Nedekha Fagun || Ep -150 || 06.11.2021

Sdílet
Vložit
  • čas přidán 5. 11. 2021
  • "Nedekha Fagun" is a pleasant love story between two couples who lives in a village. They have to face various problems because of their caste etc.
    For upcomming twist between Misimi & Ruplin in the serial watch "Nedekha Fagun" mon-sat at 9pm & 11:30pm.
    #rengoni #entertainment #nedekhafagun #lovestory
  • Zábava

Komentáře • 1,3K

  • @smitabarman2416
    @smitabarman2416 Před 2 lety +434

    কোনে কোনে মিছিমি আৰু অনিৰ মিলন হোৱাটো ভাল পালা লাইক আৰু কমেন্ট কৰা 👍🙏 । অৱশেষত অন্ত পৰিল নেদেখা ফাগুন ধাৰাবাহিক।।।।।। love u misimi, ani, ruplim, mamun and all. 🥰😍🙏👏

  • @princeborah653
    @princeborah653 Před 2 měsíci +17

    2024 Kune Kune saise aikhon ciyal

  • @ranjubhuyan262
    @ranjubhuyan262 Před 2 lety +184

    বিৰিণা আৰু মিছিমিয়ে যি আদৰ্শ দেখুৱালে সেয়া নতুন প্ৰজন্মৰ কাৰণে সচাঁই গঠনমূলক । নাটক এনেকুৱাই হ'ব লাগে । আৰু এখন নেদেখা ফাগুনৰ
    জন্ম দিয়ক ।

    • @priyamonipriyamoni7274
      @priyamonipriyamoni7274 Před 2 lety +1

      Exactly

    • @misskrishnajinarabha3824
      @misskrishnajinarabha3824 Před 2 lety

      Apuni kowa kothakhini misha nohoy .amar mote serialkhonr kahinitu khubei dhuniya. nabo prajanmai bujile tu vale asile.kin2 ajir Lora Sowaliye son Biporit Dikh2 loy.

  • @fatbikeriderarunabh9276
    @fatbikeriderarunabh9276 Před 2 lety +55

    জু.নু সুব্ৰত তোমালোকৰ অভিনয় চাই ভাল লাগে আকৌ লগ পোৱা আশাৰে ॥

  • @Kaushik632
    @Kaushik632 Před 2 lety +749

    যোৱা ১৭ মে'ৰ পৰা আজি ৬ নম্বেম্বৰ লৈ এটাও খণ্ড মিছ নকৰাকৈ কোনে কোনে নেদেখা ফাগুন ধাৰাবাহিক খন উপভোগ কৰিছিল...?🥀💕🥀

  • @jugalbaishya5482
    @jugalbaishya5482 Před 2 lety +309

    নেদেখা ফাগুনৰ অন্তিম খন্দটি চাবলৈ কোনে কোনে অপেক্ষা কৰি আছা..
    অনি আৰু মিচিমী একে লগ হোৱাটো কোনে কোনে বিছৰা..
    জয় আই অসম... 🙏🙏🙏
    আজিৰ পৰা নেদেখা ফাগুন খন বহুত বহুত মিছ কৰিম 😭😭🙏🙏❤️

  • @PankajPGogoiOfficial
    @PankajPGogoiOfficial Před 2 lety +195

    সকলোকে বহুত বহুত ধন্যবাদ আমাক ইমানখিনি মৰম সাহস দিয়াৰ বাবে নেদেখা ফাগুনৰ পৰিয়ালৰ ফালৰপৰা মই সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো 🙏❤️

    • @dharitryrabha7274
      @dharitryrabha7274 Před 2 lety +3

      আপোনা লৈও বহুত ধন্যবাদ আমাক ইমান এটা সুন্দৰ কাহিনী আগবঢ়োৱা বাবে, আকৌ এবাৰ ধন্যবাদ জনালো

    • @trishnamonisingha8479
      @trishnamonisingha8479 Před 2 lety +2

      Bohut besi miss korim sireal khonok. .. আকৌ এখন নতুন ধাৰাবাহিক পাম বুলি আশা থাকিল দাদা। নুপুৰ, নিয়ৰৰ ফুল , নেদেখা ফাগুন বহুত ভাল পালোঁ।

    • @sumikalita7389
      @sumikalita7389 Před 2 lety +1

      Bohut miss korim...

    • @bikiborah5143
      @bikiborah5143 Před 2 lety

      Bohut bohut val lagil sai ....

