अपने देश को छोड़ के रहते हो दुबई... में kiu aap ko hindustan me जगह नहीं थी किया...इंडियन के नाम पे कलंक है ये लोग.....जो अपनी मातृभूमि ...अपने देश को छोड़ के जाते है....लोग कितने मतलबी हो गए हैं...हमारे देश के लोग अपनी जान तक दे देते है अपनी देश की रक्षा के लिए...और कुछ लोग पैसा..और ऐशो आराम के लिए अपना देश छोड़ देते है..
Proud of Geetika & Parashar. Dubait thaki Culture ki Dekhuai dile Aru Ami ???????? Hindu / Muslim / Pakistan/ Ram mandir/ Bangladeshi Kari Kari Axamia Jatik 1000 basar pisuai loi galu. Bhagwanor osarat Prarthana Karu jate Amak Xei 2014r agar Paribex ghurai die. Amio xanti / xampritire Amar Dexkhanar Unnati bicharu... Joy Aai Axam
ডুবাই নিচিনা উন্নত দেশ আৰু ঠাইৰ মানুহৰ চিন্তাকৰ্ম আদৰ্শই অসমীয়া মানুহক উচিত শিক্ষা লাভ কৰিছে।🙏🙏🙏
ইমান ভাল লাগিল যে বুজাবলৈ ভাষা নাই বুলি কব পাৰি। অন্যহাতে আমাৰ অসমৰ মানুহৰ ইমান বিলাক ভাল গুণৰ অভাৱ, সেই বাবে ৰাস্তা বিলাক সঁচাই বৰ লেতেৰা,যদি অকণমান বুজে আমিও তেনে এতা পৰিবেশ কৰিব পাৰিম চাগে।
আমাৰ অসমত ডুবাইৰ নিচিনা প্ৰশাসনীয় ব্যৱস্থা যদি কটকটীয়া কৰহয়, জনসাধাৰনেই কব যে ৰাইজক হাৰাসাষ্টি কৰিছে বুলি, সেই কাৰণে অসমৰ মানুহক বাহিৰৰ মানুহে হাহে,
আমাৰ ধুনীয়া অসমখন ৰাজনীতি কৰি বেয়া কৰি পেলালে
চক্ৰ দা বাইদেউক চিনাকি কৰি দিয়াৰ বাবে ধন্যবাদ। বাইদেউক তেখেতৰ কৰ্মৰ বাবে শুভেচ্ছা জনালো।
🙏😍💋 বৰ ভাল লাগিল বাইদেউৰ এই প্ৰচেষ্টা দেখি ! তুলসী ক ইউৰোপত বেচিল বুলি কয় ! আমাৰ অসমতে অতি কমেও ষোল্লটা মান প্ৰকাৰৰ তুলসীৰ জাত আছে ! পিছে আপোনালোকে যি জোপাক বেচিল বুলি কৈছে সেইজোপা আমাৰ অসমত অসমীয়া ভাষাত গোৱিন্দ তুলসী বুলি কয় ! অত্যন্ত সুগন্ধি এই গোৱিন্দ তুলসী ! ❤️❤️❤️❤️❤️❤️❤️
বৰ সুন্দৰ বৰ ভাল লাগিল দেই পৰাশৰ দা ।❤🎉❤nice ♥️
বৰ এটা সুন্দৰ পৰিবেশ দেখা পালো
দেই ভাল লাগিল।
আচলতে য'ত নীতি নিয়ম আছে সেই ঠাই পৰিষ্কাৰ পৰিছন্ন . আমাৰ অসমত কতো ধৰাবন্ধা নীতি নিয়ম নাই . সেইবাবেই অসমবাসী বহুত লেতেৰা আৰু কোনো অসমবাসী বিদেশলৈ গ'লে এনে লেতেৰা কার্য কৰাৰ বাবে আনৰ আগত লজ্জা পায়
Amar Sarkar e benifesari sisti koratkoi enebur steps lobo lage
আমাৰ গুৱাহাটীৰ চো কলদ অভিজাত লোকৰ বাবে এটা শিক্ষা বুলি কলে ভুল নহয় ।
আমাৰ ইয়াত ডুবাইৰ দৰে এখন পৰিস্কাৰ পৰিছন্ন দেশ হ'বলৈ সময় লাগিব। হয়তো ১৯৪০/৫০চনৰ ভিতৰত হ'বগৈ। প্ৰধানকৈ মানুহৰ পূৰ্ণ সহযোগীতাৰ প্ৰয়োজন
