেণুশত কোটি,
    বাৰেক কৰোঁহো প্ৰণাম ৷৷ 🙏🏼🙏🏼🙏🏼

  • @ManashiDas76
    @ManashiDas76 Před 11 měsíci +8

    ধন্যবাদ অবয়ব এই সুন্দৰ ভিডিঅ'টো বনোৱাৰ বাবে । গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা এক শৰণ হৰি নাম ধৰ্মৰ মহত্ব সকলোৱে অনুধাৱন কৰক । জয় জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ❤🙏

  • @debankita
    @debankita Před 11 měsíci +6

    কৃষ্ণ কৃষ্ণ🙏🏻❤️
    গুৰুজনাৰ কথা ইমান সৰল আৰু বুজিব পৰাকৈ শুনিব পঢ়াটো সঁচাকৈ ভাগ্য🙏🏻
    আশা কৰোঁ এনেকুৱা spiritual podcast আৰু শুনিব পাৰিম গুৰু কৃপা হলে🙏🏻❤️

  • @brogamingassam5493
    @brogamingassam5493 Před 11 měsíci +13

    মই ভাবো গোটেই কেইটা Podcast episode ৰ ভিতৰত এইটো সৰ্বশ্ৰেষ্ঠ ❤❤
    জয় গুৰু শংকৰ 🙏
    .
    Love from #Mangaldai ( Darrang )

  • @mrinaldas3823
    @mrinaldas3823 Před 11 měsíci +6

    সহজ সৰল‌ ভাষাত গুৰুজনাৰ জীৱনকালৰ কথা জানিব পাৰিলো ।। ধন্যবাদ অৱয়ব দা 👍👍

  • @manjubarman1855
    @manjubarman1855 Před 11 měsíci +6

    তোমাক বহুত ধন্যবাদ এনেকুৱা এটা সুন্দৰ অনুস্থান আমাক উপহাৰ দিয়াৰ বাবে।ঈশ্বৰে তোমাক কৃপা কৰক।

  • @KakaliRoyMondal-vh1cj
    @KakaliRoyMondal-vh1cj Před 11 měsíci +5

    কৃষ্ণ🙏 জয় গুৰু শংকৰ🙏
    মাধৱ বাপ মোৰ ককা হয়। মই ধুবুৰী জিলাৰ গৌৰীপুৰৰ হয়।আধ্যাত্মিক ৰসপূৰ্ণ এই Episode টো চাই সঁ‌চায় আপ্লুত হ'লোঁ।
    আপুনি আৰু আগুৱাই যাওঁক। শুভকামনা থাকিল।

  • @junmonigohain16
    @junmonigohain16 Před 11 měsíci +4

    সুন্দৰ প্ৰচেষ্টা অবয়ৱ। গুৰুজনাৰ বিষয়ে আজিৰ প্ৰজন্মৰ যুৱক হৈ তুমি সমাজলৈ এক নতুন মাত্ৰা প্ৰদান কৰিলা।মৰম আৰু শুভ কামনা জনালোঁ 💕।

  • @ChayaChaya-fc6lp
    @ChayaChaya-fc6lp Před 11 měsíci +9

    জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ 🙏 সকলোতকৈ ভাল লাগিছে এইটো episode চাই । মনটো কিবা‌ এটা ভাল লাগি গ'ল ।

  • @pranjitঅসম
    @pranjitঅসম Před 11 měsíci +15

    আজি সচাকৈয়ে ভক্তি মাৰ্গ দৰ্শন কৰিবলৈ সক্ষম হলোঁ৷ মৰিগাঁৱৰ পৰা শুভকামনা জনালোঁ🙏

  • @priyankagogoi5306
    @priyankagogoi5306 Před 11 měsíci +7

    We really need this kind of Podcast.
    As Young Star you give us Connect our roots ❤️
    Shrimant shankardev amar Param Guru .

