Video není dostupné.
Omlouváme se.

জিন জিন মইনা দিহিং-২০২১ || দিহিং প্রডাকচনৰ নিবেদন || দিহিং বিহু হুঁচৰি দল || Jin jin moina || dehing

Sdílet
Vložit
  • čas přidán 10. 01. 2021
  • দিহিং প্রডাকচনৰ নিবেদন
    জিন জিন মইনা-২০২১
    কণ্ঠ - খগেন গগৈ, বাপুজী কোঁৱৰ, মনোজ হালৈ , ৰঞ্জিত গগৈ
    কথা সুৰ - ৰঞ্জিত গগৈ , নিৰঞ্জন গোস্বামী
    সংগীত - নিৰঞ্জন গোস্বামী
    প্রযোজক- ৰেদিম ফুকন আৰু দেৱবত বৰগোহাঁই( মনি )
    ঢোল- বিশ্বজিৎ গগৈ, ৰক্তিম ফুকন, লাচিত বৰুৱা
    পেঁপা- জানমণি ফুকন
    তাল,গগণা, ধুতং- পিতি বৰা
    বীণ- গৌতম শইকীয়া
    মেলডি' ডিজাইন- ভদ্ৰ কান্ত দাস
    সহশিল্পী:দেৱেশ্বৰ শইকিয়া,পিতি,বুবুন,দিপাংকৰ
    বাঁহী- কৈলাশ ৰাভা
    দিহিং দলৰ সকলো শুভাকাংক্ষী আৰু দলৰ লগত জড়িত সকলো সদস্যলৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলো
    Video editing-bitupon borgohain(anupom bitupon youtube channel)
    Studio- Studio dreams - ghy & sarenga Studio( majuli)
    আমাৰ Facebook page link
    / anupom-bitupon-6614546...
    আমাৰ আন দুটা CZcams channels link
    / @bituponanupom3926
    / @rongpurpathshala3091

Komentáře • 4,3K

  • @ranjittalukdar6279
    @ranjittalukdar6279 Před 3 měsíci +51

    2024 বিহুত কোনে কোনে শুনি আছে গান টো

  • @bidyutbikash795
    @bidyutbikash795 Před 10 měsíci +23

    এই গীতটি অসমৰ শ্ৰেষ্ঠ বিহুগীত হ'ব এদিন।

  • @user-mt1uw1ek9n
    @user-mt1uw1ek9n Před 3 měsíci +18

    ২০২৪ৰ বহাগ বিহুত কোনে কোনে এই গীতটি শুনিছে লাইক please 🙏👍

  • @pabitraborah9215
    @pabitraborah9215 Před rokem +47

    বহুত সুন্দৰ গীত আৰু এই গীতটো যি সকলে শুণিচে লাইক কৰিব

  • @rimakalita4381
    @rimakalita4381 Před 3 lety +20

    অতি সুন্দৰ।
    এতিয়ালৈকে কিমানবাৰ শুনি লো হিচাব নাই।যিমান বাৰ শুনিলে ও আমনি নালাগে । এইয়াই আমাৰ প্ৰকৃত বিহু গীত । প্ৰতিটো শব্দই অসমীয়া সংস্কৃতিৰ লগত জড়িত ।

  • @randipkalita4804
    @randipkalita4804 Před 3 lety +162

    যিমানে চাম সিমানে কম ।
    শুনি থাকিবৰ মন যায় ।
    😍

  • @chawduduahom5537
    @chawduduahom5537 Před 3 lety +31

    আজ্জৈ কলিজা। 😘😘অই নেৰিবি ককাইহঁত 😘😘😘।।

  • @mainaoxomi1438
    @mainaoxomi1438 Před 3 lety +22

    এইবোৰ হে বিহু গীত 🌿❣️
    জিন জিন মইনাৰ সমূহ কৰ্মকর্তা শটকৌটি প্ৰণাম

  • @paporikalita2018
    @paporikalita2018 Před 3 lety +25

    সুন্দৰ,,জিন জিন মইনাৰ সমূহ সদস্যলৈ আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

