দুখীয়াৰ বাবে ভগৱান। আজিও আছে এনে চিকিৎসক। ১০টকাত কৰে অস্ত্ৰোপ্ৰচাৰ।

Sdílet
Vložit
  • čas přidán 5. 07. 2022
  • দুখীয়াৰ বাবে ভগৱান। আজিও আছে এনে চিকিৎসক। ১০টকাত কৰে অস্ত্ৰোপ্ৰচাৰ। দৰমহাৰ টকাৰে দুখীয়াৰ দৰৱো কিনি দিয়ে।

Komentáře • 934

  • @manojtalukdar6647
    @manojtalukdar6647 Před 2 lety +352

    সহকাৰী অধ্যাপক ডা: সদাগৰ দেউৰীক চৰকাৰে উচিত মানদণ্ডৰে পুৰস্কৃত কৰিব লাগে 👍👍👍👍👍 @ অসম গৌৰৱ বা পদ্মশ্ৰী বঁটা বাবে মনোনয়ন কৰিব লাগে , তেতিয়াহে আন সকলে উৎসাহিত হব ✊✊✊

  • @manjitman2384
    @manjitman2384 Před 2 lety +167

    সাধাৰণ মানে একেবাৰে একেবাৰে সাধাৰণ কোটি কোটি প্ৰণাম জনালোঁ তেওঁক 🙏🙏🙏🙏

    • @aftabahmed-cx5qp
      @aftabahmed-cx5qp Před 2 lety +1

      💯 brother 🌹🌹🙏🙏

    • @rupkantapathori2852
      @rupkantapathori2852 Před 2 lety

      মানুহে অকণো ভাবি নাপায় যে ধন টকা পয়চা লগত নেযায় বুলি।মানুহক সদায় লাগে লাগে আৰু লাগে । ভগৱানেও আশীৰ্বাদ দি মানুহক সহায় কৰিবলৈ শক্তি দিয়ে যেন

  • @pilygoswami9414
    @pilygoswami9414 Před 2 lety +147

    ডাঃ সদাগৰ ডেউৰী ডাঙৰীয়াক শলাগ লবলৈ মুখৰ মাত হেৰাই গৈছে ।তেখেতলৈ শতকৌটি প্ৰণাম জনাইছো । আমাৰ দাবী তেখেতক উপযুক্ত সন্মানেৰে অসম চৰকাৰে পুৰস্কৃত কৰক । তেখেতৰ দীৰ্ঘায়ুস কামনা কৰিলোঁ ।

  • @pankjgogoi2451
    @pankjgogoi2451 Před 2 lety +104

    নিউজ চেনেল বিলাকৰ অলপ দেৰীহে হ'ল... কেতিয়াবাই প্ৰচাৰ লাভ কৰিব লাগিছিল ... এনে বাতৰি বিলাক জানিলেহে ভাল লাগে... ভাগ্য বুলিয়ে কব লাগিব নিজে লগ পাইছোঁ... এক অসাধাৰণ ব্যক্তিত্ব ....ভগৱানে তেওঁক কুশলে ৰাখক 🙏🙏

    • @kaustuvvlog3934
      @kaustuvvlog3934 Před 2 lety

      মইউ লগ পাইছো চাৰক তিনি বছৰৰ আগত

  • @digantajyotibordoloi6869
    @digantajyotibordoloi6869 Před 2 lety +58

    সদাগৰ দেউৰী আপোনালৈ শ ত কোটি নমস্কাৰ ভগৱানে আপোনাক মঙ্গল কৰক

  • @ramendas2444
    @ramendas2444 Před 2 lety +72

    ড: সদাগৰ ছাৰ সছাকৈ দুখীয়াৰ ভগৱান।
    যিটো সময়ত অতি কমেও ৫০০/টকা ফিজ লয় সেই সময়ত ১০/টকা ভাবিলে আচৰিত লাগে।এনে ব্যক্তিক চৰকাৰে ভাৰত ৰত্ন সন্মানেৰে অভিভূত কৰিব লাগে।
    🙏👌

    • @aanali3453
      @aanali3453 Před 2 lety +1

      Bhgoban buli koi bhal manu jonok apomanhe krisa manu ketiyao bhgoban hbo noware

    • @Tired524
      @Tired524 Před 2 lety

      Bhogobanor tu dyut u hobo pare. bhogobanor nisina buli hae kuwa hoise saage.

