Video není dostupné.
Omlouváme se.

'ইয়াত প্ৰতিবাদ নচলে'- অখিল গগৈক পুনৰ বিধানসভাৰ বিধি শিকালে অধ্যক্ষই

Sdílet
Vložit
  • čas přidán 2. 08. 2021
  • 'ইয়াত প্ৰতিবাদ নচলে'- অখিল গগৈক পুনৰ বিধানসভাৰ বিধি শিকালে অধ্যক্ষই

Komentáře • 392

  • @lachitdeka3062
    @lachitdeka3062 Před 3 lety +63

    জীৱনত আটাইতকৈ অসমীয়া ৰাইজে ডাঙৰ ভুল কৰিলে সেয়া হল বিজেপি চৰকাৰ ক দ্বিতীয় বাৰ ভোট দি চৰকাৰ বনোৱা 😜😂😂😂😂

  • @NizamUddin-tc8ho
    @NizamUddin-tc8ho Před 3 lety +157

    তেখেতৰ বাপেকৰ টকা দি ঘৰ বনাম নেকি ,আমি কেতিয়াও মানি নলও , আমি আপোনাৰ লগত আছোঁ আৰু থাকিম । You Arere Right Sir

    • @manojtalukdar6647
      @manojtalukdar6647 Před 3 lety +3

      👹👹👺👺👹👺মোমায়াৰা বাহিনীয়ে ঘৰ ভাঙি দিব । এতিয়া সকলোতে কৰ দিব লাগিব @ উশাহ -নিশাহ আনকি মৃত্যুৰ বাবে কৰ দিবলৈ সাজু থাকক 👍👍👍👍👍

  • @krishnakantalahon6167
    @krishnakantalahon6167 Před 3 lety +82

    অধক্ষ্য পগলা....ঘেণ্টা ! আপোনাৰ লগত আমি সদায় লগত আছো অখিল গগৈ ককাইদেউ! সদায় মাত মাতি যাওক...

  • @utpalphangihong3109
    @utpalphangihong3109 Před 3 lety +22

    কিহৰ কৰ দিব লাগে ঘেন্তা চৰকাৰ চৰকৰৰ টকাৰে ঘৰ বনাম নেকি কেলা নিজৰ কস্ত পৰিচমে এখন ঘৰ বনাম সেইটো কহৰ কৰ দিম ৷অখিল ধন্যবাদ৷

  • @krishnakantalahon6167
    @krishnakantalahon6167 Před 3 lety +56

    ঠিক কথা কৈছে অখিল গগৈ ককাইদেউৱে.... গাঁৱত ঘৰ বনাবলৈও কিহৰ অনুমতি, ঘেণ্টা বুলিয়েই কলো আও! ঘেণ্টা চৰকাৰ... আমি মানি নলম! কোনেও মানি নলয়...! আমি খাটি গাঁৱলীয়া হয়! ❤❤

    • @gunajitsarma5579
      @gunajitsarma5579 Před 3 lety +1

      Tor bapera manibo lagibo . Tex nidele sarkar solibo neki burbok

    • @krishnakantalahon6167
      @krishnakantalahon6167 Před 3 lety +6

      @@gunajitsarma5579 মই তোৰ বাপেৰক কোৱা নাই... মিছাতে মাজত সোমাব নাহিবি হ'ল! Tex চবতেই দি আছো আমি, আকৌ Extra জ্ঞান দিবলৈ নাহিবি মোক!

    • @sunswrangbhai9476
      @sunswrangbhai9476 Před 3 lety +2

      @@gunajitsarma5579 ..toi burbok neki sala Ami dekhun daily Tex diye asu aro sorkar soli ase atia ki ghor bonuwar karone kio Tex dibo lage ..oha kali Jodi duporiyar aahar aru ratir vhat khuwatu Tex logai tente toi manibo paribi janu

    • @gunajitsarma5579
      @gunajitsarma5579 Před 3 lety

      @@sunswrangbhai9476 tor murat gobar a ase .dupariyar ahar aru ratir ahar khuwate toy tex diya nay neki pagol .