    • @bikiborah5143
      @bikiborah5143 Před 2 lety

      Bohut miss korim serial Khan ....aku enekua serial ekhan sabo Pam buli akha thakil

  • @bhadra1834
    @bhadra1834 Před 2 lety +111

    অৱশেষত মিছিমি আৰু অনিৰ্বানৰ মিলন হল...💃💃💃Mind blowing acting hokolure 🙏🙏

  • @Kaushik632
    @Kaushik632 Před 2 lety +245

    অনিৰ্বাণ আৰু মিছিমিৰ লগতে
    প্ৰীতমক কোনে কোনে মিছ কৰিব....??
    😭😭😭😭

  • @jyotisaikia80
    @jyotisaikia80 Před 2 lety +92

    Bohut val lagil...আন serial বোৰৰ দৰে সকলোৰে মিলন নহল।। দুখীএ শাস্তি পালে।।প্ৰায় serial ত দুখিক ক্ষমা কৰি দিয়া হয় কিন্ত নেদেখা ফাগুন ত ব্যতিক্ৰম। বহুত ভাল লাগিল। সকলো serial ত এনেদৰে দুখী এ শাস্তি পালে ভাল লাগিব।।।।।। Miss you all😊

  • @user-wu1ef5eo3e
    @user-wu1ef5eo3e Před 2 lety +38

    মোৰ আটাইটকৈ বেচি ভাল লগা ধাৰাবাহিক নেদেখা ফাগুন, আজি সমাপ্ত বহুত দুখ 😞 লাগিছে আজিৰ পৰা আৰু চাবলৈ নাপাও। সকলোৰে অভিনয় চায় বহুত ভাল লাগিল। শেষত সকলো লৈকে বহুত মৰম🥰🥰 থাকিল। Miss you all 🤗 Miss you❤❤ নেদেখা❤❤ ফাগুন❤

  • @ankurbora8503
    @ankurbora8503 Před 2 lety +29

    সুন্দৰ। সচাকৈয়ে বহুতো মিছ কৰিম আছিৰে পৰা এই ছিৰিয়েল খন শেষৰ খন্দটো বহুত ভাল লাগিল পাট 2 খন চাব পামনে ছিৰিয়েল ত অভিনয় কৰা সকলো অভিনেতা অভিনেত্ৰী সকলোলৈকে ধন্যবাদ পুনৰ এবাৰ লগ পোৱা আশা থাকিল

  • @rupaborarupabora525
    @rupaborarupabora525 Před 2 lety +42

    নেদেখা ফাগুন মোৰ অতিকে প্ৰিয় । সকলোৰে সুন্দৰ অভিনয়ে মোহিত কৰিলে ।বিশেষকৈ কাহিনীকাৰকক ধন্যবাদ জনালোঁ । এটা সুন্দৰ পৰিয়াল , বন্ধুত্বৰ মৰম ,প্ৰকৃত প্ৰেম ইত্যাদিৰ এক সুন্দৰ উপস্থাপন ।কাহিনীৰ মাজত ইমানেই সোমাই পৰিলো যে বাস্তবত যেন অধীৰ ,অনিৰ্বাণৰ নিচিনা পৰিয়ালহে বিচাৰোঁ , ককাই -ভাইৰ ইমান মৰম-স্নেহ ,খুৰীৰ মৰম ।সঁচাকৈয়ে পাহৰিব নোৱাৰোঁ সকলোৰে অভিনয় তথা পৰিয়ালটিক। সামৰণী অতি সুন্দৰ ,পিছে দুখ লাগিল প্ৰীতমৰ নিচিনা এজন ইমান ভাল বন্ধুক হেৰুৱালো ।মৃত্যু হ'ব নালাগিছিল ।অনিৰ্বাণৰ দুখ দেখি বহুত কান্দিলো দেই। মুঠতে কৈ শেষ কৰিব নোৱাৰি । শেষত সমৃহ পৰিয়ালৰ সদস্যক পুনৰ দেখা পাম বুলি আশা কৰিলোঁ আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ । ধন্যবাদ ।

  • @rubulmoran6503
    @rubulmoran6503 Před 2 lety +122

    অনি দা আপোনাৰ বন্ধুত্ব এনাজৰী ডাললে বহু কথায়ে শিকাই থৈ গল miss you। 😢😢

  • @asmabegum4575
    @asmabegum4575 Před 2 lety +48

    ভাবিছোঁ ধাৰাবাহিক খন নিয়ৰৰ ফুল ধাৰাবাহিক খনৰ নিচিনা দীঘল হব, কিন্তু মোৰ অতি প্ৰিয় ধাৰাবাহিক খন ইমান সোনকালে শেষ কৰিব নালাগিছিল 😭🙏😭😭😭

  • @barashadeka9815
    @barashadeka9815 Před 2 lety +23

    শেষ খণ্ড টো বহুত বেছি এ ভাল লাগিল । আজিৰ পৰা আৰু নেদেখা ফাগুন চাব নাপাওঁ বহুত মিচ কৰিম। I love you অনি দা,মিচিমি বা ৰূপলিন দা অকণমানি মামুন জনী আৰু নেদেখা ফাগুনৰ সমূহ সদস্য বহুত বহুত ধন্যবাদ miss u all ❤️❤️

  • @sharadarshandutta283
    @sharadarshandutta283 Před 2 lety +87

    আজি বৰ বেছি দুখ লাগিছে😭😭 বহুত ধাৰাবাহিক চালো কিন্তু নেদেখা ফাগুন নিচিনা ধাৰাবাহিক এখনো নাপালো নেদেখা ফাগুন দিয়া সময়ত বৰ দুখ লাগিব আজিৰ পৰা 🙏🙏👍👍😭😭😭😭😭😭😭

    • @newdipika6963
      @newdipika6963 Před 2 lety

      new frnd holu back koriba .