    • @aanali3453
      @aanali3453 Před 2 lety

      @@Tired524 bhogobanor
      Homan konowe nai moha manob hbo pare

  • @dhanjyotigogoi88
    @dhanjyotigogoi88 Před 2 lety +17

    সন্মানীয় চিকিৎসক, ডেউৰী ডাঙৰীয়া
    দুখীয়া মানুহৰ ভগৱানৰ অৱতাৰ স্বৰূপ বুলি ভাবিব পাৰি,, তেখেতৰ কৰ্মৰ যোগেদি
    যি সময়ত এচাম ডাক্তৰে গলা কাটি ৰুগীৰ পৰা টকা আদায় লয়।
    এই ক্ষণত ডেউৰী চাৰলৈ আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিলো🙏🙏

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 Před 2 lety +48

    শুনি বৰ ভাল লাগিল Sir, 🙏🙏🙏 সেৱা জনালোঁ। মই ড, সৰ্বেশ্বৰ ‌ভূঞা চাৰক লগ পাইছোঁ তেওঁও এনে সুন্দৰ মনৰ অধিকাৰী। 🙏

  • @probinkumarkakati6151
    @probinkumarkakati6151 Před 2 lety +77

    মই তেখেতক পাইছো তেখেতৰ কথাও বহুতৰ মুখত বহুত ভাল ডাক্তৰ পৰিচিত গতিকে তেখেতৰ বিষয়ে কবলৈ ভাষাই নাই °

  • @monuramkhaklary5613
    @monuramkhaklary5613 Před 2 lety +117

    ঈশ্বৰে তেওঁক সুস্থ কৰি ৰাখক। তেওঁৰ দীৰ্ঘায়ু কামনা কৰিলো 🙏🙏🙏

  • @rupomjyotiborah1468
    @rupomjyotiborah1468 Před 2 lety +21

    তেওঁ সদায় চাইকেল লৈ যে অহা যোৱা কৰে কোনো খং নাই অসংকা নাই বহুত মৰমিয়াল proud feel কৰোঁ যোৰহাট জিলাৰ মানুহ হিচাপে যে পাইছোঁ তেনে এজন মহান ডক্তৰ

  • @pranabkumarsamrma731
    @pranabkumarsamrma731 Před 2 lety +85

    চিকিৎসক ৰ লগতে ভগবানো 🙏🙏🙏🙏🙏🙏নমস্কাৰ আপোনাক 🙏🙏🙏🙏🙏🙏

  • @sanamborah1077
    @sanamborah1077 Před 2 lety +33

    জানি ভাল লাগিল ❤️ ভগৱানে তেওঁক মঙ্গল কৰক ,কুশলে ৰাখক ।

  • @abhijitborgohain5505
    @abhijitborgohain5505 Před 2 lety +62

    দুখিয়াৰ দুখ নুবুজা তেজ সোহা অন্য ডাক্তৰ সকলেও এই আদৰ্শ লওঁক তাকে কামনা কৰিলো !

    • @dipenboruah2675
      @dipenboruah2675 Před 2 lety +1

      Vhal lagil

    • @nazneenbagum2120
      @nazneenbagum2120 Před 2 lety +1

      Thik koise

    • @lpdas639
      @lpdas639 Před 2 lety +1

      কামনা কৰিলে কি হব? সেই আদৰ্শ নলয়। তেওলোকক লাগে বহুত লাগে । medicine ৰ কমীচন Test reportৰ কমিচন ,হাজাৰ টকা Fees Last time nourshing Homeত admit কৰি তাৰ commision পিচত resultকিহল? ৰাম ৰাম সত্য হে ।

