ক’ত হেৰাই থাকিল ৰমেন বৰুৱা?

Sdílet
Vložit
  • čas přidán 6. 09. 2024

Komentáře • 155

  • @binabina-kn8rh
    @binabina-kn8rh Před měsícem +31

    তোমাৰ দেউতা নিৰুদ্দেশ। অথচ তোমাৰ আবেগ বোলা একো নাই।কি আচৰিত।কি মজা অভিনয়।।

  • @mintudutta8074
    @mintudutta8074 Před měsícem +17

    পুলিচৰ দুই কোপ পোৱা লগে লগে সচা কথা ওলাব... মদাহি বাইদেউ...

  • @GiridharThakuria
    @GiridharThakuria Před měsícem +38

    কথাবোৰ শুনিএইজনী ধুৰন্ধৰ বুলি নিশ্চিত হলো, এইজনীক জেললৈ পঠাব লাগে

  • @pranatidutta-sb3oj
    @pranatidutta-sb3oj Před měsícem +13

    এনে পৰিয়াল মানুহৰ সন্তানৰ কথা শুনি এনেকুৱা অনুভৱ হয় ওপৰে ৰ্ংচং ভিতৰি কোৱা ভাটৌৰ ।

  • @ASarmy748
    @ASarmy748 Před měsícem +15

    মদাহি বাই , মজা একটিং অলপো অনুশোচনা নাই চকুত ।

  • @S.K.dutta.2024
    @S.K.dutta.2024 Před měsícem +29

    আপোনাৰ পিতৃৰ প্ৰতি ইমানেই ভক্তি থকা হলে আজি এই পৰিস্থিতি নহল হয় ।

  • @satyadas1230
    @satyadas1230 Před měsícem +30

    বিনা কথাত ওলাই যোৱা নাই কিবা এটা হৈছে

  • @babulsaikia462
    @babulsaikia462 Před měsícem +8

    ইম্মান ধুনীয়াকৈ সজাই পৰাই কথা খিনি কৈছে,,,, বিশ্বাস নকৰি নোৱাৰিলোঁ। কিন্তু মনত যে অকণো দুখ ভাব নেদেখিলো।

  • @saddikurrahman7617
    @saddikurrahman7617 Před měsícem +39

    নিশ্চয় ছোৱালীজনীয়ে কিবা মানসিক অশান্তি সৃষ্টি কৰিছে, বিনা কাৰণত ঘৰৰ পৰা উলাই যোৱা নাই নহয় 😮😮😮

  • @sashibhatta5198
    @sashibhatta5198 Před měsícem +8

    সুস্থ মানসিকতাৰ জীয়ৰী এগৰাকীয়ে পিতৃ দুই-তিনি ধৰি সন্ধানহীন হোৱা, বিশেষকৈ ব্ৰহ্মপুত্ৰৰ দৰে বিশাল নদৰ পানীৰ নিচেই কাষত নোহোৱা হোৱাৰ পিছত এটোপাল চকুলো নিগৰোৱাকৈ ইমান সহজভাৱে, সাৱলীলভাৱে বৰ্ণনা দিব পাৰেনে ? সুদীৰ্ঘ সময়ৰ অন্ততহে বতাহত মিলি যোৱা পিতৃৰ কন্যাৰ সাক্ষাৎকাৰ লব পৰা যোৱা কথাটো ভাবি আচৰিত হৈছোঁ ৷ দীঘলীয়া সময়খিনিত সেই পৰিস্থিতিত আৰক্ষী অথবা সাংবাদিকৰ সন্মুখত কি কব লাগে তাৰে ৰিহাৰ্চেলত কন্যা ব্যস্ত আছিল নেকি?

