MON HIRA DOI By NEEL AKASH || BIHUWAN || Ujjwal Aarong || Bharat Saikia || New Assamese Song 2024

Sdílet
Vložit
  • čas přidán 28. 12. 2023
  • Singer : Neel Akash
    Music: UJJWAL AARONG
    Lyrics: NEEL AKASH
    Composition: NEEL AKASH & BHARAT SAIKIA
    Mixed and Mastered by IBSON LAL BARUAH.
    Guitars: Bikash Gogoi
    Flute: Ujjwal Konwar
    Recorded @ Studio Sristi by UJJWAL AARONG
    Produced by PRANAB PHUKAN
    Design: PULAKESH BARMAN
    Photography: Satya D Phukon
    Lyrical : Junaak Milon (‪@DhwaniMusic‬ )
    Special Thanks to
    Rajiv Sarmah
    and Studio Fusion for it’s constant support to Bihuwan
  • Hudba

Komentáře • 2,7K

  • @Sanjib_sonowal0022
    @Sanjib_sonowal0022 Před 7 měsíci +104

    নৱবৰ্ষৰ প্ৰাকখনত বৰ সুন্দৰ এটি গীত আমালৈ প্ৰেৰণ কৰিলা ককাই। আপোনাৰ লগতে আপোনাৰ লগত সহযোগ কৰা টিমৰ প্ৰতিগৰাকী সদস্যলৈ আন্তৰিক অভিনন্দন লগতে আগতিয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিল।❤

  • @zgdebajitborah4317
    @zgdebajitborah4317 Před 7 měsíci +182

    মৰমৰ নীল দা আপোনাৰ বিহুৱান এলবামৰ বাবে আজি বহুত দিনৰ পৰা অপেক্ষা কৰি আছো।❤👌
    আশা কৰোঁ আন গীতবোৰৰ দৰে এই বছৰৰ আপোনাৰ গীতটো সকলোৱে মৰমেৰে আকোঁৱালি লব।❣️
    সমূহ অসমবাসী ৰাইজলৈ আগন্তুক ভোগালী বিহুৰ লগতে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা যাঁচিলো।🙏💓

  • @DMCollection
    @DMCollection Před 7 měsíci +64

    "নীল আকাশ দা, আপোনাৰ ধুনীয়া নতুন অসমীয়া গীতৰ মুক্তিৰ বাবে অভিনন্দন! আপোনাৰ অবিৰত সফলতা কামনা কৰি আৰু ২০২৪ চনত আপোনাৰ সংগীতে অধিক উচ্চতা লাভ কৰক তাৰে কামনাৰে আপোনালৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ!" 🎉❤🫶🏻

  • @memesworld8701
    @memesworld8701 Před 7 měsíci +23

    নীল দা মাঘ বিহুত DJ ফালিম এইবাৰ 🤗 সকলোকে আগতিয়াকৈ ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনালো ❤❤

  • @dhunrajsaikiaofficial4885
    @dhunrajsaikiaofficial4885 Před 7 měsíci +76

    "বিহুৱান" ৰ এক সুকীয়া স্থান আছে যাৰ কাৰণে গোটেই বছৰ অপেক্ষা কৰা যায়❤️💕

  • @user-us1jv9ec3i
    @user-us1jv9ec3i Před 7 měsíci +46

    নীল দাৰ বিহুৱান মানে এক সুকীয়া আমেজ🥰
    Lve u Neel da♥️

  • @durlovestatus8105
    @durlovestatus8105 Před 7 měsíci +39

    বহু অপেক্ষাৰ অন্তত বিহুৱানৰ গীতটি শুনিলো,,, আগন্তুক ইংৰাজী নৱবৰ্ষৰ আৰু ভোগৰ উৎসৱ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ,,,,

