Komentáře •

  • @tilakkalita9523
    @tilakkalita9523 Před 3 lety +11

    ভুপেন দা আমাৰ মাজত সদাই আছে

  • @dilipchandrabora6161
    @dilipchandrabora6161 Před 3 lety +19

    ভূপেনদাৰ কন্ঠত বৰগীতটো অপূৰ্ব সুন্দৰ হৈ পৰিছে।

  • @jahahoralmushahary9682
    @jahahoralmushahary9682 Před 3 lety +8

    A. .good. prayer. Song

  • @surajithatkhowa8581
    @surajithatkhowa8581 Před 3 lety +8

    Khoni val lagil🙏🙏🙏

  • @priyanathdeka199
    @priyanathdeka199 Před 2 lety +13

    ভূপেন হাজৰিকাৰ অমৰ কন্ঠ , সুধা কন্ঠ ।

  • @nitulmedhi5206
    @nitulmedhi5206 Před 3 lety +8

    সুন্দৰ

  • @madhumazumdar5352
    @madhumazumdar5352 Před 2 lety +4

    অসমৰ অমূল্য সম্পদ।

  • @minaramsaikia3737
    @minaramsaikia3737 Před 3 lety +28

    ভূপেনদা তুমি সদায়ে আমাৰ বাবে অতুল্য সম্পদ

  • @nirendrachandrarabha2099
    @nirendrachandrarabha2099 Před 3 lety +18

    গুৰুজনাৰ অমৰ বৰগীতৰ সুৰে মন জুৰাই ।

  • @pradipgoswami2467
    @pradipgoswami2467 Před 2 lety +6

    বৰ ভাল লাগিছে

  • @aleeborgohain7439
    @aleeborgohain7439 Před 2 lety +4

    Deuta thakute morning always eitu gaisil. Bohut val lagisl. Eitu hunilei deutak bohut miss karu

  • @krishnarajkhowa466
    @krishnarajkhowa466 Před 3 lety +10

    Hundar

  • @ashoksarkar8550
    @ashoksarkar8550 Před 3 lety +6

    Eman dhunia geet , mon jurai jay.

  • @umeshgogoi1992
    @umeshgogoi1992 Před 3 lety +9

    সচাকৈয়ে অপুৰ্ব,…

    • @ghanakantasaikia3583
      @ghanakantasaikia3583 Před 2 lety

      ৰাতিপুৱা এই বৰগীতটো শুনিলে মনটো বৰ পবিত্ৰ পবিত্ৰ লাগে ধন্য বাদ।

  • @arotisarmah3915
    @arotisarmah3915 Před 3 lety +6

    Ati sundor bargit

    • @aparupabharali9054
      @aparupabharali9054 Před 2 lety

      👌👌👌supar 🙏🙏🙏ponam 🌹🌹🌹nice💝💝💝

  • @ghanakantasaikia3583
    @ghanakantasaikia3583 Před 2 lety +4

    ৰাতিপুৱা শুনিলে মনতো সতেজ সতেজ লাগে।

  • @Rupam_Mahanta
    @Rupam_Mahanta Před 2 lety +9

    মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ অমৰ সৃষ্টি, ড° ভূপেন হাজৰিকাদেৱৰ সুধাকন্ঠত বাণীবদ্ধ,
    এই বৰগীত শুনিলে দিনটোৰ বাবে যি প্ৰশান্তি অনুভৱ হয়, সেয়া ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি।
    (আমাৰ সৰুকালত আকাশবাণী গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত ভক্তিমূলক গীতৰ প্ৰভাতী অনুষ্ঠান "বন্দনা"ৰ যোগেদি প্ৰায়েই শুনিছিলোঁ। বৰগীতটি আগবঢ়োৱা বাবে আপোনালৈ অশেষ ধন্যবাদ)।

  • @chandradeka7024
    @chandradeka7024 Před 3 lety +10

    Reminds me my childhood ! Bhupenda......

