xonmaniya nitupoma .baydeyir kothon bhongee ba bohut dhuniya zodiyu saboloi diplip gabhoru ajoni nisina lage zodiyu badeyu khati oxomiya logote nubhaj coriyhor oil ba kasighani ai ronjeet da da i koisil buso totote kinu khaw bos we are going at fast ruponig ai two jupa mango two jupa jeek fruits ,leteku poniyal ,. amlokhi ., anaros ,21 jupa ,bangee , kordoi , bheluri gos ., malbhug kol 21 jupa ,jilokeeya , bengena , jila bhul ,cocomba , . aru cugondhi nemu aru gos gosoni zodiyu at fast bokulluli 4 ti aru adhe ase zodiyu kom .k
BAIDEO,ITS MY PLEASURE TO SEE YOU AGAIN AFTER A LONG LONG ERA. MY LIFETIME LITERATURE GURU WAS/IS HOMEN BORGOHAIN SIR. BOTH MY FATHER AND MYSELF WERE ADDICTED TO HIS ALL FORMS OF LITERARY WORKS. ITS LIKE A WONDER BOX UNLOCKED SUDDENLY. LONG LIVE MADAM.
Good Morning sister , your shearing will be very Interesthing words , Thank "U" so much ,God be my your longlife I ,will pray my in Jesus .name ,Amen .
one day bos sitting koru we are mother and jeeyri ba bohut lagoni trees ase zodiyu muru 2 coconat trees koy lagibo janu yu bos anu 4/5 ba bohut moromiyal aru aniasilu ai kothaya mihi apchiya , kumol ,bora,dhan, aru joha ,
নিৰুপমা বৰগোহাঞি বাইদেউৰ মনৰ ভাব প্রকাশ কৰিছে সচাকৈয়ে বহুত ভাল লাগিল ধন্যবাদ জনালোঁ ।
.
xonmaniya nitupoma .baydeyir kothon bhongee ba bohut dhuniya zodiyu saboloi diplip gabhoru ajoni nisina lage zodiyu badeyu khati oxomiya logote nubhaj coriyhor oil ba kasighani ai ronjeet da da i koisil buso totote kinu khaw bos we are going at fast ruponig ai two jupa mango two jupa jeek fruits ,leteku poniyal ,. amlokhi ., anaros ,21 jupa ,bangee , kordoi , bheluri gos ., malbhug kol 21 jupa ,jilokeeya , bengena , jila bhul ,cocomba , . aru cugondhi nemu aru gos gosoni zodiyu at fast bokulluli 4 ti aru adhe ase zodiyu kom .k
নিৰুপমা বাইদেউ মহান ৷
BAIDEO,ITS MY PLEASURE TO SEE YOU AGAIN AFTER A LONG LONG ERA.
MY LIFETIME LITERATURE GURU WAS/IS HOMEN BORGOHAIN SIR.
BOTH MY FATHER AND MYSELF WERE ADDICTED TO HIS ALL FORMS OF LITERARY WORKS.
ITS LIKE A WONDER BOX UNLOCKED SUDDENLY.
LONG LIVE MADAM.
বৰ ভাল লাগিল সাক্ষাৎকাৰটি।বহুত নজনাকথা জানিলোঁ আৰু শুনিবলৈ আৰু জানিবলৈ হেঁপাহ থাকিল।শ্ৰদ্ধাৰ নিৰূপমা বাইদেউ আৰু ভূঞাদেৱলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ।তেখেতৰ সুদীৰ্ঘ জীৱনৰ কামনা কৰিলোঁ।
Thank you for this wonderful conversation .. Nirupama Baideau and Ajit Bhuyan dada
বাইদেউৰ কথাবোৰ শুনি বৰ ভাল লাগিল।
L
ভাল লাগিল পিতৃ ৰ এই কথাষাৰ " কৰোৱাৰ ভাল হলে সুখী হোৱা "
ইমান সাৱলীল মন পৰশা । বাইদেউও ভালে থাকক সদায়। স্পষ্টবাদী সৰল সৎ মনা 🙏 সেৱা জনাইছোঁ আপোনাক।
P
বহুত ভাল লাগিল।জীৱন বৰ অনুপম।তেনে অনুপম জীৱনৰ প্ৰতিভূ।
🙏🙏🙏বহুত ভাল লাগিল | আগতে টিভিত চাইছিলো যদিও আকৌ চালো... বাইদেউৰ সুস্বাস্থ্যৰে দীৰ্ঘায়ু কামনা কৰিলোঁ..