  • @debojitdutta4999
    @debojitdutta4999 Před měsícem +30

    অকণো অনুতপ্ত হোৱা নেদেখিলো ঔ, কি পদাৰ্থৰে গঠিত এইজনীৰ দেহ

  • @BasantaTamuly-ht9bz
    @BasantaTamuly-ht9bz Před měsícem +26

    মানুহৰ ওচৰত ফাকি মাৰিব পাৰিবি, ওপৰৱালাৰ ওচৰত নোৱাৰিবি ।

  • @bhimrajkaman
    @bhimrajkaman Před měsícem +3

    এই জনীৰ ওপৰত ১০০%সন্দেহ আছে

  • @mamonisaikia39
    @mamonisaikia39 Před měsícem +8

    আয়ৈ ইমান সচাঁ কথা বোৰ কলি।

  • @user-zl9xo7yl4o
    @user-zl9xo7yl4o Před měsícem +9

    কিবা কথাবোৰ সাজি কোৱা যেন অনুভৱ হৈছে। নৰমেলি তিলমানো যেন ফিল হোৱা নাই।

  • @user-iz5et9bw1l
    @user-iz5et9bw1l Před měsícem +10

    কাহিনী টো সঁচা যদি, ওচৰ চুবুৰীয়াই কোৱা কথা বোৰ অথ কি ? কোন সঁচা?

  • @user-lz2hf8xr3s
    @user-lz2hf8xr3s Před měsícem +5

    এইবিলাক মানুহে দেখাত বহুত শিক্ষিত দেখাই, কিন্তু আচল ধুৰন্ধৰ ইহঁত

  • @user-fy2im3ds3h
    @user-fy2im3ds3h Před měsícem +14

    এইবোৰ মনেৰে সজোৱা কথা

  • @chaokishan544
    @chaokishan544 Před měsícem +4

    দেউতা হতৰ জেদ থাকে,, ঔ আই । এই জনীৰ কথা শুনা ।। পিতৃ হেৰাইছে তেওঁৰ কথা চাওক

  • @AbiCricketNews
    @AbiCricketNews Před měsícem +13

    বাপেক নাইকীয়া হৈছে কিন্তু এইজনি ইমান normal হৈ আছে

  • @UpenKalita-dx2cr
    @UpenKalita-dx2cr Před měsícem +2

    এওঁৰ কথাবোৰ Self defence ত কোৱা যেন অনুভৱ হয়। সেই কাৰণে সদায় বৃদ্ধ জনক এটা শিশুৰ দৰে মৰম কৰিব লাগে। তেওঁলোকে এই সময়ত ঘৰখনৰ পৰা এটি আনন্দৰ পৰিবেশ বিচাৰে ঘৃণাৰ পৰিবেশ নহয়।

  • @RatanRava-mz9hc
    @RatanRava-mz9hc Před měsícem +14

    গৰমৰ দিন সোনকলে শাৰী পাই তাকো ৮বজাত😮😮

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 Před měsícem +3

    এই দেউতাক ক মাৰি পেলাইছে ঘৰ টু বিলডাৰক দিব বিচাৰিছে তাই অন্তপ্ত নহয় এইজনীয়ে স্কুলত কি শিক্ষা দিয়ে ৰাতি দেউতাকক গালি শাপনি পাৰি থাকে বুলি ওচৰ চুবুৰীয়া ই কোৱা মতে বেয়া গালি পাৰে

  • @VishnuRavii-vt7ql
    @VishnuRavii-vt7ql Před měsícem +28

    মানুহ হবলৈ শিক

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf Před měsícem +21

    তেওঁৰ সোনকালে উঠে 8 আঠবজাত তেওঁ বলে শিক্ষক

  • @RimaSarma241
    @RimaSarma241 Před měsícem +7

    Aapunar ktha koa dhrn manisu sokut kno dukh nai ... Dujon manuhe thaka knto xukht rakhib nuarila.... Deuta ki hy najanila... Anei ata manuh anekoi nohoa nhy.... Atia xadhu hoi kam nai baideu

  • @joligoswami3870
    @joligoswami3870 Před měsícem +7

    Tair kronei oligoise ....aku nohole ajon mnuh ghoror pra oli najai..tai ateia khub bhadr bhabe ktha koise..