  • @asharjyavlogassam
    @asharjyavlogassam Před 2 lety +26

    সদাগৰ দেউৰী ডাঙৰীয়ালৈ কৌটি কৌটি প্ৰণাম। চিকিৎসক সকল মানৱসেৱাৰ প্ৰতি ধাৱমান হওক । তাকেই কামনা কৰিছো।

  • @RATULHALOI156HALOI
    @RATULHALOI156HALOI Před 2 lety +12

    আজিৰ দিনত এনেকুৱা মানুহ ও আছে
    ভাল লাগিল আখা কৰু ভগবানে তেওঁক বহুত
    দিন জিয়াই ৰাখে ❤❤❤ নলবাৰী ৰ পৰা
    God bless you 🙏🙏🙏

  • @budhinsaikia6300
    @budhinsaikia6300 Před 2 lety +54

    এইজন দুখীয়াৰ ভগৱান হয়_বৰ দয়ালু। বহুবাৰ বিভিন্ন ৰোগীৰ লগত যাওতে এখেতৰ লগত বহুবাৰ প্ৰতক্ষ্য ভাবে লগ পাইছোঁ_কথা পাতিছোঁ। তেখেতে পৰিধান কৰা পোচাক....!! কিন্তু মূৰ দোঁ খাই যাই।
    ভগৱন্তই তেখেতক সুস্থ শৰীৰে ৰাখি পৰমায়ু প্ৰদান কৰক। সেৱা ধৰিছোঁ তেখেতৰ চৰণত।

  • @rajibsaikia1473
    @rajibsaikia1473 Před 2 lety +19

    ডা:সদাগৰ দেউৰী চাৰক।ম ই বহু ত
    বাৰ লগ পাইছোঁ,তেখেত এজন মানব দৰদী , সকলোকে সমানে চাই,🙏🙏🙏

  • @chowlengdonahom1105
    @chowlengdonahom1105 Před 2 lety +11

    আমাৰ মংগোলইদ জনগোষ্ঠীৰ মানুহবোৰ সহজ-সৰল, শান্তি প্রিয়।। আপোনাৰ সু-স্বাহ্য আৰু দীর্ঘায়ু কামনা কৰিলো Sir 🙏🙏🙏❤❤❤

  • @dheerajborman133
    @dheerajborman133 Před 2 lety +23

    ভগৱান ওপৰত নাই, পৃথিৱীতে থাকে 🙏

  • @manojkumardutta8590
    @manojkumardutta8590 Před 2 lety +49

    এইজন প্ৰকিত চিকিৎসক। আজিকালি চিকিৎসক বুলিলে ভয় লাগে সকলো লুতি পুতি নিয়েবুলি

  • @bablulama197
    @bablulama197 Před 2 lety +25

    দূয়োজন দুখিয়াৰ ভগবান🙏🙏🙏🙏

  • @hemantatumung4084
    @hemantatumung4084 Před 2 lety +25

    বাকী ডাক্তৰবিলাকেও ডাক্তৰ দেউৰী ছাৰৰ দৰে আদৰ্শ গ্ৰহন কৰিব লাগে ৷

  • @jitumanideka2948
    @jitumanideka2948 Před 2 lety +23

    He is helping needy, in return almighty God will help him whenever required. Deserve for nobel award for peace.

  • @barshadas6268
    @barshadas6268 Před 2 lety +9

    Padmasri, Padmabhushan Dr. Deuri Sir e hai asolote deserve kore. God bless him 🙏🙏

  • @shruteeburagohain8459
    @shruteeburagohain8459 Před 2 lety +6

    দেউৰী ছাৰ দীৰ্ঘজীৱি হওঁক তাৰে কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ 🙏🙏