  • @animasarmah37
    @animasarmah37 Před 3 lety +6

    বৰ ভাল লাগে শুনি

  • @miradas2618
    @miradas2618 Před 2 lety +7

    সুপ্ৰভাত, ৰাতিপুৱাই সুন্দৰ বৰগীতটি শুনি মন আপ্লুত হ'ল।🙏🙏🙏

  • @NishitaSarma1234
    @NishitaSarma1234 Před 3 lety +10

    এই বৰগীতটো শুনি বৰ ভাল লাগে। 😍😍

    • @mithundeka8606
      @mithundeka8606 Před 2 lety

      হয় নি? শুনি থাকিব, আকৌ সদায়।

  • @jagannathmahanta7940
    @jagannathmahanta7940 Před rokem +7

    ইমান শুৱলা সুন্দৰ বৰগীত। মই সদায়েই শুনি থাকোঁ। ভূপেনদাৰ আত্মাই চিৰশান্তি লাভ কৰক-- সেৱাৰে- জগন্নাথ।

  • @nilakhisonowal5032
    @nilakhisonowal5032 Před 3 lety +10

    🙏🙏🙏

  • @himanibanikya8168
    @himanibanikya8168 Před 3 lety +21

    কবলৈ ভাষা নাই ভুপেনদা আমাৰ মনত জীয়াই আচে অাৰু থাকিব

  • @NatureLoverAgnostic
    @NatureLoverAgnostic Před 4 lety +103

    মই মহাপুৰুষ মাধৱদেৱ স্থাপিত এখন সত্ৰৰ বাসিন্দা । সত্ৰৰ খন ঘৰৰ ওছৰতে । গতিকে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে প্ৰতিদিন বৰগীত সত্ৰত শুনি থাকো তথাপি বৰগীত শুনি আমনি নালাগে যিমান শুনিলেও শুনি থাকিব পাৰি । পুৱতি নিশা বিছনাতে যেতিয়া তেজৰে কমলাপতি বৰগীত শুনো মনটো পুলকিত হয় । এনেকুৱা সত্ৰ এখনত জন্ম লবলৈ পাই মই নিজকে ধন্য মানিছো

    • @digdarshanassam
      @digdarshanassam Před 4 lety +3

      অনন্য বৰগীত । শুনি বিমল আনন্দ পাওঁ ।

    • @uttamjrkonwar5507
      @uttamjrkonwar5507 Před 3 lety +6

      আপোনি ভাগ্যৱান

    • @saitenkalita6614
      @saitenkalita6614 Před 3 lety +2

      Nice

    • @tilottamaduttabaruah8696
      @tilottamaduttabaruah8696 Před 3 lety +8

      মই কোঁৱৰপুৰ টেপৰতল মাজুমেলীয়া গাৱঁৰ জীয়ৰী আৰু চাৰিং গজপুৰীয়া কাকতি গাৱঁৰ বোৱাঁৰী।মই মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ আৰ শ্ৰীশ্ৰীমাধৱদেৱৰ বৰগীত সমূহ বৰ ভাল পাওঁ আৰু বৰগীত সমূহ সন্ধ্যা অনুশীলন কৰোঁ শুদ্ধ ৰূপত সুৰ দি গাবলৈ; চামগুৰি সত্ৰ(মাজুলী) ৰ শ্ৰীযুক্ত কৃষ্ণ গোস্বামী চাৰৰ ওচৰত অসম সত্ৰ মহাসভাৰ জৰিয়তে শিৱসাগৰ শঙ্কৰ মন্দিৰত দুবাৰ অনুশীলন কৰিছিলোঁ চামগুৰিৰে খোলবাদক শ্ৰীযুক্ত খগেন গোস্বামী আৰু নুনমাটিৰ হীৰা বৈশ্য বাইদেউ আছিল।

    • @dilipmahanta8479
      @dilipmahanta8479 Před 3 lety +3

      @@tilottamaduttabaruah8696 আপোনাৰ চেষ্টা অব্যাহত থাকে যে ন।নতুন চামকো লগত লৈ আগবাঢ়ি যাওক যাতে এই মহান সাংস্কৃতিক ধাৰাটি অব্যাহত থাকে।

