অবিনাশৰ ঘৰৰ আৱেগিক পৰিৱেশৰ মাজতে এয়া কি! হতভম্ব হৈছে বহুজন

Sdílet
Vložit
  • čas přidán 8. 07. 2024
  • ▶️ অবিনাশৰ ঘৰৰ আৱেগিক পৰিৱেশৰ মাজতে এয়া কি!
    ▶️ সোমবাৰে অবিনাশৰ বাসগৃহলৈ পুনৰ গৈছিল মুখ্যমন্ত্ৰী
    ▶️ মুখ্যমন্ত্ৰীক আদৰিবলৈ স্থানীয় লোকে যি কৰিছিল হতভম্ব হৈছে বহুজন

Komentáře • 318

  • @chetia847
    @chetia847 Před 29 dny +69

    লাজ লগা পৰিবেশ ।ৰাজনীতি কৰি পেলালে কনমানিটোৰ মৃত্যুৱে ।

  • @akshaychetia8448
    @akshaychetia8448 Před 29 dny +68

    এইয়াই অসমীয়া মানুহৰ পৰিচয়। খুব সোনকালে পাহৰিব পৰা চৰিত্ৰ

    • @rituparnabhardwaj760
      @rituparnabhardwaj760 Před 28 dny +1

      ✅️

    • @worldmovies241
      @worldmovies241 Před 28 dny

      মুখ্যমন্ত্ৰী জনক ৰাইজে আদৰণি জনোৱা টো একো বেয়া কথা হোৱা নাই। কাৰণ তেওঁ এজন মুখ্যমন্ত্ৰী। কাৰণ এনেকোৱ ভিতৰৰ অঞ্চলত মুখ্যমন্ত্ৰী অহাটো ডাঙৰ কথা।নিউজ চেনেল বিলাকে এই ভিতৰৰ অঞ্চলৰ বিলাকে অভাৱ অভিযোগ বিলাক উত্থাপন কৰি পাইছে নে। এজন সকলো প্ৰিয় মুখ্যমন্ত্ৰী ওচৰত পালে সকলোৱে ভাল লাগিল যায়। মুখ্যমন্ত্ৰী জনক ওচৰত পালে কান্দিব লাগিছিল নেকি। আপোনাৰ লোকে কি যে নিউজ কৰে চি ।

    • @rituparnabhardwaj760
      @rituparnabhardwaj760 Před 27 dny

      @@worldmovies241 এঘৰ মানুহৰ শোকৰ সময়ত মূখ্য মন্ত্ৰী নালাগে চালমান খান আহক সমবেদনা আৰু সহানুভূতি জনাবলে দিব লাগিছিলে, বিকত চিঞৰ উচিঙ্খল পৰিবেশ সোচনা কৰা মানৱ সমাজখনৰ কাৰনে অতিকৈ দুখৰ বিষয়...!

  • @girishchandrasharma5023
    @girishchandrasharma5023 Před 29 dny +58

    এইকাৰনেই মাজে মাজে মনলৈ এটা ভাৱ আহে ভগৱানে জীৱৰ ভিতৰত মানুহক শ্ৰেষ্ঠৰ তালিকাত ৰখাতো ভুল আছিল নেকি

    • @nilakshisarma8309
      @nilakshisarma8309 Před 29 dny +2

      Bhagobane kuwa nai manuh shreshtha buli manuhe nije bhabi loise.
      manuhot ke baki jantu besi gyani.

    • @sunishakalita53
      @sunishakalita53 Před 28 dny

      Bhulei tu asil.

  • @PallaviDas-c1s
    @PallaviDas-c1s Před 29 dny +74

    Apunar Kotha khini 100%right

  • @user-vm8mr4nb6e
    @user-vm8mr4nb6e Před 29 dny +74

    মানুহৰ বোৰৰ পগলা হ'ল ছি

  • @chitralekhagogoi3256
    @chitralekhagogoi3256 Před 29 dny +31

    সংস্কাৰ বোলা শব্দটো এই মানুহ বোৰৰ অভিধানত নোহোৱা কৰি পেলালে। অসভ্য মানুহ। মৃতকৰ ঘৰত কিৰিলি পাৰে? ছেল্ফি লয়?

