Mon Moina//New Assamese short film by Assamese boy Sagar Bora
Vložit
- čas přidán 10. 09. 2023
- Mon Moina // "মন মইনা"
Muuchstac Sea Breeze FFW (SBFW):-
Amazon : bit.ly/e8237azsbfw
Flipkart : bit.ly/e8237fksbfw
Muuchstac Sea Breeze Foam Face Wash Combo:-
Amazon : bit.ly/e8237azslosbfw
Flipkart : bit.ly/e8237fkslosbfw
Website : bit.ly/F9233wasbfw
Call Muuchstac customer care (9892599660)
Muuchstac Instagram: bit.ly/Muuchstac
_________________________________
Mon Moina // "মন মইনা"
🔴 Direction/Script : Sourabh Sagar Bora
🔴 DOP & Editing : Ankan Gogoi
🔴 Asst Camera : Zaaiseng Gogoi
🔴 Music & SFX : Sourabh Sagar Bora
🔴 Casting : Sourabh Sagar Bora, Akangkhya Mahanta, Dulumoni Bora, Ankan Gogoi, Zaaiseng Gogoi & Songram Bora
🔴 Thumbnail : Sourabh Sagar Bora
🔴 Song : Gajang Gajang
🔴 Singer : Jyotishma Chetia
🔴 Music collection from assamese short film : "Abeg,Eyes for you" by Pinkal Pratyush, "Pagoli" by Neel Barman.
🙏 SPECIAL THANKS TO 🙏
Maa,Papa, Akangkhya's Parents,Junaak Milon (Dhwani Music), Abhi Junack Phukan,Neel Barman,Nabajyoti Boruah,Ananta Gogoi, Somprity Bora,Moyuri Saikia and our all best wishers.
For any kind of information
Contact us on :
Instagram : Sourabh Sagar 2.O sourabhsagar2.0...
Akangkhya Mahanta : akanya.music?ig... - Zábava
Muuchstac Sea Breeze FFW (SBFW):-
Amazon : bit.ly/e8237azsbfw
Flipkart : bit.ly/e8237fksbfw
Muuchstac Sea Breeze Foam Face Wash Combo:-
Amazon : bit.ly/e8237azslosbfw
Flipkart : bit.ly/e8237fkslosbfw
Website : bit.ly/F9233wasbfw
Call Muuchstac customer care (9892599660)
Muuchstac Instagram: bit.ly/Muuchstac
নমস্কাৰ🙏 বহু কষ্টৰ শেষত আজি আমি আপোনালোকৰ মাজলৈ " মন মইনা " চুটি ছবি খন আগবঢ়ায় দিছোঁ।❤️সকলোৱে মৰম আশীৰ্বাদ কৰিব বুলি আমি আশাবাদী❤️
Dada next part ketiya ahibo
Akdom 🔥
সচাকে কʼব ভাষা নাই ❤ ✨
Bht bht Vl lagil sai ❤️❤️❤️❤️
Moja
ছোৱালী জনীৰ অভিনয় বহুত সুন্দৰ হৈছে। ভাল লাগিল সকলো আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ।
😊lookp
ৱাহ ৱাহ 👏👏 ইমান কম বয়সত কি সাংঘাতিক অভিনয় ❤
Hosa Kota de
ভাল অভিনয় কৰিছে অসমৰ চলচ্চিত্ৰ চুটি ছবিখন আৰু বনাই যোৱা বহুত ভাল লাগিছে চাই।।
বহুত ধুনীয়া হৈছে আগূৱায় যোৱা তুমালক তাৰেই কামনা ❤❤❤
হৃদয় চুই গ'ল 😢। ছোৱালীজনীৰ অভিনয় সচাকৈ ধুনীয়া হৈছে। আগবাঢ়ি যোৱা।❤
Nice video ❤❤❤❤❤❤❤