  • @NitaRani-wr6tu
    @NitaRani-wr6tu Před 7 měsíci +3

    Moja de Neel ❤❤ dada bht vl lgise new song tu❤️🔥🔥

  • @ArijeetGallery
    @ArijeetGallery Před 7 měsíci +40

    অৱশেষত বহু অপেক্ষাৰ অন্তত হেঁপাহৰ বিহুৱান খনি আহি পালেহি। বছৰৰ শেষ ক্ষণত আৰু ভোগালীৰ প্ৰাক ক্ষণত এটি সুন্দৰ গীতৰ উপহাৰ। শুভেচ্ছা থাকিল সকলোলৈকে ❤❤

  • @nayanmoniburagohain2205
    @nayanmoniburagohain2205 Před 7 měsíci +17

    সুন্দৰ হৈছে বিহুৱানৰ গীতটো❤️🥰❤️

  • @mridulofficial7179
    @mridulofficial7179 Před 7 měsíci +2

    Neelakash da tumi 💥
    Love from Biswanath behali❤❤😘😘😘

  • @mridulcreations2995
    @mridulcreations2995 Před 7 měsíci +2

    Apunar gaan bilak xuniboloi roi thako...apunar big fan neel akash da ❤❤❤❤....love from goreswar ❤❤

  • @Frustratedmitu
    @Frustratedmitu Před 7 měsíci +361

    গোটেই বছৰটো এটা বিহুসুৰীয়া এলবামৰ বাবেই ৰৈ থাকো , সেইখনেই আমাৰ "বিহুৱান" ❤️

    • @user-ii1wn1kd8i
      @user-ii1wn1kd8i Před 7 měsíci +1

      Ata album????

    • @user-ny6sp4jw7u
      @user-ny6sp4jw7u Před 7 měsíci +7

      বিহুৱান আমাৰ আৱেগ।❤

    • @oldsong474
      @oldsong474 Před 7 měsíci +4

      😂😂😂

    • @surujbora7141
      @surujbora7141 Před 7 měsíci +3

      আগন্তুক ভোগালী বিহুলৈ আমাৰ অসমৰ জনপ্রিয় কন্ঠ শিল্পী নীল আকাশ দাই
      বিহুৱান২০২৪
      মন হীৰা দৈ (গীতটী)
      আগবঢ়াই দিয়া বাবে
      অশেষ ধন্যবাদ।। ❤❤❤❤
      লগতে সকলো অসম বাসীকে
      আগন্তুক ভোগালী বিহুলৈ শুভেচ্ছা জায়িলো।। ❤❤❤❤

    • @MontuGogoi-gn6ok
      @MontuGogoi-gn6ok Před 7 měsíci

      Oi❤l😂🎉😅😅😊

  • @bhaskarmahanta2801
    @bhaskarmahanta2801 Před 7 měsíci +82

    যোৱাবাৰৰ দৰে এইবাৰো আকৌ হিত.... বিহুৱানৰ আকৌ এটি সুন্দৰ গীত ❤🔥❤️...All time favourite Neel Da ❤

  • @pagolsoraiZG
    @pagolsoraiZG Před 7 měsíci +13

    বৰ সুন্দৰ কন্ঠ নীল দা 😍❤️ কামৰূপৰ পৰা মৰম যাছিলো ❤️

  • @marbinphukanofficial1028
    @marbinphukanofficial1028 Před 7 měsíci +3

    A mojaaa❤🎉

  • @RcRanjan22
    @RcRanjan22 Před 7 měsíci +157

    প্ৰতিবাৰে বছৰৰ শেষত " বিহুৱান " ৰ গান শুনিবলৈ বহুত আশাৰে ৰৈ থাকো ককাইদেউ 🥳❤️❤️ বাকী ' নীল দা '🔥🔥 | মাঘ বিহু হিলিব 😍💥🔥❤️ #Bihuwan2024 🔥

  • @SUBRATDUWARAH
    @SUBRATDUWARAH Před 7 měsíci +89

    বিহুৱান সদায় প্ৰিয় ❤ এইবাৰ মাঘৰ বিহু ফালিব দেই ❤🎉
    মন হীৰা দৈ ❤🔥🥺

  • @jpcreations9252
    @jpcreations9252 Před 7 měsíci +3

    Neel da💥💥Ujjwal Arrong is an unique talented musician..❤Nasibo he lage ru..
    Love from jorhat❤🤗

