এসময়ত আনৰ ঘৰত হাজিৰা কৰিছিল ,এতিয়া কোটিটকীয়া ব্যৱসায়ৰ মালিক , অসাধ্য সাধন কৰা গোবিন বৰদলৈৰ কাহিনী...

Sdílet
Vložit
  • čas přidán 7. 09. 2024

Komentáře • 420

  • @ruyumkondar4874
    @ruyumkondar4874 Před 2 lety +6

    সচাকৈয়ে আপুনি প্ৰেৰণাৰ উৎস। আপোনাৰ প্ৰেৰণাই জিলাখনৰ লগতে সমগ্ৰ ৰাজ্য তথা দেশৰ নৱ প্ৰজন্মৰ মনত জাগ্ৰত কৰি তোলক প্ৰকৃত মানৱ দৰদী হৃদয়বান ব্যক্তিত্বৰ ভাৱধাৰা।

  • @mainadhun4019
    @mainadhun4019 Před 3 lety +22

    ভগবানৰ ওচৰত আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছো।আপোনী নৱপ্ৰযনৰ কাৰণে অনুপ্ৰেৰণা আৰু আদৰ্শ হৈ ৰওক 🙏🙏

  • @jitumonisarma2313
    @jitumonisarma2313 Před 3 lety +5

    খুড়াদেউ জনৰ ব্যৱসায় আৰু মনৰ কথাবোৰ জানিব পাৰি বহুত বহুত উৎসাহিত হৈ পৰিছো নিদৰ জীৱনটোৰ কথা ভাৱি...লগতে তেওঁৰ গোটেই জীৱনৰ যি আবেগভৰা কাহিনী সেয়া তেখেতৰ নিজৰ মুখেৰেই জানি মনত বহুত শোক পাইছো সঁচাকৈয়ে.... তেখেতক যেন এবাৰ লগ পাই চৰণ চুই সেৱা লম সেয়া মোৰ মনৰ ইচ্ছা হৈ পৰিছে.... ধন্যবাদ জনাইছো আপোনালোকৰ চেনেললৈ তথা খুড়াজনলৈ.....🙏🙏🙏

  • @indrajitgogoi4742
    @indrajitgogoi4742 Před 3 lety +10

    বহুত বহুত ধন্যবাদ জনাইছো দাদা আপোনাক ঈশ্বৰে মংগল কৰক।

  • @hirakjyotikashyap5387
    @hirakjyotikashyap5387 Před 2 lety +3

    গোবিন খুড়াক কথা বিলাক ইমান ভাল লাগে।ভগৱানে খুড়াক সদায় ভালে ৰাখে যেন

  • @riyanshicoaching
    @riyanshicoaching Před 3 lety +21

    আপুনি কিছুমান খুব গুৰুত্বপূৰ্ণ কথা ক'লে।
    আপোনাক অন্তৰৰ পৰা ধন্যবাদ জনালো।।।

  • @jagadishgoswami3494
    @jagadishgoswami3494 Před 3 lety +11

    সচাঁ কে দাদা আপোনাৰ জীৱন কাহিনী শুনি কান্দি দিবৰ মন যায়। আপুনি ইমান ধুমুহাৰ পিচ টো সিংহৰ দৰে যে থিয় দিছে তাৰ বাবে আপোনাৰ চেলুত।

  • @musicalassam6627
    @musicalassam6627 Před 3 lety +2

    Bohut val lagil video 2 sai khura apuni amr dore uthi aha nobo প্ৰজন্ম Bohut bohut শিক্ষা দিছে

  • @rajibkamalborah3611
    @rajibkamalborah3611 Před 3 lety +6

    উপাৰ্জনৰ মহৎ প্ৰচেষ্টা অতুলনীয়। বৰদলৈ ডাঙৰীয়াৰ জীৱন সংগ্ৰাম তথা চিন্তাধাৰাক অন্তৰৰ পৰা শুভেচ্ছা জনাইছো।