  • @gyan2587
    @gyan2587 Před 3 lety +62

    অসমত যদি প্ৰতি দিনাই পুৱা প্ৰতি ঘৰ মানুহৰ ঘৰত একোটাকৈ বৰগীত বাজিল হয়। কিমান যে ভাল লাগিল হয়। তেতিয়া হয়তো আমি ভাষা সংস্কৃতিৰ ৰক্ষাৰ বাবে আন্দোলন কৰিবলৈ ৰাজ পথত যাব নালাগিলে হয়।

    • @ushakamalsaikia.com33
      @ushakamalsaikia.com33 Před 2 lety +3

      সত্য সুন্দৰ কথাই উপস্হাপন কৰিছে।

    • @xyz8206
      @xyz8206 Před 2 lety +1

      মই প্ৰতিদিনে পুৱা ৪ বজাত প্ৰাণায়াম কৰোঁতে ৱৰগীত / হৰিনাম বজাওঁ ....
      সুপ্ৰভাত জনালোঁ ৷

    • @Huat_Gamer
      @Huat_Gamer Před 2 lety +1

      Gu

    • @rubulborah2696
      @rubulborah2696 Před 2 lety +1

      Hosai

    • @sadanandabhuyan6176
      @sadanandabhuyan6176 Před 2 lety +1

      Ld8b

  • @bhabanikakati8899
    @bhabanikakati8899 Před 3 lety +9

    সুন্দৰ কন্ঠ 👍👍👍

  • @mahadialom7305
    @mahadialom7305 Před 3 lety +6

    Nice video 👍👍👌👌👏👏

  • @rahulboruahupsccandidate7822

    🙏

  • @beautydas2624
    @beautydas2624 Před 3 lety +10

    Very best song,Remember for his atma.

  • @apurbadas6799
    @apurbadas6799 Před 3 lety +17

    জয় আমাৰ মহাপুৰুষ দুজনা৷জয় আমাৰ ভূপেনদা

    • @udhabkumarnath6076
      @udhabkumarnath6076 Před 2 lety

      এনে কন্ঠ আৰু গীতে সকলো মানুহ ক দিনটোৰ বাবে সতেজ কৰি তোলে । কৃষ্ণ ।

  • @hirenphukanhirenphukan5600

    এই বৰগীতটি শুনিলে অপৰূপা বোলছবি খনলৈ মনত পৰে।

    • @h34852
      @h34852 Před 2 lety +1

      ভূপেন দাৰ এই বৰগীতটো অপৰূপা বোলছবিত গোৱা গীতটিতকৈ বহু বছৰ আগতে বাণীবদ্ধ কৰা |

  • @pulinchandraboruah5976
    @pulinchandraboruah5976 Před 3 lety +3

    Apurba Xumodhur kontha . Very nice .

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 3 měsíci +3

    সুন্দৰ আৰু সুমধুৰ শুনিও ভাল লাগে এই ভূপেন হাজৰিকাৰ সংগীত শুনি মই খুবেই ভাল পাও আৰু শুনি খুবেই আনন্দ পাও সেই জনা,

  • @Captain_mahi112
    @Captain_mahi112 Před 3 lety +17

    Nalbari sohort ratipua r ajanr age pise baje......peace and positivity ... ajan + bargeet.

  • @bhupenchandrahazarika1583
    @bhupenchandrahazarika1583 Před 3 lety +23

    প্ৰতিদিনে চাৰি পাঁচবাৰকৈ গীত ভাগ শুনো । কেতিয়াবা গাও । তথাপি শুনি এলাহ নালাগে । কি অপূর্ব সুৰ । ভূপেনদাৰ কণ্ঠ ই সোণত সুৱগা চৰোৱা দৰে হৈছে । সংগ্ৰহ কৰি আপলোড কৰা ধ্ৰুৱজ্যোতি ভেকালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো ।

  • @uttamkumarroy2583
    @uttamkumarroy2583 Před 2 lety +4

    শংকৰদেৱ আৰু মাধৱদেৱৰ অমৰ সৃষ্টি এই বৰগীত সমূহ প্ৰাতঃকালত শুনিলে মনটোৱে বিমল আনন্দ পোৱাই নহয়, এনে গীতে মনটোক বহুত শুদ্ধ কৰে।