খুউব সুন্দৰ ব্যক্তিত্বৰ আৰু মনৰ।অধিকাৰী ব্যক্তি। বহুত বহুত প্ৰণাম জনালো বাইদেউ।
Good Morning sister , your shearing will be very Interesthing words ,
Thank "U" so much ,God be my
your longlife I ,will pray my in
Jesus .name ,Amen .
বৰ ধুনীয়া লাগিল বাইদেউৰ কথাবোৰ। সঁচাই অনুপ্ৰেৰণামূলক।
অজিৎ ভূঞাঁই কথাবোৰ ভালকৈ ক'বলৈকে নিদিয়ে!
বহুত ভাল লাগিল বাইদেউ কথা বোৰ।
❤Sakhat, Prag News, Thanks ❤
বাইদেউ আপোনাৰ স্পষ্ট নিৰঙ্কোষ উত্তৰ বোৰে মোক যথেষ্ট প্ৰ হাবিত কৰিলে।আপোনালৈ অশেষ ধন্যবাদ।
😂😂😂😂😂😂😂😂😂
Bhut ktha janilo bhut val lagile. Thanks.
ভাল লাগিল। গভীৰ জীৱনবোধ আৰু বাস্তৱবাদী ব্যক্তিত্বৰ গৰাকী বাইদেউ।
baideu apunk bahut dinor pist dekhili
bhal lagil.apuni amar সমপদ .apunr su sasthya kamana karilu baideu.
অভিযাত্ৰী উপন্যাস খন বহুত ভাল লাগে।
তেখেতৰ ক'বলৈ বহুত আছিল....
খুব দুখ লাগিল । তেখেতে সুধিবলগীয়া হ'ল মাৰ কথা কেতিয়া ক'ম ! ভূঞা ডাঙৰীয়াই বৰ খৰখেদা কৰা যেন লাগিল । পাৰিলে বাইদেউৰ বুকুত ঠাহ খাই থকা অনেক কথাৰে পুনৰ এটা সাক্ষাৎকাৰ অনুষ্ঠান আগবঢ়াবচোন । 🙏
O
হয় আপুনি থিক কথা কৈছে
Really Thanks
দুখী হলে তললৈ চাবা আৰু সুখী হলে ওপৰলৈ চাবলৈ কোৱা কথাষাৰে অন্তৰ স্পৰ্শ কৰি গ'ল। great thinking may god bless you!
this is such a beautiful conversation. thankyou so much prag❤️
বাাইদেউলৈ মোৰ হিয়া ভৰা মৰম ,শুভেচ্ছা জ্ঞাপন কৰিলো। সেৱাহে🙏
মন ভৰি গ'ল বাইদেউ, প্ৰণাম
Really she is a great writer.She is my favorite personality..
ভূঞা ছাৰে এই অনুষ্ঠানটোৰ যোগেদি ৰাইজক যথেষ্ট নজনা কথা জানিবলৈ সুযোগ দিয়ে।ধন্যবাদ প্ৰাগ নিউজ
Bohut val lagil..
