আজি উকা হৈ পৰি ৰৈছে অবিনাশৰ পঢ়া টেবুলখন। কিতাপ-বহীবোৰ হাতত তুলি ল'বলৈ আজি সি নাই

Sdílet
Vložit
  • čas přidán 5. 07. 2024
  • পঢ়ি-শুনি ভাল মানুহ হোৱাৰ সপোন আছিল অবিনাশৰ। কিন্তু সপোন সপোন হৈয়ে ৰ'ল তাৰ। আজি উকা হৈ পৰি ৰৈছে তাৰ পঢ়া টেবুলখন। কিতাপ-বহীবোৰেও যেন তাক হাত বাউল দি মাতিছে। কিন্তু সেই পঢ়া টেবুলখনৰ কাষত আজি নাই সি! কণমানি অবিনাশ হেৰুৱাই মৰ্মাহত তাৰ সতীৰ্থ, শিক্ষাগুৰুসকল
    #nbnews #nbnewsdigital #abinashsarkar
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    Facebook: / nbnewstv
    #NBnews
    #NBtv
    #NBnewsassam
    #NBnewstv
    #Satellitechannel
    #NBNews

Komentáře • 36