Horinam Zubeen Garg. Assamese Tukari Geet Borgeet Bhakti Song Assamese.

Sdílet
Vložit
  • čas přidán 8. 02. 2024
  • #please_subscribe_my_channel
    আশা কৰিছোঁ আপুনি নিশ্চয় উপভোগ কৰি যদি ভাল লাগিল তেনে বন্ধু বৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু কিবা থাকিলে কমেণ্টত কওঁক । আৰু যদি আপুনি এই চেনেলটোত নতুন তেনেহলে চেনেলটো Subscribed কৰি কাষৰ ঘন্টাটিত ক্লিক কৰিবলৈ নাপাহৰিব । আমাৰ লক্ষ্য
    পুৰণি কৃষ্টি সস্কৃতি পুনৰ নৱপ্ৰজন্মৰ মাজলৈ আগবঢ়াই নিয়া । তাৰ বাবে আপোনালোকৰ সহায় ৰ প্ৰয়োজন । আপোনালোকৰ যিকোনো ধৰণৰ দিহা পৰামৰ্শ কমেণ্টত বক্সত জনাব । ধন্যবাদ ।
    Disclaimer:-
    We are not associated with the singers in any way. Making of this VIDEO is an honest and harmless attempt of creating something entertaining to the viewers using parts of this songs. We are not intended in doing harm or misuse of this content, this video is for entertainment purpose only. If in any case Content Owners Team feels that is something harmful and it should be removed, then we have no problem with it. please post a removal request on CZcams. we will do that atleast. Thanks for watching "Golden Collection channel Assamese .
    | নমস্কাৰ |
    আমাৰ এই " চেনেলৰ যােগেদি অসমৰ লগতে বিবিন্ন প্রান্তত থকা সকলােকে স্বাগতম জনাইছাে। প্রিয় বন্ধু বান্ধবী সকল আপােনালােকক সদায় মনােৰঞ্জন, লগতে সকলাে ধৰণৰ গান সুৰ ভিডিওঁ এই চেনেলত আগবঢাই আহিছাে গতিকে বন্ধু সকল আমাৰ এই চেনেলটি আপােনা লােকৰ যদি অলপ হলেও ভাল লাগে তেন্তে আপােনাৰ অলপ মৰম সহাৰি আমাৰ বাবে চিৰ কৃতজ্ঞ।
    contact team : narutamborah17@gmail.com
    #Bihu #zubeengarg #AssameseSong
    #Horinam
    #shivshankar
    #Shivrati
  • Hudba

Komentáře • 47

  • @mandirabordoloi5708
    @mandirabordoloi5708 Před 4 měsíci +51

    জুবিন গাৰ্গ তোমাৰ কণ্ঠ কি ভগৱান ৰ শক্তি আৰু শক্তিশালী কৰক আমি ষাঠিবছৰ বয়সপাৰ হোৱা বুঢ়ামানুহ সেই কাৰণে তুমি বুলি সম্বোধন কৰিছো বেয়া নাপাবা ভূলসূধৰাই লবা ❤❤❤❤❤❤❤❤❤❤❤❤

  • @ronjitapegu3437
    @ronjitapegu3437 Před 22 dny +1

    ❤❤❤❤❤❤❤

  • @jitumaniray5183
    @jitumaniray5183 Před měsícem +2

    🙏🙏🙏🙏

  • @deepakalita4191
    @deepakalita4191 Před měsícem +1

    🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️

  • @maimatibarman8101
    @maimatibarman8101 Před měsícem +1

    🙏🙏🙏

  • @GaneshGanesh-sr6xi
    @GaneshGanesh-sr6xi Před měsícem +7

    🙏🙏🙏🙏🙏🙏🙏

  • @naranathgogoi
    @naranathgogoi Před měsícem +2

    Krishn krishn 🙏🙏🙏

  • @SamparamDeka
    @SamparamDeka Před 18 dny

    ❤❤❤❤❤

  • @sailendrabora1697
    @sailendrabora1697 Před 4 měsíci +3

    Krishna Krishna

  • @monjurikagogoi1406
    @monjurikagogoi1406 Před 4 měsíci +4

    হে প্ৰভু অসমৰ সাং্কৃতিক জগত খন চহকী কৰা জুবিনক সুস্বাস্থ্য ৰে বহুত দিন জীয়াই ৰাখক!