জন্মৰ পৰা ইমাণ দিন এনেকুৱা চুটি ছবি ছোৱা নাছিলো,, মোৰ হৃদয়ৰ সমস্ত মৰম আপোনালৈ দিলো,, আগুৱাই যোৱা এনেকৈয়ে 😊❤❤
😊
ধুনীয়া হৈছে video to
Khub dhunia ovinoi protijon hilpi a❤ really appreciative
সঁচাকৈয়ে মোৰ হৃদয়খন চুই গ’ল। পৰৱৰ্তী খণ্ডৰ বাবে অপেক্ষা কৰি আছো। মন আৰু মইনা 💞
Prt 2ahise na nai
2 nd part pls loi aha honkale
Very nice ❤❤💐👰
Ufff❤🥺🥺বুজাব নোৱাৰা এক অনুভৱ,মন❤মইনা অভিনয় সুন্দৰ,আগুৱাই যোৱা সকলো❤
মন ❤মইনা❤
Mon aru moina tumalokor video bur sai bor dhuniya lge 😊❤ dhuniya acting hy ❤
এদিন দুয়ো ভাল অভিনেতা হ’ব! শুভেচ্ছা৷
চকুৰ পানী উলিয়াই দিলা অ
অভিনয় খুউব সুন্দৰ❤তোমালোক আৰু আগুৱাই যোৱা🥰
সকলোলৈকে মৰম আৰু শুভেচ্ছা থাকিল।
(তিতাবৰ)
Bhut val. Hose bhai aru bonowa
Moja short flim
Perfect experience ❤ বহুত বহুত ভাল সৈছে। সদাই আগুৱাই যোৱা তাৰে কামনা কৰো । পাঠ 2 কাৰণে অপেক্ষা কৰিম মৰম জাচিলো ডিব্ৰুগড় পৰা ❤
😊
😊😊😊
Short Film হ’লে এনেকুৱা হ’ব লাগে ৷ সুন্দৰ কাহিনী আৰু সুন্দৰ অভিনয় ৷ চাই চাই হেঁপাহ নপলাই ৷ তাতে আৰু গাঁৱলীয়া সুন্দৰ দৃশ্য ❤❤❤
এই মইনাৰ দৰে সকলো ছোৱালী হব লাগে😊😊
❤😂🎉😢😅😢😮😅😊😅😊😊😊😢
Moja lagil da Sai mon moina ❤❤❤
তোমালোকৰ অভিনয় কিন্তু বৰ ধুনীয়া । চালে চাই থাকিব মন জাই।
মন মইনা ৰ প্ৰথম episode টো বহুত ভাল লাগিল । দ্বিতীয় episode তুলৈ অপেক্ষা কৰিছোঁ ।
🎉❤🫂
Next episode ৰ কাৰণে অপেক্ষা কৰিছো,,
হৃদয় চুই গল তোমালোকৰ অভিনয়,,,
Bht vl lgile❤❤❤❤❤sai
Unbelievable story ❤❤ unbelievable acting. Keep it up brother 🎉🎉🎉
অতি সুন্দৰ হৈছে । সহজ সৰল গাওঁৰ পৰিবেশ । শুভ কামনা জনালো আতাইলে ❤❤❤
czcams.com/video/hNBiaTRvbmI/video.htmlsi=81VbhjUW6bl3a2dY
বহু অপেক্ষা পাছত আপোনালোকৰ মাজলৈ আমাৰ চুটি চবি "আবেগ" আগবঢ়াই দিলোঁ । আপোনালোকে আমাক মৰম দিব বুলি আশা থাকিল।
Do share 💕
#abeg #assameseshortfilm
Ki xundor video 😮❤
❤
Twice I'm watching this Film 😊 lots of love from West karbi anglong
One of Best video Dialogue,acting Outstanding ❤
Bohut vall lagil Sai ❤mind blowing performance ❤🎉
Ultimate team work
কোনোজন শিল্পী কোনোজনতকৈ কম নহয়। অপেক্ষা কৰিম ২য় খণ্ডলৈ
❤❤ Nice 💕💕
Dhuniya lagise sai
আকাংক্ষ্যা ৰ অভিনয় একেবাৰে নিপুণ অউ 📍
বাকী সৌৰভ ভাই জুই লগাই থাকা এনেকেই...শুভকামনা এসোপামান !
🎉❤😢😮😅😊🎉😂❤❤🎉❤
Val lagil hosakoi
বহুত ভাল লাগিল দুইজনে ধুনীয়া কৈ Acting কৰিছা, আশা কৰোঁ
আগলৈয়ো এনেকুৱা ভিডিঅ'বোৰ পাই থাকিম । বহুত শুভেচ্ছা থাকিল দুয়োজনলে আৰু তোমালোকৰ সকলো Team ৰ লৈকে । ☺️❤️
Abhinoy kori sa da. Bhal lagil. God bless you. Anakoy aguay jua sun.