  • @rupamsaikia8332
    @rupamsaikia8332 Před 2 lety +10

    সৰুতে ৰাতিপুৱা ৰেডিঅ'ত শুনিছিলো🙏🙏🙏

  • @pcborah9908
    @pcborah9908 Před 2 lety +5

    হয়, বৰ ভাল লাগিল কথাটো । আমি অসমীয়া সকলেই যদি শংকৰ গুৰু আৰু আৰু তেৰাৰ প্ৰপন্ন শিষ্য মাধৱ পুৰুষে দি থৈ যোৱা আপুৰুগীয়া সম্পত্তি সমূহৰ সদ্ব্যৱহাৰ নকৰোঁহক তেন্তে কোনে কৰিব ? মই কিন্ত্ত কেৱল কৈয়েই দায় সৰা নাই, পুৱাতে বৰগীত (পুৱাৰ গীত) এটি গাবলৈ অভ্যাস কৰিছোঁ । নিৰ্ভুল নহব পাৰে, কিন্ত্ত গাঁও । নিজেই বুজি -শুনি শুধৰাই গাবলৈ যত্ন কৰোঁ । ভূল কত হৈছে গম পাওঁ । (যেনে - প্ৰথম শব্দটোকেই ধৰোঁ, ' তেজৰে কমলাপতি ' ত তেজৰে শব্দৰ অৰ্থ - ত্যাগ কৰা অৰ্থাৎ শোৱা বাদ দিয়া, ইয়াৰ অৰ্থ (তেজৰে) মানে তেজ মঙহৰ বা অতিকে মৰমৰ নহয় । সেয়ে, বুজো, গাঁওতে সামান্য তাৰতম্য হলেই ভূল । হওঁক ভূল, লাহে লাহে ভূল ভাগি যাব । সেই ধৰণেৰে একোটা শব্দ দুভাগ কৰি গোৱা, নাৰায়ণ শব্দৰ ঠাইত নাৰা য়ণ গাব নালাগিব ।
    পুৱাৰ বৰগীত এটাই ঘৰখনলৈ পৱিত্ৰতাৰ এক পৰিবেশ নমায় আনে ।

    • @kamruptourism4992
      @kamruptourism4992 Před rokem +1

      ইমান খিনি যত্নপৰ হৈছে যেতিয়া , ফল নিশ্চয় ধৰিব‌ই 🙏🙏

  • @kumarnirmalendunarayandeb1666

    মহাপুৰুষ মাধৱদেৱক মোৰ শত কোটি কোটি প্ৰনাম ।

  • @stranger_eviil
    @stranger_eviil Před 3 lety +13

    Aitu ami poribole paisilu বৰগীত

  • @dipankardihingia5905
    @dipankardihingia5905 Před 2 lety +19

    মন বেয়া হৈ থকাৰ সময়ত এবাৰ শুনিলে মন প্ৰফুল্ল হৈ উঠে

  • @nanditasts
    @nanditasts Před 2 lety +1

    Krishna Hori ram, bohut dhunia lagile etu gan xuni hetu bhupen hazarikar

  • @anubhuti446
    @anubhuti446 Před 3 lety +13

    Very melodious. Borgeet sung by Dr. Bhupen Hazarika are always very melodious.