  • @Sumivlogs74
    @Sumivlogs74 Před měsícem +3

    Rob raiz xokol, bortoman kar dush bisar nokori sir xukolome ghuri ohatu prathona korok,kijani bhal kisu hoiei🙏

  • @bipulborah2193
    @bipulborah2193 Před měsícem +3

    আচলতে তুমি ৰাতি কেইপেগ লোৱা? ওচৰ চুবুৰীয়াই কোৱা কঠা বিলাক সত্য নহয় মানে। কাজিয়া কৰা কথাবিলাক মানে মিচা। তুমি মালৰ নাচাত খূৰাকো গালি পাৰা সেই টোও মিচা।

  • @orh2649
    @orh2649 Před měsícem +4

    ইহঁতি চব লগ লাগি কাম টো কৰিছে,,,, সম্পত্তি আশা

  • @biplovloying8346
    @biplovloying8346 Před měsícem +4

    ইমান বয়জেষ্ঠ মানুহ জনে ভাত ৰান্ধি খুৱাই ইতিমধ্যে গম পাইছো। এইৰ চৰিত্ৰ ভাল নহয় নেকি যাৰ বাবে গিৰিয়েকো এৰিলে এইবাৰ দেউতাকেও অত্যাচাৰ সহ্য কৰিব নোৱাৰি এৰি থয় গুছি গল নেকি ! আৰু এটা কথা ইমান বয়জেষ্ঠ মানুহ জনে তাইক হেনো ভাত ৰান্ধি খুৱাই ছি:।

  • @banashreegogoi
    @banashreegogoi Před měsícem +6

    Garam din ratipua putuk ke haar pua jaai 8 taat🤔🤔🤔🤔

  • @MoonTalukdar-lv4nx
    @MoonTalukdar-lv4nx Před měsícem +1

    Notorious

  • @muned6442
    @muned6442 Před měsícem +3

    এই মুখখন দেখিলেই গম পায় মদাহী বুলি তেজ খালি বাপেৰৰ

  • @jagannathdas484
    @jagannathdas484 Před 27 dny

    মানুহৰ কঠা শুনি আপ্লুত হোও কিন্তু দায়িনিৰ কথা শুনি তেজ উতলি আহে। কাৰণ দেশৰ সম্পদ দঙ্খন কৰা বোৰ দেশোদ্ৰোহী।

  • @user-by9bp1dx8t
    @user-by9bp1dx8t Před měsícem +3

    Misai kotha koi ase😢

  • @anupambaruah3745
    @anupambaruah3745 Před měsícem +2

    ঘৰ খনত কি আছে কি নাই এজন মতা পুৰুষে ভালকৈ জানে দিয়া !! উদাহৰণ দিছে চোৱা না?? ধেত 🤬

  • @niazulvlogsentertainment1387
    @niazulvlogsentertainment1387 Před měsícem +1

    Danger suwali de tai

  • @AmiKhatiAxomiya
    @AmiKhatiAxomiya Před měsícem +1

    এইজনিয়ে গম পোৱা নাই নেকি যে আজি দুদিন ধৰি বৰুৱা চাৰ নাই।কিবা নাটকৰ সংলাপ কোৱা যেন লাগিছে।অকনো অনুতপ্ত নাই।যি বুজিলো তেও ভিতৰি ভিতৰি ভালে পাইচে চাগে।বৰুৱা চাৰৰ ঘৰ মাটি কাৰ নামত আছে বা এবাৰ কোনোবাই অকমান তদন্ত কৰকচুন

  • @konvlogs2886
    @konvlogs2886 Před měsícem +1

    এইজনীৰ কাৰনে ৰমেনদাৰ নিৰুদ্দেশ হৈছে। এই কাৰনে বিবাহ বিচ্ছেদ হল ।মিছা কথা কৈছে।নিলাজী কেলা।

  • @crazynhk5030
    @crazynhk5030 Před měsícem +2

    Gutai joni mod khai fulisa. Apuni rehabilitation senter jawok baidew.

  • @mamonisaikia39
    @mamonisaikia39 Před měsícem +3

    সচাঁ কথা কব নেকি

  • @user-fl6tn6mx9u
    @user-fl6tn6mx9u Před měsícem

    তোমাৰ কথাখিনি শুনি তোমাৰ মনতো অকনো দুখত কোৱা যেন লগানাই কাৰণ দেউতাকক বিচাৰি পোৱা নাই কান্দি কবপৰা হব লাগিছিল

  • @SilpiBorah-h1n
    @SilpiBorah-h1n Před měsícem +3

    Dang kati Bai, bare pasi bonori

  • @dipanjalidas7360
    @dipanjalidas7360 Před měsícem +1

    Misa koise

  • @navabora9489
    @navabora9489 Před měsícem +2

    তাই কমেন্টবোৰ পঢ়িছে নে বাৰু!
    পঢ়িলে নিজৰ কুত্চিত মুখ খন দেখা পাব।

  • @popibaruah3204
    @popibaruah3204 Před měsícem

    তোমাৰ কাৰনে বহোত মৰম ।কিন্ত তূমিয়ে বাধ্য কৰিলা

  • @Dulali-qf6kj
    @Dulali-qf6kj Před měsícem

    আপোনাৰ দেউতা নিৰুদ্দেশ হৈছে কিন্তু আপোনাৰ আবেগ নাই নেকি ??

