Video není dostupné.
Omlouváme se.

জীৱনৰ প্ৰত্যহ্বানৰ ওচৰত কোনোদিন সেও নমনা এগৰাকী মহিলা mydung restaurant

Sdílet
Vložit
  • čas přidán 29. 06. 2022
  • জীৱনৰ প্ৰত্যহ্বানৰ ওচৰত কোনোদিন সেও নমনা এগৰাকী মহিলা mydung restaurant
    জীৱনৰ প্ৰত্যহ্বানৰ ওচৰত কোনোদিন সেউ নমনা এগৰাকী মহিলা ৷
    স্বামীয়ে এৰি থৈ যোৱাৰ পাছত দুটিকৈ সন্তানক বুকুত সাৱতি সংগ্ৰাম কৰা এগৰাকী মহিলা ৷
    uparjan contact number: 9101735732
    হতাশাগ্ৰস্ত হৈ তেওঁ এদিন আত্মহত্যাৰ কথা ভাবিছিলে ৷ কিন্তু পুত্ৰ কন্যাৰ মৰমে তেওঁক জীয়াই থাকিবলৈ বাধ্য কৰিলে ৷
    এবছৰৰ পূৰ্বে তেওঁ আনৰ পৰা টকা ধাৰলৈ আনি উত্তৰ লখিমপুৰত আৰম্ভ কৰিলে এখন ৰেষ্টুৰেণ্ট ৷ নাম দিলে মাই দুং ৷ কিন্তু ৰেষ্টুৰেণ্ট চলোৱা জানো ইমান সহজ ৷
    তেওঁ দৃঢ় মনোবলৰ বাবেই এতিয়া মাই দুং ৰেষ্টুৰেণ্ট এটা চিনাকী নামলৈ পৰিনত হৈছে ৷
    শদিয়াৰ জীয়ৰী আৰু লখিমপুৰৰ বোৱাৰী পিংকী হাজৰিকাৰ জীৱন কাহিনী এয়া ৷
    পিংকীয়ে কেনেদৰে বহু প্ৰত্যাহ্বানক পাৰ কৰি ব্যৱসায় চলাই গৈছে ,তেওঁৰ মুখেৰেই জানো আহক
    uparjan.in

Komentáře • 908

  • @user-nk3zc2sp8w
    @user-nk3zc2sp8w Před 2 lety +99

    বাইদেউৰ জীৱন কাহিনী শুনি চকু সেমেকি গ'ল। আপুনি হাজাৰ গৰাকী মহিলাৰ প্ৰেৰণাৰ উৎস বাইদেউ । আপুনি আৰু আগুৱাই যাওক পাছলৈ ঘুৰি নাচাব । Salute sister.

  • @gobin470
    @gobin470 Před 2 lety +71

    সাহসী নাৰী,আপুনি ভবাৰ দৰে ভগবান সহায় হওঁক আপোনাৰ।।।

  • @nrityakhound1109
    @nrityakhound1109 Před 2 lety

    apunak instagramot dekhi aku dhoriboi nuari...apunar je jibon tu emn challenging...bhaal lagil...pompy...never loss hope...you are like wonder woman

  • @puspadhardeka5665
    @puspadhardeka5665 Před 4 měsíci

    Excellent 👍👍👍. Bhanti tomak selut karo. Anekuwa karmat thaka sowali bilake aasalate anekuwai haba lage. Bhagwan aase tomar lagat. Himmat rakhiba. Thank s.

  • @chayanikadhunu9522
    @chayanikadhunu9522 Před 5 měsíci +7

    সঁচাকৈ...এয়াই জীৱন।😢😢😢
    বহুত বেছি দুখ লাগিল।😭😭😭😭
    আগুৱাই যোৱা বা ।❤❤❤

  • @Misskarabi
    @Misskarabi Před 2 lety +80

    এনেকুৱা লাগিল যেন আপোনাৰ কাহিনী বোৰ আৰম্ভণিৰ পৰা শেষলৈ শুনি যাওঁ , আগবাঢ়ি যাওক কেতিয়াও পিছলৈ ঘূৰি নোচোৱাকৈ ।।♥️♥️♥️🥰