  • @karobirajkumari4482
    @karobirajkumari4482 Před 2 lety +4

    দাদা আপোনাৰ কথাবিলাক শুনি থাকিলে শুনি থাকিব মন যায়।আপোনাৰ জীৱন কাহিনী শুনি সঁচাই বহুত দুখ লাগিল আপুনি এজন বিশাল হৃদয়ৰ মানুহ ।ভগৱানে আপোনাক আশীৰ্বাদ কৰক সুস্বাস্থ্যৰ কৰি ৰাখক🙏

  • @pranpatiri1869
    @pranpatiri1869 Před 3 lety +6

    বহুত বহুত ভাল লাগিল ছাৰৰ জীৱন কাহিনী শুনি । মইয়ো ছাৰৰ দৰে মোৰ জীৱনৰ লগতে আন কাৰোবাক আগুৱাই নিম এইয়া মোৰ সঙকলপ।🙏🙏🙏🙏🙏🙏🙏🙏🤝🤝

  • @anitadevi285
    @anitadevi285 Před 3 lety +11

    বা: বা:আপোনাৰ জীৱন ধন্য। আপোনাৰ মানুহ গৰাকীও বহুত মহান।

  • @rajudeka4679
    @rajudeka4679 Před 3 lety +48

    বহুত মহান আপুনি। আপুনি দীৰ্ঘদিন সুস্থ হৈ থাকক

  • @ranjanaburagohain8044
    @ranjanaburagohain8044 Před 3 lety +4

    আসমীয়া যুৱকসকলৰ বাবে পাথেয় হৈ ৰব বৰদলৈডাঙৰী।আপোনালৈ বহুত ধন্যবাদ, এনেকুৱা সাহসী মানুহৰ চিনাকী কৰাই দিয়াৰ বাবে।👍🙏👍

  • @babulborahsonowal1626
    @babulborahsonowal1626 Před 2 lety +9

    দাদা আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো, ভগৱানে আপোনাক কুশলে ৰাখক।

  • @dhstatus
    @dhstatus Před 2 lety +2

    এই মানুহ জনৰ কথা আজি প্ৰাই 8বছৰ আগত শুনিছিলো আৰু আজি video টো চাই তেখেত বুলি আৰম্ভণিতে গম পাই সকলো video টো চালু খুব ভাল লাগিল লখিমপুৰ গলে মানুহ জনক এবাৰ হলেও চাম,

  • @jitsojakahani
    @jitsojakahani Před 2 lety +3

    সঢাই আপুনি এজন আদৰ্শ অসমীয়া যুগপূরূষ। অসমীয়া যুৱ সমাজত এক নতুন জাগৰন সূচনা কৰা এই মহান প্ৰয়াসক আদৰনি জনাইছো। ভবিষ্যতে আপোনাক লগ পোৱার আশা রাখিলো।

  • @pranjaljyotibordoloi2551
    @pranjaljyotibordoloi2551 Před 3 lety +2

    UPARJON channel k dhonyabad jonau j ai madhyomor dara amar axomiya juwok xokolok prerona jugabole bohutu sesta korise.. Anekua inspirational interview aru kori jai jen taarei kamona,. Dhonyabaad 🙏🙏

  • @Ranjunath8074
    @Ranjunath8074 Před rokem +2

    বহুত বহুত ধ্যানবাদ 🙏🙏🙏

  • @iamwhatiam8261
    @iamwhatiam8261 Před 2 lety +4

    গোবিন বৰদলৈ, আপোনাৰ মানৱীয় দৃষ্টি অত্যন্ত প্ৰশংসনীয় ।

  • @assamesevibe9334
    @assamesevibe9334 Před 2 lety +5

    আপোনাৰ নিচিনা মানুহৰ বহুত বেচি দৰকাৰ এটিয়া সময়ত .. ধন্যবাদ 🙏

  • @pratibhadevi4414
    @pratibhadevi4414 Před 3 lety +1

    Nomoskar mohaxoy , apuni bohut positive, sakalue Prerona paok , takei kamona korilu

  • @dwipenbhuyan1304
    @dwipenbhuyan1304 Před 2 lety +2

    You are not only a successful businessman but also a very good person with a golden heart... Almighty bless you sir... 🙏

  • @chetiahaflong3511
    @chetiahaflong3511 Před 3 lety +5

    Yes he is a hard worker..... Honest Business man... Grate social worker.... I salute you. May God Bless you. Amen.