    • @sunswrangbhai9476
      @sunswrangbhai9476 Před 3 lety +2

      @@gunajitsarma5579 ..moi diya nai ...toi pagol hoi neki be..tur poisa besi ase Jodi toi Di thak burbok

  • @gobindboro9543
    @gobindboro9543 Před 3 lety +69

    আমি কেতিয়াও নিদিওঁ,ঘৰ বনামেই বনাম।কিহৰ কাৰণে কৰ দিম চৰকাৰে আমাক কি দিয়া কাৰণে কৰ দিম????আমি বহি ৰাজ্যত কাম কৰি পইচা কামাই আছোঁ আৰু তাৰ বিনিময়ত কিহৰ কাৰণে পইচা দিম????এয়া চৰকাৰৰ চান্দা নহয় জানো ৰাইজ সকল???এইখন কি স্বাধিন অসম নহয় নেকি???গণতান্ত্ৰিক ৰাষ্ট্ৰৰ ৰাজ্য নহয় নেকি অসম খন????তাহানিৰ লৰা ৰজাৰ বংশধৰ চৰকাৰ নেকি এইখন??ইয়াত ৰাজতান্ত্ৰিক দেখোৱাই থকা সৈয্য কৰা নহ'ব ।আমি কেতিয়াও মানি নলওঁ আৰু নলওঁ

    • @bhrigumonilahan2631
      @bhrigumonilahan2631 Před 3 lety +6

      চৰকাৰক tax লাগে চৰকাৰ ভিখাৰি হল

    • @gobindboro9543
      @gobindboro9543 Před 3 lety +4

      @@bhrigumonilahan2631 হয়তো

    • @sohidulislam6171
      @sohidulislam6171 Před 3 lety +3

      This government is bigger

    • @niharikadas7314
      @niharikadas7314 Před 3 lety +3

      Nice comment 💖

    • @bhesojbaruah8725
      @bhesojbaruah8725 Před 3 lety +5

      অসমৰ সকলো সম্পদ বিক্ৰী কৰি শেষ কৰিলে ,, এতিয়া সিহঁতে গাঁৱৰ /গাঁৱৰ ৰাইজৰ ওপৰত কৰ লগাই নিজে চলিবলৈ !!তাৰ বাহিৰে আন একো নহয় !! মাহে মাহে যে কিবা আচনিৰ ধন দিয়ে সেয়া পুনৰ উঠাই লৈ যোৱাৰ কিটিপ ।

  • @AbulHussain-dr5xd
    @AbulHussain-dr5xd Před 3 lety +17

    Right Akhil MLA sir

  • @awesomeniku9013
    @awesomeniku9013 Před 3 lety +34

    আমি কেতিয়াও মানি লব নোৱাৰো এই কথা..!আমি আপোনাৰ লগত আছো

  • @amalborah4916
    @amalborah4916 Před 3 lety +14

    জীৱনত কিযে ভুল কৰিলো অঅঅ

  • @chetia847
    @chetia847 Před 3 lety +26

    নিজৰ ঘৰ বনাবলৈ কি কাৰণত কৰ দিব লাগে এই কথাটো কেতিয়াও মানি লব লগা কথা নহব ।বি জেপি চৰকাৰৰ দিনত আৰু কি দিব নালাগিব বস্তুৰ জুই চাই দাম কৰুনা নামত ৰাইজ জুৰুলা । বিৰুধীসকল কি কাৰণত বহী আছে ।আমি মানি নলঁও ।অখিল গগৈ ডাঙৰীয়ালৈ ধন‍্যবাদ । জয় আই অসম ।

  • @sumkhanikar7288
    @sumkhanikar7288 Před 3 lety +37

    কেতিয়াও মানি লোৱা নহব। বৰ অসজ্য নিয়ম ৰ কথা কয় bjp চৰকাৰৰ প্ৰতিনিধি সকলে।

  • @kishordas2840
    @kishordas2840 Před 3 lety +15

    মানুহে বুজক

  • @mr___x4281
    @mr___x4281 Před 3 lety +13

    Akhil sir right

  • @sushildoley8882
    @sushildoley8882 Před 3 lety +9

    হিমন্তৰ চৰকাৰে অসম বাসী ৰাইজক কি বুলি ভাবিছে? চালা বেছি কৰি নাথাকিবা .....!!!

