ধুনীয়া গাওঁখন - Life of a beautiful village 🔥❤️

Sdílet
Vložit
  • čas přidán 16. 05. 2022
  • life of a beautiful village
    • সকলোকে এনেকৈ লগ পাম বু...
    #assamesevillagelife

Komentáře • 3,2K

  • @AnuraG75
    @AnuraG75 Před 2 lety +3003

    ছোৱালীজনীয়ে কৈছে - একো এটা দিবলৈও নহ'ল 😭😭 Uff এইয়াই অসম আৰু এইয়াই অসমৰ অসমীয়াৰ মৰম ❤️ এইয়াই সিৰসেউজ অসম 💚
    Please Pin This Comment 📌

    • @shikharjyotiray4749
      @shikharjyotiray4749 Před 2 lety +33

      সঁচাই ❤️❤️

    • @hrishikeshhazarika7864
      @hrishikeshhazarika7864 Před 2 lety +44

      Soku pani ulai gl 😀💞

    • @Amar_CDO
      @Amar_CDO Před 2 lety +55

      ছোৱালী জনী কথাষাৰ মন চুই গল,❣️

    • @user-ps5vt4xv7g
      @user-ps5vt4xv7g Před 2 lety +15

      💗💗💗💗
      🙏🙏🙏🙏

    • @Himaniskitchen382
      @Himaniskitchen382 Před 2 lety +44

      Video tur val lga homoi khini suali jonir kotha har a .mor mon tu sui gol.aami horu manuh boror kiman dangor mon aiaai praman♥️♥️♥️

  • @abinashcreation2.0
    @abinashcreation2.0 Před 2 lety +2255

    গাওঁৰ মানুহ বোৰ মনৰ পৰা ধনী ❤️😌 কোনে কোনে গাওঁৰ পৰা চাই আছা লাইক এটা কৰি যোৱা❤️ I love গাওঁ ।😌😌😌😌❤️❤️❤️❤️❤️❤️

  • @anandmishraips432
    @anandmishraips432 Před 2 lety +72

    "Ako eta dobole nohol" This Is Assam. Heart touching thing. 🙏🙏❤❤

    • @rkofficial1868
      @rkofficial1868 Před 2 lety +2

      Wao....My idol respected Mishra sir.....🙏

  • @jrlentertainment9924
    @jrlentertainment9924 Před 2 lety +69

    ছোৱালীজনীয়ে কৈছে "একো এটা দিবৰ ন'হল " ‌ । কথাষাৰে সচাকৈ মন চুই গৈছে , ছোৱালীজনী অতি সুন্দৰ মনৰ মানুহ । তোমাৰ সকলো আশা পুৰন হক তাকে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা কৰিছো ।

  • @letslivelife93
    @letslivelife93 Před 2 lety +742

    "একো এটা দিবলেও নহ'ল।" .... মন চুই গল কথাটোৱে। ❤️ এইয়া য়ে হৈছে গাঁৱৰ মানুহৰ সহজ সৰলতা ❤️ Rich from Heart.

    • @rajunath8963
      @rajunath8963 Před 2 lety

      czcams.com/video/V9oj2NhVcdY/video.html

    • @__________Alone
      @__________Alone Před 2 lety +1

      বেলটো ভাবচা নিকি যতে যা তাতে পাবা বুলি ওহোো🙂

  • @bibeknath1739
    @bibeknath1739 Před 2 lety +374

    "একো এটা দিবলৈও ন'হল" কিমান শুদ্ধ অন্তৰৰ ছোৱালী । ভগৱানে তোমাক মংগল কৰক🙏🙏🙏। আমি অসমীয়া, আমাৰ মৰম-চেনেহ,আদৰ- সন্মান বোৰ যেন সদাই একেদৰে থাকে তাকে কামনা কৰোঁ। জয় আই অসম।

  • @worldofentertainment5801
    @worldofentertainment5801 Před 2 lety +5

    গাঁৱৰ পৰিবেশ আৰু শেষৰ ছোৱালীজনীৰ কথাষাৰ দুয়োটায়ে হৃদয় চুই গল 🤗❣️

  • @north-eastnamaste1687
    @north-eastnamaste1687 Před 2 lety +44

    Dimphu Da এদিন অসমৰ ঐতিহাসিক গাওঁ তিনিচুকীয়াৰ লক্ষীপথাৰ বনাঞ্চলত আহি লক্ষীপথাৰৰ ইতিহাস অসমবাসীক দাঙি ধৰিব বুলি আশাবাদী।
    আপোনাৰ সৰলতাই মন মুহি যায় দিম্ফু দা❤️❤️❤️❤️

  • @urvashigogoi6734
    @urvashigogoi6734 Před 2 lety +518

    "একো এটা দিবলৈও নহল।"
    Uff🥰 মন চুই গল। গাওঁৰ সহজ সৰল জীয়ৰী 😊😊

    • @rajunath8963
      @rajunath8963 Před 2 lety

      czcams.com/video/V9oj2NhVcdY/video.html

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 Před 2 lety +1

      Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology
      CZcams Link ::::: czcams.com/video/uQtaWSYY4KI/video.html

