Beharbari Outpost [ বেহাৰবাৰী আউটপোষ্ট ] || Ep 3014 || 10.07.2024 ||
Vložit
- čas přidán 9. 07. 2024
- BEHARBARI OUTPOST IS A MOCKUMENTARY ON A GROUP OF TYPICAL POLICE OFFICE STAFF, IT'S A SITUATIONAL COMEDY .THE SHOW DEPICTS THEIR LIVES AS THEY TRY TO SOLVE EVERY CASE WHICH COMES TO BEHARBARI OUTPOST.
Facebook: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#rengonitv #funnyvideo #entertainment #beharbarioutpost #assameseviralvideo - Zábava
কোনে কোনে beharbari খন চাবলৈ ভাল লগা নাই যদিও চাই আছা ❤😢
😊
Moi Sai aasu Mumbai University pora🎉🎉🎉🎉
Val nalagileo Sai asu aribo o je nowaru😅
Moi ❤😊
Moi 😢
নিশ্চয় kk আৰু মোহন আকৌ উভতিব যেন লাগিছে ❤
Ahibo janu 😢
@@BimanBoruah-sp6bc nissoi aivo
@@BimanBoruah-sp6bcahile val asile😢❤
Bal ovutibo aro khug he uthe aru sabole 😅😅
কোনে কোনে SI ছাৰ সোনকালে ঘূৰি অহাটো বিচাৰিছে like কৰক❤😢
Ghuri to nahe
V
Nahe theater gl
Tara ba val lage
কোনে কোনে si ছাৰ ঘূৰি অহাটো বিচৰা। বিচৰা সকলে like কৰা । si ছাৰ নথকাৰ কাৰণে চিৰিয়েল খন ওকা ওকা লাগিছে😢😢😢😢😢
Sir a theatre ot thakibo etiyar pora 🎉🎉
Moi bisaru 😢😢😢😢
✅️
Ni ji ji BB
হয়
কোনে কোনে sl ছাৰ সোনাকালে ঘূৰি অহাতো বিচাৰিছে like কৰক
সঁচা কাহিনীৰে চলি থকা beherbari outpost hodai jate anedore soli jauk aji monibow le beya loga hokole like kora😢😢😢😂😂😂
Hasisa kya aru😢😢
এনেদৰে এজনৰ পিছত আনজন জনপ্ৰিয় অভিনেতা ইয়াৰ পৰা গুচি গলে beharbari out post ৰ জনপ্ৰিয়তা কমি যাব। যদি একমত like কৰিব ৰাইজ
জুনে জুনে si ছাৰক মিছ ফুৰিছে সি এটা like কৰা
কি মিছ ফুৰিছে 😅
অলোপান ভুল হৈছে দাদা
A@@BrajenRabha-fp8wlapunar u vull hoise dada
একো বুজা নাই। কি মিছ ফুৰিছে।😅😅😅😂😂😂
বানপানীত মৃত্যু সকলক বিদেহী আত্মাই চিৰ শান্তি কামনা কৰিলো 🙏🙏🙏🙏
Regular viewers ______________like__kora____👍
🎉
কোনে কোনে SI ছাৰৰ লগতে ছাৰৰ দেউতাক ও মিছ(miss) কৰিছাঁ like kora❤
Serial tu atia Rakesh daa ee solai jabo lagibo aruu nohole besi din nethakiboge..........😢😢😢😢
Hmm baki bure ghura gha he Kati ase 😂😂😂😂
Rakesh da ee acting baki sobot kana val kora
কাকো বিশ্বাস নকৰিবা
জীৱনটো ভুৱা মানুহেৰে ভৰি আছে ! 😢
তাৰে ভিতৰত এটা তুমি 😂
বিউটি বাক লাগে নহলে নাচাও
😂😂দুখৰ মাজতো হাঁহিছো ভাল লাগিল কিন্তু মণি বৌ জনী লৈ বেয়া লাগিছে 😢😢😢 আৰু ছাৰক বহুত miss কৰিছোঁ
বীৰক এতিয়াহে ভাল লাগিছে দেখিবলে
আমাৰ গাওঁ বিলাকতো বহত প্ৰতিভাৱান কৌতুক কৰা মানুহ লগ পাইছো ।আপোনালোকে মাজে মাজে লবলৈ চেষ্টা কৰিলে আৰু ভাল হব যেন লাগে চাব চোন❤
জোনে এই খন্দ চাই ভাল পাইছে তোওলোকে এতা like কৰক
👇
Kk আৰু মোহনক লাগে আমাক ...