বহু কথা শিকিলোঁ৷
অজিত ভূঞাদাক ধন্যবাদ জনালোঁ
দেৱক
অজিতদা, আপুনি মুখৰ কথাবোৰ কাঢ়ি লয়, ক'বলৈ সুবিধা নিদিয়ে ভালকৈ।
Hosakoi moiu lakhyo korisu
Bhut bhal lagil Baideo r katha bor jani
Pranam janalu
পৰম শ্ৰদ্ধা ভাজন বিশিষ্ট কবি-সাহিত্যিক, ইংৰাজী বিষয়ৰ অধ্যাপিকা শ্ৰীমতী নিৰুপমা বৰগোহাঞি বাইদেউ লৈ মোৰ তৰফৰ পৰা শত সহস্ৰ ধন্যবাদ ও বৈপ্লৱিক অভিনন্দন সহ প্ৰীতি শুভেচ্ছা আন্তৰিক হিয়া ভৰা ওলগ লগতে বাইদেউৰ সুস্বাস্থ্য, মঙ্গল-আৰু কুশল আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ । বাইদেউৰ বিষয়ে বহুত নজনা কথা জানিব পাৰি বিশিষ্ট বুদ্ধিজীৱি, সাংবাদিক, ৰাজ্যসভাৰ সাংসদ মাননীয় অজিত কুমাৰ ভূঞা দেৱৰ সাক্ষাৎ কাৰত বাইদেউৰ বিষয়ে বহুত কথা জানিব পৰাত অজিত কুমাৰ ভূঞা দেৱকো মোৰ তৰফৰ পৰা প্ৰীতি শুভেচ্ছা আন্তৰিক হিয়াভৰা ওলগ লগতে শত সহস্ৰ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ । বয়সবৃদ্ধ অৱস্থাতো ইংৰাজী বিষয়ৰ অধ্যাপিকা হৈ সাহিত্যি চৰ্চা, সামাজিক, ৰাজনৈতিক ক্ষেত্ৰত যি অগ্ৰনী ভূমিকা লৈ আছে সেয়া সচাঁ কৈয়ে শলাগিবলগীয়া ।
সচাঁ কৈয়ে এই সাক্ষাৎকাৰে বাইদেউৰ পৰা বহু নজনা কথা জানিব পাৰিলোঁ ।
হাঁহিটো যে ইমান ধুনীয়া তেখেতৰ।
অনুষ্ঠানটো চাই খুব ভাল লাগিল। নিৰুপমা বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
কাছাৰৰ কথাটো সত্য কথা কৈছে
Bohut hoktihali baidew. Aapunak salute. Baidew mur bhagin 2tai ki kore eatia.
Namskar,Nirupama Baideu aponak bahut dhanyvad Aponar kathasuni lag pabaloi aponak osararpara katha patibloi man gaise,
আপোনাৰ জীৱনৰ কথা বোৰ শুনি বৰ দুখ লাগিল ৷ আপোনাৰ লিখনিবোৰ সচাই সত্য আৰু বাস্তৱমূখি ৷ আপুনি বহুত সংঘাতত ভুগি অহা এগৰাকী মহিলা লেখিকা ৷আপোনাক মোৰ হত হত প্ৰনাম ৷
A\äww21qwë1sd
Long live Nirupoma baidew
Bohut bhaal laagile saai❤️
Khub bhal lagil.. Kune kune 2021 ot sai ase..
Great interview
Very Nice Conversation . Know about Many- more Baidew Smti Nirupama Bargohain,, Literature ..!!!
Very good conversation
বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলোঁ, নজনা বহুখিনি কথা জানিবলৈ পাই সুখী হলোঁ👍💐
বৰ সুন্দৰ ব্যক্তিত্ব। ভাল লাগিল।
Bahut bahut Val lagil.aru ene janibo bisaru
Thanks mam
সৰস্বতীৰ প্ৰসংগটো নুলিয়ালেও হ'লহেঁতেন
Oshadharon byektitor adhikarini nirupoma baideo.