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 4 měsíci +4

    হে প্রভু এই জাতিৰ লগত সংগতি ৰাখি এই গীতত সুন্দৰ পৰিকল্পনা ৰে ৰচনা কৰা জনক মানে জুবিন গাৰ্গ ক বহু দিনলৈ জীয়াই থকাৰ অধিকাৰ কন দিয়কএই মানসৰেই জয় হওক আপোনাৰ

  • @nitupanchelleng1103
    @nitupanchelleng1103 Před 2 měsíci +2

    Krishna🙏

  • @ronjitapegu3437
    @ronjitapegu3437 Před 22 dny

    🙏🙏🙏🙏🙏🙏

  • @tapansaikia6551
    @tapansaikia6551 Před 4 měsíci +3

    Best songs krishna

  • @mandirabordoloi5708
    @mandirabordoloi5708 Před 4 měsíci +8

    জুবিন গাৰ্গ তোমালৈ আশীষ মৰম আৰু আশীৰ্বাদ কৰিছো ভগৱানে কুশলে ৰাখকদীঘায়ূ হক নিজৰ সু চাইচথ ৰ প্ৰতি যতন লৈ থাকাযেন ৰাইজৰ কাৰণে ই কিমান ভাল পায় জয় জয় ❤❤❤❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 4 měsíci +4

    নমস্কাৰ গ্ৰহণ কৰিব পুৱা তে আপোনাৰ এই গীতটো শুনি ভাল লাগিল সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল সেয়ে একে সুৰতে ক ও আপুনি ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাবলৈ চেষ্টা কৰিব চোন

  • @jadukawor1353
    @jadukawor1353 Před měsícem +1

    🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿🙏🏿

  • @ap07geming44
    @ap07geming44 Před 4 měsíci +3

    Krishna pvu

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 4 měsíci +7

    সুন্দৰ পৰিকল্পনা আৰু পৰিৱেশন চাইও ভাল লাগিল সেয়ে আপুনি ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাবচোন জয় হওক আপোনাৰ,,,,,,

  • @DulalKakati
    @DulalKakati Před 4 měsíci +3

    ❤😅😮❤❤❤❤❤

  • @PolashBora888
    @PolashBora888 Před 12 dny

    জুৱিন দা, বহু মৰম যাছিছো,২০২৪ তো মোৰ ফালৰ পৰা।।কাৰণ আপোনাৰ গান শুনিয়ে পাৰ কৰিলো জীৱনৰ ৩৫ টা বসন্ত

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 4 měsíci +4

    সুন্দৰ পৰিকল্পনা আৰু পৰিৱেশন ও সুন্দৰ হৈছে আৰু এই গীতটো ত বহু কথাই কয় সেয়ে শুনিও আমনি নালাগে দিয়ক চোন বিশেষ কৈ কিনো কম বা কবলৈ গলে ভাষা ই নাই যে খুব ভালো লাগে এনে গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয়

  • @user-xw3gu4tv8z
    @user-xw3gu4tv8z Před 25 dny +1

    7:37

  • @purnimadas7779
    @purnimadas7779 Před 4 měsíci +4

    Krishna🙏🙏🙏🙏

  • @dilgogoi7166
    @dilgogoi7166 Před 4 měsíci +3

    😂😢😅😮🎉❤

  • @DileepBarman-ic5dhdhd
    @DileepBarman-ic5dhdhd Před 4 měsíci +3

    😅yoth

  • @MitaliDuwarah
    @MitaliDuwarah Před 14 dny

    🙏🙏🙏