  • @nabanitadas200
    @nabanitadas200 Před 3 lety +24

    অখিল গগৈ। মাত মাতিলে কিয় মনে মনে থাকিব দিয়ে।। এইবোৰ কি মানে

  • @Jupitora752
    @Jupitora752 Před 3 lety +12

    খাদ্য বস্তুৰ দাম বঢ়াইও চাগে শান্তি পোৱা নাই এই দুই নম্বৰ বৃটিছ চৰকাৰে ।
    এতিয়া আকৌ নিজৰ ঘৰটো বনালেও কৰৰ ব্যৱস্থা আৰম্ভ কৰিছে ।
    ধন্যবাদ অখিল ককাইদেউ । আপুনি সঁচা কথাত যুক্তিৰে মাত মাতে বাবে আপোনাৰ ওপৰত ইমান গোচৰ চলাই ।
    তথাপিও আপোনাৰ শক্তি আৰু সততা সদায় মানি যাব । আমি আছোঁ সদায় ।

  • @dipakgogoi5084
    @dipakgogoi5084 Před 3 lety +4

    পুঁজিপতিক কৰ ৰেহাই দি , চাবসিটি দি , ঋণমাফ কৰি দেশ চলাব পৰা নাই । পুঁজিপতি দিয়া টকা জোৰা মাৰিবলৈ এতিয়া জনসাধৰণৰ ওপৰত GST লগিছে , সকলো বস্তুৰ ওপৰত আৰু তেলৰ ওপৰত অত্যাধিক
    কৰ লগাব লগীয়া হৈছে। আইবিলাকেও জোৰা মাৰিব নোৱাৰি গাওঁ অঞ্চলত কৰ লগাবলৈ লৈছে। 24 ত পুঁজিপতিৰ আঙুলিৰ নির্দেশত চলা মোডীক বিদায় দিয়ক।

  • @nayanjyotiloying3949
    @nayanjyotiloying3949 Před 3 lety +2

    এইবিলাক মানুহৰ নিজৰ ভুলৰ বাবে এনেকুৱা বস্তু লাভ কৰিছে election ৰ সময়ত এটা টোপোলা পালে বহুত পালো বুলি বাবে ।ৰাইজ আমি এনেকুৱা এখন চৰকাৰ গঠন কৰিব লাগে যি আমাৰ ভৱিষ্যত সমাজৰ সৈতে ভাল কাম কৰা আৰু আমাৰ উটি অহা প্ৰজন্মৰ বাবে ভাল কাম কৰা।ৰাইজ সজাগ হোৱা। কেতিয়াবা তুমি আপুনি আৰু মই বিক্ৰী যাব লাগিব ।

  • @ayaanarhan395
    @ayaanarhan395 Před 3 lety +28

    আৰু কেইদিনমান ৰ পিছত চৰকাৰে দিনত দুবৰকৈ হাগিব মুতিব গলেও টেক্স দিব লগীয়া হব পাৰে এনেকুৱা নিয়ম ওলিয়াব ।

    • @bijukhatowal9575
      @bijukhatowal9575 Před 3 lety +1

      চহৰত আহিলে এতিয়াও পে টয়লতত ১০ টকা দিব লাগে

    • @ayaanarhan395
      @ayaanarhan395 Před 3 lety +1

      @@bijukhatowal9575 মই গাঁৱৰ কথাটো কৈছোঁ ।চহৰত আগৰ পৰাই আছে কিন্তু গাঁৱত নাই নহয় এতিয়াৰে পৰা গাৱত হব।

  • @bksarma3662
    @bksarma3662 Před 3 lety +13

    Mojja 👌👌👌👌

  • @NazrulIslam-dr8dn
    @NazrulIslam-dr8dn Před 3 lety +5

    Right koise akhil sir

  • @hrdas8553
    @hrdas8553 Před 3 lety +6

    Next CM Akhil Daa♥️

  • @lalitdoley4810
    @lalitdoley4810 Před 3 lety +5

    Akhil dai right kotha koise

  • @techmasala3221
    @techmasala3221 Před 3 lety +8

    এই কৰ ব্যৱস্থাৰ তীব্ৰ বিৰোধ কৰো।

  • @nareshgogoi8465
    @nareshgogoi8465 Před 3 lety +10

    Akhil dada 👌👌👌👌👌👌👌👌👌

  • @emransardar4533
    @emransardar4533 Před 3 lety +14

    সাগা ঘৰ বনাব লাগে

  • @bedantagogoi9107
    @bedantagogoi9107 Před 3 lety +5

    Akhil Gogoi zindabad joi aai axom joi

  • @gaganthakuria3133
    @gaganthakuria3133 Před 3 lety +7

    Akhil sir best

  • @sekharjyoti5406
    @sekharjyoti5406 Před 3 lety +24

    Aru BJP k vut di jikaba Bupa hot...
    🤣🤣🤣 Sorkar a sanda tula start hoise gaon r manuh r pora