  • @user-vc9hu7sh9i
    @user-vc9hu7sh9i Před měsícem +1

    Pulice ki Bai Kori ase aijoni greptar kora nai kio .

  • @lipikassweetworld3869
    @lipikassweetworld3869 Před měsícem +1

    8 ta Baja.. bhut morning nhy ma'am

  • @Dinfo24x7
    @Dinfo24x7 Před měsícem +1

    মদাহী শিক্ষয়িত্ৰী থাকে যে আমাৰ এইখন অসমত?
    মদাহী শিক্ষয়িত্ৰী কি শিক্ষা দিয়ে ছাত্ৰ ছাত্ৰী সকলক???

  • @সোৱাদ
    @সোৱাদ Před měsícem

    জীয়েক ৮ টাত উঠিচে কাৰনে নিজে বজাৰ যাব খুজিচে। ৯ টালৈ১৫ মিনিট থাকোতে বজাৰৰ পৰা আহি পোৱা বুলি কৈচে, কথাবোৰ বুজি নাপালো

  • @tapanrahang4089
    @tapanrahang4089 Před měsícem +8

    Johori joni kotha saa taar

  • @nayanjyoti8940
    @nayanjyoti8940 Před měsícem

    তাইৰ কথাত এ গম পাই তাইৰ দেউতাক নিৰুদেশ হৈছে তাইৰ অলপো মনত দুঃখ নাই

  • @mdomarali7686
    @mdomarali7686 Před měsícem

    Doubtful

  • @user-qr1uo5bu8u
    @user-qr1uo5bu8u Před měsícem +4

    Mod khai vur pni lagise

  • @kalpanadutta295
    @kalpanadutta295 Před měsícem

    Danduri aijani

  • @lipikassweetworld3869
    @lipikassweetworld3869 Před měsícem +1

    Tai e nje kiba trick kori marise. I doubt she can do that

  • @taazhazarika1564
    @taazhazarika1564 Před měsícem +1

    Aik dui saat logaaai diaaa hosa kotha koi dibo

  • @MakibarRahman-ty2wi
    @MakibarRahman-ty2wi Před měsícem +1

    কথা বোৰ বনাই বনাই কৈ আছে

  • @tulumonigogoi8385
    @tulumonigogoi8385 Před měsícem

    প্ৰথমে ভাবিছিলোঁ যে দেউতাকক কেনেকৈ গালি দিব পাৰে। কিন্তু এতিয়া বুজি পাইছোঁ আচল কথাটো। কোনো ছোৱালীয়ে নিজৰ দেউতাকৰ বেয়া হোৱাটো বিচাৰিব নোৱাৰেই। দেউতাকৰ লগত এনেকুৱা মতানৈক্য হয়েই। কিন্তু এইবোৰ judge কৰি critical situation creat কৰাটোহে বেয়া। মানসিক অৱস্থটো উপলব্ধি কৰা দৰকাৰ। মোৰ মা দেউতাও বহুত তামোল খায়। কেতিয়াবা খঙো কৰোঁ। সেইবুলি বেলেগে এইটো এনেকৈ judge কৰিলে নহ'ব যে misbehave কৰিছে। তাৰ অন্তৰালত বহুত চিন্তা বহুত care জড়িত হৈ থাকে। আচলতে চিধাচিধি মানুহৰ লগত এনেকুৱা হয়। বহুতে আনৰ আগত মাক দেউতাকক মৰম দেখুৱাই কিন্তু কোনো আদৰ যত্নই নকৰে। সন্তান আৰু পিতৃ মাতৃৰ সম্পৰ্ক যেতিয়া আৱেগিক আৰু সংবেদনশীলতাৰে পূৰ্ণ হয় তেতিয়া বাহিৰৰ মানুহে কি শুনিব সেয়া ভবা নাযায়। খং উঠিলে খং কৰা যায় আদৰ যত্নও লোৱা যায়। আন মানুহে তাৰে সুযোগ লৈ যি টি কৈ দিয়াটোহে বেয়া। মই ভাবোঁ। ৰমেন বৰুৱা ❤ সোনকালে সুস্থ শৰীৰে ঘৰলৈ উভটি আহক ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছোঁ। পিতৃক হেৰুৱাই কোনো ছোৱালী কিমান মানসিক যন্ত্ৰণাত থাকিবলগা হয় সেয়া বুজি পোৱা দৰকাৰ।