  • @utpaldutta1538
    @utpaldutta1538 Před 3 lety +10

    Thanks to team জিন জিন মইনা
    নতুন বছৰ তথা বিহুৰ প্রাক ক্ষণত ইমান ধুনীয়া গীত এটা উপহাৰ দিয়াৰ বাবে

  • @Beautiboruahdip
    @Beautiboruahdip Před 2 lety +9

    ইমান ভাল লাগে শুনি নাচিব হে মন যাই 😘

  • @nipendowari2499
    @nipendowari2499 Před 3 lety +57

    বহুত দিনৰ মুৰত ধুনীয়া বিহুনাম এটি শুনিলো। মন প্ৰাণ চুই গ'ল।😍

    • @anantadas2509
      @anantadas2509 Před 2 lety +1

      Purona Bihu gan monot Pori gol.atiya anukuwa gan nai

  • @saikiasvlogpartha5108
    @saikiasvlogpartha5108 Před 3 lety +58

    সচাঁকৈ মন ভৰি যোৱা এটি সুন্দৰ বিহু।
    ধন্যবাদ সকলোলৈকে এনে এটি সুন্দৰ বিহু গীত উপহাৰ দিয়া বাবে।

  • @dipankardeka4215
    @dipankardeka4215 Před 3 lety +46

    বিহুৰ সময়ত আমাক এটি সুন্দৰ বিহুগীত উপহাৰ দিয়াৰ বাবে ধন্যবাদ।বহুত ভাল লাগিল বিহুটি। আই জৈ কলিজা

  • @ankitarabha7273
    @ankitarabha7273 Před 3 lety +7

    এইয়া হে প্ৰকৃত বিহু ...👌🏻👌🏻👌🏻

  • @pompigogoi6517
    @pompigogoi6517 Před 2 lety +6

    হচা..... বহুত🤭 ভাল লাগে💜 এই গানটো শুনিলে 🥰

  • @twoassamesesisters6124
    @twoassamesesisters6124 Před 3 lety +14

    বহুত ভাল লাগিল গীতটি🔥💛💛💛🙏বহুত বহুত ধন্যবাদ আপোনালোকক মাঘৰ বিহুয ইমান সুন্দৰ এটা উপহাৰ দিয়া বাবে🙏

  • @monmiphukan5883
    @monmiphukan5883 Před 3 lety +37

    ভাষা নাই লিখিবলৈ।কিমান যে সুন্দৰ আমাৰ সংস্কৃতি,আমাৰ বাপোতিসাহোন বিহু। বহুত বেছি ভাল লাগিল গানটো ❤️

  • @boraananta830
    @boraananta830 Před 3 měsíci +2

    সঁচাই ভাষাৰে বুজাব নোৱাৰি ইমান সুন্দৰ। পাবত গজা আজিকালি গায়ক বোৰকতকৈ এওঁলোক বহুত বহুত বহুত ওপৰত ।।

