ঘৰজোঁৱাই হ'ব লাগিব 😂😂 মাকক Prank Call কৰিলে অভিনেতা Rishabh Sharma ই, হাঁহি ৰখাব নোৱাৰিব..
Vložit
- čas přidán 20. 11. 2022
- অভিনেতা ঋষভ শৰ্মাই মাকক কৰা Prank Call আপোনালোকৰ মাজলৈ আগবঢ়ায় দিলো 😎🙏🏻
ভিডিঅ'টি চায় ভাল পালে আনজনলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব 🙏🏻❤️
Prank call to Rishabh Sharma by Yasashree Bhuyan-
• Tv ভাঙি দিম মই 😅😅 Pran...
Follow me on Facebook-
CZcamsr Mayur Manash
Follow me on Instagram-
Mayur Manash
Gmail-
mayurmanash8@gmail.com
Camera-
Anurag
Thank u
#prankcall #rishabhsharma - Zábava
Prank call টো চাই বহুত ভাল লাগিছে, Rishab দা আপুনি আপোনাৰ মাক বহুত সুন্দৰ prank কৰিছা দেই , Rishab দাৰ অভিনয় বহুত ভাল লাগিছে
আইঐ দেহি আজলী 'মা' জনী লাভ ইউ....আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো।।😘😘
U
সঁচা অন্তৰৰ মা হয় । ভাল লাগিল মন দাৰ আৰু মাৰ অভিনয় । সঁচাকৈ মই হাঁহি ৰখাব পৰা নাই দেই
Aji khela ase sabone 🇮🇳🇵🇰
মা কাৰনে এটা লাইক , আৰু অশেষ ধন্যবাদ।
এ মজা মজা, বহুত হাঁহিলো।একদম বঢ়িয়া হৈছে ঋষভ দা 😂😂😂😂
মাকৰ মৰম সদায় লৰা লগত থাকে, মাকবিলাকে কলিজা এটা কোনত লৰাক ৰাখি থয়,
মোৰ আটাইতকৈ ভাল লগা প্ৰেং ক'ল। মাঁ তুমি অনন্যা। মাঁ সদায় মাঁ এ হয় 🙏🙏🙏
মা সদায় মা হয়❤❤❤
"মা"সদায়"মা"হয়❤️❤️
মা জনী ইমান সহজ সৰল। বহুত বহুত মৰম জাছিলো ।
মা জনি ইমান সহজ সৰল অ
মা 🙏🙏
হাঁহিৰ খোৰাক যোগোৱা এটি অনুষ্ঠান ভাল লাগিল ।ধন্যবাদ।
বহুত ভাল লাগিল দেই ❤️❤️ ঋষভ দাৰ মা জনী যে সঁচাই বহুত ভাল গম পোৱা গল ❤️❤️❤️
মা কোনে ভাল পায় এটা লাইক কৰক
Kunubai mak vl Nepabo ne🤧
ইমান হাঁহিলো ,মজা লাগিল । সকলোতকৈ আজি বেছি ভাল লাগিছে।
Mojja hoise, aiyahe asol অভিনয়👍❤️❤️❤️
বহুত হাঁহিলো বহুত ভাল লাগিল। আজিৰ prank call টো বেছি ভাল হৈছে
ৱা মানুহ মাৰি দিবা দেই। মাকলৈ মৰম লাগি গৈছে অ। ইমান কামোৰ দিছা বাবৰে। ভায়েকে মাকে গম দিব ঘৰলে আহিলে। ভাল লাগিল ভিডিঅ'টো।
First time ata uncommon prank call salu..vl lagil bohut besii..🥰🤣🤣
মা সদায় মা হয়❤️❤️❤️
মা জনি কাৰণ এটা লাইক❤️
Hi mor farnd hoba ni moiu back korim 🙏
@@axomiyasuwalimaina1985 Hi kolija.
