Oti xundor 👍👍👍👍
কি বুলি কম ভাষা নাই ইমান সুন্দৰ
এতিয়ালৈকে যিমান দিহানাম শুনিলোঁ সকলোতকৈ শ্ৰেষ্ঠ সুন্দৰ এইভাগি দিহানাম অন্যতম।নৱপ্ৰজন্মৰ হিচাপে নূপূৰ দিহানামৰ দলটিয়ে সাত্বিকতা ৰক্ষা কৰি, সম সাজ- পোচাক পৰিধান কৰি এটি সুন্দৰ দিহানাম নিৰ্বাচন কৰি সুন্দৰ পৰিবেশন কৰিছে। তোমালোকৰ দলটিৰ দলীয় ঐক্য অটুট থাকক জয়যাত্ৰা অব্যাহত থাকক তাৰে কামনা কৰিছো । অহংকাৰ শূন্য হৈ আগবাঢ়ি যোৱা তোমালোক💝💐👍
Dhuniya hoise ❤
Lords Krishna bless you
Bohut val lagese
Best of luck to your Naam party. Krishna.........
বৰ সুন্দৰ মাত শুনি বহুত ভাল লাগিল ।
What a voice❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Xundr kontho xundr nam xuni thakib mn jai.. Aguai joa nupur
Suni thakile deh mon jur pori jae, ati sundar, suvesya jinalogon,
কি কম ভাষা নাই 🙏 অতি সুন্দৰ প্ৰভু ভগৱন্তই কৃপা কৰক🙏
Voice Nice 👌 Jai Shree Krishna🙏🙏
Oti Sundar...Mon chui goise...anugrah kori likhita rup diok...
ইমান সুন্দৰ কণ্ঠ 🙏সকলোলৈকে দীৰ্ঘায়ো কামনা কৰিৰো চাই থাকিব মনজায় তিনিবাৰ হল চোৱা 👏👏
অতি সুন্দৰ ,,শুভ কামনা থাকিল 🎉❤
কি সুন্দৰ অপূৰ্ব voice tumar ♥️♥️🌸
Vare Vare good Krishna Krishna god bless you
অতি সুন্দৰ প্ৰদৰ্শন ভাল লাগিল প্ৰথম হোৱা বিচাৰকৰ ভাল চিলেকছন
ধুনিয়া হৈইছে পৰিবেশন 🙏🙏
সুন্দৰ কণ্ঠ; সুন্দৰ পৰিবেশন ; সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ; লগতে এইনাম ভাগী অন্য কোনো দ'লে অথবা কোনো লোকে পৰিবেশন কৰে চাব যাতে বিসংগতি নহয়; কিয়নো আমি সজায় পৰায় আগবঢ়াই দিয়া ভালে কেইভাগ নাম প্ৰচাৰ মাধ্যমত বিকৃতি কৰি পৰিবেশন কৰা পৰিলক্ষিত হৈছে; এইভাগ নামো আমিয়ে কথা সুৰেৰে সজাইছিলো; । নুপুৰ দিহানামৰ দ'লটিয়ে মামণি হাজৰিকা আই গৰাকীৰ যোগেদি সুন্দৰকৈ উপস্থাপন কৰাত অতিশয় আনন্দিত হৈছো।❤❤❤
অপূৰ্ব অনন্য আৰু অতুলনীয়
Mojja bhanti
Iman hundor kontho agbahi jua
Bhut bhut besi val lagise
Sweet voice
সুন্দৰ 🔥🔥🔥🔥 । কবলৈ ভাষা নাই 🙏🙏🙏🙏
❤❤ Xundar ❤❤
বহুত ভাল লাগিছে আগলৈ আগুৱাই যোৱা ❤❤❤❤❤❤❤❤❤❤
Insta Handle bur description t dbo lage gutei team r ako 😊❤❤ ( Namoti vaagor right side orthaat khul r fale besi koi aruu 🤌🏻 )
সুন্দৰ ❤❤❤
বহুত ভাল লাগিলে
সুন্দৰ।। বহুত ভাল লাগিল ❤।।
Iman hundar kontho ...🙌🙌
Facebook t paisilu.atia CZcams t search Kori Sai asu.bohut dhunia.