  • @deephazarika887
    @deephazarika887 Před 29 dny +34

    এইবোৰকে মানুহ নামৰ জানোবাৰ বুলি কয়

  • @pankajtsk
    @pankajtsk Před 29 dny +17

    মানুহ বোৰ পগলা হৈছে, গমেই পোৱা নাই, মামা তালৈ kio গৈছে, প্ৰভু ভগৱন্তই পৰিয়াল তোক যেন শক্তি দিয়ে. অবিনাশ r আত্মাই যেন শান্তি পাই

  • @user-xl5mc5wk3r
    @user-xl5mc5wk3r Před 29 dny +37

    চিন্তা কৰক মানৱ জাতী কি দিশলৈ গতি কৰিবলৈ লৈছে 😡

  • @budhinsaikia6300
    @budhinsaikia6300 Před 29 dny +25

    সঁচা কথা ৷
    পৰিস্থিতি পৰিবেশৰ মূল্যবোধৰ মূল্যায়ন কৰিব নোৱাৰা হ’লোঁ আমি ৷

  • @chekanidhara1567
    @chekanidhara1567 Před 29 dny +31

    দুখ লাগিল। এনে হ'ব নালাগে।

  • @ranjitadeori6018
    @ranjitadeori6018 Před 29 dny +28

    সঁচাকৈয়ে এইবিলাক মানুহ পগলা পাগলি হৈছে নেকি

  • @pranjal1393
    @pranjal1393 Před 29 dny +16

    ঠিকেই কয়, যেনে প্ৰজা তেনে ৰজা। 👏

  • @gagankumarnath9425
    @gagankumarnath9425 Před 28 dny +4

    ধন্যবাদ অনুপম চক্ৰৱৰ্তী।

  • @suravispakghor4443
    @suravispakghor4443 Před 29 dny +14

    Apunar kotha khini right 👍

  • @mahmudabbas4197
    @mahmudabbas4197 Před 29 dny +11

    লোকৰ ঘৰত জুই লগাৰ পোহৰৰ সুবিধাৰ্থে ভাত খোৱাৰ সুযোগ বিচাৰি ছিল ঠাইখনৰ বিজেপি কমিটীয়ে, ইয়াত মুখ্যমন্ত্ৰীৰ দোষ হ'ব নোৱাৰে।
    অবিনাশৰ আত্মাই চিৰ শান্তি পাওক তাৰেই কামনা কৰিলোঁ
    পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ।
    মুখ্যমন্ত্ৰী মহোদয়ে ঠাইখনলৈ গৈছে এটা শোকাকুল পৰিবেশত থকা পৰিয়ালৰ কাষত কিন্তু ৰাইজৰ কি পৰিবেশ বনালে।

  • @assamboyabhishek1929
    @assamboyabhishek1929 Před 29 dny +17

    মহিলা সকলৰ কিৰিলি বেছি শুনি পাইছো 😮

    • @silversurfer2967
      @silversurfer2967 Před 29 dny

      Ei burei hei mohila bur ji arunudoi asonir karone bank t gutei din tu thaki halla gulla kori thake. Ghort bule husband k olp kheti batit help koru buli nai. Nijor husband k iman morom kore nai hihote jiman mamak suma khabole hepah kore.

  • @mrinmoy13
    @mrinmoy13 Před 29 dny +12

    সুন্দৰ বিশ্লেষণ।

  • @ranudevimorang9103
    @ranudevimorang9103 Před 29 dny +19

    চাওক আমি কিমান তললৈ নামিব পাৰো ৷

  • @freefireworld293
    @freefireworld293 Před 29 dny +13

    Right koitha koise apuni👍👍

  • @anowara.begum23
    @anowara.begum23 Před 29 dny +5

    কি যে হ'ব অসমবাসী ❤যাৰ সন্তান হেৰুৱাইছে তেওঁ লোকেহে বুজিলে তেওঁলোকৰ অন্তৰৰ বেদনা😡😡

