ছোৱালী জনীলৈ মোৰ চিন্তা হৈছিল, তাইক কেনেকৈ ৰাখিম এতিয়া!! Bina baruwati interview

Sdílet
Vložit
  • čas přidán 20. 08. 2024
  • guest - Bina baruwati
    ✅Instagram -
    ...
    Facebook -Shemim Ahmed siddiki
    Twitter - Shemim Ahmed Siddiki
    @ShemimSiddiki
    ✅any business enquiry -
    shemim.ahmed2@gmail.com

Komentáře • 52

  • @jatnarabha9323
    @jatnarabha9323 Před měsícem

    খুব সুন্দৰ কথা কৈছে বাইদেউ চাকৰি কৰিলে সচাকৈ বেলেগৰ তলত থাকিব লাগে

  • @SumiBegum-ks1zp
    @SumiBegum-ks1zp Před 2 měsíci +2

    Nice ❤❤

  • @dipokkumargogoi8190
    @dipokkumargogoi8190 Před 2 měsíci +2

    অতি মৰমৰ আৰু শ্ৰদ্ধাৰ বীণা বাৰুৱতী বাইদেউৰ সাক্ষাৎকাৰটো বহুত ভাল লাগিল। লগতে সাক্ষাৎকাৰৰ নায়িকা শ্ৰীমতী চেমিমক ধন্যবাদ জ্ঞাপন কৰিলো

  • @harinam1835
    @harinam1835 Před 3 měsíci +1

    ছেমিম তোমাৰ অনুষ্ঠান চাই বৰ ভাল লাগে

  • @monoswettaofficial887
    @monoswettaofficial887 Před 9 měsíci +6

    ছেমিম বা তোমালৈ বহুত মৰম ❤❤ ইমান ধুনীয়া কৈ কাম সমূহ চলাই নিয়া।। এক মাৰ্জিত সাজপাৰ এ,,, আজিকালি কিছুমান এ ইণ্টাৰ্ভিও লওঁতে ভালকৈ কাপোৰ যোৰ পিন্ধিব নাজানে কত কি পিন্ধিব লাগে নাজানে,,, তোমাৰ শ্বো সদাই চাওঁ ভালে থাকা তুমি। লগ পোৱা ৰ আশা ৰে ❤❤❤❤

  • @debajanikalita1461
    @debajanikalita1461 Před 3 měsíci +1

    কথোপকথন খিনি শুনি বৰ ভাল লাগিল

  • @mixmasalainformation5097
    @mixmasalainformation5097 Před 9 měsíci +3

    Iman dhunia lgise ❤❤

  • @dipikadas2317
    @dipikadas2317 Před 9 měsíci +1

    একদম সচা কথা কৈছা চেমিম বাইদেউক কাপোৰ যোৰেৰে ধুনীয়া লাগিছে ৷

  • @sagarika776
    @sagarika776 Před 9 měsíci +4

    বীনা বাইদেউক দেখা পায় বৰ ভাল লাগিল। পুৰণি স্মৃতি কিছুমান সজীৱ হৈ পৰিল।

  • @Butterfly-uw1ie
    @Butterfly-uw1ie Před 9 měsíci +6

    আগৰ দিনৰ অভিনেতা - অভিনেত্রী আৰু বর্তমানৰ অভিনেতা - অভিনেত্ৰীৰ মাজৰ পার্থক্য সেই বাইদেউ ৱে কোৱা লাষ্টৰ ফালে কোৱা কথা কেই আষাৰ ৷ আমাৰ সেই কাৰনেতু ভাল লাগে আগৰ অভিনেতা সকলৰ সেই যে simpulatak I বাইদেৱে কোৱাৰ দৰে আজিকালি প্ৰসাধন সামগ্রীও বাঢ়িল আনফালে কিছু কিছু ক্ষেত্রত মহিলাৰ Dress tকাপোৰৰ পৰিমান ও কমি অহা যেন পাঁও ৷ সহজ আৰু সৰলতাই সদায় আবুৰতা বিচাৰে ৷ কবলৈ পাহৰি যাঁও তোমাৰ সৰলতাকো ভাল লাগে

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Před 9 měsíci +2

    ❤🎉❤ My favourite female actress of Assamese cinema. She was always evergreen.❤🎉❤

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l Před 2 měsíci +1

    চেমিমক ভাল লাগে। মাৰ্জিত সাজ পৰিধান কৰা বাবে।।কথন শৈলী সুন্দৰ। বীণা বাইদেউক তো ভাল লাগে ই।

  • @user-yw8rf2bm7b
    @user-yw8rf2bm7b Před 9 měsíci +1

    Dhuniya lagil baa

  • @mirazahmed9663
    @mirazahmed9663 Před 9 měsíci

    বৰ ভাল লাগিল।

  • @geetanjalidevi9519
    @geetanjalidevi9519 Před 9 měsíci +1

    ইমান ভাল কাম কৰি আছা❤❤❤❤

  • @paranjyotipathak4914
    @paranjyotipathak4914 Před 9 měsíci +1

    She is a perfect actress ❤️

  • @manuwarahazarika3020
    @manuwarahazarika3020 Před 9 měsíci +3

    Baouli fagunat akhetor ovinoy khub khundar hoise .khari khonor khoite bohut dhunia lagise ❤❤.Morigaon