    • @Kaushik632
      @Kaushik632 Před 2 lety +1

      নিয়ৰৰ ফুল
      ৰজা ৰাণী
      নিলাঞ্জনা এইবোৰ ধাৰাবাহিক কো বহুত বেছি ভাল

    • @bhagyashreegogoi5647
      @bhagyashreegogoi5647 Před 2 lety +1

      Hoxai moi u pritom morar pora aikeita khondo bohut besi kandilu 1st Assamese seriel t. Bohut besi vl lgil aikhon seriel.

    • @sharadarshandutta283
      @sharadarshandutta283 Před 2 lety

      @@bhagyashreegogoi5647 umm

  • @jyotishmadeka9445
    @jyotishmadeka9445 Před 2 lety +27

    এটা দীঘলীয়া যাত্ৰাৰ অন্ত পৰিল। প্ৰথম খণ্ডৰ পৰা শেষ খণ্ডলৈ চোৱা এখন ধাৰাবাহিক।যাৰ কাহিনী বোৰে হৃদয় চুই গৈছিল। প্ৰতিজন অভিনেতা-অভিনেত্ৰী ৰ সুন্দৰ অভিনয় বোৰে মন চুই গৈছিল। দুষ্ট ক দমন আৰু শান্তক পালন কৰিব পৰা মানুহ যদি প্ৰতি খন সমাজতে থাকিল হেঁতেন অপৰাধ বোলা শব্দবোৰো চাগে পৃথিৱীৰ পৰা নাইকীয়া হল হেঁতেন।

  • @prakashborpatraofficial22
    @prakashborpatraofficial22 Před 2 lety +50

    কান্দি এই পালোঁ অ"" .. ।। Bhut miss korim 🥺🥰😭😭 ।। I love you so much all fmly 🥰

  • @asmabegum4575
    @asmabegum4575 Před 2 lety +43

    Uff বহুত দুখ লাগিল 😭😭 মোৰ প্ৰিয় ধাৰাবাহিক খন শেষ হোৱা দেখি😭। এইখন মোৰ অতি প্ৰিয় ধাৰাবাহিক আছিলে আৰু আজিৰ পৰা চাব নাপাওঁ 😭😭😭।। কি কম মই সঁচাই কান্দি দিলোঁ 😭😭😭😭😢 love you and miss you all 😭😢

  • @Mridupratik
    @Mridupratik Před 2 lety +48

    যোৱা সোতৰ মে'ৰ পৰা চাই অহা এইখন ধাৰাবাহিক ক বিদায় দিব পাই অতি দুখেৰে কও যে মন চুই যোৱা কাহিনী নেদেখা ফাগুন নিয়ৰৰ ফুল ৰ দৰে আৰু মন চুই যোৱা কাহিনী যাতে আমাক উপহাৰ দি যায়

  • @jitukalita705
    @jitukalita705 Před 2 lety +241

    বহুত বেয়া লাগিল আজি ।।। কান্দিয়ে দিলোঁ ।।।😭😭 কাৰণ এইখনেই মোৰ প্ৰিয় ধাৰাবাহিক আছিল ।।। love u❤️ 💞💕মিচিমি বা আৰু অনি দা লগতে মামুন ।। সকলোকে missed কৰিম।।love you all.... আগলৈ আৰু এনেকুৱা ধাৰাবাহিক চাবলৈ পাম বুলি আশা থাকিল ।।। 👍👍 🤗🤗

  • @apatyagogoi8453
    @apatyagogoi8453 Před 2 lety +70

    শেষত ৰূপলৈ ও বহুত দুখ লাগিল। হাজাৰ অতীত হলেও। কিন্তু অনিৰ্বাণ ৰ লগত মিচিমি ৰ মিলনে seriel খনৰ পূৰ্ণতা বেছি ধুনীয়া কৰিলে।🥰

  • @pkcreation8221
    @pkcreation8221 Před 2 lety +19

    চিৰিয়েল খুৱ কমেই চাওঁ ৷তথাপিও বহুত ব্যাস্ততাৰ মাজত এইখন চিৰিয়েল এদিনো মিছ কৰা নাছিলো ৷বহুত মিছ কৰিম ৷সকলো কলা-কুশলীলৈ বহুত বহুত ধন্যবাদ ধুনীয়া কাহিনী এটি উপহাৰ দিয়াৰ বাবে ৷

  • @the_elite_pg02
    @the_elite_pg02 Před 2 lety +38

    নেদেখা ফাগুন♥️ হদয় চুই যোৱা এখন ধাৰাবাহিক বহুতো ভাল লাগিল চাই❣️ সচাই কিবা এটা ভাল লাগে ধাৰাবাহিক খন আজিৰ পৰা বহুতো 😭😭😭 Miss korim 😭😭😭😭