    • @onsingteron3622
      @onsingteron3622 Před 2 lety +3

      Yes absolutely ♥️♥️♥️tair babe video tu hekh loike salu.Facebook page te paisilu video clip tu...♥️♥️♥️♥️♥️♥️♥️

    • @nizargani1780
      @nizargani1780 Před 2 lety +8

      আজি ছোৱালি জনিৰ কথা বৰকৈ মনত পৰি আছে । আইদেউ একো নিদিলেও তুমি বহুত কিবা দিছা আমি অসমবাসীয়ে তোমাক স্বিকৃতি দিছো।

    • @kamruptourism4992
      @kamruptourism4992 Před 2 lety +1

      আমাৰ উজনিৰ ফালে মানুহবোৰ আমি এনেকুৱাই ... এই ডিম্পু পিছে মোমাইদেউৰ পলীয়া হে দেই 😂😂 ( বুজাই বুজিব )

  • @sabbitkumarkhataniar9495
    @sabbitkumarkhataniar9495 Před 2 lety +163

    "একো এটা দিবলৈ নহ'ল" ছোৱালী জনীয়ে কোৱা কথাষাৰ অন্তৰ চুই গ'ল। মন্তব্য বাকচত আহি দেখিছো এই কথাষাৰে মোৰ দৰে সকলোৰে মন জয় কৰিছে। ছোৱালী জনীৰ মনৰ পবিত্ৰতাক অন্তৰ পৰা সেৱা জনাইছো।

  • @mridupawanborah4575
    @mridupawanborah4575 Před 2 lety +15

    "একো এটা দিবলৈ নহল" কি মন চুই যোৱা এষাৰি বাক্য.....ছোৱালী জনীৰ এই নিভাঁজ মৰমত বাৰুকৈএ আপ্লুত হৈ উঠিলোঁ...এইয়াই গাঁৱলীয়া মানুহৰ মৰম❤❤❤

  • @apurbadeka830
    @apurbadeka830 Před 2 lety +60

    ডিম্পু ! উপজা মাটিৰ গোন্ধ থকা কথাবোৰ বৰ আলসুৱা...! আপোনালৈ এটি অনুৰোধ , "পাৰে যদি এই ভিদিঅ'টোত লাভ কৰা ধনৰাশি আজলী ছোৱালী জনীক প্ৰদান কৰক!"

  • @aminulhoque5762
    @aminulhoque5762 Před 2 lety +301

    ছোৱালী জনী যে কলে একোঁ এটা দিবলৈ নহল। সঁচাকৈ মোৰ hidoi চুই গল দাদা । ইমান সহজ সৰল ছোৱালী ।আপোনাক লগ পাই তাই কিমান যে আনন্দ পাইছে নিজে বুজাব পৰা নাই । সঁচাকৈ বোৰ মৰমিয়াল ছোৱালী। তাইৰ ভৱিষ্যত ভাল হওঁক।👏👏

  • @jkdanceentertainment657
    @jkdanceentertainment657 Před 2 lety +16

    একো এটা দিবলৈও নহল কথাষাৰে মনটো চুই গল 😥 এয়াই অসমৰ সহজ সৰল ছোৱালীৰ মন❤😌 ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তোমাৰ জীৱনটো সুখ, শান্তি ,সমৃদ্ধিৰে ভৰপূৰ হৈ উঠক🙂👐

  • @ankitabordoloivlogs2840
    @ankitabordoloivlogs2840 Před 2 lety +9

    ছোৱালীজনীৰ অন্তৰখোলা মন❤️,,,গাঁৱৰ ধুনীয়া পৰিৱেশ এনেকুৱাই ❤️ চহৰৰ কিছুমানে এই পৰিৱেশৰ অনুভৱ কৰিব নোৱাৰিব,, দিম্পু দা আমাৰ গাঁৱলৈও আহিবচোন এপাক💚

  • @trolakyasonowal2186
    @trolakyasonowal2186 Před 2 lety +140

    14:09 কিবা এটা ভাল লাগিলে ছোৱালী জনীক।"একো এটা দিবলৈ নহ'ল।" উফ....❤️

  • @jyotishsonowal6574
    @jyotishsonowal6574 Před 2 lety +139

    14:20 "একো এটা দিবলেও নহল" মন চুইগল ।🙂

  • @Evil0987-h7s
    @Evil0987-h7s Před 2 lety +3

    এয়াই দুখিয়া মানুহৰ মন দিবলৈ বহুত মন কিন্তু দিবলৈ নোৱাৰে হৃদয় চুই গল ছোৱালী জনীৰ কথাটোৱে... ❤🥺

  • @DebasDekaVlogs
    @DebasDekaVlogs Před 2 lety +14

    "একো এটা দিবলৈ নহ'ল" - সচাঁই হৃদয় স্পৰ্শ কৰি গ'ল বাক্য শাৰীয়ে । এয়াই আমাৰ অসম, আৰু অসমীয়া মানুহৰ মৰম।