    • @YogaTherapyAssam
      @YogaTherapyAssam Před 2 lety +1

      ঠিকেই কৈছে আপুনি czcams.com/channels/GYxG4SQL5T2iQqLbeEhP-g.html

  • @parulsaikiasonowal1652
    @parulsaikiasonowal1652 Před 4 měsíci

    you are great.aguai juok .bhogobane apunak aru apunar familik jen mongol rakhe

  • @Cayden4442.0
    @Cayden4442.0 Před rokem +1

    Great 👍🙏🙏🙏❤️❤️❤️

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 Před 2 lety +70

    সচাকৈ এচামে খাবলৈ নাপাই যুঁজ বাগৰ কৰি ফুৰে, আন এচামে ৰাইজৰ টকাৰে ৰাজভুগ কৰি আনন্দ পাই।❤️❤️❤️❤️❤️ সাহসেৰে জীয়াই থাকা👍👍🙏

    • @YogaTherapyAssam
      @YogaTherapyAssam Před 2 lety +1

      ঠিকেই কৈছে আপুনি czcams.com/channels/GYxG4SQL5T2iQqLbeEhP-g.html

  • @dhoniramchetia4296
    @dhoniramchetia4296 Před 2 lety +26

    জীৱন যুঁজত আগুৱাই যাবলৈ ঈশ্বৰে আৰু অধিক অদম্য শক্তি প্ৰদান কৰক🙏🙏🙏।

  • @user-ye6li7wu8b
    @user-ye6li7wu8b Před 4 měsíci

    👍👍

  • @dipakolita6443
    @dipakolita6443 Před 2 lety

    Good 👍👍 hahok thakibo laga salute muru apunar dora seem poristhiti

  • @bhargabacharja1778
    @bhargabacharja1778 Před 2 lety +10

    ইমান কম বয়সতে এনে অভিজ্ঞতা আৰু উন্নতি ।এয়া নেদেখা জনৰ কৃপা। ধৰ্য আৰু সাহসৰ অন্য নাম ভগবান।

  • @hemantahazarika9715
    @hemantahazarika9715 Před 2 lety +21

    I proud of you sister, I really proud of you,
    😢 ইমান সুন্দৰ কথা কৈছে , ইমান সাৱলীল আৰু স্পষ্ট কথা, সচাঁই অভিভূত হৈছো বা, মূলাগাভৰু দেশৰ কনকলতা দেশৰ এয়াই বীৰংগনা নাৰী, ইশ্বৰে কেৱল আগুৱাই নিয়ক বাইদেউ

  • @binagohain9329
    @binagohain9329 Před 2 lety

    Bht vl lagil aru agbahi jua hubhessa thakil

  • @MerryDoleyVlogs
    @MerryDoleyVlogs Před 4 měsíci

    Hallelujah

  • @Phukansdiary
    @Phukansdiary Před 2 lety +17

    প্ৰকৃত অসমীয়া সাহসী নাৰী। চেল্যুট❤

  • @competitivemathsandgk5682
    @competitivemathsandgk5682 Před 2 lety +16

    আপোনাৰ কথাবোৰ সঁচাকৈ অনুকৰনীয় , কেইটামান গুৰুত্বপূৰ্ণ সুন্দৰ কথা ক'লে ; ভাল লাগিল বাইদেউ ভগৱানে কুশলে ৰাখক আপোনাক 🙏🙏🙏

  • @pranjalchangmai9035
    @pranjalchangmai9035 Před 2 lety

    bhut val lgil baideu ,,jiban jujat ghat protighat thakibo ye ,,tar maja2 ja apuni har mona nai ,,, apuni agoraki mohila hokolor vitarat udahoron ,,,anar kothat aukan kori jikunu hothik dikhot aguwai juwa2 ha mul loikkhyo,,,,,salute baideu ,,,,apunak

  • @pinajsarma6411
    @pinajsarma6411 Před 2 lety

    Thanx ba ....lora sowali jnk manuh kriboloi sesta korok ...god bless u..

  • @user-jr1oe9tg2p
    @user-jr1oe9tg2p Před 2 lety +4

    সত্যতা আৰু নিষ্ঠাৰে আগুৱাই যোৱাৰ তোমাৰ জীবনৰ প্ৰতিটো খুজকে মই প্ৰনামিলো।জিবন মানেই যে সংঙ্ঘ এইটো সত্য প্ৰতিফলিত হৈছে তোমাৰ কৰ্মকৰতা পৰা ।
    এই পৃথিৱীত যাৰ কোনো নাই তাৰ লগত আছে মাঠু ভগৱান।ৰাখে হৰি মাৰে কোনে ?
    পৃথিৱীৰ এনে বহুত উদাহৰণ আছে নিজৰ দশতাক নিজেই চিনি পাই ইতিহাস ৰচনা কৰাৰ।
    আগুৱাই যোৱা সফলতাই তোমাৰ ভৰি চুবলৈ বেছিদিন নাই ।