  • @assambolg687
    @assambolg687 Před 3 lety +15

    এইবোৰ বিহু এতিয়া নাই কিন্তু শুনি বহুত ভাল লাগে আগৰ দিন বুৰলৈ মনত পৰে আৰু dai

  • @PK-vu8qc
    @PK-vu8qc Před 3 lety +35

    ধুনীয়া ,,,বাপুজি দা মনোজ দা উজ্জল ভৱিষ্যত কামনা কৰিলোঁ,,,,,

  • @BTS-ty3sh
    @BTS-ty3sh Před 3 lety +24

    সুন্দৰ জিন জিন ম‌ইনা।কবলৈ ভাষা নাই।জিন জিন ম‌ইনাৰ সকলোলৈকে অভিনন্দন জনালো।

  • @jintu_gamers
    @jintu_gamers Před 3 lety +24

    সঁচাকৈ বহুত ভাল লাগিল ইমান দিনৰ মুৰত এটা সুন্দৰ বিহু শুনিব পালো ❤️❤️

  • @anupamdutta4819
    @anupamdutta4819 Před 3 lety +18

    মন জুৰোৱা বিহু। শুনি থাকিবৰ মন। কিমান বাৰ শুনিলো হিচাপ দিবলৈ কঠিন হব।

  • @chayanikadutta5414
    @chayanikadutta5414 Před 3 lety +10

    বহুত সুন্দৰ💕💕💕💕💕💕💕💕
    বিহু হ'লে এনেকুৱা হ'ব লাগে।
    ভোগালী বিহুৰ সুন্দৰ উপহাৰ।সকলো লৈ বিহুৰ ওলগ যাচিঁলো.....love from Jorhat ,Teok💕💕💕💕

  • @theunendingjourneys817
    @theunendingjourneys817 Před 3 lety +55

    হিয়া-মন শাঁত পেলাই দিলে বাপুজী দা আৰু মনোজ দাৰ কণ্ঠ সঁচাকৈয়ে অতুলনীয় । শব্দ সংমিশ্ৰণ অতুলনীয় ।

  • @mridulkalita2976
    @mridulkalita2976 Před 3 lety +73

    বিহু শুনিলে, মনতো বেলেগ হৈ যায়, যাক ।কেতিয়াও ভাষাৰে বুজাব নোৱাৰি।
    সুন্দৰ বিহু এটি শুনিলো ।
    ধন্যবাদ🙏

  • @anjuchiringphukan5368
    @anjuchiringphukan5368 Před 2 lety +11

    কিমান বাৰ যে শুনিছোঁ আমনি নালাগে 💃

  • @poragchetia1696
    @poragchetia1696 Před 3 lety +17

    বৰ মনোমোহা দেই দদাইদেউহত ! বিহু বিহু লাগি গল ! আজি কালি মদান হল সকলো কিন্ত শুনিবলৈ অসুজোৱা ! এনেধৰনৰ বিহু গানে হৃদয়ত ঠাই লয় ! আৰু আগলৈ কৰি যাব দেই বিহুত এপাক নাচিবলৈ

  • @Axomiyatathal
    @Axomiyatathal Před 3 lety +21

    বহু অপেক্ষাৰ অন্তত জিন জিন মইনা এক নতুন ৰূপত ❤️❤️❤️❤️,,, ক'বলৈ ভাষা নাই ইমান সুন্দৰ হৈছে

  • @Lyricstezpur07
    @Lyricstezpur07 Před 3 lety +15

    বহুত ভাল লাগিল গান তু শুনি আপুনি 🔥🔥🔥🔥

  • @biplabyt4662
    @biplabyt4662 Před 3 lety +25

    ৰঙালী বিহুৰ শুভেচ্ছা জনালো সকলোকে ❣️❣️❣️

  • @the90s4
    @the90s4 Před 3 lety +41

    The real taste of assamese culture.... Awesome👍

  • @barbieborgohain5400
    @barbieborgohain5400 Před 3 lety +17

    বহুত বহুত ধন্যবাদ .....লগতে আপোনালোক সকলোলৈকে আন্তৰিক অভিনন্দন ৰাইজক এটি অৰ্থপূৰ্ণ বিহুগীত উপহাৰ দিয়াৰ বাবে.... ✨🌼

  • @gouravchangmai4108
    @gouravchangmai4108 Před 3 lety +20

    এনেকুৱা বিহু গীত লাগে😍😍😍😍আজৈ

  • @pranobphukan8524
    @pranobphukan8524 Před 3 lety +6

    বহুত ধুনিয়া হৈছে।গীত তো শুনি বহুত ভাল লাগিল ❤️❤️🔥🔥

  • @chayanikadutta7844
    @chayanikadutta7844 Před 3 lety +30

    এইয়া হে আমাৰ অসমীয়া আদৰ বিহু গীত,,ভাবিছিলো এনে বিহু গীত বোৰ হেৰাই গল বুলি,,,ধন্যবাদ আপোনাৰ হবলৈ ইমান ধুনীয়াকৈ উপস্থাপন কৰি আমাক সুন্দৰ গীত টো উপহাৰ দিয়া বাবে,,আশা ৰাখিলোঁ পুনৰ এনে সুমধুৰ কণ্ঠত সুমধুৰ গীত সমূহ পাম বুলি,,