  • @mjk89
    @mjk89 Před 7 měsíci +4

    Bihuwan Mane hit songs ♥️✨... Neel Da 😍

  • @user-op4th6ct8c
    @user-op4th6ct8c Před 7 měsíci +11

    Mooja . Love from Lakhimpur ❤❤❤❤❤❤❤

  • @diprajbongshi.
    @diprajbongshi. Před 7 měsíci +32

    বেংগালুৰু আছোঁ বেংগালুৰুতেই হিলাম বিহুৱান। মোৰফালৰ পৰা অসমৰ সকলো ৰাইজলৈ আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল 🙏🙏

  • @jadumonikalita3105
    @jadumonikalita3105 Před 7 měsíci +6

    বহুত ধুনীয়া লাগিছে নীল দা।

  • @abhijitsaikia24
    @abhijitsaikia24 Před 7 měsíci +3

    বহুত ধুনীয়া হৈছে গানটো। music uffff

  • @niyorbikashgogoi2500
    @niyorbikashgogoi2500 Před 7 měsíci +52

    ককাইদেউ লগতে বিহুৱানৰ এই গীতটো লগত জড়িত হৈ থকা সকলো লৈকে শিৱসাগৰৰ পৰা বহুত বহুত মৰম যাছিলো 😚🤗🎉

  • @shirumoniborah5059
    @shirumoniborah5059 Před 7 měsíci +16

    প্ৰত্যেক বছৰে বিহুৱানে এক অলেখ খলকনি তুলি আহিছে ।
    বিহুৱান আগতেও প্ৰিয় আৰু আগলৈও প্ৰিয় হৈ থাকিব ❤️
    ❤ নীলদালৈ বহুত বহুত মৰম ❤

  • @Purnima_dumdum
    @Purnima_dumdum Před 6 měsíci +55

    নীল আকাশ ❤❤ এইবাৰ ৰ হিট বিহু 👌
    আমনি নালাগে পায় 😊 এওঁৰ 🎧গান শুনি 😉👍🙌

  • @m.rvashuvlogs9682
    @m.rvashuvlogs9682 Před 7 měsíci +3

    Finely 🎉❤ Instagram t pai asilu full Song to moza lgil😊

  • @BibekaBikash
    @BibekaBikash Před 7 měsíci +14

    নীল আকাশ দা বিহুৱানৰ এক সুকীয়া আমেজেই বেলেগ ❤❤❤

  • @ramencreation5057
    @ramencreation5057 Před 7 měsíci +349

    নীল দাৰ বিহুৱান মানে এক সুকীয়া আমেজ❤️

    • @hiranyaborah-hi8ux
      @hiranyaborah-hi8ux Před 7 měsíci +8

      এইবাৰ নতুন বছৰত আৰু মাঘ বিহুত বিহুৱানে হিলাই দিব। 🔥🔥🔥🔥🔥🔥🔥🔥🔥সমূহ অসমবাসী লৈ নতুন বছৰৰ হিয়াভৰা শুভেচ্ছা জনালো।।।।। হিলি গৈছে ঘৰ DJ🎧👨‍🎤🎶🎧👨‍🎤🎶🎧👨‍🎤🎶🎧👨‍🎤🎶🎧👨‍🎤🎶

    • @bhabennath2023
      @bhabennath2023 Před 7 měsíci +6

      নীল দা জিন্দাবাদ ❤💪🏻

    • @ramencreation5057
      @ramencreation5057 Před 7 měsíci +3

      @@bhabennath2023 ❤️❤️

    • @biswajit7728
      @biswajit7728 Před 6 měsíci

      ​@@hiranyaborah-hi8ux118s9p😅 kot❤❤😮❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤Īl da😮

