পদাধিকাৰ কমলাকান্ত গগৈ
Vložit
- čas přidán 23. 11. 2022
- #ভাগৱতপাঠ #pranjitgogoi #pranjalprotimborah
অনুষ্ঠানত উপবিষ্ট প্ৰাক্তন পদাধিকাৰ ৰজনীাকান্ত দত্ত
স্থান - ব্ৰুৱ সিংহ সন্দিকৈ বাসগৃহ,পথালিবাম, ডিব্ৰুগড়।
video edit - Pranjal Protim Borah
M -8822878382
Jyotimoi channel -Pranjit Gogoi
M -7635942031
|| জয় গুৰু শঙ্কৰ||
কৃষ্ণ হৰি ৰাম ভকতৰ চৰণত সশ্ৰদ্ধ সেৱা নিবেদিলো
Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna🙏🙏🙏
মহাবাপ (মহান পুৰুষ) জনাক প্ৰণাম আৰু শ্ৰীচৰণত সেৱা জনাইছোঁ। জটিল সময় আৰু পৰিবেশত ভক্তি জ্ঞান প্ৰসাৰে অসমীয়া জাতিটোক ধন্য কৰি আহিছে। অসমৰ বহুত ঠাই ভ্ৰমণ কৰি ভাগৱতৰ সঠিক ব্যাখ্যাৰে পুণ্য অৰ্জন কৰা বাবেই চিৰ তৰুণ হৈ আছে আৰু থাকিবই । কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰভুজনা দাসীয়ে আপোনাৰ পদপঙ্কজত ভক্তিভৰা সেৱাভাগ জনাইছোঁ প্ৰভু । ভাল লাগিছে কৃষ্ণ কৃষ্ণ ৰাম ৰাম
কৃষ্ণ কৃষ্ণ বাপ সেৱা ভাগি নিবেদিলো
Ati hundor bap Krishna Krishna Krishna Bap
ওঁম নমো ভগৱতে বাসুদেৱায়
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏
Krishna Krishna Krishna Krishna
Excellent explanation.
Joi guru Sankar, madhava
Krishna 🙏 প্ৰভু ভগৱন্তই আপোনাক কৃপা কৰক, আপোনাৰ পৰা আগলৈ এই অমীত বাণী চৰ্বন কৰিবলৈ পাও,জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ 🙏🙏🙏
Krishna krishna krishna ram xewa jonaisu 🙏🙏🙏🙏🙏🙏
🙏কৃষ্ণ বাপ আপোনালোকক শত কুটি প্ৰণাম জনাইছো বাপ 🙏🙏🙏
জয় কৃষ্ণ💐💐💐💐
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জনা কোটি কোটি প্ৰনাম
ওঁম নমো ভগৱতে বাসুদেৱায়ম কৃষ্ণ🙏🙏🙏 কোটি কোটি সেৱা জনালো প্রভুজন🙏🙏🏎
Koti koti bar sewa jonaisu prabhusokol aami odhormie
কৃষ্ণ বাপ জনাক সেৱা জনালোঁ
Bhaga ontor Shree Saronot Kouti Kouti Pronam 🙏🙏🙏
কৃষ্ণ, জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ। কৃষ্ণ।
কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ সমস্তে সেৱা ধৰিছো ।আপোনাসবৰ পদ্মমুখহন্তে ব্যখ্যাভাগ শ্ৰৱণ কৰিবলৈ পায় ধন্য হলো 🙏 🙏 🙏 জয় গুৰু শঙ্কৰ ।
Krishna.. Krishna... Provu.. Kouti.. Kouti xewa nibedisu.. Krishna.
Krishna krishna krishna sewa janalu sakaluloi krishna .
কৃষ্ণ কৃষ্ণ কৃষ্ণ
বাপ জনায়ে অমৃত নিগৰাইছে। কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ আপোনাক ভক্তি ভৰা সেৱা জনালোঁ। কৃষ্ণ 🙏🏿
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ পদাধিকাৰ আপোনাৰ চৰণকমলত সেৱা নিবেদিছো। বহু কথাই জানিব পাৰিছো। আপোনাৰ পদ্ম মুখ হন্তে
কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম
কৃষ্ণ, কৃষ্ণ 🙏🙏🙏,ভকতৰ শ্ৰীচৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ
OMM NAMAH BHAGAWATA NAMU NAMAH 🙏🙏🙏🤍🤍🤍
কৃষ্ণ কৃষ্ণ। সমস্ত জনৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিলো।
কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ ।
বাপজনাৰ মুখেৰে কৃষ্ণৰ গুণানুকীৰ্ত্তন শুনি ভাল লগিল কৃষ্ণ
কৃষ্ণ, উপস্থিত সমূহ বাপ সকললৈ আমাৰ সেৱা নিবে দিলো , কৃষ্ণ
Krishna Krishna Krishna Krishna bap
Krishna krishna bap
🙏🙏কৃষ্ণ কৃষ্ণ বাপ জয় গুৰু শঙ্কৰদেৱ 🙏🙏 কৃষ্ণ আৰু পদাধিকাৰ বাপক 🙏 কৃষ্ণ
কৃষ্ণ, 🙏🙏
ঔম নমো: ভাগৱতে বাসুদেৱায়:
🙏❤️🙏
Sundar bhaykha bapp jana krishna krishna krishna
কৃষ্ণ
কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏 🙏
কৃষ্ণ। 🙏
Krishna prabhu
কৃষ্ণ, কৃষ্ণ কৃষ্ণ
ঔম নম ভাগৱতেই বাচুদেৱায় নম
কৃষ্ণকৃষ্ণ🙏
কৃষ্ণ কৃষ্ণ🙏
কৃষ্ণ 🙏 সেৱা নিৱেদিলো 🙏
Bohut vaal lagill.krishno.baap
Bor val lagil
কৃষ্ণ কৃষ্ণ । ভকত গৰাকীৰ মুখপদ্মহন্তে ব্যক্ত হোৱা কথাখিনিয়েই ভাগৱতৰ শ্ৰেষ্ঠ তম বানীযেন অনুভৱ হয়। কৃষ্ণ কৃষ্ণ ।
কৃষ্ণ পদাধিকাৰ প্ৰভূ জনাৰ শ্ৰী পদ্ম মুখেৰে ভাগৱত শ্ৰৱণৰ নিয়ম কলে শ্ৰৱণ কৰি নিজকে ধন্য মানিছো প্ৰভূজনাৰ শ্ৰী চৰণ পদ্মত ভক্তিভাৱেৰে সেৱা আগবঢ়ায় ছো 🙏🙏🙏🙏
কৃষ্ণকৃষ্ণকৃষ্ণ
🙏🙏🙏🙏 Joy guru Shanker 🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ
krishna..ķrishna..krishna.krishna.....