Sagor da apunar channel ajihe dekhilu bht val lage ❤❤❤new subscriber
সঁচাকৈয়ে অভিনয় আৰু কাহিনীয়ে হৃদয় চুই গ'ল। সকলোলৈকে শুভকামনা জনালো।
বহুত প্ৰতিভা আছে তোমালোকৰ আগুৱাই যোৱা সদাই উজ্জ্বল ভৱিষ্যত কামনা কৰিলো
বহুত ভাল লাগিছে ❤️❤️❤️😭😭
Very nice story and acting... All the best keep it up ❤
❤❤❤❤সঁচাকৈ সুব সুন্দৰ হৈছে, চকু পানী ওলাই গল❤❤❤❤❤
Dhuniya gaoliya poribekh...aru duyotaare obhinoy borhiya 🤚..hats off to the whole team
বহুত বহুত মৰম দুয়োটালৈ❤.. তোমাক এনেকুৱা ৰূপত চাবলৈ অলপ বেয়া লাগে সোণ 😢..... Baki Ankani kintu 🔥🔥
ধন্যবাদ সোণ🥰। তোমাৰ দৰে এজনি লগৰী পোৱাৰ বাবে সুখী মই🥰 । বাকী " মৰম" আহিব 😜
@@assameseboysagarbora9176নাহে দেইই মৰম
Waiting for next coming eagerly
So nice video aguwai juwa
হৃদয় চুই গল ❤ইমান দুখৰ 😢খুবেই ধুনীয়া লাগিল short film 🎥 খন। আগলৈকো এনেকৈ য়ে আমাৰ মাজলৈ এনেদৰে আগবঢ়াই যাবা । 🎉
অভিনয়ৰ লগতে কেমেৰা editing সকলো খিনি সুন্দৰ হৈছে বিশেষকৈ পৰিবেশটোয়ে এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ❤
Sagor da bhut val lagise aru ag bahi juok
Vhl lgse Sai mon moina 😊❤❤ well done keep going Da
বহুত বহুত ধুনীয়া হৈছে আজিলৈকে চাৰিবাৰ চালু এনেকুৱা কৈ কোনো এখন sort flim চোৱা নাই । আগলৈ আৰু যাতে এনেকুৱা ভাল ভাল sort flim চাব পাও ধন্যবাদ all team ❤❤❤❤❤❤
বহুত ভাল লাগিল চাই ❤ দুইজনে বৰ ধুনীয়া কৰিছা বহুত মৰম দুইজনলৈ 2nd part ৰ বাবে অপেক্ষা কৰিম😘🥹
Bohut bohut bhal lagil
Bohut dhuniya film da vall lagil sai❤❤❤
Omg finnally ahi gol de return videotu ❤ bohut dhukhot porisilu o dada and love you so much sagor da ❤❤ 😘
মনৰ পৰা কৈছোঁ সঁচাই বহুত ভাল লাগিল ❤❤ আৰু আগুৱাই যোৱা ❤️😘🌏
Starting 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥❤❤❤❤❤
Imn khundor ovinoy bohut vl lgil aguayei jwa... Aru vl vl vdio pm buli akha krilu
Acting সকলোৰে বহুত ধুনীয়া হৈছে❤....বহুত ভাল লাগিল চাই ....
Next level acting 🔥🔥🔥🔥 this will hit 1 million+ soon 🪄 mark it 🎉
Val lagil sai waiting for next part ♥️🥰👍
Bhut dhuniya lagise sai
সহজ সৰল গাঁও পৰিবেশৰ এই ছবি খন সঁচাই বৰ ধুনীয়া হৈছে । আশা কৰোঁ আগলৈ আৰু এনেকৈয়ে চাব পাম ।...অলপ মান মৰম্ শিৱসাগৰ চৰাইদেউ পৰা 🤌💚
👇Respect Button For This Team ❤
Very nice story❤
Hunkale 2nd part sabo bisaru...