    • @bimanvlogs2.0
      @bimanvlogs2.0 Před 6 měsíci

      Bast song Mon hira doi❤❤❤❤❤

  • @user-xz5ll2or6v
    @user-xz5ll2or6v Před 7 měsíci +26

    আমাৰ সকলোৰে মৰমৰ নীলদাৰ গান সদায় প্ৰিয় ❤, বহুত ভাল লাগিল।

  • @Arupvlogs
    @Arupvlogs Před 7 měsíci +6

    আহি গ'ল 🙂🎉 Benglore পৰা সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ

  • @bhrigudas9987
    @bhrigudas9987 Před 7 měsíci +36

    সমূহ অসমবাসী ৰাইজলৈ আগন্তুক নৱবৰ্ষ আৰু হেঁপাহৰ মাঘ বিহুৰ আন্তৰিক আৰু হিয়াভৰা শুভেচ্ছা জনালোঁ ❤❤

  • @udayborahofficial
    @udayborahofficial Před 7 měsíci +71

    নীলদাৰ বিহুৱান মানে এক সুকীয়া আমেজ❤❤❤❤

  • @personalvlogjiu2462
    @personalvlogjiu2462 Před 7 měsíci +7

    Neel da every year you gift us to very sweet song...

  • @user-mw2vl3ss9p
    @user-mw2vl3ss9p Před 7 měsíci +11

    বহুতো আশাৰে অপেক্ষা কৰি আছিলোঁ........ Finely 🎉🎉🎉🎉🎉

  • @kiiishor_
    @kiiishor_ Před 7 měsíci +19

    ককাই বহুত অপেক্ষাৰ মূৰত আজি “বিহুৱান" শুনিব পালোঁ। সঁচাকৈ হেঁপাহ পলাই গʼল। একেবাৰে হৃদয় চুই গʼল। বহুত ধুনীয়া হৈছে গানটো। কণ্ঠ, সংগীত,‌ কথা-সুৰ আদিকে ধৰি সকলোখিনি বস্তু ইমান ধুনীয়া হৈছে, সঁচাই অতুলনীয়। অশেষ শুভকামনা আপোনালৈ ❤️❤️❤️
    আপোনালৈ আগন্তুক ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ বহুত বহুত বহুত হিয়াভৰা শুভেচ্ছা যাচিলোঁ।
    🥰❤️

  • @nibaran9k
    @nibaran9k Před 7 měsíci +192

    💞বিহুৱান ৰ প্ৰতিটো গীতেই ধুনীয়া হয়💞
    ❤বিহুৱান ৰ সমূহ পৰিয়াললৈ❤
    💖মাঘ বিহুৰ শুভেচ্ছা জনালো 💖

  • @user-nt9bw8xn8d
    @user-nt9bw8xn8d Před 7 měsíci +4

    New songtu dhuniya❤❤❤❤

  • @NibashDutta-pb6ux
    @NibashDutta-pb6ux Před 7 měsíci +6

    Super hit ...bihu bihu lgelai gat..

  • @satyanathdeori2900
    @satyanathdeori2900 Před 7 měsíci +67

    গীতটি শুনি ভাল লাগিল❤। গীতটি বাবে বহুতো অপেক্ষা কৰি আছিলো। আগন্ত‌ নৱবৰ্ষৰ শুভেচ্ছা থাকিল।

  • @rxboy111
    @rxboy111 Před 7 měsíci +7

    Bohut wait korilu ....Aji H mon2 bhal lgise .....bihuwan gan tu hunbole pam ...❤

  • @JintuKurmi-rr2yz
    @JintuKurmi-rr2yz Před 6 měsíci +10

    Nice song

  • @Rimjhim_basu
    @Rimjhim_basu Před 7 měsíci +13

    প্ৰত্যেক বছৰৰ বিহুৱান ৰ বাবে বৰ আশাৰে বাট চাও । উজ্বলি থাকা সদায় অসমীয়াৰ বুকুৰ মাজত নিল দা😘