  • @bikunath5004
    @bikunath5004 Před 2 lety +178

    "একো এটা দিবলে নহল" বাক্যশৰীতে যেন লুকাই আছে অসংখ্য উপহাৰ ।। মন চুই গ'ল ছোৱালী জনীৰ কথা আৰু সহজ সৰল ব্যৱহাৰটোৱে ।।

    • @rajunath8963
      @rajunath8963 Před 2 lety

      czcams.com/video/V9oj2NhVcdY/video.html

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 Před 2 lety +1

      Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology
      CZcams Link ::::: czcams.com/video/uQtaWSYY4KI/video.html

  • @user-ps5vt4xv7g
    @user-ps5vt4xv7g Před 2 lety +320

    একো এটা দিবলৈ নহল,,,,,,
    মন চুই গোল 💞💞💞💞❤❤❤
    ভাল লাগিল ছোৱালীজনীৰ মন্তব্য,,,,,
    ১০০% অসমীয়াৰ সন্তান 🙏🙏🙏

  • @FarzanaAhmed
    @FarzanaAhmed Před 2 lety +14

    সচাকৈ মন চুই গ'ল 🥰😥 তাই কথা শুনি।এয়াই গাঁৱৰ মানুহৰ মন, সহজ সৰল মৰমীয়াল।

  • @MahananGogoi
    @MahananGogoi Před 2 lety +6

    "Eku eta diboloi nohol" I don't know why I'm in tears after listening to her words. God bless you sister 🙏

  • @jahnobeekohar8224
    @jahnobeekohar8224 Před 2 lety +204

    একো এটা দিবলৈ নহ'ল 🥺🥺
    এনেকৈয়ে আমাৰ গাঁৱৰ বেছিভাগ মানুহৰ ইচ্ছা থাকিলেও ইচ্ছাবোৰ পূৰণ কৰিব পৰা ক্ষমতা নাথাকে 😢🥺
    গাঁৱৰ নিভাজ মৰমবোৰ ল'ব জানিলে তাতেই সুখ পায়
    ধন্যবাদ Dimpu দাদা❤️

  • @biswajitkalita7422
    @biswajitkalita7422 Před 2 lety +159

    একো এটা দিবলে নহ'ল ❤ , এইবোৰেই প্ৰকৃত গাৱঁলীয়া মৰম । মাজুলীৰ পৰা মৰম যাঁচিলো দিম্পু দা ❤

  • @dipsikhachetia111
    @dipsikhachetia111 Před 2 lety +3

    এইয়াই গাঁৱৰ মানুহৰ নিস্বাৰ্থ মৰম । CZcamsr হিচাপে তুমি বহু ভাগ্যবান আৰু সফল ‌। উজনিৰ পৰা নামনিলৈ মানুহে‌ তোমাক হৃদয়ত ৰাখিছে ।এইয়া কম কথা নহয় । ❤️❤️

  • @bikashbordoloi8392
    @bikashbordoloi8392 Před 2 lety +2

    🚶‍♂দিম্পু দাক আপোনাক ছোৱালী জনীয়ে 🌈বহুত সন্মান কৰিছে কিয়নো তাই মানসিকতা সচায় সলাগ লবলগীয়া ।💕💕❤আপোনাৰ প্ৰতি থকা ছোৱালী জনীৰ 💖💖এয়া মৰম দিম্পু দা মৰম 🤗

  • @diptikalita4039
    @diptikalita4039 Před 2 lety +84

    'একো এটা দিবলেই নহল'.. কথাষাৰ শুনি আৱেগিক হৈ পৰিলোঁ .. ইমান যে সহজ সৰল .. বৰ ভাল লাগিল video টো দিম্পু..!!

  • @abinash2885
    @abinash2885 Před 2 lety +42

    "একো এটা দিবলৈও নহল" ছোৱালী জনীৰ এই কথাষাৰে অন্তৰ চুই গল।।💖 এইয়াই নিভাজ মৰম ❤️

  • @pujachangmaivlog2383
    @pujachangmaivlog2383 Před 2 lety +4

    আমি গাওঁৰ ছোৱালী সপোন সুন্দৰী। আমাৰ গাওঁৰ ছোৱালী বিলাকৰ অন্তৰ খন বহুত কোমল আৰু মৰমীয়াল।❤️❤️

  • @ranjitvy6636
    @ranjitvy6636 Před 2 lety

    Suwali joniye koise."dimphu dak aku ata diboloi nohol" this line ...heart touch kori gol...mane dimpu dak usorot dekha pai ...nijoke somlavo pora nai..what a moment .aye the power of Dimphu.we are proud of you..