  • @punyagogoi5313
    @punyagogoi5313 Před 2 lety +3

    🙏🙏🙏গীত ভাগ সোনি ভাল লাগিল

  • @dipanjalibaruah3645
    @dipanjalibaruah3645 Před 3 lety +19

    কৃষ্ণ ৰাম🙏🙏🙏🙏

  • @simantabaruah3082
    @simantabaruah3082 Před 3 lety +7

    মনটো পৱিত্ৰ হৈ যায়।

    • @ajitsaloi5253
      @ajitsaloi5253 Před 3 lety +1

      এই বৰগীতটো বিছাৰি আছিলোঁ আজি পাই বৰ ভাল লাগিল ধন্যবাদ

  • @asamkumardas9539
    @asamkumardas9539 Před 2 lety +3

    ভূপেন দাৰ এই গীত বোৰেই তেখে‌‌তক অমৰ কৰি ৰাখিব সদায়।

  • @mukundachetia4637
    @mukundachetia4637 Před 3 lety +7

    Ajihe hunisu val lagise

  • @nitulbaruah
    @nitulbaruah Před 2 lety +7

    Nice

  • @Rocktim3796
    @Rocktim3796 Před 3 lety +13

    ভূপেনদাৰ কণ্ঠ সুৰ সদাএ অনন্য

  • @rekhadutta5582
    @rekhadutta5582 Před 3 lety +8

    Very nice song, and I love the it. Wow

  • @munminiku8176
    @munminiku8176 Před rokem +2

    Bhupen Hazarikar git sunilai montu bor val laga

  • @rupalibhuyan8075
    @rupalibhuyan8075 Před 2 lety +3

    আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম উৎসৱৰ শতকোটি প্ৰণাম 🙏🙏🙏🙏🙏🙏 লগতে ভূপেন হাজৰিকাদেৱলৈও 🙏🙏🙏🙏🙏

  • @bhadrakantadas6101
    @bhadrakantadas6101 Před 2 lety +2

    তেজৰে কমলা পতি বৰগীতটি ভূপেন দাৰ কন্ঠত খুবেই ভাল লাগে।

  • @jadavkakati1268
    @jadavkakati1268 Před 2 lety +4

    অতিশুনদৰ

  • @upenhazarika-wm6fe
    @upenhazarika-wm6fe Před 10 měsíci +1

    কৃষ্ণ কৃষ্ণ হৰি ৰাম ।

  • @manamana3917
    @manamana3917 Před 2 lety +3

    বহুত ভাল লাগিল

  • @bhesojbaruah8725
    @bhesojbaruah8725 Před 3 lety +25

    মহাপুৰুষ শ্ৰীমাধৱদেৱ বিৰচিত এই বৰগীতটি ভূপেনদাৰ কণ্ঠৰে শুনিবলে বিছাৰি থাকো ।
    এই বৰগীতটি অসমীয়া কথাছবি ৰুণুমী ত আছিল, ৰুণুমী ত কণ্ঠদান কৰিছিল শেৱালি দেৱীয়ে ......... ৰুণুমী কথাছবিৰ সংগীতত আছিল দৰ্পনাথ শৰ্মা
    ( কথাছবিত বৰগীত থকা সম্ভৱতঃ ৰুণুমী প্ৰথম আৰু একমাত্ৰ কথাছবি )

    • @dharitrilahon3541
      @dharitrilahon3541 Před 3 lety +4

      সুন্দৰ তথ্যৰ বাবে ধন্যবাদ

    • @dhirendeka784
      @dhirendeka784 Před rokem +1

      পিয়লী ফুকন ছবিত ভূপেন দাৰ কণ্ঠত এইটো বৰগীত আছে । বিচাৰ আপোনাৰ পিয়লী ফুকন ছবি আগত নে ৰুণুমী ছবি আগত ।

  • @vandyavlogs
    @vandyavlogs Před rokem +5

    চিৰ নমস্য শ্ৰদ্ধেয় ভূপেন হাজৰিকা দেৱৰ এই বৰগীত টি মোৰ অতি প্ৰিয় ।

  • @dipakkalita2483
    @dipakkalita2483 Před 3 lety +3

    Jai guru sankar sarbagunakar

  • @drshyamalendudas1376
    @drshyamalendudas1376 Před 5 lety +9

    Bhupenda s finest borgeet,

  • @dcb58_
    @dcb58_ Před 9 měsíci +3

    ভূপেনদাৰ কন্ঠৰ মদিৰা পান কৰি অসমীয়া জাতি ধন্য আৰু কৃতজ্ঞ হৈ থাকিব।

  • @birendranathgogoi6830
    @birendranathgogoi6830 Před 3 lety +8

    Nostalgic

  • @muninborah6784
    @muninborah6784 Před rokem +1

    অতুলনীয় ;

  • @user-iz3fy9bh2g
    @user-iz3fy9bh2g Před 20 dny +1

    Uni bhot balagisoo.❤❤

  • @pareshdas4489
    @pareshdas4489 Před rokem +1

    Exe
    Exelent",,,,

  • @banadeepkalita3758
    @banadeepkalita3758 Před 2 lety +7

    Really you deserve gratitude Deka for giving us the opportunity to listen such golden songs.

