Akashi Ganga - আকাশী গঙ্গা | 06th July 2024 | Ep No 66
Vložit
- čas přidán 5. 07. 2024
- Click here to Subscribe to Rang TV Channel:- bit.ly/2zKPoy8
Episode No :- 66
--------------------------
অংগদে ৰণদীপ কি কৰিব?
#Rangtv #AkashiGanga #Prideeastentertainments
More Useful Links :
* Visit us at: www.rangtv.org
* Like us on Facebook: / rangtvofficial
* Follow us on Twitter: / rangtv2
অথৰ্বক bohut val lage ❤️
Over music voice xunat bahut problem hoi
Bohriya angod bohriya atiya he val lagib .
Pornami borhut morm loga aru brhut dhuniya
Bahut val laga sai❤❤❤❤❤
Sandhyai aji arthab dak basale.nahale aji arthab dao moril hoy.
Arthab dak bahut val lage.avinoy dhuniya hoise❤❤❤.
Background beboni bandha karak
Aji sai bohut val lagi❤se
Bhutvallagise
আগতে নেহালক মাৰিলে আৰু এতিয়া অথৰ্বক মাৰিব বিচাৰিছে। সন্ধ্যাই ভয় খাইছে।
সন্ধ্যাই ককাকক বহুত ভাল পাইছিল নহয় পালে মজাটো
অঙ্গদৰ কথাবোৰ মনত পৰা বাবে ভাল লাগিল ।। আৰু ৰঘুনাথ চহৰীয়াৰ পোহনীয়া গুন্দাটোৱে আজি অথৰ্বক মাৰি পেলালে হয়, অলপতে হে বাচি গ'ল ; সেইয়া সম্ভৱ হ'ল কেৱল সন্ধ্যাৰ বাবে । 😢
বহুত ভাল লাগিছে ছিৰিয়েলখন চাই।এপিচʼড হিচাপে নহৈ একেলগে চাবৰ মন যায়।পাছৰ খন্ডলৈ হেপাহেৰে ৰৈ থাকো। চিনেমা বনালে ভাল হ'ব চাগে।
অৰ্থবক ভাল লাগে কিন্ত বছালে ❤❤❤❤❤❤
অথৰ্ব ক কিবা এটা ভাল লাগে।
ৰঘুনাথ বুঢ়াটোৱে এতিয়ালৈকে অপকৰ্মবোৰ কৰিয়েই আছে,পাপলৈ ভয় নকৰে এই বুঢ়াটোৱে।
অথৰ্ব একটিং ভাল লাগে আৰু দেখিবলৈ ও ভাল লাগে
অথৰ্বক বহুত ভাল লাগে ❤️
মনত পাৰিলে বহুত ভাল হল