  • @tridipdoley5902
    @tridipdoley5902 Před 2 lety +15

    Assam govt should reward this Giant person❤️❤️❤️🤞

  • @anowara.begum23
    @anowara.begum23 Před 2 lety +2

    বহুত ধন্যবাদ তেখেতৰক।আজিৰ চিকিৎসক সকলৰ‌ ্মাত্ৰ টকাহে চিনি্‌্পাই‌‌্্

  • @nurulali1402
    @nurulali1402 Před 2 lety +14

    Allai bohut din jiai rakhakh tekhetok ami o duwa korim amin

  • @pkconstructionallhousetype1395

    Bhut Val doctor..moi oparetion karisilu .2021 t
    He is God...🙏🙏🙏🙏🙏

  • @champadaimary6309
    @champadaimary6309 Před 2 lety +8

    Real Sir, 🙏Bhagavan tulya manuh🙏🙏🙏💐

  • @susmitachakraborty3360
    @susmitachakraborty3360 Před 2 lety +11

    Salute to Dr Deuri sir.

  • @deepaliphukan9022
    @deepaliphukan9022 Před 2 lety +5

    Moi hunisilu siror bikhoy...adiin rastat dekhi a sini palu...your are great sir...🙏🙏

  • @chandannath2566
    @chandannath2566 Před 2 lety +12

    Thanks doctor, you by heart and soul really a doctor, salute you.

  • @rajajvlog1435
    @rajajvlog1435 Před 2 lety +11

    He save my life twice... Thanks sir

  • @LahoiDeuri
    @LahoiDeuri Před 2 lety +6

    He deserve to be a Padma award of India ......

  • @amitnath8580
    @amitnath8580 Před 2 lety +6

    Grand salute Sir.... God Bless you Sir....

  • @zikragreenfarm
    @zikragreenfarm Před 2 lety +3

    Tekhetor dore manuh ase buli prithivi...jiyai ase... respect from soul

  • @crazynhk5030
    @crazynhk5030 Před 2 lety +2

    Tewloi bohut bohut pronam.. Bohu doctor val ru bohu doctor biyobhar bea.. Ru madical burot jibur staff thake tewlukor biyobhar ru bea hoi.. Private madical ru Government madical jatia jabo pry bhag doctor a val biwohar kore kin2 baki ji hokol tolor khapor kormi thake tewlukor biwohar bohut bea.

  • @dhananjoykalita3118
    @dhananjoykalita3118 Před 2 lety +24

    I THINK EVERY BODY SURPRISE BY HEARING THE NEWS ABOUT DR. DEURI . HE IS HUMAN GOD IN THIS AREA. PEOPLE ALSO LUCKY OF JORHAT AREAS. 💯🙏🙏🙏

  • @jugendersaikia4176
    @jugendersaikia4176 Před 2 lety +3

    এনে মহান চিৰ নমৈছ লোক জনৰ পৰা আদৰ্শ লব পাৰিব নে আজিৰ সমাজৰ ডক্তৰ সকলে, এনে সকলক ভাৰত ৰত্ন সন্মান দিয়া টো ভাল উচিত।

  • @LuxxMann
    @LuxxMann Před 2 lety +9

    Its a priviledge to have work under him…
    Eta kotha monot porile…jtya moi internship korisilu….eta case ahisil, jijon patient hepatitis positive….putting himself in risk he carried out the entire surgery….I was assisting him….tekhete mk jiman pare atorr porai assist koribo dile…and trust me his hands are so fine…iman kom bleeding ot surgery kora moi kotu dekha nai…
    I have seen God!!! The respect I have for him in my heart is limitless…long live deori sir

    • @surajpegu5984
      @surajpegu5984 Před 2 lety +1

      Great! You are lucky to have him...and you will be called the lucky and successful person when people see you are trying to act the same and you will find yourself the luckiest, successfull and blessed person when you can see yourself following the same footsteps what you have earned from that Ideal Person...!
      Best wishes...!
      One fine day everyone in this world should hear that today "You are the another name for Deuri Sir!