  • @madhuryaborah414
    @madhuryaborah414 Před 2 lety +61

    সহজ সৰল মানুহজন❤️
    "একো এটা দিবলৈও নহ'ল "🥺❤️
    মন চুই গ'ল দিম্পু দা ইমান সহজ সৰল মনৰ বা জনী🥰...
    দিম্পু দা তোমাক আৰু মৰমৰ বা জনীক মোৰ ফালৰ পৰা বহুত বহুত মৰম যাচিলো ❤️🥰🤗

  • @manalishadas2421
    @manalishadas2421 Před 2 lety +323

    গাওঁৰ কথাই বেলেগ 😍 গাওঁৰ মানুহবোৰ ধনী নহলেও মনৰপৰা বহুত ধনী হয় ❤I love village ❤😍

  • @chhotabablu6925
    @chhotabablu6925 Před 2 lety +5

    14:06 ❤️ eman khundor monor manuh aji kali pabole khub tan , tair expression tu sai mon tu goli gol 💕. Dimpu da apuni taik akbar log dhoribo buli akha thakil

  • @RATULHALOI156HALOI
    @RATULHALOI156HALOI Před 2 lety +2

    গাঁওৰ মানুহখিনী বহুত মৰমিয়াল হয়
    আৰু ছোৱালী জনী লৈ বহুত
    মৰম লাগিল একো এতা দিব নোৱাৰিলু
    বুলি কোৱা কাৰনে
    গাওৰে সৰু লৰা ছোৱালী 🙏🙏🙏✌✌✌❤❤❤

  • @dipjyotibaruah190
    @dipjyotibaruah190 Před 2 lety +27

    "একো এটা দিবলৈ নহল" কথাখাৰে মন চুই গল। নিভাজ গাৱলীয়া দুখীয়া সমাজৰ মৰম কোনো ভৌতিক বস্তুৰ লগত তুলনা নহয়।

  • @bohikhuwa6136
    @bohikhuwa6136 Před 2 lety +20

    " একো এটা দিব নোৱাৰিলো ।" কথাষাৰেই মন চুই গল। যেন শ্ৰেষ্ঠতম উপহাৰ।

  • @dibyabristivlogs1611
    @dibyabristivlogs1611 Před 2 lety +3

    সহজ সৰল ছোৱালী জনী❣️একো এটা দিবলেও নহলে 🥺মন চুই গ'ল কথা ষাৰে🥰গাঁৱৰ মানুহৰ মৰমে সুকীয়া।

  • @pranjalchangmai9035
    @pranjalchangmai9035 Před 2 lety

    ছোৱালী জনীৰ যিটো মৰম সেই মৰমে সকলোকে হৃদয় চুই গৈছে,,,তাই একো নাই কৈছে ,,কিন্তু তাই বহুত আন্তৰিকতা আছে,,, তাই এখন হৃদয় আছে বহুত বহল,,,তাতকৈ আৰু একো নালাগে,,,

  • @flyingbird131
    @flyingbird131 Před 2 lety +71

    Next level vidio❣️..."একো এটা দিবলেও ন'হল"...is আৱেগ.....😊

  • @user-dn3wk8mx8i
    @user-dn3wk8mx8i Před 2 lety +27

    সফলতাই আকাশ চুলে তথাপি মাটিৰ লগত তোমাৰ যি সম্পৰ্ক সঁচাকৈয়ে অতুলনীয় ।
    একো এটা দিবলৈ নহ'ল ❤️❤️❤️ এয়াই গাওঁ এয়াই সহজ সৰল মানুহৰ নিভাজ মৰম আৰু আকুলতা ,ভাল লাগিল ভাল হওঁক সকলোৰে চহৰৰ কলুষিত বতাহজাকে স্পৰ্শ নকৰক সৰল মনবোৰ , শিৱসাগৰৰ পৰা বহুত বহুত মৰম❤️❤️

  • @swapnalisarmah7081
    @swapnalisarmah7081 Před 2 lety +2

    "একো এটা দিবলৈও নহল"...........অনুভৱ কৰিলো যে কিমান নিভাঁজ মৰম সোমাই আছে কথাষাৰ ত😢সচাই দিম্পু দা হৃদয় চুই গ'ল❤️তাতে সেইখন গাঁওত আমাৰ জেঠাই আৰু মাহীৰ ঘৰ খুবেই এখন চিনাকি ঠাই😍ভাল লাগিল বহুত❤️❤️

  • @riturajsonowal1916
    @riturajsonowal1916 Před 2 lety +6

    আমাৰ আপা অসমৰ গাঁওলীৱা ছোৱালীৰ মৰম 😘❤️

  • @bgmihighlights9053
    @bgmihighlights9053 Před 2 lety +75

    "একো এটা দিবলে নহল" কথাষাৰ য়ে মন চুই গল ।।অসমীয়া সহজ সৰল জীয়ৰী ।। ভাল থাকক তাই ।।তাই যাৰ কপালত আছে তেওঁ সঁচাই ভাগ্যৱান♥️💐

    • @user-ps5vt4xv7g
      @user-ps5vt4xv7g Před 2 lety +1

      তাই যাৰ কপালত আছে সছাকৈ ভাগ্যবান,,

  • @santanusarmah2380
    @santanusarmah2380 Před 2 lety +195

    আমাৰ গাঁওত অহা বাবে বহুত বহুত ধন্যবাদ দিম্পো দা❤️❤️❤️

  • @manashdas5869
    @manashdas5869 Před 2 lety +2

    একো এটা দিব নহ'ল ,, কথাষাৰে একেবাৰে মন‌ চুই গ'ল, ভণ্টী তোমালৈ আৰু তোমাৰ পৰিয়ালৰ সকলো লৈ বহুত আশীৰ্বাদ থাকিল । ♥️