  • @chawranjan4030
    @chawranjan4030 Před 11 měsíci +7

    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ ❤

  • @sundeepsaikia5215
    @sundeepsaikia5215 Před 11 měsíci +1

    Joi gogot guru srimanta sankardev

  • @GyanamTuition
    @GyanamTuition Před 11 měsíci +4

    Aboyab ,we hope you become an example for this new generation.. You deserve more and more. You are blessed.. am not writing this comment only for your podcast, but your personality, your thoughts are really unique. You have a great soul. God bless you!

  • @namratabaruah5524
    @namratabaruah5524 Před 11 měsíci +16

    ব্যতিক্ৰমী প্ৰয়াসেৰে সুন্দৰ এটা অনুষ্ঠান৷আগুৱাই যাওক👍[watching from jorhat]

  • @user-iz5tw3wp4e
    @user-iz5tw3wp4e Před 11 měsíci +21

    জয় জগত গুৰু শ্ৰী মন্ত শঙ্কৰদেৱৰ 🙏

  • @nirusaikia7631
    @nirusaikia7631 Před 11 měsíci +9

    🙏 🙏 কৃষ্ণ কৃষ্ণ
    জয় গুৰু শঙ্কৰ।🙏 🙏
    ভকত বাপ জনালৈ ভক্তি ভৰা সেৱা নিবেদিলো।🙏 🙏 কৃষ্ণ কৃষ্ণ

  • @HiraBora-d9l
    @HiraBora-d9l Před dnem

    কৃষ্ণ বাপ আধ্যাতমিক গুৰু দুজনাৰ বাক্য খিনি শুনি ভাল লাগিল বৰগীত ভাগী ধনশ্ৰী ৰাগৰ আশোৱাৰী ৰাগত আৰম্ভ্ৰ কৰা কাৰনে শুদ্ধ ৰূপতো আতৰি যোৱা যেন লাগিল কৃষ্ণ

  • @ratulrishi
    @ratulrishi Před 11 měsíci +2

    Tmr ajir ei podcast tu sobei sabologiya birat gurutwopurno. CZcams ot sage first time. Gurujonar proti bohut sroddha ase mur. Tekhetor uporot iman ata xundor podcast video korar babe tmk ontoror pora dhonyobad.

  • @purabibaishya1174
    @purabibaishya1174 Před 11 měsíci +3

    সুন্দৰ প্ৰচেষ্টা । নতুন প্ৰজন্মক গুৰুজনাৰ লগত ওচৰৰ পৰা চিনাকি কৰাই দিয়াত যথেষ্টখিনি এই podcast টোৱে সহায় কৰিব । এই কলি যুগত ভক্তিয়ে যে একমাত্ৰ মুক্তিৰ মাৰ্গ তাক আমি বুজিব পাৰিলো । এক শৰণ হৰি নাম ধৰ্ম । তোমাক বহুত ধন্যবাদ জনালো অবয়ৱ 🙏 জয় গুৰু শঙ্কৰ 🙏জয় শ্ৰী কৃষ্ণ 🙏

  • @Anuraag.Borah23
    @Anuraag.Borah23 Před 11 měsíci +27

    সকলোকে শংকৰদেৱৰ ৫৭৫তম জন্মোৎসৱৰ শুভেচ্ছা জনালো ।🙏

  • @brishtisaikia522
    @brishtisaikia522 Před 11 měsíci +4

    বৰ ভাল লাগিল এই খণ্ডটো_____ আগুৱাই যোৱা❤️ জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ

  • @prodipneog5641
    @prodipneog5641 Před 11 měsíci +4

    Hats off to your selection of topics for the podcast.❤❤❤ জয় গুৰু শংকৰ 🙏

  • @rinjugogoi5969
    @rinjugogoi5969 Před 11 měsíci +1

    খুব সুন্দৰ episode. এনেদৰে নৱ প্ৰজন্ম আধ্যাত্মিক দিশলৈ আগবাঢ়ি আহক আৰু গুৰুজনাৰ আদৰ্শৰে সমাজত ভাল ভাল কাম কৰি সমাজখন আগবঢ়ায় লৈ যাওক। সুন্দৰ পদক্ষেপ অবয়ব। শুভেচ্ছা থাকিল।