@@axomiyasuwalimaina1985 hom
WaIP\\
@@axomiyasuwalimaina1985 um
Rishab da dhunia acting ❤️❤️ majja hoise
মা জনীক সঁচাকে ভাল লাগিল ☺️😌
Rishab da.. Ma love you.... Nijor lora uprt emn mrm aru bishkh ase.. Love you ma... 🥰🥰🥰🥰🥰 ma hodai ma e hoi nh..
Vl lagil baru khub hahilu ...Rishab da acting tamam 😂😍kintu Rishab dar gf r sage khng uthise😂😂
My God 😂😂😂😂😂 ataitkoi sage aitu a best prank hoise.
মজা এইজনেই ভাল প্ৰংক কৰিছে। আই লভ ইউ
মাকৰ মৰম সুকীয়া 😍
বৰ বেলেগ জমনি কৰিব পাৰে দেই ৰিছভে । বিশেষকৈ নিজৰ মাকৰ লগত ।বহুত ভাল লাগিল ।
তুমি বৰ ভাল লৰা অ ।তোমাৰ চিয়েল ছাউ ।তোমাৰ মা সছাঁকৈ বৰ লাকী ।ভয় নাখাৱা ।
Best Actor😍...bohut vl lagil🤗
এইটো prank call বহুত ভাল লাগিল । enjoy কৰিলোঁ
এ বঢ়িয়া! ইমান ভিডিও চাইছোঁ আজি কিন্তু বিৰাট ভাল লাগিল দেই 😂
Rishab da acting 😍😍
Rishodabh'my most favorite.......💓😘💓😘 i love you so much rishodabh dada.🥰
এইটো prank call বহুত বহুত ভাল লাগিল।🥰🥰
ৰিচভ দা আৰু তেওঁৰ মা ইমান সুন্দৰ অভিনয়❤️🥰
বহুত বহুত ভাল লাগিল।
মজ্জা মজ্জা আমাৰ গোলাঘাটৰ ল'ৰা 😍❤️❤️
মা হৈছে এই পৃথিবীত একমাত্ৰ ভগৱান।
Prank call2 bhut bhut dhuniya hoise .eman val lage dadak🥰🥰😘😘🔥🔥
ভাল লাগিল বহুত ।ইমানেই হাঁহিছো ওচৰৰ বৰমাজনীয়ে সুধিছে কিঅ হাঁহিছো মই।বাকী দাদাৰ অভিনয়ন সদায় প্ৰিয়❤️
.
Tumar maa kintu bht vaal dei hohoj horol..vaal lgile bht♥️♥️
bapreh rishabh da beleg hahuala dea😆😆dhunia acting 😍
Maa joni ja hosai hohoj horol dei bohut morom loga mat tu 😍😍😍
Bhut val lagil❤...hahilu bhut😂🤣🤣..love u💕...Rishabh daa💞...
