Bristi - বৃষ্টি | 17th May 2024 | Ep No 245
Vložit
- čas přidán 16. 05. 2024
- Click here to Subscribe to Rang TV Channel:- bit.ly/2zKPoy8
Episode No :- 245
-----------------------------
মাক ৰুমীকলকি চিন্তাই আগুৰি ধৰে?
#Rangtv #Bristi #Prideeastentertainments
More Useful Links :
* Visit us at: www.rangtv.org
* Like us on Facebook: / rangtvofficial
* Follow us on Twitter: / rangtv2 - Zábava
মন্দিপা ভাল হৈ অহালৈ কিশোৰৰ কথা গম পাব সমীৰে। তাৰ পিছত দুয়োখন বিয়া একেলগে হব। আজি গুলি নালাগিলে বিয়া পিছুৱাৰ option nasil
এই পৃথিৱীতে মানুহৰ স্বৰ্গ,নৰক হৈ থাকে।দুখ,সুখ।
কিশোৰ আৰু সমীৰৰ বন্ধুত্ব দেখিলে মনটো ভৰি যায়❤
মনদিপাৰ ভাল হ'ব❤ ,মা লে বৰ বেয়া লাগিছে 😭
,সমিৰৰ লগত বাবে বাবে কিয় হয় এনেকুৱা । বেছি আশা সচাকৈ ভাল নহয় , আমাৰো একেই অবস্থা । বিয়া ঠিক কৰিছিলোঁ দেৱৰৰ কিন্তু এটা এটা বাক্য সকলো শেষ
মনদিপা ভাল হব ।মা,লৈ বৰ বেয়া লাগিছে বহুত আশা কৰিছিল বিয়া খন হবলৈ।
umm hoi😂😂😂😂😂
সমীৰলৈহে বেছি বেয়া লাগিছে। বাৰে বাৰে বিয়া হ'বলৈ হয় তেতিয়াই লাগে কিবা কেনা।
সমীৰৰ ভাগ্যত হয়তো বিয়া নাই । 💗
Aji bohut dukh lagil mondipa karona 😢😢😢hunkale vall houk mondipa ❤❤🙏🙏🙏
আমাৰ চিনিয়ে বিলাকত কিয় বাৰু ঘৰৰ পৰিবেশ ত সাধাৰণ ভাবে নে দেখুৱাই ঘৰতনো হিল জোতা আদিত কিয় দেখুৱাই বাৰু
মনদীপাৰ বাবে বৰ দুখ লাগিল । পুলিচৰ চাকৰি ক'ত কেতিয়া কি হয় একো ক'ব নোৱাৰি ; জীৱনৰ একো নিৰাপত্তা নাই । মনদীপা সোনকালে ভাল হ'লেই হয় আৰু । 😢
umm hoi
Mandipa baa tumi xunkale Val hoi utha 🙏🙏🙏
মোৰ প্ৰিয় ধাৰাবাহিক 💗💗💗
মোৰ এইখন চিৰিয়েল বহুতো ভাল লাগে।
মনদিপা সোনকালে ভাল হওক 😢
মোৰ প্ৰিয় ধাৰাবাহিক
এতিয়া এটা কথা ক'ব লগীয়া হৈছে যে বিয়া বা যিকোনো শুভ কাম এটা একো অপায় অমঙ্গল নোহোৱাকৈ সুকলমে পাৰ হৈ যাবলৈ পণ্ডিত গণক মাতি পূজা পাতে মন্ত্ৰ মাতে বা সকাম কৰে। বিয়াৰ বাবে এটা ভাল দিন বুলি বাচি লয়। কিন্তু সেই ভাল দিনটোত আজি কিয় বেয়া ঘটনা কিয় হ'ল! মনদ্বীপাই কিয় বিয়াৰ দিনাই ভৰি এখন হৰুওৱাব লগীয়া হ'ল!