  • @ramaborah3940
    @ramaborah3940 Před 4 lety +35

    হিয়া মন জুৰুৱা এটি পুৱা বৰগীত সঁচাই গুৰু জনৰ সৃষ্টি অতুলনীয়----💐💐

  • @junalimedhi7773
    @junalimedhi7773 Před 3 lety +35

    ধ্ৰুং ।।তেজৰে কমলাপতি পৰভাতে নিন্দ।
    তেৰি চান্দ মুখ পেখোঁ উঠৰে গোবিন্দ ॥
    পদ।। ৰজনী বিদূৰ দিশ ধৱলী বৰণ।
    তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ॥
    শতপত্ৰ বিকশিত ভ্ৰমৰ উৰায়।
    ব্ৰজ বধু দধি মথে তুৱা গুণ গাই।
    দাম সুদাম ডাকে তেৰি লৈয়া নাম।
    হেৰ দেখ উঠিয়া আসিল বলৰাম॥
    নন্দ গেল বাথানে গোৱাল গেল পাল।
    সুৰভি চাৰিতে লাগে উঠৰে গোপাল ॥
    ক্ষীৰ লয়নু লৈয়া শিঙা বেত বেণু ।
    সকালে মেলিয়ো বত্স হাম্বালাৱে ধেনু ॥
    কহয় মাধৱ মাই কিনো তপসাইলা ।
    ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা ॥

    • @anubhuti446
      @anubhuti446 Před 3 lety +1

      Thank you for the wordings of the ' Borgeet'.

    • @pitamborbora7171
      @pitamborbora7171 Před 2 lety

      English translate bludy hel and bludy full

    • @pcborah9908
      @pcborah9908 Před rokem

      দুটা শব্দৰ সামান্য ভুল আছে -
      দাম 'সুদামে' ডাকে
      হাম্বাৰাৱে ধেনু (গায়ে হেম্বেলিয়াই)
      শুধৰাই দিলে ভাল হয় ।

    • @istabani717
      @istabani717 Před 10 měsíci +1

      thank you so much for sharing the lyrics

  • @nayanjyotisaikia2
    @nayanjyotisaikia2 Před 2 lety +1

    মোৰ সমস্ত স্বাভিমান সুধাকণ্ঠৰ কৰকমলত।
    হে প্ৰভূ। দিনটো কচমচৰ বাবে ভাল হওক

  • @narayansaikia6776
    @narayansaikia6776 Před 3 lety +4

    Xorute..Mane class 7 t eitu borgeet porhiboloi pisilu....Mayeu xorute eitu gai amak xunaisil...enei thakileu borgeet gungunayei thaku...karon borgeet xunile mur ga tu cat pori jai..kintu borgeet xuni amoni nalage..parile apunalukeu protidine borgeet xunibo, montu bhal lagibo...Gurujonar ei aapurugia sristik Moi pronam jonaisu...🙏🙏 Dhanyawaad...

  • @rabenchoudhury2732
    @rabenchoudhury2732 Před 2 lety +1

    Really great so nice apunar kontho tu eman dhuniya asil 😍😍😍😍

  • @parbatikumar3319
    @parbatikumar3319 Před 2 lety +1

    এই বৰগীটো শুনিলে মন জুৰ পৰি যায়

  • @dampoosarma8777
    @dampoosarma8777 Před 2 lety +3

    Very nice to listen at the morning

  • @ramcharandeka9143
    @ramcharandeka9143 Před 2 lety +4

    Bhupen Surya vaila Udita.

  • @bhesojbaruah8725
    @bhesojbaruah8725 Před 4 lety +8

    বৰগীত শুনি দিনটোৰ আৰম্ভণি

  • @dimbeswarboruah7083
    @dimbeswarboruah7083 Před 3 lety +4

    KRISHNA

  • @bhesojbaruah8725
    @bhesojbaruah8725 Před 3 lety +12

    তেজৰে কমলাপতি পৰভাত নিন্দ.....
    ............( ০৫-১১-২০২০ )

  • @jundas7979
    @jundas7979 Před 2 lety +2

    Krishna...

