বুকুত হাত দিব..চেঙাতকৈ উঠবো 😂😂 Prank Call to Mridul Bhuyan.. হাঁহিত পেট বিষাই যাব, চাওঁক শেষলৈ.. MMA

Sdílet
Vložit
  • čas přidán 2. 11. 2021
  • এটি সুন্দৰ Prank Call ৰ ভিডিঅ' আপোনালোকলৈ বুলি আগবঢ়ালোঁ আশাকৰোঁ আপোনালোকে নিশ্চয় ভাল পাব আৰু ভাল পালে আনজনলৈ শ্বেয়াৰ‌ কৰিবলৈ একেবাৰেই নাপাহৰিব 😍😍🙏
    A Prank Call to popular actor Mridul Bhuyan by actor Arun Borah
    Follow me on Instagram
    ⬇️⬇️
    pCVABGBKlY...
    Follow me on Facebook
    ⬇️⬇️
    100006415183...
    📸 Anuraag
    Thanks ❤️😊
    #prankcall #mridulbhuyan #interview

Komentáře • 620

  • @manalishadas2421
    @manalishadas2421 Před 2 lety +116

    মৃদুল দাৰ হাঁহিটো ইমান ধুনীয়া 😍❤

  • @paramatalukdar4731
    @paramatalukdar4731 Před 2 lety +29

    ময়ূৰ মই ভিদিঅটো আজি হে চালো ।বহুত ভাল লাগিল পাৰিলে অৰুণদাক next Prank call 2 প্ৰস্তোতি পৰাশৰ বাইদেউৰ সৈতে কৰিব কবাচোন ।

  • @anugalparbatchora381
    @anugalparbatchora381 Před 2 lety +81

    অতি সুন্দৰ,মন খুলি হাঁহিলো, ধন্যবাদ ইমান নিৰ্ভেজাল ৰসাল পৰিৱেশ সৃষ্টি কৰাৰ বাবে 👏👏👏

  • @manashpratimmali6660
    @manashpratimmali6660 Před 2 lety +60

    মৃদুল দাদা সদায় প্ৰিয় ।

  • @abinash_deka007
    @abinash_deka007 Před 2 lety +54

    নলবাৰীৰ পৰা মৰম যাচিলো🎉🎉

  • @preronabhuyan1125
    @preronabhuyan1125 Před 2 lety +24

    মৃদুল দা সচাঁই বৰ অমায়িক।❤️

  • @hunmoninowhalia9293
    @hunmoninowhalia9293 Před 2 lety +8

    চেঙাতকে উঠচি,,,,, অ মা ইমান মজা লাগিল,,,, কেবাবাৰো চালো,,, ময়ূৰ দাদা তুমিয়ো কম অভিনেতা নহয় দেই।।। ৰাতিলে ভাত নাখাও দেউতা😆😆😆😆

  • @Psdhr49
    @Psdhr49 Před 2 lety +6

    চেঙাত কে মাৰিলে....

  • @NiturajEntertainment
    @NiturajEntertainment Před 2 lety +13

    বহুত হাহিলোঁ। বৰ অমায়িক মৃদুল দাটো।

  • @manalishadas2421
    @manalishadas2421 Před 2 lety +5

    আকৌ চাব আহিছো prank call2😂😂😂😂 হাঁহি হাঁহি পাগল হম মই 😂😂😂😂😂😂😁😁😁😁😁 ইমান ভাল লাগিছে এইটো prank call চাই 😁😁😂😂😂😂😂😃😃😃

  • @NDR_LIZA
    @NDR_LIZA Před rokem +14

    মৃদুল ছাৰ সচাঁকৈয়ে অমায়িক ❤❤❤ ইমান নম্ৰ 🥰🥰🥰 আৰু হাঁহিটো ❤❤❤

  • @HiteshSarmaTravelVlog
    @HiteshSarmaTravelVlog Před rokem +9

    মৃদুলদা কিমান খোলা হৃদয়ৰ মানুহ! Salute! মই ব্যক্তিগতভাৱেও পাইছোঁ তেখেতক। অসমীয়া নাট্য জগতৰ বাবে সম্পদ তেখেত।

  • @abinash_deka007
    @abinash_deka007 Před 2 lety +87

    আজি মই বহুত সুখী মোৰ দেউতাই আপোনাৰ Video টো 2 বাৰ চালে।আৰু এনেকুৱা হাঁহিছে যে মই এই লিখনিৰ মাধ্যমেৰে কব নোৱাৰিম দাদা।

  • @poojabordoloi903
    @poojabordoloi903 Před 2 lety +14

    হাঁহিবোৰ সদায় জিলিকি থাকক আপোনালোকৰ এনেকৈ।ভাল লাগিল বহুতো ময়ূৰ দা।

  • @abinash_deka007
    @abinash_deka007 Před 2 lety +50

    মৃদুল দাৰ হাঁহি টো ও God

  • @kangkankalita9933
    @kangkankalita9933 Před 2 lety +16

    মানে কি কম ভাষা বিচাৰি পোৱা নাই ।বহুত বেছি কে প্ৰাণ খুলি হাহিলোঁ 😂

  • @jintihaloientertainment4312

    Bahut val lagil Arun Da Bahut hahilu iman jamani .Mridul da apunak bahut val lage.Arun Dar lagat aru lage priyank call.

  • @banditakashyapofficial8091
    @banditakashyapofficial8091 Před 2 lety +16

    মৃদুল দা সঁচাকৈ বহুত ভাল লাগিল..... হাহিটো মানিব লাগিব....

  • @nilutpalsaikia5852
    @nilutpalsaikia5852 Před 2 lety +5

    Mridul bhuyan kimn humble & down to earth aytuay gom pua jai

  • @mysticbeginning2173
    @mysticbeginning2173 Před 2 lety +4

    He is so humble..personally log paisu moi tekhetok ekdam genuine hoy manuhjon.