  • @deepkumarnath1994
    @deepkumarnath1994 Před 2 lety +14

    প্ৰতিজন সফল ব্যক্তিৰ সফলতাৰ অাৰত দুখ: বিলাক লুকাই থাকে,

  • @kamalbarman2880
    @kamalbarman2880 Před 3 lety +1

    Bohut bohut val lagise verry verry nice

  • @SriCCDas
    @SriCCDas Před 3 lety +6

    দুখীয়া আৰু সংগ্ৰাম জীৱনৰ পাতনি সকলো ঈশ্বৰৰ আশীৰ্বাদ।

  • @covo871
    @covo871 Před 3 lety +6

    মইও এজন ঢকুৱাখনাৰে সন্তান 🤗 আপুনিও আমাৰ ঢকুৱাখনাৰ এজন ব্যক্তি বুলি অৱগত হৈ যথেষ্ট গৌৰৱ লাভ কৰিছোঁ 🤩 আপোনাৰ পৰা যথেষ্ট খিনি উৎসাহ পালোঁ । চল্লিশ মিনিট সময় কেতিয়া পাৰ হৈ গ'ল গমকে নাপালোঁ ❤️

  • @barashaborah5846
    @barashaborah5846 Před 2 lety +1

    ভাল লাগিলে কথাখিনি শুনি। ব্যৱসায়ত যে আপুনি সততা আৰু নিষ্ঠাৰে আগবাঢ়ি যাব পাৰিছে। ভগৱানে আপোনাক আৰু সহায় কৰক। কুশলে থাকক।

  • @Rajdeepsarmahofficial123
    @Rajdeepsarmahofficial123 Před 2 lety +1

    What a man... For today he is my ideal.. Great mentality... Moi potkoi cmnt nokoro kin2 ajir ei2 video mon sui gol... Luv u boss

  • @diliplason3603
    @diliplason3603 Před 3 lety +9

    আপুনি সচাকে লাখ লাখ যুৱক যুৱতীৰ অনুপ্রেৰণা...আপুনাৰ কথাবোৰ শুনাৰ পিচত এটা কথাই বুজিলো...মানুহে চেস্টা কৰিলে নোৱাৰা কাম একো নাই..
    আপুনি সচাকে মহান ব্যক্তি...

  • @bobitaborah1356
    @bobitaborah1356 Před rokem +2

    আপোনাক বহুত ভাল লাগিল ধন্যবাদ । আপোনাৰ দীঘায়ু কামনা কৰিলো ।

  • @pranjaldas9226
    @pranjaldas9226 Před 3 lety +2

    বহুত অসমীয়া chanel চাইছোঁ । কিন্তু আপোনাৰ এই প্ৰচেষ্টাই সচাকৈ আপ্লুত কৰিছে । বহুতো অসমীয়া লৰা ছোৱালী উপকৃত হব । ধন্যবাদ জনাইছোঁ

  • @simantabora4349
    @simantabora4349 Před 3 lety +1

    Apuni xosai sri bht val kam krih goii ase apuni bht Din je jiya Thkih

  • @onlyforfoodlover8703
    @onlyforfoodlover8703 Před 2 lety +2

    Great man. Salute to you...now u are my idol....🙂👍👍

  • @babagogoi4513
    @babagogoi4513 Před 2 lety +3

    প্ৰেৰণাৰ এক উজ্জ্বল জ্যোতিস্ক আমাৰ যুৱচামৰ ৷ আপোনাৰ ভবিষ্যত দীৰ্ঘায়ু কামনা কৰিলোঁ৷

  • @JitulChutia-xp9bk
    @JitulChutia-xp9bk Před 3 lety +8

    দাই 'মা' অনুস্থানটো ভালকৈ চলাই নিব। মই আপোনাৰ লগত আছো...