  • @AterAaoLakhinandan
    @AterAaoLakhinandan Před 2 lety +2

    সছাকৈ বহুত ভাল লাগিল

  • @stutipriyasaikia2458
    @stutipriyasaikia2458 Před 2 lety +15

    "একো এটা দিবলৈয়ো নহ'ল " উফ ❤ মনৰ কোনোবা এটা কোণত চুই গ'ল অ' কিমান যে সহজ-সৰল ❤🤗 এইয়াই গাৱলীয়া সমাজৰ নিভাঁজ মৰম💞

  • @Mkkhan7614
    @Mkkhan7614 Před 2 lety +251

    সেউজীয়া বৰণৰ ধুনীয়া এটা গাওঁ
    এইটোৱেই হৈছে আমাৰ প্ৰকৃত পৰিবেশ ❤️👍

    • @dimpolvaiti1973
      @dimpolvaiti1973 Před 2 lety +1

      czcams.com/video/femNzXB5BMs/video.html

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 Před 2 lety +1

      Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology
      CZcams Link ::::: czcams.com/video/uQtaWSYY4KI/video.html

  • @apurajentertainment4988
    @apurajentertainment4988 Před 2 lety +2

    আমাৰ গাওঁ হয় এইখন দিম্পু৷ভাল লাগিল আমাৰ গাওঁলৈ আহিলা।

  • @poemofrongraj4485
    @poemofrongraj4485 Před 2 lety

    সঁচাই দাদা ছোৱালী জনীৰ কথাটোত চকু পানী ওলাল মোৰ।ইমান সহজ সৰল ।অলপো কৃতিমতা নাই কথা খিনিত
    মনৰ নিভৃত কোণৰ এটি বাক্য হৃদয় চুই গল।

  • @guninpathak
    @guninpathak Před 2 lety +36

    একো এটা দিবলৈ নহল ।
    ছোৱালী জনীয়ে বহুত কিবা শিকাই দিলে, তথাকথিত ধনী নহলে কি হল , হৃদয়ৰ পৰা বহুত ধনী । মানুহ হলেই নহৱ ,এই মৰম খিনি হৃদয়ৰ মাজত থাকিব লাগিব,সংস্কাৰৰ এক জলন্ত উদাহৰণ ছোৱালীজনী

  • @gauranga8430
    @gauranga8430 Před 2 lety +63

    এইয়াই গাওঁৰ জীয়াৰী ❤️ নিভাঁজ অসমীয়া.. অসমৰ আবেগ অনুভূতি আৰু ডাঙৰ ৰ প্ৰতি থকা মৰম স্পষ্ট ৰূপত দেখা গৈছে❤️
    হয়... বেলেগে কিবা কথাত গাঁৱলীয়া বুলি হাঁহিলে লাজ নাপাওঁ.. বৰং বুকুখন ফুলি উঠে গৰ্বত❤️ গাওঁৰ চহা জীৱনৰ সহজ সৰলতা বোৰত প্ৰাণ পাই উঠে অকৃত্ৰিম মৰম,ভালপোৱা 💚।

  • @missjun5084
    @missjun5084 Před 2 lety

    আপুনি সদায় যেন এনেদৰে এ থাকে সাধাৰণ ভাবে ☺️ কিবা এটা ভাল লাগে ,,সকলোৰে লগত ইমান ধুনীয়া কৈ কথা পাতে।

  • @MadhurimaDreamvlogs
    @MadhurimaDreamvlogs Před 2 lety

    গাঁওৰ পৰিবেশ সঁচাই ভাল লাগে।ভাল লাগিল। ছোৱালী জনিয়ে কোৱা কথা ই মন চুই গল

  • @mixturepj3377
    @mixturepj3377 Před 2 lety +464

    Ako ata dibole nohol....uff hridoy sui goise.....This is assam..morom senehore bhora...Love from dudhnoi goalpara ❤️

  • @bitupan6190
    @bitupan6190 Před 2 lety +19

    একো এটা দিবলৈ নহল! এই কথাষাৰে হৃদয় চুই গল 🥰❤️

  • @sangitasistrideka5826
    @sangitasistrideka5826 Před 2 lety +1

    একো এটা দিবলে নহ'ল...উফফ❣🥀..হৃদয় চুই গল কথাষাৰে❤বুজাই দিছে কথাষাৰে যে টকাৰ দুখীয়া হব পাৰো মনৰ দুখীয়া কেতিয়াও নহয় ...ভগৱানে ভালে ৰাখক বা জনীক❤🤗❣🥀

  • @lakhigs578
    @lakhigs578 Před 2 lety

    গোটেই অসমৰ ৰাইজৰ হৃদয় চুই গৈছে। দিম্পু পাৰিলে দীঘলীয়া কৈ ভিদিঅ এটাত এই ছোৱালী জনিৰ লগত কথা বতৰা দেখি দেখিবলৈ পাম।