  • @anishmritasarmah3339
    @anishmritasarmah3339 Před 2 lety +132

    চেল্যুট জনালোঁ তোমাক । প্ৰতিগৰাকী নাৰীৰ বাবেই তুমি এক বলিষ্ঠ আদৰ্শ । অশীৰ্বাদ কৰিছোঁ জীৱনত আৰু আগুৱাই যোৱা ।

    • @pilygoswami9414
      @pilygoswami9414 Před 2 lety +4

      পিংকী ; তোমাৰ কাম আৰু সাহসক চেল্যুট জনালোঁ । জীৱন যুঁজত হাৰি নোযোৱা মানুহহে প্ৰকৃত সৈনিক বুলি কোৱা হয় ।সংগ্ৰামৰ অবিহনে জীৱনৰ মাদকতাই বাৰু ক'ত !! ধন্য হওক আপোনাৰ জীৱন ।সত্যত থাকিলে নেদেখা জনে সহায় কৰে ।আগন্তুক দিনত আপোনাৰ আৰু বেছি উন্নতি হওক লগতে আপোনাৰ দুই সন্তান আপুনি কোৱাৰ দৰে সমাজত একো একোজন সুন্দৰ মানুহ হৈ পৰিচয় লাভ কৰক তাৰেই কামনা কৰিলোঁ ।জীৱন জিন্দাবাদ """"""

    • @YogaTherapyAssam
      @YogaTherapyAssam Před 2 lety +1

      সচা কথা। কি যে কম । czcams.com/channels/GYxG4SQL5T2iQqLbeEhP-g.html

    • @jkcorner1597
      @jkcorner1597 Před 2 lety

      Hosa kotha💞💞💞💞

    • @jumonlahongaming5817
      @jumonlahongaming5817 Před 2 lety

      Muru.jibon.tumardore.Moi.kintu.vejitebol.dukani

    • @jyotikadutta5187
      @jyotikadutta5187 Před 2 lety

      😁🙏🙏 bamou niu vali Kory satumi

  • @negalaxy8195
    @negalaxy8195 Před 4 měsíci

    Bohut hahokhi tumi..👍..aru sguai jua..God bless you

  • @munmiborah9163
    @munmiborah9163 Před rokem

    Val lagil..

  • @ghanakantamech6178
    @ghanakantamech6178 Před 2 lety +23

    প্ৰভু যীচুৱে আশীৰ্বাদ কৰক আপোনাক

  • @manjitabhuyanhandique9006
    @manjitabhuyanhandique9006 Před 2 lety +17

    আগবাঢ়ি যোৱা, তোমাক ঈশ্বৰে আৰু আশীৰ্বাদ কৰক,এয়ে প্ৰাৰ্থনা কৰিছোঁ 🙏🙏🙏

  • @jushnaborah1919
    @jushnaborah1919 Před rokem

    Really Sokupani Ulai Gol Apuner kotha bur Huni God Bless You Forever 😢👍

  • @manobendrabordoloi4630

    Nomoskar baidew you are great

  • @mainanitu7047
    @mainanitu7047 Před 2 lety +171

    সুন্দৰ এক প্ৰজেটিভ চিন্তাধাৰা । প্ৰকৃত নাৰীবাদৰ উৎকৃষ্ট নিদৰ্শন ।

  • @farminbegumofficial3442
    @farminbegumofficial3442 Před 2 lety +6

    মৰ্মস্পৰ্শী 😭 ছোৱালী হিচাপে অনুভৱ কৰিছো দূখ বোৰ 🙏🏽 আগুৱাই যোৱা বা❤️

  • @bipulsaikia7415
    @bipulsaikia7415 Před měsícem

    বাইদেউ আপোনাৰ কমময় জীৱন আগুৱাই নিয়ক এইয়ে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনালো কৃষ্ণ ।

  • @user-yd8kz2sw5g
    @user-yd8kz2sw5g Před 4 měsíci

    Good.