হয় দিয়ক
সকলো মিছা,,, ভাগ্যৰ লিখন কোনো জ্যোতিষ শাস্ত্ৰই খণ্ডন কৰিব নোৱাৰে। সকলো কেৱল ভগৱানৰ নিৰ্দ্ধাৰণ🙏
বিৰিনা বহুত ধন্যবাদ 😂❤❤❤
সুপ্ৰভাত 💗💗
Birina ❤❤❤❤❤
Bohot dukh lagil mondipale❤❤
এতিয়া সমীৰৰ আৰু বিৰিণাৰ বিয়া হ'ব চাগে।
ভৰি কটা নেদেখা ব ভাল মানুহৰ লগত
Mondipa mohonto ba loike boya lagil😭
My favorite serie bristi❤❤❤❤❤
Mondipak hunkale val houk🎉🎉🎉🎉god bless you❤❤❤
Mondipa loi bhut beya lagil biya khnk loi bhut acha ashil teor😢😢
Bohut dukh lagise sai😢😢
Aji bht dukh lagil 😢Val howk jldi modipa
কোনো পুলিছৰ বিয়াৰ আগ দিনা দিউতি নাথাকে। পৰিচালনা ঠিক হোৱা যেন লগা নাই।
Monbipa ba loi bohot baya ligsa 😂😂😂😂
বিৰিণাৰ বান্ধবী জনীয়ে ঘৰতে ইমান ওখ চেনদেল পিন্ধে
❤❤❤❤
My favorite❤❤❤❤❤❤❤❤
Mondipa ba 😢😢😢
Mandipa baa tumi sonkale val howa ❤❤❤
Serial khn a xekh hbo kintu biya khn a nhbo ahetr🤓
Mondipa mohonto ba loike boya lagil 😅🎉❤
মনদীপাই এনেকুৱাই চাকৰি কৰে নে বীয়াৰ দিনা ও দিউতী থাকে।
Lunai ghorote hil pindhe
Serial khn r naam -- biya hobone aru bapek kon
Atiya he vl lgise Sai serial khon music tu dhuniya diye kihor birinak lgt dekhle
My favourite serial
Val hob
Hoise aru aikhonot Karu biya nohoii..Samir aru Mondipar biya khone Sauk sun ai hoi ai nohoi..okonman val loga hoi he akou beya kri pelaii.
Mondipa ba jldi vl hoi uthok❤️🥺
Biya khnr time te kiba ata uliaiye Aru kahini
Birina aru kishor tumaluk hunkale ak huwa
Sammer is soooo unlucky no wife in his life
sabole majnikha loike roi asu o😴
Kishorr jiule mont npore neki
1st comment.. mojjjaaaa 👍
Mondipa hunkala val hobolaga😢😢
❤❤❤
Khasake bahut dhuk lagil
Kam nai mandipa anekuwa pulis thake ne aaru ata katha ATA gulite vari katib lage neki
Mondipa hunkale val huwa
Mondipa khunkale val hok
পুলিচ জনৰ চেহেৰা টোহে ভাল নালাগি ।
Birinar karo na ata like❤
❤
Akou notun kahini..birina baa ru kishur dar kahini ki hl
Biyar dinao shooti nuluwaloi asil ne...Lumba korar bahana he lage😂
Mondipa kaorone bor beya lagil
Mondipa hunkale val hoi aha
বিয়াৰ সময়তো ছুটি নাই নে?
❤❤❤❤❤❤❤
Biya nhoi neki
😮😮
Birinar karne ata lik
🎉😊😊😊😊😊😊
🎉😊😊
@@baneswarkalita5052অঅঅঅঅঅঅঅঅঅঅঅঅঅঅঅঅঅঅঅঅঅঅঅঅঅঅঅঅঅঅঅঅঅঅঅ
its like
❤❤❤❤❤❤❤❤@@baneswarkalita5052
Kun birina
attention at direction some time not accebtable
😂beya,lagil
Maa le bera lagise
Mondipa ba😢😢😢😢😢😢😢
ইমান বিয়া খন ভগাই থাকিলেও ভাল নালাগে
Beya khun hboi nepai aru sb barute kiba ata hoi beya khun bage jai ....vl nlage
বিয়াৰ দিনা নু কোনোবাই ডিউটি কৰিব যাই নে,,,,,কথাটো কিবা ভাল নালাগিল,,,,যি নহওঁক মণ্ডিপা সোনকালে ভাল হলে হয় আৰু,,,
😢❤😊
Somirk sabo pora nai
পুলিচৰ চিন কেইটা ভাল নালাগিল
😢😢😢😢
First like first cmnt😊
Biyar agdina kio duty koribo Lage besi
মনদীপা সোনকালে সুস্থ হৈ উঠিলে ভাল লাগিব
😂😂😂😂😂😂😂
Bhut Beya lagise mondipa ba le
চিৰিয়েল হ'লেও বাস্তৱ হ'ব লাগে।
Mondipa😂😂😂
Birina ❤❤❤❤❤
বৰ ভাল নালাগিল কাহীনী বনাইছে আৰু সকলো ফালে বেয়া চাব মন নাই