  • @dimpydutta4552
    @dimpydutta4552 Před 3 lety +16

    Aiburhe aasol bihu... Oti hundor ❤️❤️👍🏻👍🏻

  • @dikukalita7560
    @dikukalita7560 Před 3 lety +31

    ধন্যবাদ দাদা❤️ আপোনাৰ সমূহ পৰিয়াললৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ 😊❤️

  • @krishnadeka2716
    @krishnadeka2716 Před 2 lety +3

    বহুত সুন্দৰ হৈছে এই বিহু গীতটি এবাৰ শুনিলে নাছো নাছো লাগি যায়।👌👌👌😊😊

  • @manishahandique5192
    @manishahandique5192 Před 3 lety +12

    Bohuut mojja..atia anekua bihu huniboi nupua holu...axomor bihu modern hoi goise..aitu huni bohuut val lagil dhoinyobad jonaw apulukok

  • @Rahul_on2wheels
    @Rahul_on2wheels Před 3 lety +10

    Finally ata bihu geet palu, ji ye mon pran sui gol.. jin Jin moina hodai monot thaki robo amar... Hokolue Jen ata like kore.......... 2021 r bhal loga bihu ❤️

  • @GeoMovieclips
    @GeoMovieclips Před 2 lety +6

    Aji huna bur like koribaa ..it's our fav song 🎉🎉🎉

  • @umakantarajkhowa5340
    @umakantarajkhowa5340 Před 3 lety +65

    বহুত সুন্দৰ আকৰ্ষনীয় বিহু এফাঁকী শুনিলোঁ 🥰🥰❤❤❤ ভাল লাগিল । ।
    সমূহ অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ 🥰❤❤❤ জয় আই অসম ❤❤

  • @yagnyaanamikacreations8644
    @yagnyaanamikacreations8644 Před 3 lety +25

    জিন জিন মইনাৰ সমূহ সদস্যলৈ শুভেচ্ছা থাকিল।খুব ধুনীয়া হৈছে।

  • @mainusonowal8038
    @mainusonowal8038 Před 3 lety +32

    Huni huni amoni nelage gantu . aru kune kune mur dore bare bare huni thaka 😍😍

  • @Manabkumarbora69
    @Manabkumarbora69 Před 3 lety +40

    হচাকে বহুত ধুনীয়া লাগিছে বিহু গান টো সকলোলৈ ৰঙালী বিহু বহুত বহুত শুভেচ্ছা থাকিল ♥️♥️🥰🥰

  • @bikudarlife3070
    @bikudarlife3070 Před 2 lety +152

    এই গানটো .কাৰ কাৰ প্ৰিয় আৰু এতিয়া কোনে কোনে শুনি আছে .LiKe /COmment কৰক

    • @bornalikurmi9224
      @bornalikurmi9224 Před rokem +1

      Ko ko ji on

    • @utjjalgogoi2841
      @utjjalgogoi2841 Před rokem +1

      ❤❤😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

    • @DipuDas-jz7gy
      @DipuDas-jz7gy Před rokem +1

      ​@@utjjalgogoi2841 f

    • @kobitaneog2879
      @kobitaneog2879 Před rokem +1

      Moi to dinto 5 bar hoi jay .karon amer konmani joniye xuni bor vl pay

    • @user-ju1oc7zn5e
      @user-ju1oc7zn5e Před rokem +2

      ​@@utjjalgogoi2841 n
      😅

  • @uddiptadas138
    @uddiptadas138 Před 3 lety +10

    ভেজাল নথকা সুন্দৰ বিহু গীত এটি সুনিলো। বহুত ভাল লাগিল

  • @labhitakalita5343
    @labhitakalita5343 Před 3 lety +58

    এই বিহু গীতটি শুনিলে শুনি থাকিবৰ মন যায়l
    বিহু গীতটি কথা সুৰ পৰিৱেশন বহুত ধুনীয়া হৈছে❤️💖❤️