Mojja ❤❤
সুন্দৰ❤️
Hunile huni thkb mn jai❤❤❤.aguwai jboloi vgbne humoti diok🙏
Bhut dhunya ❤
Dhuniya kantha
Moja
ধুনিয়া
Bhut val lagil tumi aguwai juwa axibad thakil tumar lgte tumar dol tu loi
ভাল লাগিছে নাম শুনি
বহুত বহুত শুভ কামনা।🙏🙏🙏🙏🙏🙏
Oti sundor kontho ag bahi juya
বৰ সুন্দৰ কৃষ্ণ
বহুত বেছি ধুনীয়া কণ্ঠ
Xundor kontho ♥️♥️♥️
অতি সুন্দৰ 🌺
সুন্দৰ কণ্ঠ কৃষ্ণ 🙏
So sweet voice🎉❤️😇😇
ইমান সুন্দৰ কৃষ্ণ কৃষ্ণ
Sibani Borah AmolgouriMou Diha nam Bohuto gan gou ❤🎉⏏️▶️⏸⏯️⏹⏺⏭️⏮️⏩⏪⏫⏬◀️🔼🔽
আজি তাৰিখ লৈকৈ মই অতি কমেও ২০ বাৰ উপৰত শুনিলো ইমান সুন্দৰকৈ পদ ভাঙনি দিহা উপস্থাপন কৰিছে সচাকৈ লেখত লবলগীয়া নামৰ উভয়ে নেগেৰা খোলৰ বিলম্বিত লয় মধ্য লয় আৰু দ্ৰুত লয় বৰ সুন্দৰকৈ ফুটি উঠিছে❤️❤️
আপোনালোকৰ দলটি আৰু আগুৱাই যাওক 🙏🙏🙏
জয়তু অসমীয়া সংস্কৃতি ❤️
জয়তু জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ 🙏
কৃষ্ণ কৃষ্ণ🕉️
সুন্দৰ পৰিবেশন। ভাল লাগিল।
wow ❤
শুনি শুনি আমনি নলগা কণ্ঠ
Iman hundr hur ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
ইমান সুন্দৰ কন্ঠ শুনিয়েই ভাল লাগিছে । এনেকৈ আগবাঢ়ি যাওক ❤🙏🙏
Kon kon Mainahtloi 🙏🙏🙏
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
সুন্দৰ।নামষাৰ লিখিত ৰূপত দিবলে অনুৰুধ জনালোঁ!🙏🙏
ভাল লাগিলে কালি দিহা নাম চাবলয় গৈছিলো ❤
❤ 9:38
Krishna
❤❤
Dim kintu tomar namto ki lihi diy
বহুত সুন্দৰ হৈছে ৷
🙏🙏🙏
সৰ্বশ্ৰেষ্ঠ দিহানামৰ দল।
❤
🥰🥰🥰🥰
🙏অতি সুন্দৰ🙏❤❤from BANGALORE
Karishma nath r pe pe pe pe t koi bahut oparat .... Seibilk any janapriya kre asolate ai bilk he hb lge....
দাদা অনুগ্ৰহ কৰি এই দিহানামটিৰ প্ৰতিলিপি এটা দিব পাৰিব নেকি আৰু এই দিহানামটি ৰচিত কোনে কৰিছে জনাব নেকি 🙏 পাৰে যদি জনাব চোন দাদা ।বা জনিৰ কণ্ঠত দিহানামটি শুনি বৰ ভাল লাগিছে আমি গাব বিচাৰিছিলো । অনুগ্ৰহ কৰি জনাব 🙏
😢❤
দিহানামটো লিখিত ৰূপত দিব
বা বহুত ভাল লাগিল
ইমান সুন্দৰ
*কাৰিশ্মা নাথ ডাঙৰীয়ানী আপুনি অলপ দিন ক্লাছ লব এই সৰস্বতী বিৰাজমান নামতী গৰাকীৰ ওচৰত। এয়া হে আচল নাম, শুনিলেই মনত ভক্তি ভাৱ জাগৰণ হৈ উঠে। কৃষ্ণ*
কি সুন্দৰ কণ্ঠ। শুনিলে শুনি থাকিব মন যায়
❤❤❤
🎉🎉❤
বৰ ধুনীয়া লাগিল ।❤❤❤
শুভেচ্ছা থাকিল
খুউব সুন্দৰ
মাইনা কিজনী ইমান সুন্দৰ কৈ নাম পৰিবেশন কৰিছে অ
Bor val hoise ❤❤
ইমান ধুনীয়া share নকৰি নোৱাৰিলো কৃষ্ণ 🙏🙏
, ইয়াৰ পিছত ক'ত গাবা
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ হৈছে ।নামভাগ লিখিত ৰূপত দিবছোন ।
দল টোৰ ফোন নং টো পাম নেকি
Bor xundor tumar konthoti aguai juwa anekoi❤❤❤❤
Karishma Nath ye aulukar pora kisu khikibo lage😅😅😅😅
ৰাইজ জনপ্ৰিয় এনেধৰণৰ মানুহক কৰক৷❤️
😢