  • @gullyboyff3767
    @gullyboyff3767 Před 2 lety +7

    ছোৱালীজনীৰ কথাষাৰে সকলোৰে মন চুই গ'ল, এইয়াই অসমীয়াৰ মৰম❤️

  • @jishnudeka653
    @jishnudeka653 Před 2 lety +2

    গাওঁ খ্নৰ মানুহ খিনিৰ মন বহুত ভাল দে।🙏🙏🙏

  • @sumisarma3207
    @sumisarma3207 Před 2 lety

    ইমান মৰমলগা ছোৱালীজনী। কি কম মাজনী তোমাক। তোমাৰ শিষ্টাচাৰ আৰু সৰলতাই বাৰুকৈয়ে আপ্লুত কৰিছে। জীৱন পথত সফল হোৱা আইজনী। তোমাৰ সৈতে এবাৰ কথা পাতিব মন গৈছে।।

  • @babulcharen3296
    @babulcharen3296 Před 2 lety +4

    বস্তুৰে নহয়, বুকুত হাত থৈ দিয়া অন্তৰৰ ভাষা সকলোতকৈ ডাগৰ উপহাৰ... সেই ছোৱালীজনীৰ মৰমৰ আবেগ... অন্তৰ চুই গল...🙏🙏🙏🙏

  • @udeshnahazarika1884
    @udeshnahazarika1884 Před 2 lety +8

    সৰলতাৰ এক নিদৰ্শন তাই ❤️।এইয়াই মৰম , নিভাজ অন্তৰৰ। দিম্পু দাক ধন্যবাদ, ইমান সুন্দৰ উপস্থাপন।আপোনাৰ সৰলতা বোৰেও অন্তৰ জিনে।

  • @aksdam2690
    @aksdam2690 Před 2 lety +17

    Such a beautiful village only greenery around with only fresh air to breathe simplicity is what one can describe about this village.people have no complex their lives are so simple.yet they stay so happily.Really loved this village video.Thanks for ur wonderful choices of making videos.❣💕💕

  • @ARFared_
    @ARFared_ Před 2 lety +1

    একো এটা দিবলৈ নহল ! Ufff ❤ গাওঁৰ এজনী সহজ সৰল ছোৱালী ইছছছ কিন্তু গাওঁৰ মানুহ মনৰ পৰা বহুত ধনী ❤ এয়াই অসম ভাই !

  • @krishnabora6728
    @krishnabora6728 Před 2 lety +13

    14:22 uff Suwali joni 🥰🥰🥰aku ata dibole nohol😍😍mon sui gol ❤

  • @MouPriYaA
    @MouPriYaA Před 2 lety +54

    ভিডিঅ টোৰ আৰম্ভিৰ পৰা দলং খনৰ লৈকে আমাৰ হাতীপুখুৰী গাওঁখন💚🍃বহুত ভাল লাগিল দিম্পু দা,, লগ পোৱাৰ সৌভাগ্য নহ'ল আশা থাকি গ'ল নিশ্চয় পাছত এদিন লগ পাম❤Love you More❣️
    এইয়াই আমাৰ গাঁৱৰ পৰিৱেশ💚আমি ধনৰ ধনী নহব পাৰো কিন্তু মনৰ পৰা বহুত বেছি ধনী❤গাঁৱৰ জীয়ৰী হিচাপে গৌৰৱ অনুভৱ কৰো🌻

    • @karunakantakhanikar5969
      @karunakantakhanikar5969 Před 2 lety +1

      অসমীয়া মানুহ সহজ সৰল মনৰ ধনী.... বৰ্তমান সময়ত কৃত্ৰিমতাই কিছু পৰিমাণে ছানী ধৰিছে যদিও আপোনালোকৰ গাঁওৰ আদৰ স্নেহ সম্ভাষণ দেখি আপ্লুত হলো |

    • @MouPriYaA
      @MouPriYaA Před 2 lety

      @@karunakantakhanikar5969 ধন্যবাদ আপোনালৈ

  • @kapilbaruah3690
    @kapilbaruah3690 Před 2 lety

    'একো এটা দিবলৈও নহল 'uffffff কব ভাষা নাই জেগাত চুই গৈছে ❤❤❤

  • @Manoj_Barua
    @Manoj_Barua Před 2 lety

    বহুত ভাল লাগিল Video tu চাই.... ইমান সুন্দৰ গাঁও খন.. শেষত ছোৱালী জনীৰ সেই কথাষাৰে মন ভৰাই দিলে... "" একো এটা দিব নহল..."" তাই Dimpu দা k তেনেকৈ হঠাৎ লগ পায় আবেগিক হৈ পৰিছিল যেন লাগিছে... ভাল লাগে এনেকুৱা পৰিবেশ বোৰ.... 🥰🥰

  • @therabha5615
    @therabha5615 Před 2 lety +12

    14:22 real feelings jen paisu swalijonik.
    Val lagil swalijonik. This is called true Gauliya. Everything is pure.