নতুন মানুহ আনি থকাতকৈ পুৰণি খিনিক ওভতাই আনক, আৰু মনি বৌৰ জীৱন ত পৰিবৰ্তন দেখালে ভাল আছিল,হৰ শৰ্মা দোকানী,বিউটি,নয়না, ভিটামিন বাইদেউ এইসকলক আনক,ৰিচাক ধূনিয়া লাগে,
বেহাৰবাৰী খন মানুহে মনোৰঞ্জনৰ কাৰণে চায়। এইকেইদিন বৰ দুখৰ episode দি আছে..আগলৈ মনোৰঞ্জনৰ episode পাম বুলি আশা কৰিলো।
ভাল পোৱা মানুহ জনক আনে ভাল নাপাবও পাৰে সেই বুলি মই বেয়া পাব নোৱাৰো নহয় । ভাল পালোঁ যেতিয়া চিৰদিন ভাল পাই থাকিম । বেহাৰবাৰী ❤❤❤❤❤❤
আগৰ মানুহবোৰক বহুত মিছ কৰিছো ৰাকেশ দাই অলপ জমাই আছে এইসকল আহিলে আৰু মজা হব ।Si sir,kk da,muhon ,beauty,garg da এই সকলক লাগে।।
অসমৰ বানপানীৰ সমস্যাটোৰ কেতিয়াও, কোনোদিনে চিৰস্থায়ী ভাৱে সমাধান নহয়। বানপানীৰ সমস্যাটোৰ এটা প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনৰ আহিলা।।
ছাৰ কোনে কোনে miss korise like এটা কৰা।
Kumkum kot gol o.. Miss you kumkum.. Kumkum kune kune miss korese😢😢
কাৰ কাৰ SI ছাৰ যোৱাৰ পাছৰ পৰা beharbari চাব মন নোযোৱা হৈছে like kora😢
Hokolua comedy kore babe kkk hat gol jodiu beya loga nai kintu si sir gol Besi beya lagise
😢😢😢😢😢
Jodi sabo mon nai ki ghoti to koribo Sai coment Kori asa 🤔🤣😂
চাবলৈ এৰি দিলো আৰৰ এইখন চিৰিয়েল । 😮😮
বেহাৰবাৰী চাই ভাল নলগা হ'ল কিন্তু চাই আছোঁ আৰু
নিসংগতাবোৰ একান্ত ব্যক্তিগত আৰু অকলশৰীয়া😢
প্ৰসংগ: মনি
Kk da aru mohan mje mje ahi thakile vl lagil hoi 😢
সদায় অপেক্ষাত থাকো ❤❤❤
আজি কিবা এটা ভাল লাগিব, এই আশাৰে সদায় চাই আছোঁ পিছে ক্ৰমান্বয়ে বেয়া লগাহে হৈছে।
যি খেইজনক ভাল লাগে হেইকেইজনেই সাতৰি গুচি যায়।
লুটু কণ দাদা বৰ সুন্দৰ কণ্ঠ
Si sir k bohut miss korisu logote kk aru muhonok
Si sir miss you
কে কে চাৰ মোহন সোনকালে লৈ আহক
Kune Kune baksa district pora Sai asa like kra
Good morning all friends 🌄
Kk sir and mohon really miss you 😢
Miss you si sir😢😢
Coming soon Kk & Muhon 🤩🤩🤩
Keneke gom Pala plz kuwa 😢
কেকে চাৰ,মোহন,প্ৰীতম চাৰ, দেউতাকৰ অনুপস্থিতি আৰু লুটুকন ৰাকেশৰ অতিৰিক্ত ফটোৱামীয়ে ধাৰাবাহিকখন বেছি বিৰক্তিকৰ কৰি তুলিছে ।
ধুনীয়া ছোৱালী জনীৰ কাৰণেই আজিৰ বেহাৰবাৰী ভাল লাগিল।
বেহৰবাৰী লাহে লাহে 'ভাৰাঘৰ' হ'বলৈ ধৰা যেন লাগিছে
Love from karbi Anglong Assam
Kk da aru muhon da miss you 😘❣️
গুৱাহাটীটো ইমান বেয়া ৰাস্তা আছেনে 😢😢😢
Moja episode 😊
Akdm val nologa hol serial khn
Kk da aru muhon k ako 1br sabo bisaru..nhle baad ai dim aru sabole aikhn..akdm sidha ktha
Kk, muhon, beauty Bailung, garg, horo, return hle vl lgil diya
❤❤❤😊😊
Nice 😊😊
আজি কালি ইমান ভাল নলগা হল কিবা চাব মন নোযোৱা হৈছে। কিবা ভাল জমনি ওলাই বুলি মন নগলেও চাওঁ।কিন্তু নাই আগৰ বেহাৰবাৰি নহয় আৰু। kk da muhan bailung kumkum si sr abihone aadhorua hoise.😂😂parile darkhak xokolor babe alop sinta kori ghuri ahatu bisarok sun.😂😂😂😂
লাহে লাহে ভাল লগা অভিনেতা সকল আতৰি গৈছে বৰ বেয়া লাগিছে। ❤❤🎉🎉
miss you si sir kk da mohan
Mojja
Miss you joba🎉😢😢
আগৰ মানুহবোৰ নথকাৰ কাৰণে চাবলৈ মন নোযোৱা হৈছে।
No kk , no mohan, no mukuta , no susmita , no beauty , no garg , no tension and now no sir sir . Therefore, No enjoyment 😢
❤❤
Miss you kumkum❤❤
Beharbari ম'বাইলত চাবলৈ কোনে কোনে অপেক্ষা কৰি আছা।👍
Kune kune saboloi wait kri asa 1 👍 kra
আজিৰ এপিচ'ডটোহে ভাল হৈছে
বহুত বেয়া লাগিছে si ছাৰ নোহোৱা বাবে 😢
Beharbari sun atia dubi goise
Beharbarir kidny, liver, sob gyb hoi gol bas olp oxigen Tu he soli ase
10years Or pora regular sai asu atiya val nologoga hobo dhorise.....