  • @ranjibborah3274
    @ranjibborah3274 Před 2 lety +6

    বহুত সুন্দৰ কথা।দুবাৰ চালো আপোনাৰ you tube ! আপোনাৰ দৰে সাহসী তিৰোতা খুব কম।

  • @tulikamajuli755
    @tulikamajuli755 Před 2 lety +6

    ঠিকেই কৈছে ভগৱানৰ ওচৰত মনৰ কথা কোৱা ভাল মানুহৰ আগত কোৱাতকৈ। আৰু আগবাঢ়ি যাওক আপোনী।

  • @user-bh9nq6rp3n
    @user-bh9nq6rp3n Před měsícem

    বহুত ধন্যবাদ জনাইছোঁ তোমাক

  • @swapnaskitchenlifevlog7798

    Tiruta manuh hole enkuwai hbo lage beya dikhot nhoi val dikhot goi nijor domt solibo lage .. bhot val kam korise salute apunak👏🙏 aru aguwai jauk

  • @Juktie546
    @Juktie546 Před 2 lety +5

    সুন্দৰ আপোনী আগোৱাই যাক। তাকেই কামনা কৰিলো।

  • @kdeori4945
    @kdeori4945 Před 2 lety +15

    ভগৱান তোমাৰ প্ৰতি মুহূৰ্ততে সহায় হওঁক কামনা কৰিছো।

  • @dipokgogoi202
    @dipokgogoi202 Před 4 měsíci

    You are great

  • @bijukalita3567
    @bijukalita3567 Před rokem

    Aponar ktha batara eman dhunia...
    Bhagwaane aponak xadai xahai krib..

  • @dilipchandradas2292
    @dilipchandradas2292 Před 2 lety +6

    ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ তোমাক যেন আৰু আগুৱাই যাবলৈ সদায় সহায় কৰক, শক্তি দিয়ক। আমাৰো আশীৰ্বাদ থাকিল।

  • @entertainmentvideos6594
    @entertainmentvideos6594 Před 2 lety +3

    বহুত ভাল লাগিল আপোনাৰ উদ্দামিতা দেখি, বহুত আগুৱাই যাওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো বাইদেউ।

  • @rinkuahmed6703
    @rinkuahmed6703 Před 4 měsíci

    Aguwai juwa

  • @bimansaikia4305
    @bimansaikia4305 Před 2 lety +5

    বাই দেউ জীৱন যুদ্ধত যি কাৰো অন্যায় নকৰাকে স্থিৰ হৈ থাকে সেই জনেই যুদ্ধিস্থিৰ । আপুনি তাকেই কৰিছে আপোনাক অশেষ ধন্যবাদ।

  • @SineBStudio
    @SineBStudio Před 2 lety +3

    You are such a strong soul... anekoi aguwai jaok sahoxere..baa joni loi huvessha thakil..

  • @antaraandnamasyavlog2076

    Video to sai bohut val lagil 🙏

  • @Bobisideasandvlogs
    @Bobisideasandvlogs Před 2 lety +11

    আপোনাৰ সাহকিতা মানিব লাগিব। শুভেচ্ছা থাকিল আৰু যাতে আগবাঢ়ি যায়।

  • @sumudarrang8399
    @sumudarrang8399 Před 2 lety +11

    সঁচাই বহুত অনুপ্ৰেৰণাৰ প্ৰতীক ❤❤

  • @hirendrasaikia3719
    @hirendrasaikia3719 Před 2 lety

    Bohut motivation palu ai video tur pora .... Aru apuni aru aguai jog...

  • @priyanka--0726
    @priyanka--0726 Před 2 lety

    👍

  • @gunakantabaruah1988
    @gunakantabaruah1988 Před 2 lety +45

    তোমাৰ কথা বোৰ শুনি দুষিত হলোঁ। লগতে সুখী ও হলোঁ।ধৈৰ্য ধৰি ভালকৈ আগবঢ়া নিশ্চয় এদিন সফলতা লাভ কৰিব পাৰিবা।

  • @putalimudoi7952
    @putalimudoi7952 Před 2 lety +4

    বাইদেউ নিজে নিজৰ ওপৰত লোৱা সিদ্ধান্ত সঠিক হৈছে। ধৈৰ্য মানিছো। এদিন আপোনাৰ ওচৰত আহি ক্ষমা খুজিবহি চাব। বহুত ধন্যবাদ।আগুৱাই যাওক।

    • @YogaTherapyAssam
      @YogaTherapyAssam Před 2 lety

      ঠিকেই কৈছে আপুনি czcams.com/channels/GYxG4SQL5T2iQqLbeEhP-g.html

  • @kamalborgohain4041
    @kamalborgohain4041 Před 4 měsíci

    You are great. God bless you. Keep it up.

  • @pujakonwar3347
    @pujakonwar3347 Před 2 lety

    Val lagil huni khta bur ba bijontu aru aguai jok apune val hok apunar jibontu ...