    • @supriyabarman6820
      @supriyabarman6820 Před 2 lety

      Thanks

  • @journeytogether6449
    @journeytogether6449 Před 2 lety +1

    Manuh r karone teu bhogowan...ishware teu k dighayu korok ..tekhetor susastho kamona korilu..anyo docoit rupi doctors Bure teu r pora shikbo lage...Sorkare teu k puroskito koribo lage..🏆

  • @ezazahmed8118
    @ezazahmed8118 Před 2 lety +2

    May Dr.Deuri Sir lives 100 more years to serve humanity..🙏
    Sir Deserves Bharat Ratna to encourage other Doctors to follow his noble path🙏

  • @nobajyotibora4352
    @nobajyotibora4352 Před 2 lety +8

    ভগৱানে তেখেতক সদায় কুশলে ৰাখক 🙏

  • @utpaldeka9800
    @utpaldeka9800 Před 2 lety +15

    Deuri sir r nijor ghar nai teu etiau bhara ghorate thake aru xodai cycle loi duty loi ahe.

  • @krishnabasistha7104
    @krishnabasistha7104 Před 2 lety +1

    ডাঃ সদাগৰ দেউৰী আৰু ডাঃ সৰ্বেশ্বৰ ভূঞা দেৱতাৰ তুল্য। দুয়ো মহান ব্যক্তিক অসম চৰকাৰে মান সন্মান দিব লাগে।

  • @pareshkalita3672
    @pareshkalita3672 Před 2 lety +4

    Ekhat manab nahai manab rupi goribar bhagaban he. God bless him

  • @bitupanhazarika5354
    @bitupanhazarika5354 Před 2 lety +10

    God bless you..sir..

  • @HEALTHY_LIFE_365
    @HEALTHY_LIFE_365 Před 2 lety +5

    great sir... a big salute for you sir. 🙏🙏🙏🙏🙏🙏🙏

  • @sangrambangthai2938
    @sangrambangthai2938 Před 2 lety +1

    ভগৱানৰ দ্বিতীয় স্বৰুপ.... জানিবলৈ পাই সুখী হৈছোঁ, চৰকাৰীভাৱে অলপ সন্মান জনালে অত্যন্ত সুখী হম....

  • @babyburagohain4468
    @babyburagohain4468 Před 2 lety +1

    একদম সত্য। আমি লগ পাইছোঁ মোৰ বান্ধৱী JMCH কৰ্মৰত সিহঁতৰ মুখতো প্ৰায় শুনি থকা হয় চাৰৰ কথা। চাৰৰ সুস্বাস্থ্য কামনা কৰিলো।।

  • @michaelchurinofficial1497

    Bohut hohai kore dukhiyak God bless him abundantly

  • @utpalbaruah6968
    @utpalbaruah6968 Před 2 lety +4

    Highly respected Doctor, what a lovely n pure humanity, he is highest doctor in the world, he is the most worthy for prayer of the long live, govt. should be rewarded n respect him as soon as early,

  • @nityanandagoswami8527
    @nityanandagoswami8527 Před 2 lety +1

    ডাঃসদাগৰ দেউৰী ডাঙৰীয়ালৈ আমিও প্ৰণাম জনাইছো,দুখীয়াৰ ভগৱান সদাগৰ দেউৰী মহানুভৱতাৰ সদাগৰ…দীৰ্ঘায়ু শ্ৰী কুশল কামনা কৰিছো

  • @anibro4162
    @anibro4162 Před 2 lety +11

    May God bless him for long life to help poor people. His appearance remembered me Albert Einstein. So great they are !

  • @leninmilileninmili8923
    @leninmilileninmili8923 Před 2 lety +7

    Sir God bless him....

  • @saradadevi...0mnamathshiba54

    May God bless him. 🙏🙏🙏

  • @pritamroy12345
    @pritamroy12345 Před 2 lety +1

    শত কৌটি প্ৰণাম জনাইছো ছাৰ আপোনাক। লগতে দীৰ্ঘায়ু কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। অসম চৰকাৰে এনেকুৱা চিকিৎসকক উপযুক্ত সম্মানেৰে সম্মানিত কৰিব লাগে । জয় আই অসম।

  • @RakeshMandal-nj8yl
    @RakeshMandal-nj8yl Před 2 lety +1

    Wow, এইজনহে doctor, amar ifale ajon dokait doctors ase , rugi saleii 500 Toka dibo lagee, goribor babe bohut problem hoi ,, aijon doctorok koti koti pronam 🙏🙏🙏

  • @ujjalasaikia1904
    @ujjalasaikia1904 Před 2 lety +4

    So honest doctor. God bless you .