  • @ripunjoyboruah3251
    @ripunjoyboruah3251 Před 11 měsíci +1

    এটি সুন্দৰ আলোচনা। কৃপাল গুৰুজনাৰ সন্দৰ্ভত এনে অনুষ্ঠান আৰু কামনা কৰিলোঁ। জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ

  • @DMahanta78
    @DMahanta78 Před 8 měsíci

    Very relevant and excellent choice of topic and great dialogue in the podcast. Kudos for presenting such a superior quality conversation.
    My regards and Pranam to Madhav Chandra Bhakat Dev. Many aspects of Mahapurushiya way of life came out in the discourse. For example, always speaking in 3rd person (ami/amar vs moi/mur) and always seeking bhokoti (bhakti).
    কৃপাৰ সাগৰ দৈৱকী নন্দন
    পুৰিয়ো মনৰ কাম।
    ভকতৰ সঙ্গ সদা নুগুছোক
    মুখে তুৱা গুণ নাম॥
    🙏

  • @ankshumanbora7825
    @ankshumanbora7825 Před 11 měsíci +9

    জয় গুৰু শঙ্কৰ ❤🙏🏻

  • @NabarunHazarika
    @NabarunHazarika Před 11 měsíci +17

    Your content is growing day by day....Mark my words I had followed your journey since very beginning and you will be one of the greatest CZcamsr of Assam

  • @minakshideka12
    @minakshideka12 Před 11 měsíci +8

    জয় গুৰু শংকৰ !৫৭৫ তম জন্ম জয়ন্তীৰ শুভকামনা জনালো।।।❤️❤️❤️

  • @udityagogoi008
    @udityagogoi008 Před 11 měsíci +8

    I am from Jorhat😊. This podcast on Srimanta Sankardev was truly enlightening. It shed light on his remarkable spiritual journey and his deep devotion. It's a must-listen for anyone interested in his legacy.

  • @nibedita243
    @nibedita243 Před 11 měsíci +10

    জগত গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 575 সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ শুভেচ্ছা জনালো 🙏🙏🙏🥰

  • @sasadharrajbangshi4147
    @sasadharrajbangshi4147 Před 11 měsíci +3

    জয় গুৰু শঙ্কৰ সৰ্ব গুনাকৰ জাক এৰি নাহি কে পাম তোহাৰ চৰনে ৰেনূ খত কৈতি। হে প্ৰনাম খত কৈত হে প্ৰনাম খত কৈত হে প্ৰনাম 🙏🙏🙏🙏

  • @Assameselearntube
    @Assameselearntube Před 11 měsíci +1

    আমাৰ নবপ্ৰজন্মক এতিয়া এনেকুৱা 'Podcast' হে প্ৰয়োজন যিয়ে নেকি আমাৰ সংস্কৃতিৰ লগত বান্ধি ৰাখে।। আমাৰ সংস্কৃতি কি।। আমাক পাহৰিবলৈ নিদিয়ে অসমীয়া সমাজ গঢ়া গুৰুজনাৰ বিষয়ে।। ধন্যবাদ দাদা এনেকুৱা ভিডিঅ' আৰু পাওঁ যে।।❤

  • @sancharibarman703
    @sancharibarman703 Před 11 měsíci +3

    These type of podcast are needed rather than bringing the celebrities. Very good step Aboyob da.