  • @HappyKnittingYarn-wx1pw
    @HappyKnittingYarn-wx1pw Před 28 dny +3

    ঘৰিয়ালৰ চকুপানী টুকা মানুহেই বেছি।ইহঁতক কি বুলি কম ভাষা নাই ।এটাই সত্য যাৰ মগজুত একো নাই সিহঁতৰ পৰা এনেবোৰেই সম্ভৱ।

  • @girishpegu2390
    @girishpegu2390 Před 29 dny +6

    ১০০ / সঁচা কথা কৈছে

  • @suravispakghor4443
    @suravispakghor4443 Před 29 dny +17

    Manuh buror mogoju nohoa hoise

  • @iraranidihingia-qy2kx
    @iraranidihingia-qy2kx Před 29 dny +11

    এই চব পাগল হৈছে ।

  • @parishmitachoudhury930
    @parishmitachoudhury930 Před 29 dny +12

    Tat CM or dukh nai...amar manuh bur pagol ..teu tu khobor lobo he goise teutu kaku mata nai

  • @pabitragogoi8654
    @pabitragogoi8654 Před 29 dny +11

    Biya khabo goisil niki, Moi ako durvogiya Konmani loratur khobor lobo goise buli vabisillu.

  • @khargeswarkalita4630
    @khargeswarkalita4630 Před 29 dny +4

    বেনাৰ লগোৱা অভদ্ৰ samsa আৰু কিৰিলি লগোৱা অসভ্য বোৰ ক পুলিচ প্ৰশাসনে পিতিব লাগিছিলে

  • @BirajBaruah-ny3qc
    @BirajBaruah-ny3qc Před 29 dny +2

    প্ৰকৃত কথাটো হ ' ল নীতশিক্ষা ৰ অভাৱ

  • @mintusaikia4517
    @mintusaikia4517 Před 29 dny +3

    মানুহে মানুহৰ বাবে অকনো না ভাবে অনুপম‌দা। শোকত ভাগি পৰা মানুহ ঘৰৰ চোতালত এয়া কাৰ কিৰিলি।বৰ দুখ লাগিল।

  • @sibaninath8483
    @sibaninath8483 Před 29 dny +17

    মানুহ খিনিৰ মগজুত যে মাল নাই প্ৰমাণ কৰিলে। লগতে সাংবাদিক বিলাকৰো ইমান ভিৰ কৰিবলগা নাছিল। শান্তিত যাবলৈ দিয়া নাই

  • @pranabjyotikalita4584
    @pranabjyotikalita4584 Před 29 dny +4

    💯 right

  • @chandrapravadeka99
    @chandrapravadeka99 Před 29 dny +6

    কান্দ জ্ঞানহীন মানৱ জাতিটো

  • @pradipbaishya3783
    @pradipbaishya3783 Před 29 dny +9

    Amar manubaror manabata harai natik sklan haisa.

  • @user-pg2ef3ey6r
    @user-pg2ef3ey6r Před 29 dny +4

    Right discussion. Besi bhag Asomiya manuh aji Nirolojya , Nilaj . Shame...

  • @sushantanath7822
    @sushantanath7822 Před 28 dny

    Right piece sir.

  • @ratulsharma9523
    @ratulsharma9523 Před 29 dny +3

    মানসিকতা কেনেকুৱা হৈছে মানুহবোৰৰ

  • @tggaming0019
    @tggaming0019 Před 29 dny +5

    Apuni Assam pharmacy council or against news bonabo lage bohut durneti kori asa student or logot