প্ৰিয় বাইদেউগৰাকীলৈ পুনৰ সেৱা জনালোঁ ।
বিতৰ্ক টো ইমান কিয় সুধিব লাগে আৰু বহুত ভাল কথা তেখেতৰ পৰা জানিবলৈ আছে।
Great....🙏🙏🙏
Great 🙏
Hosa dai ki je hoi manuhor jibonot
Baideu khub bhal ontoror asil
Khub val lagil sordhar nirupoma baidew r interview tu❤. Dhonyobad ajit bhuyan dangoria😊
Oti hundor
Khub bhal lagile
We want more about Respected baideo
Ajit Bhuyan sirk prag news t bor miss kro..teo MP hoi vul krile prag news t teo thakote mnhue bor vl paisil
মোৰ প্ৰিয় ব্যক্তিত্ব
সু সাহিত্যিক নিৰুপমা বৰগোহাঞি বাইদেউৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
Great women salute
খুব মৰম বাইদেউলৈ 😘😘
khub bhal lagil
সাহিত্যই সংকল্পৱদ্ধ
বাইদেউ মোৰ চিৰ নমস্য তেওঁৰ লিখা ভাল লাগে কিন্তু তেওঁৰ উচ্চাৰণ ইমান স্পষ্ট জনা নাছিলো🙏🙏🙏🙏🙏🙏🙏🙏🙏
💚💚
আজি এটা বৰ ডাঙৰ কথা জানিবলৈ পালো বৰগোহাঞি বাইদেউ আমাৰ নলবাৰীৰ হয় ।
Such a great personality and ideal person for us🙏
বাইদেঊ আপোনাৰ কথােবোৰে সকলোৰে অনুপ্ৰেেৰনাৰ উৎস হৈ ৰব
বাইদেউ নিজেই এটা অধ্যায়...
বাইদেউ মোৰ আতাইতকৈ প্ৰিয় লেখিকা। তেখেতৰ জীৱনটোয়েই এখন শ্ৰেষ্ঠ উপন্যাস।
বাইদেউৰ কথা শুনি বহুত ভাল লাগিল আৰু দুখও লাগিল।
🙏🙏🙏🙏
🙏🙏🙏
অনুস্থানটি চাই খুউবেই ভাল লাগিল ।প্ৰতিভাশালী নাৰী শ্ৰদ্ধা নিৰুপমা বৰগোঁহাঞি বাইদেউলৈ সেৱা জনালোঁ।
She is my favorite great personality..
Iiji
বাইদউৰ আপ্তকথাৰাখিয়ে আমাক অনুপায়িত কৰিলে
Wow
Please organise another interview, very inspiring
Bhal lagil
বাইদেউ আপোনাৰ পৰা লৰা ছোৱালীক কেনেকৈ শিক্ষা দিব লাগে বুজি পালো
খুব সহজ সৰল তেওঁ।
সাক্ষাৎ অনুষ্ঠানটো সদায় চাওঁ , ভাল লাগে
বাইদেউক দেখিলেই শ্ৰদ্ধা জাগে ।
অজিত কুমাৰ ছাৰ , আৰু কেইজনমান সাহিত্যিক মাটিবচোন ,,,ৰাজনৈতিক ব্যক্তিক মতাতকৈ ।
বহু কথা শিকিব পাৰিলো ।
Great personality 🙏
one day bos sitting koru we are mother and jeeyri ba bohut lagoni trees ase zodiyu muru 2 coconat trees koy lagibo janu yu bos anu 4/5 ba bohut moromiyal aru aniasilu ai kothaya mihi apchiya , kumol ,bora,dhan, aru joha ,
Straight forward...saluate
🙏🙏🙏🙏🙏🙏
21:26 process
Baideo r original ghar Nalbari r samarkuchi t bulu jani val lagil,
Long live Baideo
ই পাগলে কিয় বাৰে বাৰে চমু কৈ বুলি কয়
Vcv
V we
Nice
Baidew, apuni akha bosor jiyai thakok,take kamana korilu.
সংগ্ৰাম ইতিহাস
Baideur espotobaditai muk bor aaploto korile
Bohut nojona kotha gom palo
Subtitles bahut bhul
Very nice
Baideww aaponar jibanr pratito kahiniye aamak barokaiye utshahita kariba...
Ajit da, Dhet tomar manasikota. Kot asila kot nami gala...
প্রিয় মানুহগৰাকী❤️ সাহসী ব্যক্তিত্বৰ বাইদেউলৈ শ্ৰদ্ধা যাছিলোঁ।
Bor Val lagil anusthan tu
inspiring