  • @hemolatavlogs
    @hemolatavlogs Před 2 lety +12

    ঈশ্বৰ সঁচাকৈ আছে ❤️

  • @aryankashyap1437
    @aryankashyap1437 Před 2 lety +12

    এনেকুৱা স্টেইট আৰু আত্মবিশ্বাসী আৰু ধনাত্মক কথাহে মোৰ প্ৰিয়৷

  • @AnamikaKalita-xj5ij
    @AnamikaKalita-xj5ij Před 4 měsíci

    Video Tu sai bohut val lagil. Very inspired to me.

  • @themonk9824
    @themonk9824 Před 2 lety

    👏👏

  • @gayatrymaladevikhound8801

    তোমাৰ বহুত ভাল হ'ব। আশীৰ্বাদ দিছোঁ ।

  • @sumivines
    @sumivines Před 2 lety +3

    Salute baa🙏 বহুত নাৰীৰ সাহক আপুনি 🥰

  • @mominabegum9625
    @mominabegum9625 Před 2 lety

    Good. Vary good

  • @munuyt7057
    @munuyt7057 Před 2 lety

    Kobole bhakha nai ❤️❤️❤️❤️ apuni aguwai jaok vogoban apunr logt hodai thakibo 👍👍🙏🙏🙏🙏🙏🙏

  • @minubathel9992
    @minubathel9992 Před 2 lety +23

    আপুনি প্ৰভু যীচুক বিশ্বাস কৰে, সেই যীচুৱে আপোনাক গোটেই জীৱন সহায় কৰিব।

    • @lakhisaikia1139
      @lakhisaikia1139 Před 2 lety

      Bonori তৈ এইটো কি কথা কৈছোঁ

    • @digantaanthony27
      @digantaanthony27 Před 2 lety +1

      Prabhu Jisu , jivit ishwar hoi, bhanti tumi aaguai juwa , Iswar a tumak hohai karibo 🙏🙏🙏

    • @malabourpaakghor8475
      @malabourpaakghor8475 Před 2 lety

      ভগৱানে তোমাৰ মঙ্গল কৰক 🙏

  • @jyotichetiabaruah9015
    @jyotichetiabaruah9015 Před 2 lety +7

    সংঘাতে আনে জীৱনৰ নতুন তৰংগ ৷ আগুৱাই যোৱা সোনাৰু হালধিয়া হাঁহিৰ দৰে তোমাৰ জীৱনটোও হালধিয়া হৈ পৰক ৷
    ( জুন চেতিয়া )

    • @YogaTherapyAssam
      @YogaTherapyAssam Před 2 lety

      অতি সুন্দৰ কথা কলে দেই czcams.com/channels/GYxG4SQL5T2iQqLbeEhP-g.html

  • @pallabibaishya7487
    @pallabibaishya7487 Před 2 lety

    Hosai baidyu apunar kotha khini huni bht sahoh paisu apuni ru aguai jauk vgobanr usart takyi parthona korilu

  • @PranabDas-if3gz
    @PranabDas-if3gz Před 2 měsíci

    Vl lgil video to sai baudeo apuni aguai jaok aru Lara sowali dutak vll mnuh krok

  • @mituswargiary7237
    @mituswargiary7237 Před 2 lety +4

    You are such a strong woman ma'am...you need to be applauded...you are the one true living example for many people in this era. Hats off...keep going...my best wishes to you....🙏🎊⭐

  • @purobigogoi8616
    @purobigogoi8616 Před 2 lety +3

    আগবাঢ়ি যোৱা. 🙋‍♀️👌🙏Sadiya suwali hahok dha niya bad. 🙏. Sadiya kun gaon. Jonale val lagibo..

  • @prohelikasblog6422
    @prohelikasblog6422 Před rokem

    Bohut vaal lgil.. Baa

  • @laxmitwowheeler3586
    @laxmitwowheeler3586 Před rokem

    Val lagile video tu sai 👍👍👍

  • @dharitrithakuria4862
    @dharitrithakuria4862 Před 2 lety +9

    True inspiration. Salute mam🙏🙏

  • @aishwaryagogoi3930
    @aishwaryagogoi3930 Před 2 lety +8

    Hats off to you ma'am, you are encouraging many womens through your journey..hardwork pays off..wish you a bright future and happy life ahed

  • @BimanSaikia-eh6gc
    @BimanSaikia-eh6gc Před 4 měsíci

    Thanks

  • @kumudphukan5640
    @kumudphukan5640 Před 2 lety +4

    শুভেচ্ছা দিছোঁ।হাৰ নামানিব ।জীৱনটো প্ৰত্যাহ্বান হিচাপে ললে সফল হবই।কথাখিনি ভাল লাগিল।

  • @rikichakraborty2713
    @rikichakraborty2713 Před 2 lety +8

    She never gave up , really should be saluted.