Salute gtika baa aru chkrpni daa
From kashmir...pulwama warrior(INDIAN ARMY)
Salute to Indian warriors 🙏
ডুবাই দৰে আমাৰ ইয়াত । সেনেকোৱা হোৱা হেতেঁন
baidew ok bor val lagil. thanks to beautiful person
Val lagil Kathabor huni God bless you ❤❤❤
বাইদেউ আপোনি যদি ভাল সাৰুৱা মাটি অলপ থকাহলে আৰু বেছি পাচলি কৰা দেখা পালো হেতেন। আপোনি বহুত কষ্ট কৰি এটা ভাল পৰিবেশত থাকে। বহুত ভাল লাগিল ,ধন্যবাদ জনালো। 🙏💐🌿🌱🌹🌻🌺🌸🌼🍊🍈🍏🥭🍋🍐
অসমত কাৰ মাইকী কাৰ লৈ গল।। অকল এইবোৰ
Vl lagil hundor
বৰ সুন্দৰ ligela ❤❤❤❤❤❤
ডুবাই নিছিনা আমাৰ অসম আনকো ভালদৰে চাফ চিকুনকৈ ৰাখিব লাগে
Bahut val lagil🎉
Chai enan bhal lagil je sabdre barnona Kotoba nowari,bihur dhanyobad.
Bohut bhal lagil sai 🥰🥰🥰
Very inspiring video . Thanks for sharing this video .
Love from hajo adhiarpara
Proud of Geetika from Duliajan zing zing
বশুত ভাল লাগিল খেতিবোৰ চাই ময়ো কৰো বাৰি সময়ৰ পাচলি খাওঁ খোৱাত কৈ চাই ভাল লাগে আকৌ এবাৰ কওঁ বশুত ভাল লাগিল
❤❤❤👍😁 very Good
জয় আই অসম,,
Khuub bhal lagise .❤
Val lagil
Baideo bohut vaal lagil apunar kothabur
Xundor
Loved the administration rules
She is kind of inspiration...❤ Quality content
Borya bohut val lagil
Val lagil .......Thanks.......
Bohut val lagil video to sai,
আমাৰ দেশত প্ৰধানমন্ত্ৰীয়ে ছস্ব ভাৰত অভিযানৰ কথা কলে একাংশই খিলখিলাই হাঁহে ।
বহুত ভাল লাগিল
Bohut Val Lagesa
Love from tezpur Dada ❤❤❤
Val lagil ❤️❤️
কঠোৰ হলে ইয়াত ভোট নিদিয়ে যি ৰাজনৈতিক দলে কৰিব
Sai vl lagile ❤
মিয়াৰ দেশৰ তুলনাত আমাৰ দেশ অধিক উন্নত।
Amar Assam khonot ooo anekuwa babostha lobo lage
Nice 🎉
Mujjang
Dada apnak bohut val lage
Oti sunder
জয় আই অসম
Bhal lagese scene belag
অসমত ইমান সাৰুৱা মাটি মানুহে খেতি নকৰে। বা জনীয়ে ডুবাইত মাটি কিনি খেতি কৰিছে । বজাৰৰ সাৰ দিয়া চবজী বোৰে খাই ভাল পায়।
Very good 🎉
Pobitro sohorot pobitro niyom❤❤❤❤ Dil se salam
Dubai goisilu 2016 ot. Bohut gorom. Tetia feel korisilu asom khone best. Khali okonman ami ownership lobo lagibo asom khonor.
government a step lobo lagibo development r khetrot
Government e lobo lagibo. Agree koru kintu manuhkhinieu bujibo lagibo j asom khon bhalke rokhat amar bhumika main.