  • @togetherproduction7607
    @togetherproduction7607 Před 2 lety +27

    একো এটা দিবলৈ নহ'ল,❤️❤️❤️
    এয়াই গাওলীয়া ছোৱালীৰ সহজ সৰল মন ♥️♥️♥️।

  • @joyanta4958
    @joyanta4958 Před 2 lety +3

    গাওৰ প্ৰকৃত নিভাজ মৰমবোৰ😍😍😊😊

  • @NabadeepSaikiaOfficial
    @NabadeepSaikiaOfficial Před 2 lety +1

    মইয়ো গাঁৱৰে সন্তান। গাঁও জিন্দাবাদ ✊ গাঁৱত জন্ম লোৱাৰ বাবে গৌৰৱ কৰো নিজকে। ছোৱালীজনিৰ কথাই বুকুখন কৰবাত খুন্দিয়াই থৈ গ'ল অ। সচাই আৱেগিক হৈ গলো। 🙏❤️❤️❤️

  • @MOMENTS-tm6sw
    @MOMENTS-tm6sw Před 2 lety +4

    এয়াই দিম্পুৰ যাদু।। সদায় দেখি থকা পৰিবেশ এটাকে কিমান সুন্দৰ ভাৱে উপস্হাপন কৰিব পাৰে।।। গাঁৱলীয়া ভন্টি জনীৰ কথাই হৃদয় চুই গল।
    বাকী youtuber সকলে পাৰিলে শিকিব চেষ্টা কৰিব।

  • @user-le4tl2dy2j
    @user-le4tl2dy2j Před 2 lety +33

    সচাকৈয়ে বহুত বহুত ভাল লাগিল মোৰ গাঁওলিযা যেতিয়া আমি অসমীয়া ।

  • @bikromsagor6434
    @bikromsagor6434 Před 2 lety +1

    Suwali Joni eman morom loga.... Khub Hundor Monor Goraki Tai....

  • @piyushrabha7630
    @piyushrabha7630 Před 2 lety

    দুখীয়া ঘৰৰ ছোৱালী সেইকাৰণে মনটো ভাল আৰু মানুহক সন্মান কৰিব জানে কিন্তু dimpu দা গাড়ী খনৰ পঢ়া নামি পিনে কথা ২ এক শাৰী মান কথা পাতিলে বহুত ভাল লাগিল হয় dimpu দা lov u ছোৱালী জনীৰ মানসিকতা চাই খুব ভাল লাগিল আৰু মই বহুত আনন্দিত

  • @jayantanath2966
    @jayantanath2966 Před 2 lety +147

    ডি্ম্পু ডা‌ অসমৰ কোনো এটা ঠাই নাই যে আপোনাক চিনি নোপোৱা মানুহ আছে , কোকৰাঝাৰৰ পৰা মৰম‌ যাছিলো ❤️❤️❤️

    • @fflover1878
      @fflover1878 Před 2 lety +1

      👍

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 Před 2 lety +1

      Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology
      CZcams Link ::::: czcams.com/video/uQtaWSYY4KI/video.html

  • @asmabegum4575
    @asmabegum4575 Před 2 lety +50

    মধ্যাহ্ন ভুজন 🤣 আমিও খাইছোঁ 8 লৈকে 🥰😢 বহুত বহুত ধৈনবাদ দিম্পু দা এনেকুৱা এখন সেউজীয়া পৰিৱেশ দেখুওৱাৰ কাৰণে😘😘 আপুনি আৰু আগুৱাই যাওঁক তাৰে কামনা কৰিলো 🥰

  • @davidbora6415
    @davidbora6415 Před 2 lety +2

    এইয়াই প্রকৃত অসম আৰু অসমীয়াৰ মৰম ❤❤

  • @user-id8pz7ch3w
    @user-id8pz7ch3w Před 2 lety +1

    "Eku eta diboloi nohol" matro 4ta baikiyo kin2 kimn morom ador honman humai ase bujabo nuwari... Goanlia suali'r mon enekua e kiba eta dibo nuwari u mnt dukh... Lots of love Dimphu da 4rm SIVASAGAR....

  • @themonalisa5947
    @themonalisa5947 Před 2 lety +26

    Noone would believe but when that girl said “kiba eta dibole nohol” it just brought tears to my eyes instantly. Gaon or manuh bur je eman simple and kind hoi dekhi bhal lagi gol❤

  • @Munu230
    @Munu230 Před 2 lety +14

    *একো এটা দিবলৈও নহ'ল * উফ বাক্যশাৰীয়ে সঁচাই আবেগিক কৰি তুলিলে😢 এইয়াই মৰম ❤❤

  • @Evergreencollections6614

    Axom manei aabeg ♥️... Village peoples are always incredible ....