  • @padmadharkalita3775
    @padmadharkalita3775 Před 29 dny +2

    মই কালিয়েই কৈছো এইবোৰ মানুহ নহয় মানুহে এনেকুৱা কৰিব নোৱাৰে

  • @ratneswarrajbangshi6224

    Sir Apunar Kotha Khini Right

  • @hemantatumung4084
    @hemantatumung4084 Před 28 dny +1

    জহৰা-জহৰি বিলাকৰ বাপেকবোৰে দ্বিতীয় বিবাহ পাতিছে ৷ সেয়েহে ইমান স্ফুৰ্তি পাইছে ৷

  • @RahulRaj-dt7gc
    @RahulRaj-dt7gc Před 29 dny +2

    Hahi ase. Laj nothoka manuh. Dhoinyobad🙏

  • @fun4u693
    @fun4u693 Před 29 dny +1

    চামচা সকলে GMDA , GMCR সকলো ধাকি পেলালে ৷ ৰাজনীতি কৰি পেলালে চামচা সকলে ৷

  • @bikashkalita9446
    @bikashkalita9446 Před 29 dny +3

    Shameful 😢

  • @bijukhatowal9575
    @bijukhatowal9575 Před 28 dny +1

    মূখ্যমন্ত্ৰী মহোদয় আহিছে যদি তাত থকা কিছুমান ৰাইজে ওচৰৰ পৰা পাইছে কাৰণে আনন্দিত লগাতো স্বাভাৱিক কথা । মূখ্যমন্ত্ৰী মহোদয় হৈছে অসমৰ অভিভাৱক ।😅

  • @MousumiNath-sx5je
    @MousumiNath-sx5je Před 28 dny

    Sir vall kotha koise apuni

  • @bedawotibora3467
    @bedawotibora3467 Před 28 dny

    লাজ লগা দৃশ

  • @dalidevi3701
    @dalidevi3701 Před 28 dny

    হে মামা, হে মামা বুলি চিঞৰা কেইজন একপ্ৰকাৰ অভদ্ৰ । ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকী মৃতকৰ খবৰ লবলৈ গৈছে। তেখেতৰ লগত সৌহাদ্যপূৰ্ণ ব্যৱহাৰ কৰাহে উচিত আছিল।

  • @momigoswami7207
    @momigoswami7207 Před 28 dny

    পৰিয়ালৰ দুখত সমাভাগী হবলৈ কোনো যোৱা নাই। মন্ত্ৰী ৰ লগত ফটো তুলিবলৈ গৈছে

  • @mrigangkasonowal4691
    @mrigangkasonowal4691 Před 28 dny

    right

  • @basisthaacharya6590
    @basisthaacharya6590 Před 28 dny

    মানুহৰ কেন্দ্ৰীভূত স্বাৰ্থ একমাত্ৰ নিজৰ শৰীৰ আৰু মনলৈ স্খলন হৈছে। দৃশ্যটিয়ে হৃদয়বান ব্যক্তিৰ মনলৈ দূখৰ বাতৰি কঢ়িয়াই আনিছে।😢😢😢

  • @pulakkonwar5082
    @pulakkonwar5082 Před 29 dny +2

    ঢাকধোল নবজাই চুপচাপ কৰা উচিত এনে কামবোৰ

  • @hirakhazarika6049
    @hirakhazarika6049 Před 29 dny +1

    এখন ঘৰৰ শোকাকুল পৰিবেশৰ মাজতো যেন এনেকুৱা কৰিব পাৰে কিছুমান মানুহে দেখি আচৰিত লাগিছে ।

  • @anoopgoswami1916
    @anoopgoswami1916 Před 28 dny

    We are till date very uncivilized people, excellent video

  • @dipaagamacharyya5004
    @dipaagamacharyya5004 Před 29 dny +2

    Oo thik koise

  • @BarmanMaina
    @BarmanMaina Před 27 dny

    মানবতা অলপো নাই যে , স্টান কাল পাএ ভেদ এইবোৰ পাহৰি মূৰ্খামিৰ পৰিচয়, ভগৱানে অলপ সুমতি দিয়ক তেওলোকক ।

  • @TonmoyGogoi-ik7ks
    @TonmoyGogoi-ik7ks Před 29 dny

    Fact !!!!!!!

  • @user-yr1xm8yr3j
    @user-yr1xm8yr3j Před 28 dny +1

    এনেকুৱা বাতৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিবই নেলাগে।

  • @purnanandarajkhowa8712

    সকলোৱেই মৌন হৈ এটা নমস্কাৰ জনাব লাগিছিল!আগলৈ এনেকুৱা নকৰিলে ভাল।জনা সকলে আগতিয়াকৈ জনাই থ'ব লাগে।

  • @harishnath7243
    @harishnath7243 Před 28 dny

    Happiest day. Sabas.. CM sir.