  • @lifesjourney.19
    @lifesjourney.19 Před 5 lety +77

    সৰুকালৰ কুৱলীৰে ঢকা ৰাতিপুৱা এটালৈ মনত পৰে এই গীতটি শুনিলে। ৰেডিঅ' ত শুনি ডাঙৰ হৈছোঁ।

  • @SumanDuarahabcdefis6
    @SumanDuarahabcdefis6 Před rokem +3

    Renowned singer Apurba Das and myself along with our friends, the entire night till dawn broke, when the Maestro's last rituals were to be conducted, Apurba suddenly started this hymn. And the huge crowd were overwhelmed. Touching farewell to the maestro.🙏🏻🎶💖

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Před 8 měsíci

      ঠিক পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ সচাকৈ মনত সুন্দৰ তাৰপৃথীৱীত থকা বুলি কব পাৰি,,,,,

  • @bhadrakantadas6101
    @bhadrakantadas6101 Před 3 lety +16

    ইমান ভাল লাগে কিয় ক'ব নোৱাৰো

  • @pushpanjoliborgohain2678
    @pushpanjoliborgohain2678 Před 3 lety +8

    অতি সুন্দৰ

  • @gitarthiborah5765
    @gitarthiborah5765 Před 2 lety +1

    Xundor

  • @manasdeka6801
    @manasdeka6801 Před rokem +1

    Joy guru Shanker 🙏🙏🙏🙏

  • @balendas4511
    @balendas4511 Před rokem +2

    Iheareverymorningthisbargeet🙏🙏🙏🙏🙏

  • @chetananandpachani7439
    @chetananandpachani7439 Před 4 lety +13

    বৰ ভাল লাগিল। দেহ মন পুলকিত হই গ'ল, পৱিত্ৰ হই গ'ল, শ্বাত পৰি গ'ল।

  • @dilipphukan7804
    @dilipphukan7804 Před rokem +1

    Mon hanta hai jai

  • @akhomiyasanskritrivaunanat6510
    @akhomiyasanskritrivaunanat6510 Před 10 měsíci +1

    কৃষ্ণ কৃষ্ণ

  • @halibarbaro6849
    @halibarbaro6849 Před 2 lety +3

    L P School ar parai parhisoni ajileke bhal powa ,monjurua Borgeet r rachak guruzana Madhab Dev arushudhakantha Bhupen Da le mor bhakti o sewa allows jonao.

  • @kumudbaishya9755
    @kumudbaishya9755 Před rokem +2

    Very Good

  • @montudeka8712
    @montudeka8712 Před 2 lety +1

    Bha 😌😌😌😌😌😌

  • @digantadutta2727
    @digantadutta2727 Před 4 lety +5

    Gurujanaloi pranam....

  • @bhadrakantadas6101
    @bhadrakantadas6101 Před 3 lety +8

    বৰগীতৰ মধুৰতা আৰু ভূপেনদাৰ সুৰৰ লহৰৰ সৈতে ৰজিতা খাই যোৱা গীতে মন মোৰ
    জুৰ পৰি গৈছে। কেৱল মোৰেই নে?

  • @kumudborah6208
    @kumudborah6208 Před 2 lety +2

    Hosakoiy

  • @bharatibaishya6939
    @bharatibaishya6939 Před 2 lety +2

    🙏🙏🙏🙏

  • @jitukumardas4990
    @jitukumardas4990 Před 4 lety +7

    Guru janer amar shristy. Tate akow maha manav sudhakanthar kantha. 👃👃.

  • @purnimadas7779
    @purnimadas7779 Před rokem +1

    🙏🙏🙏🙏জয় গুৰু শংকৰ মাধৱ 🙏🙏🙏🙏

  • @krittikadutta4931
    @krittikadutta4931 Před 3 lety +5

    moi 10 basaria suali aru tothapi bhupen sir k bhal pau