  • @hemantaboro5403
    @hemantaboro5403 Před 2 lety +1

    Aku ata dibo nahol this is real village hospitality of village people's love rural life. Har Har Mahadev

  • @zehirulislam7498
    @zehirulislam7498 Před 2 lety +7

    গাও খনৰ মানুহ বিলাকৰ কোনো কৃত্ৰিমতা নাই নিভাঁজ অন্তৰৰ মানুহ আপোনালোক সদায় সুখত থাকক তাৰেই প্ৰাৰ্থনা কৰিছো । মাইনা জনীৰ ব্যৱহাৰে সকলোৰে মন মোহিত কৰিছে ঈশ্বৰে তেওঁক মংগল কৰক🙏🙏🙏

  • @bhanishmitavlogs
    @bhanishmitavlogs Před 2 lety +11

    ধুনীয়া লাগিলে ভিদিওতো চাই দিম্পু দা ।
    ইমান ধুনীয়া পৰিবেশ গাঁওখনৰ । বা জনী সঁচাকৈয়ে বৰ মৰমিয়াল । একো এটা দিবলৈ নহল 😍

  • @dulalchandradas715
    @dulalchandradas715 Před 4 měsíci +1

    Ujani oxomor manuhbur bohut moromial aru atithi porayan.

  • @assamvillager1
    @assamvillager1 Před 2 lety +1

    City Life 🌚
    Or
    Village Life 💕
    মই গাঁৱলীয়া, 💚✌️
    💚

  • @farhasuhana9646
    @farhasuhana9646 Před 2 lety +19

    ২০১৮ চনৰ পৰা মই আপোনাৰ ভিডিঅ' চাই আহিছোঁ সেই তেতিয়াৰ পৰা আপুনি অকৃত্রিম হৈ আছে যাৰ কাৰণে আপোনাৰ ভিডিঅ' সদায় প্ৰিয়... আপুনি মানুহজন সদায় অকৃত্রিম হৈ থাকক সেয়াই আশা❤
    অসমৰ বহুত ইউটিবাৰে অলপ সফলতা পোৱাৰ পিছতেই অতি বেছি কৰিবলৈ ধৰিছে যিবোৰৰ কাৰণে আজিকালি বহুতৰ ভিডিঅ' আগৰ দৰে প্ৰিয় নহয়🙂
    আপোনাৰ ভিডিঅ'ত সঁচা ছবি ফুটি উঠে... আৰু আগুৱাই যাওঁক😊

  • @hridayjeet3221
    @hridayjeet3221 Před 2 lety +51

    অসম সদায়ে চিৰসেউজীয়া 💚💚💚

  • @parthabakali9996
    @parthabakali9996 Před 2 lety +1

    " একো এটা দিবলেও নহ'ল । " Rich for Heart ❤️🙏

  • @nitaientertainmentclub
    @nitaientertainmentclub Před 2 lety +1

    সুন্দৰ পৰিৱেশ দিম্পু দা ভাল লাগিল video টো চাই

  • @ji2lkonwar904
    @ji2lkonwar904 Před 2 lety +15

    Suali jonir kotha hini huni moram lgil.. "eko eta dibo le nhol"❤️
    Uff ki antorikata❣️

  • @nurlatif6213
    @nurlatif6213 Před 2 lety +46

    খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশ , বহুত ভাল লাগিছে দিম্পুদা👌

    • @kahanindrathakur3383
      @kahanindrathakur3383 Před 2 lety

      TOI.ETTᗩ.ᖇᗩᑎᗪE.ᗩᑭEᖇ.KOTE.SᗩᒪKE.ᗩSᗩ.SᑌOᗩᖇOᖇ.ᗷᗩᗪSᕼᗩ

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 Před 2 lety +1

      Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology
      CZcams Link ::::: czcams.com/video/uQtaWSYY4KI/video.html

  • @nilutpalgogoi6086
    @nilutpalgogoi6086 Před 2 lety

    Sapekhati Rohon goisila, bahut hundor gaw .... Bahut moromiyal manuhbur

  • @bablidandachetry525
    @bablidandachetry525 Před 2 lety +1

    Gaon khon hosai bohut dhunia 💚💚💚 manuh bilaku bohut vl.
    Aru aku ata dibo nuarilu buli kua suali joniu bohut hohoj horol monor aetu a hoisai gaon ❤

  • @deemienterprise5601
    @deemienterprise5601 Před 2 lety +10

    Her polite and lovely behaviour won the hearts of so many of us. Every one should try to be rich by that nature. 🙏🏼🙏🏼

  • @bikashbora9750
    @bikashbora9750 Před 2 lety +46

    Axom r manuh beleg State t ghuribo juwat k aijegat juwae vall ...... I Love Assam ❤️🥰

    • @dipangkardas8041
      @dipangkardas8041 Před 2 lety +1

      Jay Aai axom❤️

    • @rajunath8963
      @rajunath8963 Před 2 lety

      czcams.com/video/V9oj2NhVcdY/video.html

    • @bikashbora9750
      @bikashbora9750 Před 2 lety +1

      @Phungkha Bhai ronghor kot ase❤️

    • @prashaantaarjyajyotishaalo136
      @prashaantaarjyajyotishaalo136 Před 2 lety

      Mesh Rashi June 2022 Rashifal ৷ Assamese Rashifal Mesh Rashi June 2022 ৷ Assamese Astrology
      CZcams Link ::::: czcams.com/video/uQtaWSYY4KI/video.html