সাধাৰণ নিম্ন খাপৰ বিষযৰে ভৰা ধাৰাবাহিক হৈ পৰিছে। আৰম্ভনিৰ পৰা শেষৰ লৈকে খালি কাজিয়া। মেছেছে বোলা বস্তুটো নাই।ৰাকেশ এজন বিভিষণ।
মেইন মানুহ কেইটা নাই যদি সামৰণি টো দিব এ পৰা হৈছে ।
Si ছাৰ আহিব লাগে
Bohut val lajil aru biya lajil
হাঁহি হাঁহি পেট বিষায় গ'ল ❤❤❤
Nice😅
Aji kali Val nologa hol dei
Lutu kn dai raxr gatu gaute feel hoi goise season tu 😊❤️
Serail khon ban hobo besi din nai aaru
Val loga manuh bur sob ulai goise😢
Bandh habo 100%
@@JuntiSaikia-lk8jb hei karone to sabo mn no juwa hol
Hosa
Hboi lage aru ich nai sabo
❤❤❤❤❤mur hole vale lagi ase
Thanks for 2 M subscribe
লৰা সকলে like কৰা আৰু ছোৱালী সকলে comment কৰা। চাওঁ আজি লৰা power বেছি নে ছোৱালী😊
Suwalir boliya nki
Pagol sob kela like loi ki sad tu kribi johora
😂
কাম নাই নেকি আৰু
Kom nai tohotar
এইখন বন্ধ কৰাই ভাল, ভাল নলগা হল চাবলৈ।।
❤❤❤
বৰ ভাল লাগিছে
faltu lga hl aru sai agr manuh muxa ulal.....aku ghuri ahiba lge agr manuh blk ❤️
SI SIR NAHALEO THIS EPP MOSTI.2.
Kk mohan come back please ❤
Kiba dekhun val loga nai sai...skip kori kori salu.
𝓞𝓸 𝓚𝓚 𝓭𝓪 𝓪𝓴𝓸 𝓪𝓱𝓸𝓴 SI 𝓼𝓲𝓻 𝓾 𝓰𝓸𝓵𝓰𝓸𝓲
Kum kum ahile vl hbo
Si sir kk sir mohan bhaire val a nlge sai ajikli 😢
বানৰ পৰা অলপ হলেও পৰিত্ৰাণ পাবলৈ হলে অসম সীমান্তত থকা গেৰুকা মুখত থকা জলবিদ্যুৎ প্ৰকল্প অৰ্থাৎ NHPC ৰোধ যদি কৰে অলপ হলেও মানুহ খিনি শকাস পাব।
Serail khon val nalaga hoise
বেয়া লগা হৈ আহিছে লাহে লাহে
Keke dada aru mon dada ketiya ayibo
Beharbari enekoi besi din nosole aru
Serail Val loga nai Si sir ase na kk sir ase na bailung ase kalir pora nasau aru by by 🖐️ 🖐️ berharbari out post 😥😥😔😓
Gum gum baidew kot gol dekha nai je❤
মতা মানুহৰ বেলেগ ব্ষ্তু থাকে নহয়!! 😂😂❤সেইবোৰ ব্ষ্তু ৰ বাহাদূৰি মাৰিৱ লাগে!! 😅
কোনে কোনে বুজি পাইছা___😂
Purona manhu bor maje maje holi o to ahibo pare tetiya o val lage😌