Krishna bapp jana sundar lagishy
Krishna
কৃষ্ণ 🙏🙏🙏
Krishna 🙏
Krishna Krishna bap
কৃষ্ণ কৃষ্ণ হৰি ৰাম🙏
কৃষ্ণ প্ৰভু 🙏
. অমৃত বছন শুনি ধন্য মানিছো
Krishna krishna
কৃষ্ণ 🙏🙏 পৰা
কৃষ্ণ কৃষ্ণ সেৱা নিবেদিছো
কৃষ্ণ কৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ,,,,,
🙏 কৃষ্ণ 👣👈🤲
🙏
Krishna Krishna bhal bhal Krishna.
কৃষ্ণ কৃষ্ণ 🙏🙏🙏
Ati uttam Krishna bap 👏👏👏
🙏🙏🙏 কৃষ্ণ
Krishna Krishna Bap
কৃষ্ণ🙏
কৃষ্ণ প্ৰণাম প্ৰভূ প্ৰণাম।
।। কৃষ্ণ। ।🙏🙏🙏
Ram krishna.
কৃষ্ণ 🙏🙏
কৃষ্ণ ।
Wel explained..ŕt person 2 take leadership.
🙏🙏🙏 কৃষ্ণ , ভকতৰ শ্ৰীচৰণত সশ্ৰদ্ধ সেৱা নিবেদিলোঁ ।
সুন্দৰ 👍
কৃষ্ণ, আপোনাৰ ব্যাখ্যা শুনি ধন্য হলো। মই শংকৰ সংঘত অন্তৰ্ভুক্ত হব বিচাৰোঁ। কিন্তু মোৰ মানুহ জনক মনাব পৰা নাই। আমাৰ ঘৰত দুবাৰ ভাগৱত ব্যাখ্যাও কৰাইছো, মোক এটা উপায় দিব পাৰিব নেকি
Krishna baap.
কৃষ্ণ সেৱা নিবেদিছো
Ram Ram
উপস্থিত সমস্ত বাপ আইলৈ আমি নতশিৰে সেৱা জনালো ।
পদাধিকাৰ বাপজনাক সেৱা জনালো,
অতি হৃদয় স্পৰ্শী ব্যাখ্যা 🙏🙏🙏🙏
ঔমঁ নমো ভগৱতে বাসুদেৱায়:.Ram krishna. Very nice .
🙏 কৃষ্ণ 👣👈🤲
@@jaganathsonowal6873 🙏🙏Ram krishna.
Om nomo vasudabaya Krishna Ram Krishna Ram Krishna
1st view....pranjit daa
🙏 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 🙏❤️🙏 আপোনাৰ মুখে ব্যাখ্যা শুনি অতি শান্তি লভিলোঁ, শতকোটি প্ৰণাম জনালোঁ, ভগৱন্তই আপোনাক সুস্থ আৰু দীৰ্ঘ যু কামনা কৰিলোঁ লগতে এইদৰে আগলৈ ব্যাখ্যা শুনিবলৈ পাম বুলি আশা কৰিলোঁ🙏❤️🙏কৃষ্ণ 🙏❤️ কৃষ্ণ ❤️🙏কৃষ্ণ ❤️🙏
কৃষ্ণ প্ৰভু পৰম অমৃত পাণ কৰিলো।আপোনাসৱৰ চৰণত দাসৰ সেৱাভাগ জনালো প্ৰভু।
বাপ জনা, কৃষ্ণ, এই অধমৰ সেৱা গ্ৰহণ কৰিব। জীৱেন শইকীয়া( খুমটাই, নাৰায়ণ প্ৰাথমিক)।
বহুত সুন্দৰ লাগিল
ভাল লাগিল
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏 সুন্দৰ ব্যাখ্যা
কৃষ্ণ কৃষ্ণ,,, সমস্ত আই বাপৰ চৰণত আমাৰ ভক্তিভৰা সেৱা জনালো।