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL Před 7 měsíci +7

    ধুনীয়া লাগিছে ককাই গীত টি❤❤বহুত অপেক্ষাৰ পিছত

  • @kingkohli4856
    @kingkohli4856 Před 7 měsíci +33

    অতি আগ্ৰহেৰে অপেক্ষা কৰি আছিলোঁ নীল আকাশ দাৰ গানটোৰ কাৰণে জানুৱাৰী আৰু মাঘ বিহুত DJ ত Full SOUND দি নাচিম
    Neel akash Da Love
    You Forever ❤️❤️

  • @Pallabkcreation
    @Pallabkcreation Před 7 měsíci +4

    Mon hira doi ❤ mojjah বিহুৱান মানে সদাই জুই ❤🔥

  • @NitulNat
    @NitulNat Před 6 měsíci +9

    ❤❤❤❤❤❤❤❤❤❤❤❤nice

  • @rajivofficialrom3435
    @rajivofficialrom3435 Před 7 měsíci +4

    Love from Lakhimpur ❤️

  • @AnkitaBaruah_munu
    @AnkitaBaruah_munu Před 7 měsíci +4

    Waiting dada❤️😘 lv from Sivasagar❤️

  • @user-gu5zt8er5u
    @user-gu5zt8er5u Před 7 měsíci +5

    তেলেংগানা আছোঁ ইয়াতে বিহু হিলাম 🔥❤️👍

  • @jitulkalita4455
    @jitulkalita4455 Před 7 měsíci +23

    বহুত ভাল লাগিল নীল দা বিহু সুৰীয়া গীতটো আপোনাৰ , সকলোলৈ নববৰ্ষৰ আৰু বাপতিসাহোন মাঘৰ বিহুটিৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ আগতিয়াকৈ , .....🙏🙏🙏🙏.....

  • @akasharyanmusical4019
    @akasharyanmusical4019 Před 7 měsíci +18

    গান বহুত মুক্তি লাভ কৰিছে কিন্তু অপেক্ষা মাথোঁ বিহুৱান ৰ বাবে ❤❤❤❤❤❤

  • @commandolovers2.036
    @commandolovers2.036 Před 7 měsíci +11

    এইবাৰ গীতটো ৱে নতুন বছৰ আৰু মাঘ বিহু হিলাই দিছে। বহুত বহুত শুভেচ্ছা থাকিল। নীল দালৈ। 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥

  • @dgentertainment8292
    @dgentertainment8292 Před 7 měsíci +2

    mojja lagil neel da gan tu huni buku kopai dise gantua❤❤❤

  • @personalvlogjiu2462
    @personalvlogjiu2462 Před 7 měsíci +3

    Mon Hira doi returns😍😍😍

  • @pinkusaikia9158
    @pinkusaikia9158 Před 7 měsíci +21

    প্ৰতিবছৰে বছৰৰ শেষৰফালে বিহুৱানৰ গীতটি শুনিবলৈ গভীৰ আশাৰে বাট চাই থাকোঁ আজি অন্ত পৰিল বিহুৱান ♥️ ৩১ জানুৱাৰী আৰু মাঘ বিহু উৰুকাৰ নিশা বিহুৱান ২০২৪ ❤ 🔥🔥🔥

  • @DiprajTube
    @DiprajTube Před 7 měsíci +59

    বিহুৱান অবিহনে মাঘ বিহু উৰুকা আধৰুৱা😥!
    প্ৰতিবছৰে বিহুৱানৰ বাবে অপেক্ষা কৰি থাকো। অৱশেষত অপেক্ষা অন্ত পেলাই মাঘৰ উৰুকালৈ সাজো হলো🤗
    বছৰ যোৰা কস্তৰ বাবদ এটি লাইক নীল দাৰ বাবে♥️

    • @ankurmonidas290
      @ankurmonidas290 Před 7 měsíci

      Neel da moja buhu din release to Sai faine le ahe gol

    • @oldsong474
      @oldsong474 Před 7 měsíci +1

      Anekuwa dhemali nkriba . Zubeen dar bihu bahire belegr gana nabajib sage . hekhot janmoni anjana gan keita baji thake