  • @dipjyotiborthakur
    @dipjyotiborthakur Před 2 lety +5

    Great sir 🙏

  • @jonalirabha1508
    @jonalirabha1508 Před 2 lety +1

    ভগবানৰ বৰ্দান হই তেখেত এনেকুৱা ভাল মানুহ বিচাৰিলে ও নেপাই ভগৱানে ভালে কুশলে ৰাখে যেন তেখেতক 🙏🏼🙏🏼

  • @utpalbdas
    @utpalbdas Před 2 lety

    লগ পাইছোঁ!!! একেবাৰে সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰে!!! এই জনে মানৱ সেৱাৰ প্ৰকৃত চিকিৎসক! মানৱতা জীয়াই ৰাখিছে

  • @birenmurah8738
    @birenmurah8738 Před 2 lety +4

    Bhagawane tekheyok khodai khukhe rakhok❤️❤️❤️

  • @MountainGaming2506
    @MountainGaming2506 Před 2 lety +8

    May God bless him and his family to live long.

  • @robinchangmai9312
    @robinchangmai9312 Před 2 lety

    বহুত মহৎ কাম কৰিছে । সেয়ে এই জনমৰ উচিত কৰ্ম আৰু ধৰ্মৰ গৰাকী লৈ , 🙏প্ৰণাম জনালো ।

  • @lakheswardas4212
    @lakheswardas4212 Před 2 lety +2

    Bohut val manuh .salute sir

  • @sumonsaikia1825
    @sumonsaikia1825 Před 2 lety +5

    God bless you Sir......🙏🙏🙏

  • @Moina424G
    @Moina424G Před 2 lety +3

    বহুত বহুত ধন্যবাদ আপোনাক 🙏🙏🙏

  • @aim3607
    @aim3607 Před 2 lety +1

    Salute.... nemcare hayat excelcare ot gole edinote poisa safa hoi jai...... sikitsha koribou bhoi kore bohut Karon poisa sesh hoi jai...Axom gourav sanman dibo lage....aru important kotha eta ..baki bur doctors u ekhetor pora siksha louk..eta ase' selfless service 'aru eta service hoise 'service before self'..enekua doctor u dekhisu patients or logot besi kotha nokoi..ki hoise bhaldore bujai nokoi...dham dhum medicine likhi gol...bhalke nasai e...

  • @biswajitdutta5607
    @biswajitdutta5607 Před 2 lety +2

    ভগৱানে ভালে ৰাখক তেওঁক। 🙏🙏🙏

  • @jahmedahmed1320
    @jahmedahmed1320 Před 2 lety +11

    Hey God long live him 🙏

  • @ranjitkrgogoi5190
    @ranjitkrgogoi5190 Před 2 lety +3

    Very good reporting.. this type of news must be spread.for good 👍

  • @mukutabordoloi1003
    @mukutabordoloi1003 Před 2 lety

    ডা‌ সদাগৰ‌ দেউৰীক‌ হাজাৰ‌ বাৰ‌ প্ৰনাম‌ জনাইছো‌ ।আৰু‌ অসম‌ চৰকাৰক‌ অনোৰোধ‌ জনাম‌ যে‌ তেখেতক‌ উপযুক্ত‌ সন্মান‌ দিবৰ‌ কাৰনে‌ ।এনে‌ মানুহ‌ শত‌ নহয়‌ হাজাৰতহে‌ এজন‌ পোৱা‌‌ যায়‌ ।

  • @girindasarmah8003
    @girindasarmah8003 Před 2 lety +1

    ভগৱানে আপোনাক মঙ্গল কৰক

  • @rinibegum8766
    @rinibegum8766 Před 2 lety +3

    Sir, Dil se SALAM,or DUA 🙏🙏🙏🙏

  • @sahadevmili2385
    @sahadevmili2385 Před 2 lety +7

    salute to you sir.