  • @deepjyotinath7453
    @deepjyotinath7453 Před 2 lety +52

    Ending টো খুব সুন্দৰ হৈছে 👏👏 লগতে ছিৰিয়েল খনে এটা ভাল বাৰ্তা দি গ'ল 🙏 বহুত বেছি miss কৰিম সকলোকে 😭😭

  • @borshabora7008
    @borshabora7008 Před 2 lety +15

    মনটো বহুত বেয়া লাগিল চিৰিয়েল খন চাই বহুত কণ্ডৱালে আজিৰ খন্দটো যে আৰু দূখ লাগিল।।😭😭miss you nedekha fagun cirial khon or hokoluloike...😔😭

  • @mitaligogoi1935
    @mitaligogoi1935 Před 2 lety +23

    এখন ব্যতিক্ৰমী চিৰিয়েল ,আৰম্ভণিৰ পৰা এটাও খন্দ মিছ নাইকৰা হলে ❤️😌বহুত ভাল লাগিল চাই

  • @anupadhikary9548
    @anupadhikary9548 Před 2 lety +14

    নেদেখা ফাগুণ আজিৰ পৰা দেখা নেপাওঁ । নেদেখা ফাগুণে আমাৰ জীৱনত এটা নতুন আশাৰ বাৰ্তা দিলে । নেদেখা ফাগুণৰ মিচিমি আৰু অনিৰ্বানৰ চৰিত্ৰ দুটা খুবেই ভাল লাগিল । অতীত সদায় কষ্টকৰ । ভৱিষ্যৎ লক্ষ্য ৰাখি বৰ্তমানত খোজ মিলোৱাটোৱে ডাঙৰ কথা । I Miss Nedekha Phagun & Misimj/ Anirbaan.

  • @ruleemabegum5432
    @ruleemabegum5432 Před 2 lety +37

    চিৰিয়েল খনৰ আটাইকেইজনৰ অভিনয় বহুত ভাল , আগলৈ আটাইকেইজনক একেলগে নতুন চিৰিয়েলত দেখা পাম বুলি আশাঁ ৰাখিলো,
    টিকেন আৰু মামুনক বৰ মিচ কৰিম

    • @utpal621
      @utpal621 Před 2 lety +2

      থিক কৈছে

  • @swadhinbordoloi7059
    @swadhinbordoloi7059 Před 2 lety +10

    ❤️নেদেখা ফাগুন❤️ হৃদয় চুই যোৱা ধাৰাবাহিক ছিৰিয়েল খন সদায় মনত পৰিব 😒 বহুত ভাল লাগিল । সকলোৰে সুন্দৰ অভিনয়। আজি পৰা সকলোকে মিচ কৰিম.... পুণৰ এই পৰিয়ালটোক দেখিবলৈ পাম বুলি ৰৈ থাকিম❤️❤️❤️❤️

  • @bhanitadas8072
    @bhanitadas8072 Před 2 lety +17

    বহুত ভাল লাগিলে ছিৰিয়েল খন চাই.... সকলোকে বহুত Miss কৰিম 😢❤️

  • @monishamedhi1283
    @monishamedhi1283 Před 2 lety +28

    মিছ কৰিম সকলোকে বিশেষ কৈ অনিৰ্বাণ দাক😭❤️

  • @dharitryrabha7274
    @dharitryrabha7274 Před 2 lety +6

    আজিৰ খণ্ডটো আৰম্ভণিৰপৰা দুখৰ চকুপানী বোৱাই বোৱাই শেষত সুখৰ চকুপানী ওলাই গ'ল, বহুত বহুত বহুত সুন্দৰ সামৰণি,ৰূপলিন লৈও দুখ লাগিল যদিও মিছিমি অনিৰ্বাণৰ হৈ থকাটোৱে বিচাৰিছিলো, নেদেখা ফাগুন বহুত মনত পৰি থাকিব, পৰিচালক লৈ বহুত ধন্যবাদ থাকিল, আমনি নলগা এটা সুন্দৰ কাহিনী দৰ্শকলৈ আগবঢ়োৱাৰ বাবে

  • @snigdharanihazarika3094
    @snigdharanihazarika3094 Před 2 lety +8

    মিচিমি বা তুমি সচাই মহান তুমি যে অনি দা লগত থাকিলা 🥰❣️❣️ I love you ba❤️❤️

  • @priyamonipriyamoni7274
    @priyamonipriyamoni7274 Před 2 lety +114

    সঁচাকৈ অতীত যি অতীতে...মানুহে বৰ্তমান ক লৈ জীয়াই থাকিব লাগে...অনি মিছিমিৰ ভৱিষ্যত....miss you all

    • @bikashgogoi6487
      @bikashgogoi6487 Před 2 lety +1

      সচাঁকৈ অটীত যি অতীত ’’মানুহে বতমান ক লৈ জীয়াই এথাকিব ৷ অনি মিছিমৰ ভৱিষ্যত Miss you

  • @jahnaveechangmai8866
    @jahnaveechangmai8866 Před 2 lety +39

    সামৰণিয়ে হৃদয় কপাই গ'ল।

  • @julibora2475
    @julibora2475 Před 2 lety +23

    Happy ending 👌Anirban ❤️ Misimi.