  • @mrinmoykumarborah7655
    @mrinmoykumarborah7655 Před 3 lety +4

    Bor xundar geet. Mur priyo geet❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @narenurang5659
    @narenurang5659 Před 2 lety +10

    ইমান সুন্দৰ এটি বিহুগীত সচাকৈয়ে শুনিলে শুনি থাকিবলৈ মন যায়। 😍😍অতুলনীয়। 👌❤

  • @monuofficelassam3562
    @monuofficelassam3562 Před 3 lety +38

    ভাল লাগিল, গীত ত কণ্ঠদান কৰা লগতে সকলো দিশতে সহযোগী শিল্পী সকলৰ কো অশেষ ধন্যবাদ জনাইছো।প্ৰকৃতিৰ গুনানোক লৈ এটি বিহুগীত শুনিবলৈ পায়। এনে বিহু আজি কালি অসমীয়া সংগীত জগতত হেৰাই যাব ধৰিছে।পুনৰ এনেধৰণৰ গীত শুনিবলৈ পোৱা ৰ আশাৰে ,,,,,,,,,,।

  • @madhurjyasaloi5305
    @madhurjyasaloi5305 Před 3 lety +49

    অতিৰিক্ত একো sound effect নোহোৱাকে সঁচাকৈয়ে এটি প্ৰকৃত বিহুগীত ❤❤❤❤❤❤ সকলোলৈ অভিনন্দন

  • @niranjankakati3706
    @niranjankakati3706 Před 4 měsíci +2

    আমি বিহু বলিয়া❤❤❤❤
    আজিও বহুত ভাল লাগে এই বিহুটি❤❤
    যেতিয়াই তেতিয়াই শুনো এই বিহুগানটো❤❤

  • @sauravborah-gk6hq
    @sauravborah-gk6hq Před 3 měsíci +2

    Bhut bhl lge gantu huni...... Aji bihu buli ako huni dlu 🥰🥰

  • @utpalsaikia5218
    @utpalsaikia5218 Před 3 lety +5

    আন্তৰিকতাৰে আদৰিছো।।পুৰণি চেও গীত সুৰে মুগ্ধ কৰিছে।।

  • @sudarshansspontaneous..1897

    Bapuji daa,biswa daa, raktim da, jaanmoni daaa gulliiiii....🙏🙏🙏🙏🙏🙏😍😍😍😘😘

  • @AmalshortsWorld
    @AmalshortsWorld Před 3 měsíci +3

    Dhuniya lagil bihu gaan tu huni.❤

  • @mantuborah6386
    @mantuborah6386 Před 3 lety +2

    Assamr bahirot asu karne bihu bihu loga nasil apunalukr bihu2 xuni gaat bihu bihu lagi goise xosakoi bht val lagil

  • @palashgogoi3959
    @palashgogoi3959 Před 3 lety +47

    ইমান সুন্দৰ হৈছে ।কবভাষা নাই গীততি লিখকৰ পৰা কেমেৰা মেনলৈ বিহুৰ শুভেচ্ছা থাকিল।

  • @plabanamahanta8389
    @plabanamahanta8389 Před 3 lety +14

    Bohut bhal lagil....Dihing r val loga" jin jin moina "xunibo pai notun bosor t ru bhal lagise❤......dihing🙏

  • @hemaray3884
    @hemaray3884 Před 2 lety +5

    শুনি থাকিলেও হেপাহ নপলায়, ইমান ভাল লাগিল । শুনিলেই নাচিবৰ মন যায় 💕💕💕

  • @joyshreemohan2852
    @joyshreemohan2852 Před 2 lety +2

    ঢোলৰ ৰগৰ এটা extra কৈ লাগিছিল....বহুত মজা লাগিল...এনেকৈ গাৰ নোমবোৰ দাং খালে হে বিহু কয়...