  • @abhideuri3055
    @abhideuri3055 Před 2 lety +8

    Good bless him...

  • @sadekali7308
    @sadekali7308 Před 2 lety +7

    He is a real God for man

  • @maryborah584
    @maryborah584 Před 2 lety +6

    Welcome sir. God help you always.

  • @bigogio4985
    @bigogio4985 Před 2 lety +12

    May God bless him🙏

  • @dulaldowarah1208
    @dulaldowarah1208 Před 2 lety +2

    Real Doctor..🙏🙏🙏

  • @prabalbhattacharya8528
    @prabalbhattacharya8528 Před 2 lety +2

    Salute u Sir,he should be awarded with Padma award by the government of India.in today's world mostly doctors are highly comercial, running after money ...

  • @sajidabegum1382
    @sajidabegum1382 Před 2 lety +8

    Sir r years kimaan hoise moi najanu kintu Allah r osorot duwa korisu ru 100 bosor jeai thakok

  • @subhashborolitileworld2003

    That's why called doctor is god🙏🙏🙏

  • @rkentertainment198
    @rkentertainment198 Před 2 lety

    ধন্যবাদ ছাৰ....সকলো মেদিকেলত যদি এনেকুৱা চিকিৎসক থাকে দুখীয়া মানুহ খিনিৰ বাবে বহুত সুবিধা হব।

  • @ekramulhoque4663
    @ekramulhoque4663 Před 2 lety +6

    Great Man

  • @nurulhussain2956
    @nurulhussain2956 Před 2 lety +7

    May God bless him 🙏🙏🙏🙏🙏🙏

  • @bhriguchetia9414
    @bhriguchetia9414 Před 2 lety +10

    God bless him

  • @jayantadoimari9645
    @jayantadoimari9645 Před 2 lety

    বহুত বহুত ধন্যবাদ, আপুনি সচাকৈ বহুত ভাল মানুহ, আপোনাক ভগৱানে সদাই আশিবাদ দিয়ক সেই কামনা কৰিছো

  • @kanakgogoi2927
    @kanakgogoi2927 Před 2 lety

    I am salute Dr Deori Sir . You are. Proud of our humanity . May God bless you .

  • @dimpicreation4856
    @dimpicreation4856 Před 2 lety +4

    Great man 👍may God bless him ❤️

  • @tarulatahazarika6418
    @tarulatahazarika6418 Před 2 lety +4

    Big salute teuloi🙏🙏🙏

  • @p.d.4895
    @p.d.4895 Před 2 lety

    এইজন মহান চিকিসংক জনক যুগে যুগে জিয়াই ৰাখিৱ লাগিব ,,,, হিয়া ভৰা হাজাৰ লাস লাস প্রনাম যাচিলো,,,,

  • @raghuboro1655
    @raghuboro1655 Před 2 lety +1

    ভগৱানে তেওঁক দীৰ্ঘায়ু কৰি ৰাখক🙏🙏🙏 শত কৌটি প্ৰনাম ।

  • @kashrinayourrongdiceisions6335

    God bless you sir

  • @specialchakna3430
    @specialchakna3430 Před 2 lety +5

    Great man, hero 🇮🇳🙏🙏👍

  • @Sivasagar04
    @Sivasagar04 Před 2 lety

    এনে চিকিৎসকৰ হাতত ৰোগী আৰোগ্য হোৱাতো ১০০% ৷ কৰ্মই যে ধৰ্ম সেয়া এওঁৰ পৰা শিকক নৱপ্ৰজন্মই 🙏

  • @Animadutta.
    @Animadutta. Před 4 dny

    দেউৰী ছাৰ কুশল কামনা কৰিছো , ভগৱানৰ ওচৰত