  • @meghalikashyap1863
    @meghalikashyap1863 Před 2 lety +30

    বহুত বহুত ভাল লাগিছে। কিন্তু আজি চেচ হোৱা বাবে বহুত বেয়া ও লাগিছে 😭😭 I always Miss u ❤️

  • @krishnadas7726
    @krishnadas7726 Před 2 lety +6

    বৰ দুখ লাগিছে কেতিয়াও পাহৰি নাযাও সদায় মনত থাকিব, আপোনালোক সকলোকে বহুত ধন্যবাদ ইমান সুন্দৰ ধাৰাবাহিকেৰে আমাক আনন্দ দিয়াত আৰু এনেকোৱা কাহিনীৰে আমক আনন্দ দি যাৱ। বহুত মিছ কৰিম

  • @runuhazarika2557
    @runuhazarika2557 Před 2 lety +13

    অতি সুন্দৰ ধাৰাবাহিক | চিৰিয়েলসমূহৰ প্রায়ে ending ভালকৈ নেদেখাই| এইখন চিৰিয়েলৰ ending অৰ্থপূৰ্ণ | ending tu bhut val lagil last ani ru misimi ek hl rup r tyag khini val lagil.... Dutar karoneu Beya lagil.. Abr ani jaute... N abar rup jaute....😭😭😭

  • @mahasweta446deoriborah6
    @mahasweta446deoriborah6 Před 2 lety +11

    Bohut bohut miss korim aji r pora nedekha fagun 🥺🥺..... Besi k Mamunok Misimi, Anirban , Adhir, Khuri k 🥺🥺❤

  • @kirongogoi4983
    @kirongogoi4983 Před 2 lety +8

    এই ধাৰাবাহিকখন চাই কিমান যে ভাল লাগিল শব্দেৰে প্ৰকাশ কৰিব নোৱাৰো।🥰🥰 সকলোলৈকে বহুত বহুত বহুত বেছি ধন্যবাদ থাকিল 🙏🙏 আকৌ যাতে সকলোকে একেলগে দেখা পাওঁ। সকলোৰে অভিনয় মানিব লাগিব বিশেষকৈ অন্তৰাৰ অভিনয় মানিব লগীয়া আছিল কিন্তু ❤️🔥🔥 Love you team of "Nedekha Fagun" ❤️❤️love you Mamun 😘😘 Director Sir apnk 🙏🙏🙏🙏🙏

  • @nilimadasdas9694
    @nilimadasdas9694 Před 2 lety +5

    ধাৰাবাহিক খন চাই খুবেই ভাল লাগিছিল ৷ প্ৰত্যেকৰে অভিনয় হৃদয়স্পৰ্শী হৈছে ৷ শেষ হোৱাৰ বাবে বৰ বেয়া লাগিছে ৷ এইখন চিৰিয়েল প্ৰথমৰ পৰা শেষলৈকে চাই ভাল লাগিছিল যিটো আনবোৰ চিৰিয়েলত পোৱা নাছিলোঁ ৷

  • @lunasvlogassam3995
    @lunasvlogassam3995 Před 2 lety +47

    নেদেখা ফাগুন serial খন বহুত miss কৰিম। আজি বহুত দুখ লাগিল শেষ হোৱাৰ বাবে। প্ৰথমৰ পৰা শেষলৈকে এটা খণ্ডও এৰি নিদিলো। হৃদয় চুই যোৱা এখন ধাৰাবাহিক।i love you মিচিমি, অনিৰ্বাণ, অধিৰ, খুৰি আৰু ৰূপলিন and miss you all

  • @barashaborah5846
    @barashaborah5846 Před 2 lety +6

    Ending tu val lagile... Love you Misimi, Anirban, Mamun, Adhir, Khuri, Pritom❤️❤️❤️

  • @bablibontii427
    @bablibontii427 Před 2 lety +15

    ❣️❣️❣️ love this serial..love for Anirban (subrot)

  • @parijatdas7096
    @parijatdas7096 Před 2 lety +13

    আজি বহুত বেয়া লাগিল😭 কাৰণ এইখন ধাৰাবাহিক মোৰ বহুত প্ৰিয় আছিল । বহুত মিচ কৰিম মিছিমি অনিৰ্বাণ মামুন আৰু সোকলোকে I love you নেদেখা ফাগুন♥️♥️

  • @minakxidas9129
    @minakxidas9129 Před 2 lety +10

    বহুতো কথাই শিকালে এই ধাৰাবাহিক খনে 🥺❤️ প্ৰতিটো খণ্ডই হৃদয় চুই গল 🥺 সকলোলৈ বহুত মৰম আৰু ধন্যবাদ থাকিল 🙏💖 সকলো ভালে থাকক❤️