  • @jayantachoudhury1024
    @jayantachoudhury1024 Před měsícem

    Need security for Dipen barua

  • @user-ut4zv1ki5g
    @user-ut4zv1ki5g Před měsícem +2

    হব মদ নহয আৰু কি কারণে তোৰ ওঠ কেইটাই কয স্কুল ত কি শিক্ষা দিযা ও আই

  • @bhadreswardeka1695
    @bhadreswardeka1695 Před měsícem

    সভ্যতা সমাজতো এনেকুৱা চলি থাকে। গতিকে ______,,

  • @bontisarmah7541
    @bontisarmah7541 Před měsícem

    ভগৱানে দেখিব পিশাচিনি উচিত বিচাৰ চলিব তোৰ ওচৰত এনেকুৱা মানুহক বেয়া বৱহাৰ কৰিব নেপাই চব মিছা কথা কৈছ

  • @dipaksarma8588
    @dipaksarma8588 Před měsícem +2

    তই বোলে তামাম মদাহি । কথাটো সচানে। দেউতাক এটা নোহোৱা হৈছে। মুখমণ্ডলত দুখৰ চাপ অকনো নাই । যিমান পাৰা এতিয়া কাহিনী বনা। এজনে সকলো দেখি আছে। হিচাপ নিকাচ ইয়াতেই হব।।

  • @InspirationalPegasus-hb1wv
    @InspirationalPegasus-hb1wv Před měsícem

    Manoha nejor moromor ghorkhonor pora atore jaboloi mon kra ba atmohoitar nesena poth tateaha base loi jatea Tao monot bhout base ohante pi 😢

  • @rajatgogoi1241
    @rajatgogoi1241 Před měsícem

    তুমি থকা বাবে

  • @LakhimoniGogoi-cp2km
    @LakhimoniGogoi-cp2km Před měsícem +1

    Mur alap handeh ase jiari uparat tate mota Ari ghrat asehi

  • @dipumonidas7020
    @dipumonidas7020 Před měsícem

    Si si teacher. A hori .tair mukh khn sai sai aponi taik j katha xudhi ase 🙏

  • @সোৱাদ
    @সোৱাদ Před měsícem

    ৮ বজাতে সাৰ পাইচে😂😂সোনকালে উঠিচে বোলে, আমি ৪ টা বজাত উঠা টো সোনকাল বুলি ভাবো।।।

  • @satyanathsutradhar9770
    @satyanathsutradhar9770 Před měsícem

    Bonori Ne Bornali ?

  • @aminrahul1977
    @aminrahul1977 Před měsícem

    Iie Detector Investigation Please

  • @bitupanphukan9139
    @bitupanphukan9139 Před měsícem

    Hilpi hokolk aawkan koribo kuneu napai...eman ajon bikhisto hilpik hodai honman jonai hohai korib lage...teu bohut okolxoria hoi gol...teu kenekua obosthat thkb lagisil knkua obosthat ba asl khobor loine teur manuhe....ajir projonmo bohute hoi2 sinie napai jiai thoka obosthate teu alagi dore hoi porisil sage...

  • @digantaborah2152
    @digantaborah2152 Před měsícem +1

    বাইদেউ আপোনি কিমান ভাল ন আপোনাৰ দৰে ছোৱালী হলে কি লাগে আৰু ন

  • @PriyaRabha-gf4vo
    @PriyaRabha-gf4vo Před měsícem

    Suwali jni ye Misa ktha koise duta thappor ple thik hb

  • @MiliChoudhury-sq5ei
    @MiliChoudhury-sq5ei Před měsícem

    Baek jonio bohi ase tai kiba bhul k kole diffence dibor karone.