  • @tapansaikia2672
    @tapansaikia2672 Před 29 dny +1

    Dakhilay situation to making zen lage

  • @pranjitdeka7452
    @pranjitdeka7452 Před 29 dny

    লাজ লগা হৈছে

  • @ramenbordoloi798
    @ramenbordoloi798 Před 28 dny

    Thikei koise apuni😊

  • @dipenloyingassam
    @dipenloyingassam Před 29 dny

    Thanks NK TV

  • @rahulboruahupsccandidate7822

    We the people.

  • @user-yq7gm1tg4z
    @user-yq7gm1tg4z Před 29 dny +1

    ধিক ভৱানিপুৰ ৰাইজ

  • @Rana-hg8hg
    @Rana-hg8hg Před 29 dny +1

    চুটিং চলি আছে চলচ্চিত্রৰ নাম হল 😅আবেগে সৃষ্টি কৰাৰ চেষ্টা অব্যাহত, 😂

  • @syedaellinnahar1995
    @syedaellinnahar1995 Před 28 dny

    আমাৰ অসম। 😢😢😢

  • @tridibsarma2649
    @tridibsarma2649 Před 29 dny

    Jibosreshto nohoi jibo nrikishto prani hol Manuh.

  • @nothumanff2.2
    @nothumanff2.2 Před 28 dny +1

    কাণ্ড জ্ঞান নথকা মানুহৰ এয়া ব্যৱহাৰ। আমি এতিয়াও শোকত ভাঙি পৰিছো

  • @gogoi2499
    @gogoi2499 Před 29 dny +2

    Politics hokolu bilak. Selfish 2026

  • @anilburagohain3586
    @anilburagohain3586 Před 26 dny

    ধিক, যেনে ৰজা তেনে.....

  • @axomiyarikiraj4549
    @axomiyarikiraj4549 Před 28 dny

    জন্মগত মূৰ্খ এইবোৰ
    কেতিয়া কি কৰা উচিত সেইটো ও শিকি নাহিল

  • @sanatandas1029
    @sanatandas1029 Před 28 dny

    Noonmati Bhabanipurot moro ghar but ei kamot moi o bohut laj paiso Manuh boror kanda dekhi.

  • @user-qh2dh5lr1y
    @user-qh2dh5lr1y Před 28 dny

    অনুপমে সত্য কথা কৈছে ।১০০ :

  • @RahulNath-xyz
    @RahulNath-xyz Před 29 dny +1

    Apunar kothatu 100% xhudha
    Eai jibo srestho manob😢😢

  • @deepadas9393
    @deepadas9393 Před 26 dny

    Soca ktha 💯

  • @abaladas864
    @abaladas864 Před 28 dny

    আজিৰ মানুহে বেলেগৰ দুখৰ কথা বুজি নেপায় ।

  • @Jun_Photography
    @Jun_Photography Před 29 dny

    লাছ লগা কঠা

  • @user-eo4dv9jk1q
    @user-eo4dv9jk1q Před 28 dny

    Bahut hasa kotha koise aapuni dada

  • @santonooacharjyya3422
    @santonooacharjyya3422 Před 28 dny

    Right Right Right

  • @DipamanibharLiMedhi-tv4zj

    এইয়া যেন মৃত্যুৰ আন্দান্দাৎসব | মৃত্যুৰ নায়ক হিমন্ত বিশ্ব শর্মা | সমাজ স্খলিত হৈছে | ধিক ..

  • @rupamnath8439
    @rupamnath8439 Před 28 dny

    সমস্যা বোৰ বাদ দি চেলফি উঠাত ব্যস্ত হৈ পৰে ,,গৰু বিলাক

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf Před 28 dny

    এই বিলাক ই আমাৰ মানুহ ৰ ফোপোলা চৰিত্ৰ্ কিছুমানে মৃতকৰ ওপৰত ফুলৰ মালা ডাল দিওঁতে ও আনকি হাহি হাহি দিয়েগৈ