  • @jyotika1410
    @jyotika1410 Před 2 lety +7

    প্ৰথমৰ‌ পৰাই চাই আহিছোঁ ধাৰাবাহিক খন হাহি কান্দোনেৰে পাৰ কৰি‌ যত পৰিয়ালৰ লগত জড়িত মৰম, ভালপোৱা ,হাহি ,কান্দোন সকলোখিনি পালো‌ বহুত ভাল লাগিল অনি‌ মিছিমি মিল ❤️‌ আৰু শেষত সকলোলৈ মৰম শুভেচ্ছা থাকিল

  • @asmabegum4575
    @asmabegum4575 Před 2 lety +22

    মোৰ পঢ়া এৰি অলপ সময় হলেও ধাৰাবাহিক খন চাঁও 😭🙏 আৰু আজিৰ পৰা চাব নাপাম😭 যিয়েই নহক কিয় ধাৰাবাহিক খনে আমাক বহুত কথা শিকাই থৈ গৈছে 🥰😭

  • @pranamirabha1131
    @pranamirabha1131 Před 2 lety +17

    Miss you nedekha fagun 😭😭😭 জয় আই অসম ❤️❤️❤️

  • @rekhadeka996
    @rekhadeka996 Před 2 lety +8

    প্রতিটো দিনতে অপেক্ষা কৰিছিলো ।আজিৰ পৰা বহুত মিচ্ কৰিম ।শেষত এটা কথা ভাল লাগিল মিচিমিয়ে অনিক অকলশৰীয়া নকৰিলে ।মামুনৰ লৈ বহুত মৰম থাকিল ।ভবিষ্যতে তুমি এনেদৰে আগুওৱাই যাৱা বুলি আশা থাকিল।❤❤😭😭😭😭😭😭😭😭😭😭

  • @bandanadas565
    @bandanadas565 Před 2 lety +3

    উফ্ বহুত ছিৰিয়েল চালো ,,কিন্তু নেদেখা ফাগুন ৰ দৰে ছিৰিয়েল এখনো চাই পোৱা নাছিলোঁ ।অতি সুন্দৰ কাহিনী উপস্থাপন❤️❤️ সকলোৰে অভিনয় চাই আপ্লুত হলোঁ ❤️❤️ ছিৰিয়েল খনত জৰিত সকলো অভিনেতা অভিনেত্ৰী ,,পৰিচালক,,কলা,কুশলী সকলোকে বহুত ধন্যবাদ জনালো ইমান ধুনীয়া ছিৰিয়েল এখন আমাক উপভোগ কৰিব দিয়াৰ বাবে।।।।অতি সোনকালে নেদেখা ফাগুনৰ পৰিয়ালক আন এখন ছিৰিয়েল জৰিয়তে দেখা পাম বুলি আশা ৰাখিলোঁ❤️❤️❤️❤️❤️

  • @madhabborah382
    @madhabborah382 Před 2 lety +10

    Ending kintu bestt♥️ miss korim😭

  • @jyotikakutum2780
    @jyotikakutum2780 Před 2 lety +3

    মিচিমি আৰু অনিলৈ ধন্যবাদ থাকিল।

  • @jyotisaikia80
    @jyotisaikia80 Před 2 lety +14

    জুনু বা আৰু সুব্ৰত দাৰ জুতি😍😍😍

    • @kritiman3578
      @kritiman3578 Před 2 lety +2

      Xasakoi ako dekha pam buli asa thakil

  • @preronasonowal6841
    @preronasonowal6841 Před 2 lety +1

    Bht miss krim ai nedekha fagun misimi❤️❤️ arniban

  • @ajantabaruah3029
    @ajantabaruah3029 Před 2 lety +4

    Khub val lagile chai. Adhir, Micimi, Ani, Pritam, Khuri, Tiken sokoluke khub val lagile. Pritamak jiyae rokha hole aru val lagile heten. Missed korim sokoluke

  • @rimpisaikia4648
    @rimpisaikia4648 Před 2 lety +6

    misimik ania napab buli bohut dukh lagisil hekhot he vl lagil😘😘😘😍😍love you anirban a misimi mamun😘😘😘🤗🤗🤗🤗

  • @bhupendas9350
    @bhupendas9350 Před 2 lety +6

    এনে ধাৰাবাহিক ৰেঙনীৰ পৰা আগলৈও আশা কৰিলোঁ।

  • @rishikalahon2005
    @rishikalahon2005 Před 2 lety +12

    কিছুমান ভাললগাৰ সফল সমাপ্তি💚

  • @jwaleeborah761
    @jwaleeborah761 Před 2 lety +1

    সুন্দৰ পৰিনতি বহুত ভাল লাগিল।

  • @susmitadas6500
    @susmitadas6500 Před 2 lety +32

    Misimi aru Anirbanor mil hwat kune kune Val paisa....😘😘😘😘 bohut miss korim bikhekhkoi Anirban dak❤️জয় আই অসম❤️