    • @Hkvds
      @Hkvds Před 7 měsíci

      Zubeen da abihone , kono bihu , utsabe I nhy..major zubeen da..bki bor minor​@@ankurmonidas290

  • @Kabya25
    @Kabya25 Před 6 měsíci +7

    Superb composing ❤

  • @juribhuyan250
    @juribhuyan250 Před 7 měsíci +3

    ❤❤❤অপেক্ষাৰ অন্ত পৰিল🎉

  • @Rituraj88766
    @Rituraj88766 Před 7 měsíci +5

    Love from Australia 💓

  • @bettermindgyan2
    @bettermindgyan2 Před 7 měsíci +23

    নীল দাৰ গীত প্ৰতি বছৰে এক নতুন নতুন সোৱাদ দিয়ে।❤❤

  • @pankajgogoi5395
    @pankajgogoi5395 Před 7 měsíci +3

    Very good very very nice song

  • @Cpmboss1
    @Cpmboss1 Před 7 měsíci +11

    Neel Dak bhal puwa hokolowa like ata Kori jaba

  • @Hirakjyotideka-
    @Hirakjyotideka- Před 7 měsíci +19

    Neel dar gaan mane amazing 🤩 Million t আহিব views 😊 ।
    Just listening and listening 🎧❤।
    সকলোকে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ বহুত বহুত শুভেশ্যা জনালোঁ।🙏🥰🤟🥳🚩

  • @29k..
    @29k.. Před 7 měsíci +7

    Val song eta ahile ru Magh Bihu agot❤, Happy new year in advance 🎉

  • @baluramsenapoti5997
    @baluramsenapoti5997 Před 6 měsíci +5

    Nice song ❤

  • @user-uu7wt3hb8m
    @user-uu7wt3hb8m Před 7 měsíci +2

    Bohut dhuniya ❤❤

  • @nibeer_kharia3890
    @nibeer_kharia3890 Před 7 měsíci +3

    Bohut opekhya t asilu neel dar gan2 r babe finely huniboloi palu bht val lagil....All haPpy new year🎉From Moran❤❤

  • @bihuwan47
    @bihuwan47 Před 7 měsíci +27

    বিহুৱানৰ অবিহনে বিহু আধৰুৱা❤❤❤

  • @missannesha1617
    @missannesha1617 Před 6 měsíci +17

    Ufff 🔥🔥🔥🔥
    Magh bihu is incomplete without bihuwan❤

  • @axomlifestyle3364
    @axomlifestyle3364 Před 6 měsíci +2

    Nyc.. Bohut bar xunilo.... 👌👌

  • @user-jl9vd1ee4k
    @user-jl9vd1ee4k Před 5 měsíci +4

    Mjja❤❤

  • @phagunchetia29
    @phagunchetia29 Před 7 měsíci +5

    বহুত বহুত মৰম বিহুৱান team লৈ ❤️ ।
    বিহুৱান❤ আমাৰ আৱেগ । ।

  • @DiptiBardhan-ob8mw
    @DiptiBardhan-ob8mw Před 6 měsíci +2

    Iman dhuniya gan oo iman Val lage neel akaash da❤

  • @AparuMoran
    @AparuMoran Před 2 měsíci +2

    Dhuniya gan❤❤❤❤❤❤

  • @pranjalkalita2405
    @pranjalkalita2405 Před 7 měsíci +7

    বিহুৱান সদায় জিলিকি থাকক নীল দাৰ কণ্ঠত ❤ Love you Neel Da

  • @rbgaming8960
    @rbgaming8960 Před 7 měsíci +4

    New year new song🎉❤🎉❤🎉❤

  • @debajitdas1543
    @debajitdas1543 Před 7 měsíci +2

    Neel da dhuniya ❤❤❤❤❤

  • @bikisaikia4109
    @bikisaikia4109 Před 7 měsíci +2

    Xundor bohut val lagil 🥰

  • @user-to9mh2kn4t
    @user-to9mh2kn4t Před 7 měsíci +6

    Love you Neel da এই বাৰ মাঘ বিহু আৰু 31 t হিলাই দিম তোমাৰ বিহুৱানে ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @ankurchamuachannel5191
    @ankurchamuachannel5191 Před 7 měsíci +4