  • @gureepsingh9505
    @gureepsingh9505 Před 11 měsíci +4

    সচাকৈয়ে ভাল লাগিল । কিছু কথা শিকিলোঁ ।‌ অসমীয়া হিচাপে অসমৰ সাংস্কৃতিক ভেটি গঢ়োতা গুৰুজনাৰ বিষয়ে জনাটো আমাৰ কৰ্তব্য ।মোৰ ঘৰ নগাঁও তে , মহাপুৰুষজনাৰ জন্ম স্থান বৰদোৱাৰ ওচৰত । ধন্যবাদ দাদা এনে এটি খণ্ডৰ বাবে । তুমি আৰু আগুৱাই যোৱা, তাৰে কামনা কৰিলো ।

  • @ratulrishi
    @ratulrishi Před 11 měsíci +8

    Very good step. Thank you brother for the wonderful n precious video. Joi Guru Xankar 🙏

  • @jupitorabora4475
    @jupitorabora4475 Před 11 měsíci +3

    Really very great concept for the greatest saint... জয় গুৰু শংকৰ

  • @binoysaikia5363
    @binoysaikia5363 Před 11 měsíci +1

    Bahuttttttttt bahuttttttttt antoror pora Thanku 🙏🏻
    Tumar Bahut growth hok. Amar Guru Amar PRABHU 🙏🏿 Amar ostityo Amar asol porichoi tumi podcast through di ae dorre amar majot ona baabe Bahut bahut akou aebar Thanku 🙏🏻

  • @manjjjit
    @manjjjit Před 11 měsíci +11

    Let's make it the most viewed podcast of his ❤️.. share this podcast with your maa deuta.. and also in family groups 🤫.
    Thanks for this podcast brother ✨

  • @AnkurjyotiBordoloi
    @AnkurjyotiBordoloi Před 11 měsíci +7

    এক সুকীয়া podcast ❤ জয় গুৰু শংকৰ 🙏

  • @debo___jitt9448
    @debo___jitt9448 Před 11 měsíci +6

    জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ 🙏❤

  • @bijayprakashdas1656
    @bijayprakashdas1656 Před 11 měsíci +1

    কৃষ্ণ🙏জয় গুৰু শংকৰ ইমান ধুনীয়া এটি podcast লৈ অহা বাবে অশেষ ধন্যবাদ

  • @uniccreation5322
    @uniccreation5322 Před 6 měsíci

    Khub khundor. Amiyu gurujonar ek khoron nam dhormot aasroy luwa hoise . Aajir projonmoy khotyo khuddh dhormor biporite kebel posimi khongoskritir fale dhapoli melise.eitu eta khub dukhor kotha .

  • @manashibora2925
    @manashibora2925 Před 11 měsíci

    Bohut bhal lagil podcast tu.. maje maje enekuwa podcast dibo lage.. ajir xomoyot enekuwa kotha jona tu bohut proyujon hoi porise... di thakiba enekuwa podcast.. aru bhal kora.. love from jorhat

  • @VlogRekha
    @VlogRekha Před 11 měsíci +2

    Thank you so much to the whole podcast team for inviting such a great personality... please try to meet Dr Rupanjali satnami our beloved Guruma.. for Reiki knowledge ❤

  • @rupjyotigogoi2052
    @rupjyotigogoi2052 Před 11 měsíci +16

    জয় গুৰু শংকৰ 🙏❤️

  • @Kulesh96
    @Kulesh96 Před 11 měsíci

    Val lagil dada..oti xunkale sankar devor bixoye khondo khini anok sai val laibo..thq..jai guru sankar

  • @JAYA1VIDEO
    @JAYA1VIDEO Před 11 měsíci +2

    Being a new generation guy you are doing one of the best podcast episode. Lots of love and blessings..keep it up

  • @GyanWithBedanta
    @GyanWithBedanta Před 8 měsíci

    I'm following the "GURU MARG" since my childhood.i.e. "EK saran hari naam Dharma". I strongly believe that the idea of eksaran is purely scientific . Because there is only one energy that control the whole universe . That's the concept of Eksaran.

