এজন অসমীয়া খেতিয়ক ,বছৰি উপাৰ্জন কৰে ২০ লাখ টকা | rich farmer
Vložit
- čas přidán 29. 12. 2021
- এজন অসমীয়া খেতিয়ক ,বছৰি উপাৰ্জন কৰে ২০ লাখ টকা rich farmer
সৰিয়হৰ হালধীয়া সাগৰৰ মাজত লুকাই আছে এজন খেতিয়কৰ ঠিকনা ৷ তেওঁৰ চেষ্টাতে এটা সোৱণশিৰি নদীৰ বালিচৰ এতিয়া শইচেৰে হৈ পৰিছে উভৈনদী ৷
আজি আমি সাক্ষাৎ কৰিবলৈ আহিছো এনে এজন কৰ্মঠ খেতিয়কক যাৰ হাতৰ পৰশত সৰিয়হৰ পৰা গাজৰলৈকে নানা শাকপাচলিৰে উজ্জীৱিত হৈ আছে নৈ পৰীয়া ৬০ বিঘা মাটি ৷
লক্ষী গগৈ নামৰ এই খেতিয়কজনে সোৱণশিৰি নদীৰ পাৰৰ ফেচু চাপৰিত খেতি কৰি প্ৰতিবছৰে উপাৰ্জন কৰে ২০ লাখৰো অধিক টকা। প্ৰতিবছৰে সাত লাখ টকাৰ আলু ,পাঁচলাখ টকাৰ ৰঙলাও , ডেৰ লাখ টকাৰ সৰিয়হ আৰু সাতলাখৰো অধিক টকাৰ কবি ব’ক’লি বিলাহী গাজৰ মটৰ আদি বিক্ৰী কৰে ৷
অহৰহ তেওঁৰ লগত খেতি পথাৰত ব্যস্ত হৈ থাকে ১০ জনকৈ কৰ্মচাৰী ৷ লক্ষী গগৈয়ে উৎপাদন কৰা চুগাৰ ফ্ৰি আলু আৰু উন্নত প্ৰজাতিৰ ৰঙালাউ বিক্ৰী হয় দেশৰ বিভিন্ন প্ৰান্তত ৷খেতিয়কজনকে আদৰ্শ হিচাবে লৈ বহু লোকে এতিয়া শশ বিঘা চাপৰিৰ মাটিত আৰম্ভ কৰিছে কৃষি বিপ্লৱ ৷
আহকচোন সফল খেতিয়ক লক্ষী গগৈৰ মনৰ কথা জানো ৷
uparjan.in
এজন সহজ সৰল প্ৰতিষ্ঠিত খেতিয়কৰ লগত চিনাকি কৰাই দিয়াৰ বাবে উৰ্পাজনলৈ ধন্যবাদ থাকিল, গগৈ ডাঙৰীয়াৰ কৃষি কৰ্ম নতুন প্ৰজন্মৰ বাবে আৰ্দশ হওক ।
❤️❤️👍to 🙏🙏🙏🙏 you 👍 to 👍👍 yourself 🙄🙏you 🙏🙏👍👍🙏🙏🙏🙏🙏🙏🙏🙏🙏 you
কষ্ট কৰি দুটকা উপাৰ্জন কৰাৰ পিছত চৰকাৰে কৰ লবলৈ খাপপিটি থাকে , কিন্তু কৰ্ম কৰিবলৈ একো সুবিধা নিদিয়ে ।।
অভিনন্দন জনাইছো।এনেধৰণৰ বাৰ্তাই নিচ্ছয় আমাৰ যুৱসমাজৰ কৰ্মস্পৃহা বৃদ্ধি কৰিব
সুন্দৰ ককাইদেউ আমাৰ গাওঁৰ হয় 💚💚
শেষত ভাল কথা এটা কৈছে দাদা জনে বহুত ভাল লাগিল। উৰ্পাজন জিণ্ডাবাদ।
শুভেচ্ছা থাকিল। আমিবোৰো উৎসাহিত হৈছো। চৰকাৰে সুবিধা বোৰ দিব লাগে।
সুন্দৰ পদক্ষেপ , কৰ্ম সংস্কৃতি সমৰ্থন কৰা উচিত তেতিয়াহে দেশ আগবাঢ়িব । আপোনালৈ শুভেচ্ছা থাকিল ।
তেখেতৰ পৰা বহুত উৎসাহ পাইছো কাম কৰিবলৈ ৷ ধন্যবাদ আপোনালৈ
ধন্যবাদ
খেতি কৰি মানুহজনে যে টকাই উপাজন কৰিছে এনে নহয়, মানুহজন বৰ সুখীও
ধন্যবাদ
Bingo..He is a good example to inspire and advise others. I request Assam government to support him with sufficient fund so that he can visit other districts and train other farmers.