  • @bitubora8928
    @bitubora8928 Před 3 lety +5

    Akhil right

  • @digantadas6776
    @digantadas6776 Před 3 lety +11

    অখিল গগৈ কিবা কৰিলেই নতুন নিয়ম বনাই দিয়ে।,,,,, ওপৰত বহি থকা যনে্্

  • @bdmilla2047
    @bdmilla2047 Před 3 lety +14

    Akhil gogoi zindabad

  • @abdulkohima2684
    @abdulkohima2684 Před 3 lety +8

    Thanks Akhil sir

  • @Sankarjitcreation
    @Sankarjitcreation Před 3 lety +3

    ঘৰ বনাবলৈ কি অনুমতি লম...আৰু কেইদিন মানৰ পিচত হাগিবলৈও অনুমতি লব লাগিব চাগে

  • @amu536
    @amu536 Před 3 lety +20

    এই চৰকাৰখনে আৰু ক'ত কৰ লগাবলে আছে😡

  • @nareshgogoi8465
    @nareshgogoi8465 Před 3 lety +6

    Bjp go back

  • @assameseloveguru9896
    @assameseloveguru9896 Před 3 lety +4

    মোক এটা চৰকাৰী ঘৰ দিয়ক । আৰু তাৰ ওপৰত যিমান লাগে কৰ দিম

  • @dibyajitkonch9144
    @dibyajitkonch9144 Před 3 lety +3

    অধক্ষ্যা জনে বেচি কৰে কাৰন অখিলক কথা কব নিদিয়ে অখিল গগৈ সচা কয়যে

  • @sibadas6893
    @sibadas6893 Před 3 lety +2

    We oppose this type of faltu tax...

  • @cgohain7304
    @cgohain7304 Před 3 lety +27

    ধন্যবাদ। অখিল গগৈ।

  • @kiranpegu76vlog42
    @kiranpegu76vlog42 Před 3 lety +1

    U r 100% right dada

  • @manikasom3552
    @manikasom3552 Před 3 lety +8

    আমাক বাংলাদেশী পাইছেনেকি,ঘৰ সাজিবলৈ অনুমতি লবলাগে!

  • @baikunthaborahassam2656
    @baikunthaborahassam2656 Před 3 lety +13

    i support akhil gogoi next cm

  • @momigogoi1662
    @momigogoi1662 Před 3 lety +2

    অখিল ককাইদেউ আপুনি ঠিক কথা কৈছে

  • @tutumonisaikianicrsong928

    Right katha

  • @prakashxess1434
    @prakashxess1434 Před 3 lety +2

    Akhil Gogoi you are right, we are with you.

  • @mhproduction2553
    @mhproduction2553 Před 3 lety +1

    Right Akhil sir

  • @Love4you29
    @Love4you29 Před 3 lety +2

    British policy = BJP....😡😡😡😡😡😡😡😡😡😡😡😡 Go back..

  • @paragjutisarmah5321
    @paragjutisarmah5321 Před 3 lety

    অখিল দা দা আপুনি ভাল বিষয় মাত মাতিছে
    আপুনি মাতিজক ৰাইজ আপোনা লগত
    বি.জে .পি এবাৰে শেষ আৰু তেওঁ লোকে চৰকাৰ হব নেপাই
    কাৰণ
    এজন মানুহে এটা ঘৰ বনাবলৈ
    চৰকাৰ সুধিৱ লাগিব বুলি কিয় ভাবিছে তেওঁ লোকে
    এই কথা আমি মানি নলওঁ
    আৰু সেই বাবে আপুনি মাত মাতি জক আমি আছোঁ লগত
    জয় আই অসম

  • @gyanbahadurrai8523
    @gyanbahadurrai8523 Před 3 lety +1

    I'm selute Sir" You are really great.

  • @jaanray3
    @jaanray3 Před 3 lety +5

    Akhil sir 🙏
    Amiw namanu

  • @najimulhoque8098
    @najimulhoque8098 Před 3 lety +2

    Thank you Akhil Gogoi Sir

  • @susennath7801
    @susennath7801 Před 3 lety +6

    Kune dibo kar ghenta nidu kar..