    Mojja ❤❤lagibo

  • @sirumonigogoi2448
    @sirumonigogoi2448 Před 7 měsíci +4

    সুন্দৰ নিল দা ❤❤

  • @user-hl1dm7cz9x
    @user-hl1dm7cz9x Před 6 měsíci +4

    Nice❤❤

  • @DiprajTube
    @DiprajTube Před 7 měsíci +84

    প্ৰতিবছৰে "বিহুৱান"ৰ বাবে অপেক্ষা কৰি থাকো, অপেক্ষা অন্ত পেলাই মাঘৰ উৰুকালৈ সাজো হলো🤗 বছৰ যোৰা কস্তৰ বাবদ এটি লাইক নীল দাৰ বাবে♥️

  • @nayanpatar6085
    @nayanpatar6085 Před 7 měsíci +4

    নীল দাৰ গান মানেই চুপাৰ হিট মন হীৰা দৈ❤❤❤❤

  • @user-ld8ps6ll3e
    @user-ld8ps6ll3e Před 5 měsíci +2

    Mji daiy dada❤

  • @mr.thengal__
    @mr.thengal__ Před 7 měsíci +3

    Da dar gan huni bhut bhut vl lgee ❤😊

  • @BishawjitGogoi
    @BishawjitGogoi Před 7 měsíci +6

    Nice song ❤❤❤❤❤

  • @gakhirkhaity1nokaliabor54
    @gakhirkhaity1nokaliabor54 Před 7 měsíci +4

    Mojja neel da❤

  • @ditulbora7200
    @ditulbora7200 Před 6 měsíci +2

    ধুনিয়া❤

  • @alakeshsvlog
    @alakeshsvlog Před 7 měsíci +6

    আমাৰ ভেলাঘৰত এইটো গানেই বাজি আছে 😍😍😍

  • @HimankhuNath
    @HimankhuNath Před 7 měsíci +11

    দাদা আপোনাৰ বাবেই অপেক্ষা কৰি আছো❤❤

  • @billa07353
    @billa07353 Před 7 měsíci +9

    সকলো লৈকে আগতীয়াকৈ ভোগালী বিহুৰ হিয়ভৰা ওলগ জনালোঁ।🌸❣️

  • @Parthahazarika1999
    @Parthahazarika1999 Před 7 měsíci +1

    মন হীৰা দৈ
    তোকে কে এৰি আনৰ কথা নাহে মনলৈ
    ফটা ফটি হৈছে 🎉🎉🎉🎉🎉🎉 mojja

  • @user-bw4rm5il7r
    @user-bw4rm5il7r Před 7 měsíci +5

    নীল দাৰ বিহুৱান মানে এক সুকীয়া আমেজ ❤❤🤍🥰

  • @rebotchiring3931
    @rebotchiring3931 Před 7 měsíci +6

    অৱশেষত বহু অপেক্ষাৰ অন্তত আপোনাৰ গান আহিলে .... শান্তি ❤❤❤

  • @Bidyutstatusmaker071
    @Bidyutstatusmaker071 Před 7 měsíci +20

    All time My favourite singer Neel da ❤️😊🙏

  • @MoniKalita-xy4ft
    @MoniKalita-xy4ft Před 6 měsíci +15

    Neel akash Dak vhl pua hokole like kora❤

  • @The_AB_Banna
    @The_AB_Banna Před 7 měsíci +6

    ye song mai alag hi vibe hai 🎵🎼
    music is universal
    i don't understand asaamee langauge but music ki koi language nahi hoti 🎼🎵
    i from gujrat