  • @purabiborah7550
    @purabiborah7550 Před 28 dny

    😢 এনেবোৰ কথা আপুনি হে আঙুলিয়াই দি আহিছে সদায়।
    এজন পিতৃ এ নলাই নলা ই পুত্ৰক বিচাৰি ফুৰা ছবি খনে আমাক কনদুৱালে, বহু কথাই ভবালে। তেঁও ৰ প্ৰতিৱেশী ৰ এই উল্লাস , ধিক।
    কিন্তু প্ৰশ্ন এটা থাকি গল। হকে বিহকে কেমেৰা ৰ আগত উচ্চ পদস্থ বিষয়া, শিক্ষক, journalist ক প্ৰকাশ্যে গালি পৰা , নীতি শিক্ষাৰ পাঠ দিয়া মুখ্য মন্ত্ৰীয়ে ৰাইজক ৰাইজৰ guardian হৈ এজাউৰি দিয়া হলে ভাল লাগিল হয়। লগত থকা police commando লগাই মানুহ বোৰ ক মজা এপালি দিব পাৰিলে হয়।
    Public attention তেওঁ ও enjoy কৰিছে।

  • @user-hn3zo1cg6g
    @user-hn3zo1cg6g Před 28 dny

    এনেকুৱা নাগৰিকৰ কিবা মানৱীয়তা বুলি বস্তু আছেনে নাই? মানুহ বোৰৰ মতিভ্ৰম হৈছে। এইবোৰৰ বাবেই ৰাজ্য খনৰ অধঃপতন।

  • @binudevi8205
    @binudevi8205 Před 28 dny

    দেউতাকে নলাই নলাই কৰাটোক বিচাৰি থাকোঁতে এই লাজ নথকা মানুহবোৰে অলপ সহানুভূতি প্ৰদৰ্শন কৰা হ'লে ?

  • @dipkalita493
    @dipkalita493 Před 28 dny

    Aponi right koise

  • @tggaming0019
    @tggaming0019 Před 29 dny +1

    Anupom da Assam pharmacy council a student pass out korar pisot O registration diya nai registration name ot business kori asa. Chacol ot aka rahe 12 days andolon korisu tothapio Kunu ajon repotar cm ok question nokore. Jibur olop popular repotar andolonot jai news korilei poisa lage

  • @himashreedaskalita3536

    😢😢😢bor dukh loga kotha....

  • @dickykashyap2563
    @dickykashyap2563 Před 29 dny +2

    BJP kormokorta r e kam hbo aibur😂

  • @babaentertainment2226
    @babaentertainment2226 Před 26 dny

    এই মানুহ বোৰে পাহৰিয়েই পেলালে কি পৰিবেশত আছে আৰু কি কাৰনে মুখ্যমন্ত্ৰী ডাঙৰীয়া তালৈ গৈছে ।

  • @purnaborah2910
    @purnaborah2910 Před 29 dny +2

    Bjp khela

  • @TarunPayeng
    @TarunPayeng Před 29 dny +1

    Junmoni grt kio ngl,,,nijor gih bibag asil,,

  • @anugogoi3418
    @anugogoi3418 Před 28 dny

    Dada aapuni thik koise.bor lajor kotha.manuh eman udanda habo nalage ,hakolu nahoi ji hakolok korile Mora ,hahi Mora dekhisu tewo lukok koisu.

  • @BobyDas-ex8dm
    @BobyDas-ex8dm Před 29 dny +1

    Himanta cineama actor clebraty

  • @S.M.8439
    @S.M.8439 Před 28 dny

    নিজৰ সমস্যা হলেহে গম পায়।

  • @liludas9208
    @liludas9208 Před 29 dny

    Asamato andha vakta ase ,thanks to creator

  • @rituparnabhardwaj760
    @rituparnabhardwaj760 Před 28 dny +1

    পাগলা মানুহৰো আৱেগ থাকে, এইসকলোটো পাগলা নহয় যধা মূৰ্খ...!

  • @dipumonidas7020
    @dipumonidas7020 Před 29 dny

    Anupam da ,moi aikedin news tu kiba karan bashata saba para nasilu .jowa kali rati 12 tar pisat vdo tu sai bahut huk hukai bahut kandilu. Aponi kowa katha tu moi vdo tu saotei vabisilu kiya kiya anekuwa ...manale hajar ta prasna ahisil .aji aponi koi diya i xanti palu .