  • @moromidas7468
    @moromidas7468 Před 3 lety +13

    আমি কেতিয়াও মানি নলও

  • @axomiyalorarajdeep6791
    @axomiyalorarajdeep6791 Před 3 lety +4

    ঘেণ্টা কৰ দিম,ফোফটো দিম

  • @dipenbora7482
    @dipenbora7482 Před 3 lety +7

    আমি নামানু

  • @durgeshnitom1353
    @durgeshnitom1353 Před 3 lety +1

    Moi Akhil Gogoi Siror logot asu Akhil Gogoi Sir🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @shorifuddin5103
    @shorifuddin5103 Před 3 lety +7

    👍👍👍

  • @manikaligira2966
    @manikaligira2966 Před 3 lety +1

    Thanks Akhil Gogoi

  • @lukmanali7262
    @lukmanali7262 Před 3 lety +1

    All Right Akil gogoi

  • @lxjitu3726
    @lxjitu3726 Před 3 lety +1

    Akhil da zindabad ❤️❤️❤️

  • @Milisvlog266
    @Milisvlog266 Před 3 lety +1

    আমাৰ ইয়াত টকা লবলৈ আহিলে পিঠি পালিম

  • @moin793
    @moin793 Před 3 lety

    সুন্দৰ পৰিবেশ

  • @skytelefilms4208
    @skytelefilms4208 Před 3 lety +1

    Akhil gogoi ❤️❤️❤️❤️❤️❤️

  • @bhrigumonilahan2631
    @bhrigumonilahan2631 Před 3 lety +15

    আমি কেটিয়াও নামানো

  • @pramodshukla9138
    @pramodshukla9138 Před 3 lety +1

    Right Akhil Gogoi sir

  • @jaleswarava2299
    @jaleswarava2299 Před 3 lety

    Amio aponar logot Akhil da 👍👍👍

  • @arunray2678
    @arunray2678 Před 3 lety +2

    আমি মানি নল

  • @benjamin7576
    @benjamin7576 Před 3 lety

    Akhil da val ktha koise . Manuhe bht thatta kre akhetok .. kin2 jiye nhouk teu akhomiyar sarthot maat maate . Acche din aru ahibo ase raij...

  • @assamagrofarm4767
    @assamagrofarm4767 Před 3 lety

    এয়াই পৰিবৰ্তন, আৰু ব্ৰিটিছ নিয়ম যত ঘৰত থকা গছৰো tax দিব লাগিব এদিন। বিদেশত কাম কৰি কষ্টৰে উপাৰ্জন কৰা টকাৰে ঘৰ সাজিব,তাত বুলে অনুমতি লাগিব।
    চাকৰি দিব নোৱাৰে দম্বালি মাৰি ফুৰে।

  • @mukshedullah6863
    @mukshedullah6863 Před 3 lety +3

    Hagiboloiyo sorkaror pora permission lobo lagibo, Sorkare, hogar porimanor uporot tax lobo !😂😂

  • @richardindwar1909
    @richardindwar1909 Před 3 lety +1

    This statement never be accepted...

  • @himangshudutta66
    @himangshudutta66 Před 3 lety +1

    Consequences 😂😂😂
    After voting 😂😂😂

  • @Omega44433
    @Omega44433 Před 3 lety +9

    BJP Govt will exist by such type poor men taxes.

  • @manojbora2244
    @manojbora2244 Před 3 lety

    Agree with u akhil da.

  • @mintusaikia6788
    @mintusaikia6788 Před 3 lety

    You are right...

  • @nitirajkhowa6521
    @nitirajkhowa6521 Před 3 lety +1

    Okhel Gogoi gendabad

  • @Dnmemories
    @Dnmemories Před 3 lety +1

    চৰকাৰ খন পাগলে হল নেকি

  • @bondanamech8136
    @bondanamech8136 Před 3 lety

    U r right sir... akhil the is best...