❤❤❤❤❤❤❤❤❤❤❤
I like you dada ❤❤❤
Right👍
চম্পা আৰু ঔটেঙা একেই নেকি বাৰু ?
বাইদেউ ফুল গছ কেইজোপা মান আমাৰ কাৰণে পঠিয়াব নেকি ?
আমাৰ অসমৰ বহুত মানুহে ঘৰৰ জাবৰ ৰাস্তাৰ নলাত পেলায়
❤❤❤🙏🙏🙏😍
✅️
Amar eyar police bilake 200 toka loi 10000 toka pollution r fain map kori diya, ru amar eyattsamvob keneke
Chakropani Bhaiti.......Electionor pasote Dubai..? Case ki...😅
Dubai loi goi okol flower garden aru kitchen garden dekhuwalla .
Time tu enai nosto hoi gol.😁😁
ধন্যবাদ ❤
apuni dekhun news thews bad d youtube t lgil
Sir amarakhom khon anekuya hobo lage
অসমত কোনো সংগঠনে লেতেৰা নকৰিবলৈ অনুৰোধ কৰিছে নে ? নাচ কৰিবলৈ ও বোকা লাগে । মদ নহ'লে গাড়ী চলাবলৈ অসুবিধা পোবা বহুতো। এইবোৰ আশা নকৰাই ভাল ।
ইয়াত তেওঁৰ ঘৰৰ ওপৰত গেৰুৱা ঝান্দা নলগাই নেকি?
Video টো চাই অতি উৎসাহিত হলো। ব্যস্ততাৰ মাজতো এনেদৰে সময় উলিয়াই সকলো খিনি কাম কৰিব পাৰে আমি অবাবত সময় নষ্ট কৰি আছোঁ। কামেই দেখা নাপাওঁ।
Dimpur logt gousa no
amar akhamotu tenakuwa haboi lage
Amar eyat ghutka, pan bondho koribo lage
Amar sorkare khali loan louk aru hitadhikari bonauk,gos katok
Amar iyat ram tulshi buli koy
अपने देश को छोड़ के रहते हो दुबई... में kiu aap ko hindustan me जगह नहीं थी किया...इंडियन के नाम पे कलंक है ये लोग.....जो अपनी मातृभूमि ...अपने देश को छोड़ के जाते है....लोग कितने मतलबी हो गए हैं...हमारे देश के लोग अपनी जान तक दे देते है अपनी देश की रक्षा के लिए...और कुछ लोग पैसा..और ऐशो आराम के लिए अपना देश छोड़ देते है..
Wonderful👌👌👌. God bless you Mame.
Tumi dimuk follow kora no
Nije kiba kora
aibur asi lav nai tumar aitu jonmot aibur dekha nupawa ghy t.
Jodi mati pale heten aru j ki korile heten........
Oi toi tat thak sarba bj. Mal dale no
Proud of Geetika & Parashar.
Dubait thaki Culture ki Dekhuai dile
Aru Ami ????????
Hindu / Muslim / Pakistan/ Ram mandir/ Bangladeshi Kari Kari Axamia Jatik 1000 basar pisuai loi galu.
Bhagwanor osarat Prarthana Karu jate Amak Xei 2014r agar Paribex ghurai die.
Amio xanti / xampritire Amar Dexkhanar Unnati bicharu...
Joy Aai Axam
অসমত কোনো সংগঠনে লেতেৰা নকৰিবলৈ অনুৰোধ কৰিছে নে ? নাচ কৰিবলৈ ও বোকা লাগে । মদ নহ'লে গাড়ী চলাবলৈ অসুবিধা পোবা বহুতো। এইবোৰ আশা নকৰাই ভাল ।