  • @darshanachekanidhara1792
    @darshanachekanidhara1792 Před 11 měsíci +1

    Podcast tu sai xosakoi bohut vaal lgil. Eti guruttapurno dinot eti guruttapurno podcast. Eiyatke dhuniya ru din eku hbo nuare eitu podcast r karone. Thank you, Team Untold for this amazing one❤

  • @pujaborah1055
    @pujaborah1055 Před 11 měsíci +3

    কৃষ্ণ🙏
    সঁচাকৈয়ে ভগৱন্তৰ অশেষ কৃপাত আপোনাৰ এই সুন্দৰ খণ্ড ভাগ ৰাইজৰ মাজত বিলাই দিবলৈ সক্ষম হৈছে, আৰু আমিও শ্ৰোতা হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। আপোনালৈ অশেষ ধন্যবাদ 🙌
    জয় গুৰু শংকৰ 🙏

  • @rrdvlogsopedia
    @rrdvlogsopedia Před 11 měsíci +1

    কৃষ্ণ 🙏 জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ। এই podcast টো বহুত দৰকাৰী আছিল। interesting podcast ❤
    কলি যুগত হৰি নামেই সাৰ। কেৱল হৰি নাম। খুব ভাল লাগিল। 🙏

  • @dibyagogoi7823
    @dibyagogoi7823 Před 11 měsíci +1

    কৃষ্ণ কৃষ্ণ ভিডিঅ'টি প্ৰতক্ষ কৰি এনে অনুভৱ হৈছে যেন নৱ প্ৰজন্মৰ মাজত সূৰ্য উদয় হৈছে। ভগৱন্তই সকলোকে কৃপা বৰিষণ কৰক। জয় গুৰু শংকৰ । কৃষ্ণ কৃষ্ণ

  • @path9tv
    @path9tv Před 3 měsíci +1

    Joi guru shankar joi guru madhav joi shri krishno kripa gurudev aai kalyugot keval horinaam lole mukti paba kalyugot bhaktie dhormo baki kunu sadhona kaam nokoribo sesta kori jimanai suwa 😢

  • @Zuga-
    @Zuga- Před 11 měsíci +1

    Jai shree Ram
    Jai Hanuman

  • @zenoncryptoonzenoncrypto-xe2ft
    @zenoncryptoonzenoncrypto-xe2ft Před 11 měsíci +4

    বহুত ভাল লাগিল দেই ❤ মঙ্গলদৈ ৰ পৰা এখোপা মান মৰম যাচিলো 😊❤

  • @monideka4770
    @monideka4770 Před 11 měsíci +1

    Jai guru Sanskar ..ketiyaba Riju Pathak pab k matibo buli akha rakhisu.From Guwahati..

  • @kalpadas5723
    @kalpadas5723 Před 11 měsíci +1

    जिंदगी में टेंशन ही टेंशन है,
    फिर भी इन लबों पर मुस्कान है, क्योंकि जीना जब हर हाल में है, तो मुस्कुराकर जीने में क्या नुकसान है।

  • @rupjyotibezbaruah8065
    @rupjyotibezbaruah8065 Před 11 měsíci +1

    Joi jogotguru srimanta Sankardevor🙏🏼

  • @bikashboruah3576
    @bikashboruah3576 Před 11 měsíci +3

    Hoping for some more such contents, it was great indeed.❤ জয় গুৰু শঙ্কৰ।🙏

  • @arunjyoti
    @arunjyoti Před 11 měsíci +2

    অতি সুন্দৰ prodcast. অসমত প্ৰচলিত বৈষ্ণৱ, শাক্ত, শৈৱ আদিৰ দৰে বিভিন্ন ধৰ্ম, সংস্কৃতিৰ আৰু ঈশ্বৰৰ স্বৰূপৰ আলোচনা কৰা আৰু Prodcast পাম বুলি আশা কৰিলোঁ ।

  • @simantabora.6999
    @simantabora.6999 Před 11 měsíci +3

    জয গুৰু শংকৰ ।জয একশৰন নাম ধৰ্ম ।

  • @binitaborah2152
    @binitaborah2152 Před 11 měsíci

    Huni bahut vl lagil ...guru k kotti kotti pranaam...moi huniye thaku tmr podcast ...vl lage...

