এই মোৰ শেষ গান ||পাপন||বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

Sdílet
Vložit
  • čas přidán 13. 06. 2021
  • Stage performance//Celebration of Ganagitar din at Rabindra Bhawan , Guwahati. 17th August, 2012
    Ganagitar din celebrated by Panchasur on the occasion of Gana Shilpi Khagen Mahant's Birth day
    For more videos please subscribe our Channel
    / @panchasur
    Please Follow us on Facebook
    / panchasur.guwahati
  • Hudba

Komentáře • 27

  • @Samudra_Dulakasaria
    @Samudra_Dulakasaria Před 9 měsíci +7

    এয়ে মোৰ শেষ গান |
    মোৰ জীৱন-নাটৰ শেষ ৰাগিনী
    কল্যাণ খৰমান |
    পাতনিতে বালোঁ ধেমালি নান্দী
    ভঙ্গী সূত্ৰধাৰ
    হাঁহি বিননিয়ে ভাও দিলোঁ নানা
    বোৱালোঁ অশ্ৰু ধাৰ
    নৱ-নৱ ৰসে বালোঁ ভাৱ নাও
    আশাৰ নিৰাশাৰ
    আজি হ’ব মোৰ জীৱন নাটৰ
    ভাৱনাৰ অৱসান ।।
    নীল আকাশত পুৱঁতি তৰাই
    ঢিমিকি ঢিমিকি জ্বলে
    সিও যাব নুমি একে নিশাহতে
    বেলিৰ পোহৰ পালে
    ঠগীৰ লগৰে বন্তিৰ শিখা
    নুমো নুমোকই নাচে
    খৰ্মান তালৰ কল্যাণ ৰাগৰ
    ছেৱে অপৰূপ ঠাচে |
    দোষে গুণে হ’ল ভাৱনাৰ শেষ
    পুঁৱতী তৰাও নুমে
    বাঁহৰ আগেদি ঊষাৰ বেলিয়ে
    ৰঙা মুখ তুলি জুমে
    শিখাৰ লগৰী বিদায় ৰাগিনী
    ৰাইজৰ পদ চুমে
    আজি হ’ল মোৰ জীৱন নাটৰ
    ভাওনাৰ অৱসান
    মোৰ জীৱন-নাটৰ শেষ ৰাগিনী
    কল্যাণ খৰমান |

  • @nagenchandragohain6809
    @nagenchandragohain6809 Před 2 lety +9

    ১৯৬৯চনৰ জুন মাহৰ প্ৰথম সপ্তাহত মৃত্যুৰ ক্ষণ গণি থকা অৱস্থাত ৰাভা দেৱে এই গীত টো ৰচনা কৰিছিল বুলি পোৱা যায়।

  • @joyprakashpawe108
    @joyprakashpawe108 Před 7 měsíci +3

    গানটো শুনিলে মোৰ দুচকুৰে অশ্ৰু নিগৰে।

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml Před měsícem +2

    শিল্পী জীবন অতি মৰ্মান্তীক! ৰাভা দেবে মৃত্যু খন গনি থকা অৱস্থাত লিখা শেষ গীত। সেয়ে অতি অসহনীয়, কিন্তু নিয়তিৰ নিয়ম! অতি সুন্দৰ পৰিবেশন!!

  • @mayurb36
    @mayurb36 Před měsícem

    মৃত্যুৰ সময়ত কোনে এনেকুৱা শব্দ ব্যৱহাৰ কৰি গান ৰচনা কৰিব পাৰে।আজি এই কথা ভাবি চকু পানী ওলায়। ❤❤😢😢

  • @sanatanbaishya5234
    @sanatanbaishya5234 Před měsícem

    My favorite song. Nicely performed by papon.. Like father like son

  • @medinitalukdar4873
    @medinitalukdar4873 Před 10 měsíci +2

    অংগৰাগ মহন্ত বহুত বহুত মৰম চেনেহ আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ।

  • @tribinirabha6178
    @tribinirabha6178 Před rokem +2

    এই গানটো শুনিলে মই আবেগিক হৈ পৰো 😓❤️❤️

  • @mishanrajkalita8063
    @mishanrajkalita8063 Před rokem +2

    Baahi val bojaise

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 Před měsícem

    অতি সুন্দৰ গীত শুনি আপ্লুত হৈছোঁ 🙏🏻🙏🏻👌👌👌

  • @punyadevi8741
    @punyadevi8741 Před měsícem

    সূযোগ্য পুত্ৰই পিতৃয়ে গোৱা গীত ইমান সুন্দৰকৈ গাইছে, পাপনৰ দৰে শিল্পীৰ কণ্ঠই বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগীতক যুগমীয়া কৰি ৰাখিব। 5:04

  • @hirensaikia3810
    @hirensaikia3810 Před 3 lety +5

    সুন্দৰ গীত 👍👍👍🙏🙏

  • @jalavlogs
    @jalavlogs Před měsícem

    মোৰ শিক্ষা গুৰু দেৱে আজি গীত পৰিৱেশন কৰিছিলে আৰু গীত টি শুনি সচাই যেন দুচকুত অশ্রুৰ অনুভূতি কৰিব পৰা যায়❤

  • @kalponabora3116
    @kalponabora3116 Před rokem +1

    Mur bohut bhal pua geet suni bhal lagil

  • @ujjaldutta9237
    @ujjaldutta9237 Před 2 lety +2

    শুনি ভাল লাগিল দাদা

  • @munakalita60
    @munakalita60 Před rokem +1

    অতি সুন্দৰ দাদা

  • @ajaypatowary5703
    @ajaypatowary5703 Před měsícem

    Bohut sunder gan mn vori jowa

  • @bontisaikia7046
    @bontisaikia7046 Před měsícem

    ❤❤🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻

  • @binitaphukon9305
    @binitaphukon9305 Před rokem +1

    Bahut bhal lage gaantu

  • @biswajeetbaruah7576
    @biswajeetbaruah7576 Před rokem +1

    Moja.. Papon Da

  • @madhabanandagoswami1554
    @madhabanandagoswami1554 Před měsícem

    সুন্দৰ ❤👌

  • @basantakhound7438
    @basantakhound7438 Před měsícem

    সুন্দৰ

  • @sangitarabha692
    @sangitarabha692 Před 2 lety +2

    Oti sundar

  • @dineshgogoi459
    @dineshgogoi459 Před rokem +1

    Às father as son.

  • @ranusaikia6377
    @ranusaikia6377 Před rokem +2

    Ru vl hobo lagibo hobdar tibrota deuter nisina hua nai

  • @punyarabha151
    @punyarabha151 Před měsícem

    ❤❤❤❤❤❤❤❤❤😂

  • @ProtimaGogoi-mj6ew
    @ProtimaGogoi-mj6ew Před 12 hodinami

    ❤❤❤❤❤😅😮😢🎉😂😊