  • @PritikarDowari-wq1vv
    @PritikarDowari-wq1vv Před 5 měsíci

    Mojja lagise ❤

  • @dhunuvlog4196
    @dhunuvlog4196 Před 9 měsíci

    Wow 😲 bormaa goraki 🥰 dekhi vl lagil ❤god bless you

  • @putulkalita7782
    @putulkalita7782 Před 9 měsíci

    বহুত দিনৰ মূৰত অভিনেত্ৰী গৰাকীক দেখিবলৈ পালো ❤

  • @MahatKhakhulary-kc3uz
    @MahatKhakhulary-kc3uz Před 9 měsíci

    বহুত ভাল

  • @moonminalihazarika2327
    @moonminalihazarika2327 Před 9 měsíci

    khub vl lagil baideu gorakikik ❤

  • @miminathnaskar
    @miminathnaskar Před 9 měsíci

    Bhal lagil video to sai....😊❤#kolkata

  • @bornaliboruah4524
    @bornaliboruah4524 Před 9 měsíci

    Bor vl lagil ❤

  • @user-pg5pg6hz1l
    @user-pg5pg6hz1l Před 9 měsíci

    Bahut val lagil

  • @parasmitapathak8569
    @parasmitapathak8569 Před 9 měsíci

    Biraat bhaal lagil..kothabur

  • @apurbabaruah2088
    @apurbabaruah2088 Před 9 měsíci +2

    বীনাবাইদেউলৈ বহুত বহুত মৰম আৰু শ্ৰদ্ধা জনাইছোঁ। আপোনাৰ সকলো serial চাই থাকো।আজি এনেকৈ লগ পাই বহুত সুখী হলো।কথা বিলাক বৰ ভাল লাগিল।ভগৱানে এনেকৈয়ে ধুনীয়া কৰি ৰাখে যেন তাকে কামনা কৰিলোঁ। চেমিমলৈ বহুত ধন্যবাদ জনালোঁ।

  • @JintuBorah-eu8cy
    @JintuBorah-eu8cy Před 9 měsíci

    পূৰবী শৰ্মা interview lobo sun

  • @sabigogoiboruah4602
    @sabigogoiboruah4602 Před 9 měsíci

    ফটোবোৰ দেখুৱাই দিব লাগে,,,, আমাৰো চাওঁ চাওঁ লাগে নহয়,,,, যি কি নহওক বহুত ভাল লাগিল👍👍

  • @malamanibaruah3524
    @malamanibaruah3524 Před 9 měsíci +5

    Dangorok ki khobor xudhibo napai

  • @axommukesh...5989
    @axommukesh...5989 Před 9 měsíci

    Amar moromor hadhu hunuwa aita ❤❤

  • @boro3775
    @boro3775 Před 9 měsíci

    Apuni enekoi agor actor burok aani thakibo.. Please

  • @JuridekaBanikya-cs7qp
    @JuridekaBanikya-cs7qp Před 9 měsíci +10

    Bht val lage bina baideuk aru pragya paramita aponar he sowali neki teok to aru val lage teo kio atiya abhinoy nkre..

  • @kunjogogoi579
    @kunjogogoi579 Před 9 měsíci +1

    Semim purbi sharmak anibaasun adin.

  • @munudevi3284
    @munudevi3284 Před 9 měsíci +1

    বাইদেউ আপোনাক বহুত শ্ৰদ্ধা জনাইছোঁ আপুনি যে এই বয়সত চু লি মেলি ইন্টাৰভইউত বহা নাই
    । আৰু চেমিম তোমাক বহুত ধন্যবাদ তুমি সদায় ধুনীয়াকৈ সজাই পৰাই কাপোৰ পিন্ধাই বাবে

  • @user-nc6ef7xj5m
    @user-nc6ef7xj5m Před 9 měsíci +1

    Gonga Chilonir Pakhi (1975) baideu acting korisil. Lakhminandn borar book asil, sahitya academy award powa book asil

  • @user-yw8rf2bm7b
    @user-yw8rf2bm7b Před 9 měsíci

    Archana pujari baa r interview loba sun baa

  • @bhanudas6350
    @bhanudas6350 Před 9 měsíci

    Baidu agate bhrayman theatert asil neki?

  • @jamunadeori7352
    @jamunadeori7352 Před 9 měsíci

    এই টো কেনেকুৱা কথা সিন্ধু হৈ দেৱ দেৱীৰ সেৱা নকৰে।

    • @munudevi3284
      @munudevi3284 Před 9 měsíci

      পৰমাত্মা এজনেই সেই বাবে

  • @mannat_mannat867hd
    @mannat_mannat867hd Před 9 měsíci

    Dev devi k Puja nokore
    Kintu Sankar k Mane kotha kobo jai

  • @ronjitborah1997
    @ronjitborah1997 Před 9 měsíci +3

    মোৰ অতি প্ৰীয় ,গঙ্গা চিলনীৰ পাখি ৰ শ্বুটিং আমাৰ ঘৰৰ ওচৰত(১ত শ্বুটিং হৈছিল মোৰ বাইদেউৰ ডিঙিৰ সাইন ডাল অলপ time পিন্ধিছিল তাই বৰ ভয় কৰিছিল নিদিয়ে বুলি,বাইদেউক প্ৰণাম।প্ৰয়গাৰ প্ৰতিভা অপৰিসীম

  • @keshabhaloi2225
    @keshabhaloi2225 Před 9 měsíci

    Purabi sarma baidok anibosun

  • @krishnashreebharalua669
    @krishnashreebharalua669 Před 9 měsíci +1

    Amai sankar hangha

  • @horizonx6180
    @horizonx6180 Před 9 měsíci

    আমাৰ ঘৰ ওচৰত ঘৰ বাইদেউ ভাল লাগিল ❤❤

  • @nabajyotitalukdar5370
    @nabajyotitalukdar5370 Před 9 měsíci +2

    Ba , Bidya Rao baideu, mridula Baruah baideu,aru purabi Sharma baideu r interview dekhuaboloi sesta Kariba son