  • @daisyrabha2343
    @daisyrabha2343 Před 10 měsíci

    Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna ❤

  • @bashantiborah2411
    @bashantiborah2411 Před 11 měsíci

    জয় গুৰু শঙ্কৰ, আপোনাৰ কথাবোৰে মন চুই গৈছে। যুগ ধৰ্ম লোৱাতোৱেই বাঞ্চনীয়। বৰ্তমান কলি যুগ গতিকে গুৰু ধৰ্ম মানি ৰাম নাম লোৱাৰ বাহিৰে যাগযজ্ঞ পূজা পাৰ্বন অৰ্থহীন।

  • @akhiltanmay
    @akhiltanmay Před 11 měsíci

    Mur Ma a koise ..apunar val hb Aru eyatkoi val Kam Kori jabo buli. Love from Assam udalguri.

  • @travelwithminakshi
    @travelwithminakshi Před 11 měsíci

    Tq so much aboyob eman dhuniya ata episode amar karone agbohua babe.bht nojona kotha episode tur pora janilu.

  • @Kaushikeditzshorts
    @Kaushikeditzshorts Před 11 měsíci +8

    ❤❤❤মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ❤❤❤

  • @shikharanibaruah3267
    @shikharanibaruah3267 Před 11 měsíci +4

    A unique podcast (great one actually) never seen any Assamese podcast like this one.. Appreciable❤.. Keep it up Aboyob✨

  • @trailukyadas8965
    @trailukyadas8965 Před 11 měsíci +1

    সকলোতকৈ পৃথক এটা পদকাষ্ট আপোনাৰ চেনেলত,,,,,বহুত ভাল লাগিল দাদা, গুৰুজনাৰ বিষয়ে বহু কথা শিকিব পাৰিলোঁ❤❤❤❤

  • @jaydeepbhakat-rj6ke
    @jaydeepbhakat-rj6ke Před 11 měsíci +1

    Krishna Krishna🙏🏻🙏🏻

  • @manjubarman1855
    @manjubarman1855 Před 11 měsíci +3

    ভাগৱত ব্যাখ্যাকাৰ প্ৰাণজিত গগৈ বাপজনাক তোমাৰ অনুস্থানত আমন্ত্ৰণ কৰিলে সুখী হ'ম।

  • @santanuborguhain5545
    @santanuborguhain5545 Před 4 měsíci +1

    Hare Krishna 😊

  • @jayantanath.6285
    @jayantanath.6285 Před 11 měsíci

    Moi jayanta nath sualkushi prai aapunalukok bohut bohut dhnnbad jidre aamar guru jnar ktha bur aalchna kriche. kthabur shunia mur mn tu patol patol lagi goiche sheihe
    aakha krichu jate aru bohut anekuya val val video aapuni jate aamak di thake aamar guru jnar bikhoi

  • @Myself_Mrinmoy
    @Myself_Mrinmoy Před 11 měsíci

    Love from mumbai Aboyon da bohut vl lagil sai bohut kotha janibole palu 💙🙏

  • @munmunborgohain1764
    @munmunborgohain1764 Před 11 měsíci +4

    সচাকৈ এক ব্যতিক্ৰমী প্ৰয়াস ❤ভাল লাগিল ❤

  • @razeev4644
    @razeev4644 Před 11 měsíci

    Apuni jibonor asol uddesyo bisora ba jonar pothot khuj dise aru khokoluke gurujonar bikhoye jonuar babe akhekh dhanyabad

  • @prabhakarboiragi8302
    @prabhakarboiragi8302 Před 6 měsíci +1

    Pranjit gogoi bap jonor lgisil podcast 1ta
    Watching from banglaluru

  • @Adventure_with_Homen
    @Adventure_with_Homen Před 11 měsíci

    Tumar Podcast a aji Jen isoror arhibad paise, tene lagil❤🙏🙏

  • @souravjyoti9721
    @souravjyoti9721 Před 11 měsíci +2

    জয় গুৰু শংকৰ । best episode till date🎉

  • @sakilislam3090
    @sakilislam3090 Před 11 měsíci +1

    Love from Sydney, Australia 🌏❤️

  • @biswajitgogoi7686
    @biswajitgogoi7686 Před 11 měsíci +12

    জয় গুৰু শংকৰ