  • @upenpokhrel1740
    @upenpokhrel1740 Před 4 měsíci

    Bravo 👏 God bless you

  • @user-ml5eb4hq8q
    @user-ml5eb4hq8q Před 2 lety

    ধন্যবাদ ্্আৰুআগবাঢ়িযাওক

  • @tulikabora9527
    @tulikabora9527 Před 2 lety +8

    Deha ba🥺🥺🥺❤️❤️❤️❤️toi bht hahohi Mur ba hodai jikili thak hklure agt🥺❤️❤️❤️🌎🌎🌎

  • @sopuboruah2664
    @sopuboruah2664 Před 2 lety +75

    সদায় আগুৱাই যোৱা। লক্ষীমপুৰ গলে সোমাই আহিম ।।❤️❤️❤️

  • @SomalRabha
    @SomalRabha Před 4 měsíci

    Aapuni ak prerona. Salute

  • @rajeshdeori6453
    @rajeshdeori6453 Před rokem

    Very very good Job very happy

  • @junemonimahanta5291
    @junemonimahanta5291 Před 2 lety +5

    মাইডুং আৰু আগুৱাই যাওক 👍 ভগৱান সকলো সময়তে আপোনাৰ সহায় হওক 🙏🙏

  • @bittughosh8611
    @bittughosh8611 Před 2 lety +3

    You are the icon lady of every youth

  • @manjuraniboro6128
    @manjuraniboro6128 Před 2 lety

    Val lagil bohut strong apuni 💪

  • @pradiptakataky2167
    @pradiptakataky2167 Před 2 lety +6

    God bless you.

  • @mrinaligogoi3811
    @mrinaligogoi3811 Před 2 lety +3

    বাইদেউ ভগৱানে আপোনাক অফুৰন্ত শক্তিৰ অধিকাৰী কৰক আৰু সদায় সহায় কৰক

  • @barsharanilifenvlog2546

    Val lgil ba...aji aitu rupot dekhi Bea lagise agote emn dhunia koi tumr video sai asilu atia nedekha holu...kintu aku ni...Tumk loi gourob korisu...selut ba..love u

  • @chandramapait8652
    @chandramapait8652 Před 2 lety

    Val lagile ba aguwai jauk ba vogobane apunak kukhole rakhok🙏

  • @arunahandique7079
    @arunahandique7079 Před 2 lety +5

    Congratlution.and God blesse you

  • @malindaspare8321
    @malindaspare8321 Před 2 lety +7

    চৰকাৰে এই মহিলাগৰাকীক যেন সহায় কৰে আশা থাকিল বহুত ।

  • @chefsantasarmah
    @chefsantasarmah Před 2 lety

    apuni aguwai jaok bohut bhal lagil apunar kotha khini khuni

  • @lalitadeka7406
    @lalitadeka7406 Před 4 měsíci

    You are great 👍

  • @araithaboro5757
    @araithaboro5757 Před 2 lety +7

    👍👍🥰 struggle is the Main way of poor people 😭😭

  • @footballindia4061
    @footballindia4061 Před 2 lety +5

    salute you sister and thank you so much uparjan channel 🙏🙏🙏

  • @karabinath7970
    @karabinath7970 Před 4 měsíci

    👍👍👍👍👍

  • @assamesbuwari2518
    @assamesbuwari2518 Před 2 lety

    👍🙋

  • @dipti767
    @dipti767 Před 2 lety +3

    Hosakoi aponr kothabur hune buhot buhot val lagela❤️❤️❤️❤️❤️

  • @mgogoi2149
    @mgogoi2149 Před 2 lety +16

    jibnor anyo nam hoise struggle. patience. etc. keep it up. God help you also❤

  • @pompiboruah9265
    @pompiboruah9265 Před rokem

    Mauhor jibnt dukh thakei kin2 hei dukhor lgt jujibole hokti o lagib hei hokti apunar ase so apuni aru agbahi jaok tare kamona krisu god bless you

  • @maheshpoultryfarm6697
    @maheshpoultryfarm6697 Před 2 lety

    👌👌👌