  • @gitaraja2863
    @gitaraja2863 Před 3 lety +3

    এজন আদৰ্শৰ ব্যক্তিৰ বিষয়ে সবিশেষ জানিবলৈ পোৱাৰ কাৰনে উপাৰ্জন লৈ অষেশ ধন্যবাদ।

  • @apurbadas1787
    @apurbadas1787 Před 3 lety +16

    Great men , Great human being and Great businessmen

  • @dhoritriborah4248
    @dhoritriborah4248 Před 2 lety +1

    দাদা আপুনি মহান ,,,ভগৱানে আপোনাক কুশলে ৰাখক

  • @brajagopalsharma469
    @brajagopalsharma469 Před 2 lety +1

    Salute you sir

  • @slowmandev7397
    @slowmandev7397 Před 3 lety +1

    বহুত ধুনীয়া চিন্তা ধাৰা...

  • @kusheswarborah5567
    @kusheswarborah5567 Před 2 lety +7

    প্ৰথমে আপোনাক আৰু আপোনাৰ কৰ্ম প্ৰনাম জনাইছো।মইয়ো গাঁৱৰ এজন সাধাৰণ হস্তশিল্প কৰ্মি। কিন্তু মই আৰ্থিকভাৱে আগবাঢ়ি যাব পৰা নাই।আপোনাৰ আশীৰ্বাদ অত্যন্ত প্ৰয়োজন দাদা।

  • @dj-rocksfamily9165
    @dj-rocksfamily9165 Před 3 lety +3

    Bohut bhal lagil sir , apunar nisina asomia manuh puwa bohut Jotil. Bhogobane apunak ru hokti deok.

  • @j4jorhat
    @j4jorhat Před 3 lety +3

    মোৰ জীৱনৰ এটা ভাল শিক্ষা মানুহজনৰ পৰা পালোঁ।।।।।মানুহজনক বহুত সাহস দিয়ক ভগৱানে তেখেতৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।।।।

  • @bornalimahanta612
    @bornalimahanta612 Před 3 lety +2

    দাদা আপোনাৰ কথা শুনি মোৰো বুকুত দৃঢ় ইচ্ছা সক্তিৰ জুই একুৰা জ্বলিছে। বহুত বহুত ধন্যবাদ।

  • @dipdas4254
    @dipdas4254 Před 3 lety +1

    Oti sundor great salute

  • @dikhyarani8139
    @dikhyarani8139 Před 3 lety +6

    Proud of you as a Dhakuakhanian..great humanity

  • @umeshsutradhar4627
    @umeshsutradhar4627 Před 3 lety +1

    Bohut bohut val kotha kole aru logote monot bohut bohut xahok dile kotha khini koi dhanyavaad 👍👍👍👍👍

  • @shaukatroushan2998
    @shaukatroushan2998 Před 3 lety +7

    What a great mentality Bordoloi da❤️
    Stay blessed

  • @debajitttahabildar4841
    @debajitttahabildar4841 Před 2 lety +2

    Good motivation

  • @chitrajitpegu9885
    @chitrajitpegu9885 Před 2 lety +3

    দাদা, আপোনাক বহুত বহুত প্ৰণাম 🙏

  • @brajensarma1577
    @brajensarma1577 Před 2 lety +3

    আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।

  • @pranjalchangmai9035
    @pranjalchangmai9035 Před 3 lety +1

    hosakoiye uncle apuner perona ye hokoluye jate success hoi aguwai jabo pare

  • @partharajkonwar2894
    @partharajkonwar2894 Před 2 lety +2

    Sir, Grand Salute to you.. Apuni amar yuva projonmar karone ajon role model.

  • @UtsavClothinghub
    @UtsavClothinghub Před 3 lety +4

    এনেকুৱা মহান ব্যক্তি খচাকৈই আমাৰ এক অনুপ্ৰাণিত , ধৈনবাদ 🙏

  • @banajitkalita7762
    @banajitkalita7762 Před 3 lety +2

    Thank you. Val lagil video.to

  • @assamvolger2774
    @assamvolger2774 Před 3 lety +2

    Dada apunar bht impression palu apunak vogoban a val kukhole rakhok ru agowai jawok🙏🙏

  • @anjanahazarika6387
    @anjanahazarika6387 Před 3 lety +2

    You are grate

  • @bhadraamsi5897
    @bhadraamsi5897 Před 3 lety +1

    Salute to you Sir. You are the greatest man. Apunar kotha xuni mur soku pani ulaise.....