  • @Dr.p-wy3dy
    @Dr.p-wy3dy Před měsícem

    .. really she talked like enemy...

  • @rajatdihingia9932
    @rajatdihingia9932 Před měsícem +1

    Ki anile nkole j..

  • @Diyascreation726
    @Diyascreation726 Před měsícem +1

    Tai imanai val mne girike ari dile😂😂😂

  • @user-gv6de8wm7m
    @user-gv6de8wm7m Před měsícem

    njor deutakok behave koribo njona ajoni okhyobho suwali.toy schoolr lora suwalik ki porhabi.ki hikhya pabo turpora,

  • @dipanjalidutta2454
    @dipanjalidutta2454 Před měsícem

    Aijoni kotha hun

  • @Bhargav-xt2ui
    @Bhargav-xt2ui Před měsícem

    তাইক মাল একপেগ খোৱাই দিলে সছা কথাখিনি ওলাই গল হেতেন 😅

  • @orh2649
    @orh2649 Před měsícem +1

    ফাকী দিছে,, টোৰ proujonio বস্তু আনিবলৈ দেউতাই বজাৰলৈ কেতিয়াও নাযায়,,ইমান মূৰ্খ কাক bonaiso toi

  • @ramenbaruah6302
    @ramenbaruah6302 Před měsícem +4

    বাজে বকিচে

  • @chiranjibdutta565
    @chiranjibdutta565 Před měsícem

    Thakibo pare bhitorua kondal,jenekoi xakolu manuhr gharotei thake,kintu esam aase rong saboloi, shradhar romen borua dar poriyalborgoloi xomobedona gyapon kori tekhet (romen da)jotei aase xukolme jate ghoroloi ghuri aahe,xeye upojonar us'rt parthona korilu

  • @user-jd3cm1qm6t
    @user-jd3cm1qm6t Před měsícem

    Aei gorakik ji bujilu dhurandor,duskiti kari,parial kendik hontrah badi, chur chala oti vokti churor loikhyon.

  • @MikealPran
    @MikealPran Před měsícem +1

    Actually ai part time randy kory. Definately.

  • @user-nu7cg3jv7d
    @user-nu7cg3jv7d Před měsícem

    Atiah ata kotha jikini manhu asa aru lora sowali jonmo dedi enjoy kora val karon j bor news sai aso ki j hobo pisot😂😂😂😂

  • @abhilashbarman989
    @abhilashbarman989 Před měsícem +1

    Aito...emna...vl na..2mi..

  • @jamunadeori7352
    @jamunadeori7352 Před měsícem

    দুখ তাই হোৱা ও নাই কৰা ও নাই

  • @MrinmoyKalita-ul6js
    @MrinmoyKalita-ul6js Před 8 dny

    মোৰ এটা কোৱা টাৰ আছে খাবা নেকি😂😂😂

  • @user-jd3cm1qm6t
    @user-jd3cm1qm6t Před měsícem

    Kha atia modor battle pet vorai ah toi ki man mod khabi modor tanky t mod vorai khuam ah bonori

  • @rjvlogs7189
    @rjvlogs7189 Před měsícem

    Denot kaibotol jai o bunori

  • @anupbhattacharjee4518
    @anupbhattacharjee4518 Před měsícem

    তোমাৰ নিচিনা জিয়েকক জেলত ভৰাই থৱ লাগে|

  • @arundeori8142
    @arundeori8142 Před měsícem +1

    Misa Kota

  • @GAMING_SZ
    @GAMING_SZ Před měsícem

    Kiba ata karon ase nohole anei kothabur nulai 2mi misa kotha koisa

  • @ditu_edits2012
    @ditu_edits2012 Před měsícem

    মুঠতে মাটি মেইন।

  • @KrishnaMandal-cl8xk
    @KrishnaMandal-cl8xk Před měsícem +2

    কাৰ চাকৰি আছিল

  • @BhabenBarman-qz4rp
    @BhabenBarman-qz4rp Před měsícem

    Pitaheral
    Konaonutopto
    Naisoyaligonir