If all will follow his path then Assam donot need to import Vegetables from other States.
গগৈদেউলৈ আন্তৰিক শুভকামনা থাকিল আৰু উপাৰ্জন চেনেল তোলৈ ধন্যবাদ থাকিল।
Loved it.. specially great to see the hard work of assamese Farmers ...
একে লগে 70 বিঘা মাটি হলে চাকৰি কিয় লাগে। 10 বিঘা হলেও যথেষ্ট। নদী পৰৰ বালি সহিয়া মাটি বেছি ভাল খেতিৰ বাবে
এজন আদৰ্শবান কৃষক
Kamdhenu diary farm.. Bihpuria (Lakhimpur)... Ebar jabosun... Val pabo..
শুভকামনা থাকিল আপোনালৈ।
লগতে আপোনি ইমানখিনি মাটি যে পাইছে বহুত ভাগ্যবান।
Khub hundor,,,
ভাল লাগিল চাই ।আগলৈ আগবাঢ়ি যাওক।
সুন্দৰ
শুভেচ্ছা জনালোঁ আপোনাক ককাইদেউ আগুৱাই যাওক আপুনি
Hundor hoise
Salute Gogoi sir keep it up l proud as a Assamese
Best And Beautiful ❤️❤️❤️
Thank you GOGOIdaa..,u r a idols 4 us...NEW PRODuction i always support
বৰ ভাল কাম কৰিছে উপাৰ্জন channel
Bohut val lagil good bless you
Hosai bohut val lagil... Anadore hokulu ulai ahile amer axom khonu bohut aguwai jabo
সুন্দৰ
সুন্দৰ দদাইদেউ ।
সুন্দৰ ককাইদেউ 👍👍
Akamia manuhe anekuwa Kam kara dehi bahut vl lagise
Go ahead.
Great work
Khundor.
অতি সুন্দৰ কাম কৰিলে আপুনি
Bohut bhal kam
Excellent . My best wishes.
Aitu kamot moiu lagisu..sakorit koi aibur kam bohut vl...sakori namot bohut dhuka khalu
Bhut val
Val lage apunar video bur sai. #Mdmaina
সুন্দৰ video dada
Real hero ❤
ধন্যবাদ
Real Hiro aeulukoke koi vogobane hustho rakhok
Hundor dai apunar kamok holagisu aapuni aru aguwai jawok kokaideu 💖💖👌👌👍
best channel
Nice 👍
সফল খেতিয়ক
Tihur pora like eta 👍
ধন্যবাদ
খুব ধুনীয়া ককাই 👌🙏
Nice vedeo 👍
Bohut bohut Thankyou
Best farmer
মই মুকালমুৱা ৰ লৰা। মই গোটেই কেইটা video চাইছো আপোনালোকৰ
Nice 👏👍
Good
May God bless you and your family and friends 🙏🙏🙏🙏🙏🙏🙏
Very good dada
👍
👌
Thanks
Pranam Dada 🙏
good asal assamia
good
🙏👍
nice
❤❤
Bohut Val lagil Jani kothabur
ধন্যবাদ
Garu ara bondho korilee,aru bohut khetiyoke kheti koribo
🙏🙏🙏🔥🔥🔥
এনেকুৱা সেউজ বিপ্লৱ আৰু লাগিব অসমত ।।
Pranam
ইমান ভাল লাগিছে
আহিব
🙏🏽🙏🏽🙏🏽❤️❤️❤️✌✌✌
Amar axomiya potijonae xak sobji xeti korib lagae...balek kam korilaou
You are gread khura apuni akbahi jayuk
6.44 ....beleg kiba e bujisilu 😂😂😂
Salute gogoi da . its not so easy..
কৰিলে কৰিলে সহজ হৈ পৰিব
@@lakhigogoi829 vl kam krixe 🙏
🙏🙏🙏🙏
গগৈ ডাঙৰীয়া, চিপ্চৰ বাবে ব্যবহাৰ কৰা আলুৰ জাতটো কি হয় ?
লক্ষি গগৈ মবাইল নমবৰ পামনে?
ভাল কম´ উপাজ´ন নিদশ´ন
Elehua manuhe sakori bisare ' moi tu atia sakori bisora badei dilu' moi sarkaror toka nakhaw' sarkarok he moi dim...
Shakti bhagavane are ujjal houk
Mati ase kheti krise
Nambar tu diya na mur nam robin borah
ফেচু চাপৰি কত অাছে?
লখিমপূৰ জিলা ৰ ঘাৰমৰাৰ ওচৰত
খেতি কৰি টকা কিমান লাভ হয় আমি ভালদৰে জানো। 😆😜😜
Ki bujaise lav nai nki khetit??
Number pam neh
Manuhjonor contact number tu parile dibosun