  • @sekhargogoi2079
    @sekhargogoi2079 Před 3 lety +28

    বহুত দিনৰ এনেকোৱা বিহুগীত শুনিবলৈ পালো । সুন্দৰ হৈছে 👍👍👍👍👏👏👏

  • @rupjyotiraagmusic2372
    @rupjyotiraagmusic2372 Před 3 lety +7

    Dhuniyaaa😍😍❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @dulumonideka3923
    @dulumonideka3923 Před 3 lety +3

    কথা, সুৰ, কণ্ঠৰ কি অপূব সংমিশ্ৰণ? সঁচাকৈ স্বগানুভূতি প্ৰদান কৰে এনে সুৰ তথা কণ্ঠই যাক লৈ আমি সদায় গৌৰৱ অনুভৱ কৰো❤💕😍🥰

  • @prashantadoley29
    @prashantadoley29 Před 3 lety +14

    Nice song i proud to our Assamese flim industry n our bihu

  • @bhagyajitgohain9102
    @bhagyajitgohain9102 Před 3 lety +77

    বহুদিনৰ মূৰত ইমান সুমধুৰ এটি বিহু গীত শুনিবলৈ পায় বহুতে ভাল লাগিছে। সকলো কলা কৌশলীলৈ শুভেচ্ছা থাকিল।

  • @shilpaburagohain6076
    @shilpaburagohain6076 Před 3 lety +14

    Dehing always Rock🤟 জয় দিহিং 🥳

  • @dhandeka4419
    @dhandeka4419 Před 2 lety +1

    অসমৰ বিহুৱা ৰজা খগেন দা

  • @ShyamjyotiBorah-fs1qj
    @ShyamjyotiBorah-fs1qj Před 3 měsíci +1

    অসমৰ গৌৰৱ খগেন ককাইদেউ❤❤। বিহু সম্ৰাট, বিহু আচলতে এইয়া শুনিয়েই গাটো কিবা এটা লাগি যায়,

  • @dhritismitaray9622
    @dhritismitaray9622 Před 3 lety +72

    ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ 🙏।।।
    মন ভৰি পৰা বিহু গান 'জিন‌ জিন মইনা'😍♥️

  • @medhitraveldairy1511
    @medhitraveldairy1511 Před 3 lety +15

    পাবত গজা তথাকথিত নপতাফুকণ শিল্পী কেইটা কৈ হাজাৰ গুণে বেছি ভাল গাইছে । বাপুজী ককাইদেউ অনুৰাগী হিচাপে গান টো এই বিহুৰ বতৰত শুনি বলৈ পায় আৰু বহুত বেছি আনন্দিত হলো । আপোনালোকৰ ভবিষ্যত কল্যাণ কামনা কৰিলো ।