  • @anamikaborah7590
    @anamikaborah7590 Před 2 lety +15

    সঁচা আজি বহুত দুখ লাগিল 😭😭😭

  • @kabitadeka9331
    @kabitadeka9331 Před 2 lety +2

    বহুত ভাল লাগিল। মিচিমি আৰু অনিৰ অভিনয় ভাল লাগিল।

  • @rajukoch9884
    @rajukoch9884 Před 2 lety +9

    আকৌ আমাৰ মাজলৈ এনেকুৱা এখন ধাৰাবাহিক লৈ অতি সোনকালে আহিবা বুলি আশা কৰিছোঁ বা🙏❤️।

  • @dhanjyotiroy1620
    @dhanjyotiroy1620 Před 2 lety +11

    আপোনা আপুনি চকুলো ওলাই আহিল। ৰ'ব নোৱাৰিলো। নিখুত অভিনয় আছিল সকলোৰে।

  • @DGvilla
    @DGvilla Před 2 lety +6

    My all time favorite serial...... Miss you alll nedekha fagun fam❤❤❤

  • @priyankabaruah2427
    @priyankabaruah2427 Před 2 lety +2

    Miss korim bohut all team .thank you rangoni TV anekua val serial aekhon diar babe ❤️

  • @tonmay8259
    @tonmay8259 Před 3 dny

    Akou xai din tu loi mont pori gol mur bohut bohut mont pre serial khon emn ata xundar kahini ufff kih km ....❤ hajarbar sale u mon nobhora akhon serial nedekha fagun ♥️♥️♥️

  • @ratulgogoiratulgogoi1915
    @ratulgogoiratulgogoi1915 Před 2 lety +4

    বহুত ধুনীয়া ধাৰাবাহিক আছিল নেদেখা ফাগুন খন আৰু এই ধাৰাবাহিকখন অভিনয় কৰা প্ৰতিজন শিল্পীলৈ বহুত বহুত শুভেচ্ছা জনালোঁ আশা কৰোঁ আগলৈ নতুন নতুন ধাৰাবাহিক আমাক উপহাৰ দিব বুলি ,,

  • @akhim2716
    @akhim2716 Před 2 lety +3

    সচাই জীৱনত সচা ভালপোৱা কেনেকৈ পাৱ পাৰি শিকাই গ'ল।।
    Thank you junu baaa,pankaj daa, subrat daa jumoni baaa

  • @nasrinbeguam4502
    @nasrinbeguam4502 Před 2 lety +2

    আজিৰ শেষৰ খনদটো চাই বহুত ভাল লাগিল আৰু আগৰ খনদবোৰ ৰো চাই ভাল লাগিছিল ।কিন্তু আজি এদাই হৈ যোৱাৰ বাবে মনটো বহুত বেয়া লাগিছে , আৰু কাৰ কাৰ বেয়া লাগিছে জনাব আৰু like এটা দিব নাপাহৰিব ।❤❤👌

  • @nakjanbegum901
    @nakjanbegum901 Před 2 lety +2

    Khube dhuniya subrat, junu, aru kishore khube dhuniya hoise

  • @uddiptamedhi9179
    @uddiptamedhi9179 Před 2 lety +4

    সকলোৱে ভাল পাইছে অনিৰ্বাণ আৰু মিছিমি এক হোৱাৰ বাবে । কিন্তু মই ৰূপলিন আৰু মিছিমি এক হলেহে ভাল পালো হয় ।
    *******ৰূপলিন ♥️♥️ মিছিমি********

  • @Worryless683
    @Worryless683 Před 2 lety +3

    নেদেখা ফাগুন serial khon মোৰ অতিকৈ আপোন আছিল,এই serial খনৰ লগত jorito হৈ থকা সকলো ......পৰিচালক ,অভিনেত্ৰী,অভিনেতা সকলো ব্যক্তিলৈ okheh শ্ৰদ্ধা জনালোঁ।🙏🙏

  • @dipikadeka6482
    @dipikadeka6482 Před 2 lety +1

    Bohut bohut Val lagil ciriyel khon said soboke miss Karim by by everyone

  • @kamalpursantipurnarayanpur5970

    বহুত বহুত ভাল লাগিল। Thank you sooo much নেদেখা ফাগুন।love you all নেদেখা ফাগুন অভিনেতা অভিনেত্ৰী ।