ইমান ধৰ্য্য দেই মাকৰ👌
Wawwww Rishabh daa super prank call bohut besi vl lagil aru hahilu bohut... Lgte hokolu maar nijor lorar poti thoka morom bur heruwar voi thake Rishabh daa apunr babe maar kiman tnsn hoi goisil vl lagil emn morom vale thakok tew...mar lgt jorit Vdo tu sai comment nkorake thakibo nuwarilu❤❤❤
মা তুমি অন্যনা❤️
ঋষভ দাৰ মাক সচাকৈ বৰ সৰল। ভাল লাগিল।
Rishav dar ma bahut val...kothatei gom pai...❤️❤️❤️
Rishab da bohut handsome hoi
শৰ্মা জীয়েক জনি মেইন😂
Rishabh da prank call tu bohut val lagile. ❤️❤️❤️
Best prank call ever 🤣🤣🤣
মা বোৰ যে কেতিয়াও স্বাৰ্থপৰ নহয় সেই কথা বুজাই দিলে ।❤ বহুত বহুত ধন্যবাদ 🙏
মই এজন খুব ভাল মানুহে কৈছোঁ😂😂😂😂aru ki expression bapre😂😂😂
Hosake muru hei kotha tut ji hahi uthi sileh nohoi🤣
Rishabh da mojja disa 🥰 video tu sai taman hahilu 😂
বৰ ভাল লাগিল 😂
Congratulations for coming 1million subscriber in your channel 💕💕💕 love from sivasagor sessamukh mising village
Rishabh's my most favorite...❤❤💕
ভাল লাগিল
Ultimate Prank🔥🔥 👌👌👌 bohuuut hahilu dei...😆😆
মাৰ সৈতে কৰা ধেমালি ভাল লাগিছে।
এনেকুৱা ভিডিঅ'বোৰৰ জৰিয়তে হে পিতৃ-মাতৃৰ সৈতে সন্তানৰ বান্ধোন গাঢ় হ'ব
বুলি ভাবিব পাৰি।মোৰ ল'ৰাক ও দেখুৱালোঁ। পিছে,তোমাক ঘৰজোঁৱাই কৰিব খোজা খৱৰটোৱে মাৰাৰ মনত কষ্ট দিছে চাগে 😀😀
...................
মা ,🙏🙏🙏 ইমান ধৰ্য্য মানি গৈছো দে ।
মা ❤😍 ভাল লাগিলে দেই 😀😀😀😀
😂😂😂bhut bsi vl lgil...mor fvrt hoi rishabh da❤️❤️❤️🥰
Bohut val lagil.. Rishab dadar prank call tu say... Bohut val lagil😘😘😘
First ranking prank call mayur many many thanks
Nice prank call dada😄 bahut vl lgil❤️
মাক জনী বহুত ভাল লাগিল। ❤❤
Bohut dhuniya lagil ....emn dhuniya story ....
Bohut bohut dhuniya lagise video tu Sai ❤️❤️love from dhemaji ❤️💕❤️
Tammmmmm lagise jui jui 🔥🔥🔥
Prank to bhal lagil kin2 maa joni a bhoi khua to monot dukh lagi gol😁
bahut val lagil de prank call 2 sai . val jamaise de . bahut hahilo video 2 sai 😃😃😃😃
best prank ever..ma joni bht hohoj horol
Ultimate prank 😂😂
Best prank Best acting dada
O my God, বহুত লাগিল ঔ
মা সদাই মা হয়েই নমস্কাৰ ❤❤❤❤
Best prank call Mayur daa 😂 😂😂😂
Rishab da mojja 🥰
Bapre Rishabh dadar voice tu kenekwakoi uliaise, bor val lagil dei prank call tu ❤️ And payurpankhi sai khub val lagise❣️❣️
Best prank call ...❤️❤️ Bohut bhal lagil dei ...bohut hahilu dei.....
Outstanding ❤️❤️ হাঁহি হাঁহি অৱস্থা beya hol dei
Bht val lagise...mojjjaaa❤️❤️❤️
🔥🔥🔥 next lvl
ভাল লাগিল হহোৱলা দৈই🧡❤️
Bahut Val lagil nd alop unique hoise prank call to 👍👍👍
Dhuniya lagise dada sai
Dhuniya hoisa🥰
Vll lgill deii
বহুত ভাল লাগিল ।
মা সদায় মা হয় ❤
🤣😂 ultimate prank 🤣
বৰ হাঁহিলোঁ, Best হৈছে
Mjja lagil video tu sai aru agoloi jabo buli aka takil aru agoloi aghuai jua
Nice prank call 😂😂😂😂
Vl lgil saii.. Ma loi hi bea lgil voi khi gl oo 😁....Rishibo dak miss krm kin2 moyureponkhi😥😥😥😥😥
সুন্দৰ হৈছে বৰ ভাল লাগিল। মা সদায় মা হয়
Bht..vl lgil....prancall tu..
Nice prank call 👍🏾