  • @rameshteron7453
    @rameshteron7453 Před 3 lety

    You are right

  • @debamahanta3416
    @debamahanta3416 Před 3 lety

    চৰকাৰ খন ভাঙিব হল নাগালেণ্ডৰ পাব্লিকে ২১দিন বন্ধ কৰি চৰকাৰ ভাঙিছিল সকলো ৰাইজ। ওলাই আহক চৰকাৰ ভাঙিব হল নহলে অসমীয়া শেষ আছু লাচিৎসেনা কত গল নেতা সকলে পইচা নাপালে হাল্লা কৰে পইছা পালে মনে মনে থাকে আলফাযে কিবা এটা কৰিব হল চব পইচা লোভী নিজৰ টোহে চিনিপাই অসমৰ পৰা বি জে পি খেদিব হল

  • @padmakumbang4563
    @padmakumbang4563 Před 3 lety

    Right Akhil da.

  • @mscafeteriarestaurant7158

    I always support you

  • @bishnuabhay350
    @bishnuabhay350 Před 3 lety

    অধক্ষ জন কি এনেকুৱা ! কবলৈও সুযোগ নিদিলে । Computer programming কৰি যিবোৰ platform বনোৱা হৈছে সৈই মানুহৰ ওপৰতো ছাগে কৰ লগাব এইখন চৰকাৰে । মই তো computer programming কৰি digital tool বনাই income generating কৰা মোৰ নিছিনা বহুত professional computer programmer বিলাকৰ ওপৰতো ছাগে কৰ দিব লগা হব পাৰে ভবিষ্যতে । এনেও তো প্ৰতিটো customer ওপৰত online transaction কৰোঁতে আমাৰ ফালৰ পৰা tex লয় customer জনে তো দিব লাগেই ইয়াৰ ওপৰিও মালিকজনেও দিৱ লাগেই আকৌYou Tube channel থকা বিলাকৰ ওপৰতো ছাগে এই নীতি প্ৰযোয্য হ'ব ।এইখন চৰকাৰক কাহানিও বিশ্বাস কৰিব নোৱাৰি । যিসকলে ঘৰতে বহি video editing কৰি বা computer programming কৰি software or android application or iOS application বনাই বা normal css or computer shop বা বেলেগৰ কাৰণে website develop ৱা freelancer কৰি যিসকলে ঘৰত বহি income কৰি আছে সেইসকলৰ ওপৰতো tex লগাব । এনেকুৱা নীতি তো ব্ৰিটিছৰ আছিল ।

  • @kchetia
    @kchetia Před 3 lety +1

    ঘেন্টা কাৰো অনুমতি নলয়

  • @ashikassamesesuhanachannel9926

    Akhil gogoi long life Akhil gogoi is right

  • @nareshgogoi8465
    @nareshgogoi8465 Před 3 lety +2

    Bjp kamnai

  • @rupomnath7846
    @rupomnath7846 Před 3 lety

    Good sar

  • @biswajitboruah1434
    @biswajitboruah1434 Před 3 lety +4

    হিমন্তই খালে এই বাৰ গাৱৰ জনসাধাৰণ জনতাৰ ওপৰত মাধৰমাৰ মূল্য বিধি আদিকৰি অসমক খালে

  • @sanjibbordoloi7135
    @sanjibbordoloi7135 Před 3 lety

    Correct akhil da

  • @babul8718
    @babul8718 Před 2 lety

    Thanks Akhil da.....BJP hatao desh bachao....

  • @Omega44433
    @Omega44433 Před 3 lety +6

    BJP have no fund now and hence they are searching tax from poor men of Assam.

  • @MedEd_Insights
    @MedEd_Insights Před 3 lety

    The main aim should be know the topic . Not to be how someone shows it.

  • @amritborah914
    @amritborah914 Před 3 lety

    Jati duhi bure luwa sidhantar birudhe raize uttor dib. Akhil Da apuni swabhimani asomiyar hoi sadai mat mati jawk.

  • @bishwajitdeka1744
    @bishwajitdeka1744 Před 3 lety +2

    moja

  • @pilatushkandulana1508
    @pilatushkandulana1508 Před 3 lety

    Akhil you are right

  • @monujsaikia7843
    @monujsaikia7843 Před 3 lety

    Akhil gogoi zindabad..next assam c.m

  • @mscafeteriarestaurant7158

    Akhil gogoi ap age badho hum tumhare sath hai

  • @JSOfficial1
    @JSOfficial1 Před 3 lety +1

    Impossible

  • @Dnmemories
    @Dnmemories Před 3 lety

    Bjp চৰকাৰ আৰু হব নালাগে... ইয়াৰ পিচত আৰু এই চৰকাৰ হব নিদিয়ে যেন সকলোৱে......bjp চৰকাৰ জহৰা চৰকাৰ..