শ'লঠেকত বিজেপি চৰকাৰ। কেন্দ্ৰীয় চৰকাৰৰ পৰা বৃহৎ ধনৰাশিৰ দাবী নীতিশ-নাইডুৰ
Vložit
- čas přidán 6. 07. 2024
- কেন্দ্ৰীয় চৰকাৰৰ পৰা বৃহৎ ধনৰাশিৰ দাবী নীতিশ-নাইডুৰ। বাজেটত দাখিলৰ পূৰ্বে NDA চৰকাৰৰ পৰা ১ লাখ কোটিৰো অধিক দাবী নীতিশ-নাইডুৰ। শ'লঠেকত বিজেপি চৰকাৰ
#nbnews #nbnewsdigital #NDA #ModiGovt #NitishKumar #ChandrababuNaidu
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews
এয়াই সোনালী সুযোগ ।
Easy business and easy money . .
সোনকালেই দি দিয়ক,
1 lakh coror toka dabi ND A sarkar modi oko kuwa nai😂😂
আপোনালোকে একেটা কথাকে বহুত বকি থাকে হে । এনে কৰিলে জনপ্ৰিয়তা বঢ়াতকৈ কমিহে যা্য ।
Fake hoy 😂😂maan nidibo 😂😂
Amar vote r Rs kiman
,
Public r uporot text bohai nitish naiduk khush korok.kurchi chahiye.
Borhiya aru olp borhai diya ..
Good
Bhal lagibo atya cinemakhon 😅😅😅
Amar voter Rs kiman
Modi bjp out
ৰাজ্যৰ বাবে এক লাখ কোটি আৰু পকেট খৰচৰ হিচাবো আছেই !
Aru olp bohai diya 2 lak koti toka lige kua mok olp diba😂😂😂😂😂😂
Dher toka gutai thoise bisara jurdar
গছত কঠাল ওঁঠত তেল। Congres k sula.
আমাৰ অসমৰ বাবে মামাই কিমান বান পানীৰ বাবে বিছাৰিছে আপোনাৰ হাতত তথ্য আছেনে? জনাব ছোন?
একো শুনা নাই
Boriya
আৰু যি যে বিচাৰিব ..
Aru ki bisare dinon a dekhu khub val bondhu hoy😂😂
ইলেকট্রৰেল বন্দৰ দ্বাৰা কোটি কোটি চান্দা লোৱাৰ মজা এতিয়া মোদীয়ে পাব ভালকৈ। নীতিশ আৰু নাইডুৰ খেল এতিয়া আৰম্ভ হৈ গল। ঔষধ কোম্পানি সমুহৰ পৰা ইলেকট্রৰেল বন্দৰ দ্বাৰা কোটি কোটি টকা চন্দা লৈ দুখীয়া জনসাধৰনক ঔষধৰ দাম বৃদ্ধি কৰি মৃত্যুৰ মুখলৈ ঠেলি দিছিল এই মোদী চৰকাৰে তাৰে পৰিণাম ভোগ কৰিব এতিয়া। মোদীৰ ATM নীতিশ আৰু নাইডুৰ দখলত।
Rahul Gandhizindabad
Chance pai Rahul gadhie zindabaad dile 😂😂😂
BJP Sarkar very
Hemanta Akhom luti.khai ase Atiya modiji Nitish ji +chandrababu Naidu khel thekhaygi