Editor jod
Beharbari t tumar bor k comment dekhu
@@AKASHgaming-te8gv um
Bohut dhuniya lagile
Super hit bohut val palu sai dei xosai ❤
Moina jui অভিনয় কৰিছে moina karona100%❤❤❤moina karona ata like
Heart touching performance, ❤❤ dhuniya hoise dei duijonore acting, আৰু আগুৱাই যোৱা তোমালোকে ❤❤❤
Really nice 👍👍
Bor dhuniya lagise d❤
The story and your acting skills.. just love it ❤
"Assamese Boy Sagar Bora" ৰ সকলো কলা কুশলী লৈ শদিয়াৰ পৰা এসাগৰ মৰম ❤️🥰 যাঁচিছো। সকলোৰে অভিনয় খুব সুন্দৰ হৈছে। "মন মইনা" দ্বিতীয় খণ্ডৰ অপেক্ষাৰে....
Mohakhoi thike koisa
লাষ্টত চকু পানি ওলাই গল অ 😭😭😭😭😭
Oh god acting... I'm being a big fan of this girl❤amazing talent❤make me cry 🥺😭
বহুত ধুনীয়া লাগিলে চাই ❤❤ part 2 লাগে
কবলৈ একো ভাষা নাই ,,,,,,,,,,,,,,♥️♥️♥️♥️♥️♥️♥️ বহুত ধুনীয়া লাগিল 👌👌👌👌👌 Good job bro Love you ❤️❤️❤️❤️
Bohut val lagile sai😊😊❤
Excellent ❤❤❤❤❤ love you all. keep it up.
বহুত ভাল লাগিল চাই 👍🏻 হৃদয় চুই গ'ল 😢
হৃদয় চুই গল...❤
পিছৰ খণ্ডৰ বাবে অপেক্ষা কৰিছোঁ.....
Moja dei bohot vhal lagil 😊😅😅😮😮🎉🎉😂
I love this story give next video quality ❤️❤️❤️❤️
হৃদয় চুই গৈছে😢 সঁচাই বহুত ধুনীয়া অভিনয় কৰিছে । ❤
শেষৰ মুহূৰ্তত বহুত দুখ প্ৰকাশ কৰিলোঁ ।সঁচাকৈ হৃদয় চুই যোৱা কাহিনী সুন্দৰ এক্টিং সকলো সদস্য আগুৱাই যোৱা।ধন্যবাদ ❤🥺
Bhout bhal lagil dei 🎉❤
Bohout Val lagesa da .naxe part alop jolde deya .....mojja bro ❤
Wow. Iman dhuniya cinematography and acting first time Assamese shortfilmot dekhilu. Bohut bhal lagil sai.❤️
Story and acting 🔥❤️🥺😢........ Awesome ❤.......Love from Morigaon ❤️😢
Dhuniya lagise
tumaluke aguai jua dhuniya lagise tumalukor obhinoi bur😊
অপেক্ষা মাটো মন মইনা 2লৈ ❤️❤️❤️❤️❤️💯💯💯💯💯💯💯💯💯💯💯
বহুত বহুত ধুনীয়া হৈছে । দ্বিতীয় পাৰ্টৰ বাবে অপেক্ষা থাকিল
Nice video, hodai video bonai thakibo buli asa rakhilu
ছোৱালী জনীৰ অভিনয় সঁচাকৈ বহুত ধুনীয়া হৈছে❣️🥰
কাহিনী খুব ভাল লাগিল।পৰৱৰ্তী খণ্ডলৈ অপেক্ষাৰত!
Respect team.. ইমান ধুনীয়া ❤️❤️
"হাঁহি এটি" আৰু "মন মইনা" সচাকৈয়ে কবলৈ একো নাই 🥰
সুখী""
শুভকামনা বহুত বেছি। আৰু ভাল ভাল কাম হওঁক।। ❤️ ❤️ ❤️
Assmessong
Hosake eman kom yearsot bohut val avinoi korisa val gale❤❤
Wow moja I saw this for fst time n I'm your big fan khw
Pure and smooth acting can't wait for second part
হৃদয় চুই যোৱা অভিনয় অভিনয়ৰ প্রসংশা কৰিবলৈ নোৱাৰোঁ ইমানেই ভাল হৈছে❤
Outstanding video ❤❤❤❤