  • @mrinmonbhai8898
    @mrinmonbhai8898 Před 3 lety +2

    Great and thanks

  • @binodkumardas4513
    @binodkumardas4513 Před 3 lety +2

    বহুত ভাল লাগিল এখেতৰ কথা সমোহ। ভগৱানে আৰু দিয়ক তাৰে কামনা কৰিলো।

  • @pujabaruah9619
    @pujabaruah9619 Před 3 lety +4

    আপোনাক শতকোটি প্ৰণাম দাদা

  • @kalparitamgogoi3815
    @kalparitamgogoi3815 Před 3 lety +6

    Heartiest thanks to both "Uparjon" and Mr. Bardoloi dev. Hope for a healthy and long life .

  • @pranabbarman953
    @pranabbarman953 Před 2 lety +3

    Real life motivation.. ❤❤God bless u dada❤❤

  • @pranjalboruah3670
    @pranjalboruah3670 Před 3 lety +8

    Dada your inspiration,way of motivation..you are crying me

  • @bijaybharadwaj9317
    @bijaybharadwaj9317 Před 2 lety +2

    Most inspiring story.... best wishes to Uparjan

  • @msree3113
    @msree3113 Před 2 lety +2

    Oh vogwan imn dukh dayok jibon par
    Korisa 🥺❣️🙏 apuni mohan khoske
    Apunr dauta r mohanota aru apunar jibon judhok salute 🥰❤️

  • @prasantabhatta3428
    @prasantabhatta3428 Před 3 lety +1

    Iman bhla lagil dukhu lagil. Amar jibonoru bohu kotha apunar logot mile.

  • @deepaksarma3709
    @deepaksarma3709 Před 3 lety +1

    আপুনি এজন মহান আৰু সাহসী অসমীয়া ব্যৱসায়ি ।

  • @minawatigogoi7627
    @minawatigogoi7627 Před 3 lety +2

    Bht vall lagil ,

  • @Abhigogoi1036
    @Abhigogoi1036 Před 3 lety +4

    Val lagile apunar kotha zaniboloi pai apuni hokolurei anuperona ❣️🙏

  • @pranpatiri1869
    @pranpatiri1869 Před 3 lety +4

    লগতে উপাৰ্জন channel ৰ দাদা আপোনি দিয়া video বোৰ চাই বহুত বহুত ভাল লাগে শাসহ পাওঁ

  • @swarupsonowal4014
    @swarupsonowal4014 Před 3 lety +1

    Very very nice and honest man.

  • @jatinborsaikia3293
    @jatinborsaikia3293 Před 3 lety +2

    Apunar poteyak tu kothai mkk agoloi utkha di jab bahut bhal lagil apunr adarkha ru uthaka udipona dekhi aponar dare ru 1jonu jadi bhal hole tkqu so much vedio tu sai bahut utkha palu

  • @user-od6hn7ym6m
    @user-od6hn7ym6m Před 3 lety +2

    বহুত ভাল লাগিল আপোনাৰ কথা বোৰ শুনি,,

  • @baharulislambarbhuiya6554

    Thanks brother

  • @naba2638
    @naba2638 Před 3 lety +2

    Val lagil sir apnr kothabur huni apnr kotha khni pora moyu bht utsah paisu business aromvo krbo ..dhnyobad