  • @Ava-um4ni
    @Ava-um4ni Před 2 lety +27

    Ending making me cry 😭♥️

  • @dipshikhap9
    @dipshikhap9 Před 2 lety +56

    Love you অনিৰ্বাণ da💓💓💓💓💓
    Lgogty মিচিমি 💖mamun❤️

  • @anx57
    @anx57 Před rokem +1

    Bhut miss kori asu kishor da apuni jote asa kukhole thaka

  • @ghanashyamtanti5864
    @ghanashyamtanti5864 Před 2 lety +1

    সচাঁ কৈ বহুত ভাল লাগিলে। নেদেখা ফাগুন ধাৰাবাহিক খন হৃদয় চুই যোৱা এখন ধাৰাবাহিক। বহুত বহুত ধন্যবাদ থাকিলে আপুনালোকলৈ এনেকুৱা এখন ধাৰাবাহিক আমাৰ মাজলৈ অনাৰ বাবে। জয় আই অসম। ❤❤❤❤❤❤❤❤😭😭😭😭😭😭🌷🌷🌷🌷

  • @urban583
    @urban583 Před 2 lety +13

    বন্ধু বান্ধৱী সকল তোমালোকে নেদেখা ফাগুন ধাৰাবাহিক খনৰ কাৰ অভিনয় চাই ভাল পোৱা🥰❤🥰

    • @newdipika6963
      @newdipika6963 Před 2 lety +1

      fack CZcams kio lulisa মোহনৰ নামট

    • @ankur6453
      @ankur6453 Před 2 lety +3

      Val lagil oni aru misimi aklog hol

    • @rinkuali7101
      @rinkuali7101 Před 2 lety +2

      Dada aji2 dim kintu oha kalir pora ki dim

    • @urban583
      @urban583 Před 2 lety

      @@newdipika6963 Subscribe❤

    • @urban583
      @urban583 Před 2 lety

      @@rinkuali7101 Subscribe❤

  • @sumadriborah256
    @sumadriborah256 Před 2 lety +7

    সুব্ৰত ৰ অভিনয় আকৌ চাব পাম বুলি আশা ৰাখিলোঁ , বহুত মিছ কৰিম তেওঁ ৰ অভিনয়

  • @rinabibi6633
    @rinabibi6633 Před 2 lety +1

    Nedekha phagun khon sai bhut val lagil

  • @himadrikalita8785
    @himadrikalita8785 Před 2 lety +2

    এখন লেখত লবলগীয়া ধাৰাবাহিক "নেদেখা ফাগুন", আজীৱন আমাৰ অন্তৰত বাস কৰি থাকিব। বহুত ভাল লাগিল সচাকৈ 😘😍

  • @dimpidevi965
    @dimpidevi965 Před 2 lety +4

    Subratr acting manibo lgbo.. Bht dhunia ata innocent character koribo pre 2khn seriel t dekhlu❤️

  • @jumeekalita6626
    @jumeekalita6626 Před 2 lety +5

    The best serial ... Finishing is the best 😘

  • @debajitgogoi7239
    @debajitgogoi7239 Před 2 lety +1

    জয় আই অসম ✊🤟

  • @janmanimainakalita7542
    @janmanimainakalita7542 Před 2 lety +2

    Bohut kandilu aji khondo tu sai 😭😭miss korem junu baa subrad dada aru Kishor dada 💝 love you 💝sereal Khan vll powa manuh bilakor pora ata ata like plz 💝

  • @junhazarika7057
    @junhazarika7057 Před 2 lety +5

    bhut kandilu 😭😭😭😭xosai bhut val lagil sai ...kahini 2 dhuniya bnaise ending val lagil sai mane ki likhim ki nilikhim lagise ...xokolu vale thakok ❤️❤️❤️

  • @bhrigubaishya4014
    @bhrigubaishya4014 Před 2 lety +5

    Such a wonderful, amazing and mind blowing serial in Assamese industry. We all need this types of serials and we wish it 🙏🙏🙏😍😍😍

  • @ranjitboruah2684
    @ranjitboruah2684 Před 2 lety +1

    Bohut miss korim nedekha fagunor all timok

  • @bhupalidas3463
    @bhupalidas3463 Před 8 měsíci +1

    Bahut miss kori asu nedekha fagun 😢

  • @ruleeborah9544
    @ruleeborah9544 Před 2 lety +4

    আগতে অসমীয়া ধাৰাবাহিক ইমান নাচায়ছিলো৷কিন্ত নেদেখা ফাগুনৰ প্ৰথম Episode চোৱাৰ পৰা আজিলৈকে এটা episodebনেৰা কৈ চাই আছো৷ কাহানী,অভিনয় সকলো সুন্দৰ হৈছে৷ Miss you নেদেখা ফাগুন❤️

  • @minakshibhuyan3629
    @minakshibhuyan3629 Před 2 lety +3

    খুব ভাল লাগিল।প্ৰতিটো খণ্ডই উপভোগ কৰিলো।সফল সমাপ্তিৰে হৃদয় চুই গ'ল।

  • @barashakalita5769
    @barashakalita5769 Před 2 lety +2

    সোনকালে শেষ হ'ল🥺

  • @indusaikia4487
    @indusaikia4487 Před 2 lety +2

    চাই ও আছো চকুপানীও মচি আছো।বহুত ভাল লাগিছে চাই

  • @binaphukan8359
    @binaphukan8359 Před 2 lety +6

    I miss you Nadekha fagun ❤❤❤❤