  • @migendrapatar6662
    @migendrapatar6662 Před 2 měsíci +1

    Bapuji apunar gan bohut val lagile khuni amar gaot ❤❤❤❤

  • @Miss_ananya0666
    @Miss_ananya0666 Před 2 lety +5

    ইমান সুন্দৰ বিহু গীত ❤❤

  • @munukalita6133
    @munukalita6133 Před 3 lety +6

    Mojjaaa

  • @borhollayoutuberakashdas
    @borhollayoutuberakashdas Před 3 lety +80

    আমাৰ গুৰু ৰঞ্জীত গগৈ দেৱক শতকোটি প্ৰণাম।

  • @bishyajithira6657
    @bishyajithira6657 Před 3 lety +4

    বহুত বহুত ভাল লাগিল।বহু দিনৰ পিছত এনেকুৱা বিহু শুনিলো।বহুত ভাল লাগিল।

  • @chintubaruah6062
    @chintubaruah6062 Před 2 lety +1

    Ei he bihu ......bohut dinor murot bhal gaan hunibo paisu

  • @lakhyajeet
    @lakhyajeet Před 3 lety +7

    Aituke hunim roba next level bihugit,,,bohut bosor murot😍😍😍

  • @nishakalita8301
    @nishakalita8301 Před 3 lety +29

    কিমান ভাল পাওঁ গান তোক বুজাব ভাষা নাই❤️❤️

  • @kanakdeka3308
    @kanakdeka3308 Před 6 měsíci +2

    Bapuji da ufff voice ❤❤

  • @kamalingtisongsmusics4862

    বহুত সুন্দৰ বিহু গীত ।

  • @padumgogoi5257
    @padumgogoi5257 Před 3 lety +6

    খুবেই সুন্দৰ হৈছে গীত টো শুনি ভাল লাগিল

  • @pranjalsaikiaR16
    @pranjalsaikiaR16 Před 3 lety +147

    ২০০২-০৩ চনৰ পৰাই বিহুগীতত কৈলাশ ৰাভা দেৱৰ বাঁহীৰ সুমধুৰ সুৰ শুনি আহিছোঁ ।
    প্ৰচাৰ বিমুখ এইজন শিল্পীকো আমি মনত ৰখা ভাল ।।

  • @himarani7096
    @himarani7096 Před 3 lety +15

    এই গীতটো সোনিলে আকৌ এবাৰ সোনিব মন যায় । গীতটোৰ জনপ্ৰিয়তাৰ আৰু বহুত হওঁক আৰু লগতে শিল্পী সকলৰ ভৱিষ্যতে উৎজল কামনা কৰিছোঁ

  • @rahulhazarika1058
    @rahulhazarika1058 Před 3 lety +1

    Bhh iman dhunia lagisy Aia by bihu apunara Hur kontho iman dhunia lagisy

  • @avengers7521
    @avengers7521 Před 3 lety +9

    দেহা মন শাঁত পেলাই দিয়ে গানটোৱে এনেকুৱা গান যাতে আৰু উলিয়াই বহুত আশা কৰিলো

  • @parthaprotimsaikia1799
    @parthaprotimsaikia1799 Před 3 lety +21

    বহুত দিনৰ মুৰত ইমান খাটি বিহু এটি শুনিলো দেই ,, মনটো জুৰ পৰি গল ৷ এয়াহে প্ৰকৃত বিহুৰ গীত ৷

  • @anjalipatowary6467
    @anjalipatowary6467 Před 3 lety +5

    গীত টু বৰ ধুনীয়া হৈছে সুনীলে সুনী থাকিবলৈ মন যাই

  • @hridoykhound5336
    @hridoykhound5336 Před 3 lety +5

    বঢ়িয়া..... বাপুজী দা।

  • @ashimsaikia3009
    @ashimsaikia3009 Před 3 lety +12

    Bht dhunia lgile ..tamm enjoy korilu ....mojaa😍🥰

  • @bishnurai2192
    @bishnurai2192 Před 4 dny +1

    Beautiful bahut bhal lagise 🌷🙏🌷

  • @Porinita55_77
    @Porinita55_77 Před 3 lety +11

    ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালোঁ।❤️❤️❤️❤️❤️

  • @nitishnb5071
    @nitishnb5071 Před 3 lety +5

    huni huni amoni nalaga gantu iman dhunia gaisa

  • @anjandutta7461
    @anjandutta7461 Před 3 lety +43

    ইমান ধুনীয়া গান এটা উপহাৰ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। খাতি অসমীয়া ভাষাৰে জিন জিন মইনা শুনি আমনি নালাগে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনালোকক ।❣️❣️

  • @pallaviborchetia1799
    @pallaviborchetia1799 Před rokem +1

    2 years hol kintu aji u huni amoni nalagy ai bihu gan tu. Aru ata lagy anekua bihu gan . ❤️❤️❤️❤️.

  • @bhaskarjit9631
    @bhaskarjit9631 Před 3 lety +1

    বহুত ভাল এটি গীত পাইছো । সুন্দৰ

  • @bharotigogoi8298
    @bharotigogoi8298 Před 3 lety +6

    সুন্দৰ হৈছে দেই ৷