  • @mominabegum9625
    @mominabegum9625 Před 2 lety +2

    Bhut Val. Logil. Good bless u

  • @khanindradeka9641
    @khanindradeka9641 Před 3 lety +1

    বৰ সুন্দৰ লাগিল। তেওঁৰ দীৰ্ঘায়ু কামনা কৰিলোঁ।

  • @jyotishdas1490
    @jyotishdas1490 Před 2 lety +1

    Bohut vl lagilai takhaitor xundor xai podokhyp bor xuni aru anekua ajon manhu amar xai xomajot o bisaru ,takhaitor protitu wordtot amar ai oxohai baktiloi morom vl pua sotosufurta vabai asai ,takhaitor nisina bakti a xodai amar dorai oxohai nibonualoi agbarhi ahok ,katia o ami anor tolotia hoi kam koribo nalagai , Bhogobanai jain takhaitok Dirghaiu korai takai kamona korisu aji takhaitor ai basbik Xongram khinia amar logot mk o agbarhi jaboloi bohut utxah jogalai aru moi o takhaitor ai podokhypt a moi agbarhi jabolai khuju Bhogobanai jain mk takhaitor nisinakoi a anok xohai koribo pora kori tulai ai mor Bhogobanr ausort xorol parthona 🙏🙏🙏 ai sagotai apunalokoloi o bohut bohut dhanyabad ghapon korisu aji apunalokor jugaidai hai anekua bohut sabolombi bakti dakhibolai palu jar jugarai moi jibont Business kori ajon sabolombi bakti huar kolpona mor gorhi authisai dhannya bad Auparjon channel 🙏🙏🙏Jai ai Axom 🙏🙏🙏🙏🙏

  • @brajagopalsharma469
    @brajagopalsharma469 Před 2 lety +2

    Love you sir

  • @bhobenjyotiphukan1980
    @bhobenjyotiphukan1980 Před 3 lety +8

    প্ৰায় তেৰ, চৈধ্য বছৰ আগতে এযোৰ ধুনীয়া চোফা এখেতৰ পৰা লোৱা আজিও মোৰ ঘৰত ব্যৱহাৰ কৰি আছো ।

    • @Jms99
      @Jms99 Před 3 lety

      আপোনাৰ লক্ষ্য সপোন বোৰ বাস্তৱ হওক দাদা , ইছৰে সহায় কৰক আপোনাক

  • @juntidas165
    @juntidas165 Před 3 lety +2

    Sir bahut bhal lagil apuni bahu din jiyai thakak khasa aru mahan byakti

  • @biswajitborgohain4545
    @biswajitborgohain4545 Před 3 lety +2

    Thanks dada for your great speech....

  • @Rahim987Ali
    @Rahim987Ali Před rokem +1

    Allah bless you. You are just a true and pure soul.Sir please take care of yourself.we need you Sir.

  • @akhilburagohain381
    @akhilburagohain381 Před 3 lety +2

    Good bless you

  • @mintungmorang7150
    @mintungmorang7150 Před 2 lety +2

    Amazing....grt commendable views....sty blessed n strong...

  • @haloiB21
    @haloiB21 Před 3 lety +3

    কি কম কবলৈ শব্দ নাই, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ

  • @bishnupalhazarika3258
    @bishnupalhazarika3258 Před 3 lety +1

    Aguai jauk sir...... Sir apuni inspiring star

  • @MsMadhurjya
    @MsMadhurjya Před 3 lety +2

    Bhal lagil

  • @munmundeori1484
    @munmundeori1484 Před 3 lety +1

    বহুত ভাল লাগিল দেই

  • @mukuldeka1595
    @mukuldeka1595 Před 3 lety +1

    বৰ সুন্দৰ।

  • @bijugogoi4036
    @bijugogoi4036 Před 3 lety +4

    Great

  • @g.k.2380
    @g.k.2380 Před 3 lety +1

    Really you are great example of assames society

  • @dulandoley5171
    @dulandoley5171 Před 3 lety +2

    You're great Sir

  • @nfmixclub712
    @nfmixclub712 Před 3 lety +1

    You are great

  • @lishagogoi4325
    @lishagogoi4325 Před 2 lety

    কি বুলি মন্তব্য আগ বঢ়াম ভাৱিয়ে নাপালোঁ বহুত দেৰি ভাবিলো
    বহুত বহুত ধন্যবাদ আপোনাক কিয়নো এজন বিশেষ ব্যক্তিক আজি দেখিলোঁ

  • @rickinstrumentalists9899
    @rickinstrumentalists9899 Před 3 lety +2

    Iman bhal manuh oh 😭😭🔥🔥❤️❤️

  • @Djetaban
    @Djetaban Před 3 lety +5

    He should start his own youtube channel, an excellent motivator and skilled orator, we should make him famous, please share as much you can