এয়াই প্ৰকৃত মানুহ। ধন্যবাদ মুখ্য মন্ত্ৰী মহোদয়।
বহুত ভাল কৰিছে , Sir , আপুনি বহুত আশীৰ্বাদ পাইছে বাবাৰ পৰা, বাবাৰ ওচৰত প্ৰাথনা কৰিলোঁ
যুগ যুগ জীয়াই থাকক মামা
মামাৰ সমান হ'ব কোন Sir salute
Thnq CM sir... God bless you
Great Mama🙏
Great C, M, Sir, 🙏
Himanta sir long live
Mama you are great 🙏🙏🙏
Salute
Thank u.... CM...
*Mr. Himanta Biswa Sharma* ....🙏🙏🙏
Stay happy & healthy always mama.
Really our CM sir is great man
Bohut.dhoinbad🙏🙏
Mama tumi jui
বহুত ভাল লাগিল
Yes Right Message BEST WISHES 💓 SWEET MAMA
মামা❤❤❤
জয় শ্ৰী ৰামমমমমমমমমমমমমমমম 🙏🙏🙏
Mama is God❤
Anekuwa CM jibonot pratham bar dekhiso. Iman sundar baktitya. Assamor CM Manuhok bhal pai. Jati Dharma nirbishekhe manuhok bhal pao CM dekhi bahut bhal lagil.
Most beloved CM keep his promise,a friend of the poor and the deprived sections of the society.
মামা মহান
মামা আপোনাক ধন্যবাদ। কিন্তু মই হে লোন নিয়মীয়াকৈ ঘূৰাই দি থাকিলেও ২৫০০০ চেকখন নাপালোঁ বহুত দুখত আছু চাৰ মকো মেন চেকখন দিয়ে
Really great kin2 amr tet pass kra candidate buraku alp hlp kre ami bht ksto paisu emn kasto kri pahi maa deutak akmnan hukh dibo pra naie
Anekua manuhk xohai korile mon tu bht vl lage ...mama Tumi 🔥🔥🔥
Bhut val lagil
Mama zindabad zindabad
বিগত সময়ত কৰা ভুলবোৰ ধাকিবলৈ এনে কাম কৰিবই লাগিব।তুমি এজন অন্ধভক্ত।বি জে পি চেলেকা মেকুৰি তুমি।
@@nirojdeori7130 billo Rani .tohator koti purise ne atia .tohat emane ajogya manuh j tohator mulyaban vote2 o jegat dibo nuwarile .😂😂
Sir salute you
CM sir 🙏🙏🙏🙏🙏
apuni xodsy ane k amak jiay rakhok. bharat mata ki joy.
Our CM sir...God bless you
Very good 👍❤️
Great work Mama....
Salute hbs sir🙏🙏🙏
Vry good Mama
Geret mama
Great,🙏
CM SIR GOD BLESS YOU.
mama juii 🔥😘😘😘😘
Great Mama
Great
ধন্যবাদ ছাৰ
CM sir god bless you mama....moi o nibonuya but moi apunak bohut val paisuu ....anakai horu horu manuhk hiohai kori thakok mur akhirbad thkil apuni 10000 bosar jiae thakok mur CM...anaki CM amak laga mur akhirbad thakil mama apuni Next PM hoak jodi mama apuni PM hoa muku kintui sabo
Ane bur manuh hoke arunudoi dibo lagee thanku🙏🙏🙏
Thanks good luck
Good
Mama dhonoyobad
cm sir apuni bohut val sinta kore raijor. ay karone val lage apunak. apuni vogoban. raijor babe.
mama amr manuh, mama zindabad. tekhet thka loike kiba alop hbo amar axomr, baki bad mr mama zindabad...
🙏🙏🙏
Very good sir
Mama tumi 🔥🔥🔥
ভাল লাগিল
Very good sir mama
Thx mama
You are greeat man sir 🙏🙏🙏🙏😘
Mama apuni jui ❤️❤️❤️❤️
CM SIR YOU ARE GREAT.
CM SIR MOI BHAGABANOR USORAT PARTHONA KORU APONI 100 BOSOR BASI THAKOK.🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
নিউজ লাইভৰ সাংবাদিকৰ কথা তাই গুৰুত্ব নিদিলে কাৰণ মিছা কথা প্ৰকৃত মানুহে হলাগিব নোৱাৰে
Mama 100 bosor sorkar lagar amak
The best cm of our era
Mama 🔥🔥
Xosake bhagban sir
Mama maa homan
Great news amar super CM...
Anekua km kora krne mamak bhut vl lage 👍👍👍
Mama Hero,
Ai Hy AMR CM Sr
🙏❤️
Great CM era
Mama mamayei likhi aru koi mamak dhoinobad bujaleu bohut Kom ki di bujam mama amar dhukhiya lukor ak matro bhogoban,mamar karone Maribo parim moribou parim,mama jug jug jiyai thakok kheiye anurud .
HCM is great.
🙏🙏🙏🙏🙏🙏sister
(১) অসমৰ ৰাইজ আৰু চৰকাৰলৈ বিম্নম্ৰ অনুৰোধ। চৰকাৰে কেতবোৰ অদৰকাৰী ব্যয় বন্ধ কৰা উচিত। চৰকাৰে বহুতো চৰকাৰী কাৰ্য্যলয় আকৌ পুনৰ বনোৱাৰ কথা চিন্তা কৰিছে। বৰ্তমান গুৱাহাটীৰ বেটকুচীত Directorate office, জাগীৰোদত বিধানসভা আৰু অন্যান্য কাৰ্য্যালয় বনোৱাৰ কথা চিন্তা কৰিছে। চৰকাৰে এনেবোৰ অদৰকাৰী ব্যয় (Expenditure) কৰা অনুচিত। যিটো কাৰ্য্যালয়ৰ নিজৰ মাটি আৰু নিজৰ Office building আছে, সেই একেটা Office কে পুনৰ নিৰ্মাণ কৰি চৰকাৰী ধন খৰছ কৰি commission ৰ বাট ওলোৱাৰ কি প্ৰয়োজন আছে। চৰকাৰে তাৰ সলনি অন্য Development activity কৰা উচিত। Upper Assam আৰু Barak Valley ত এটাকৈ Secretariat বনোৱা উচিত। মাথাউৰি, ৰাস্তা, বিদ্যালয়, চিকিৎসালয়, Industrial corridor, পানী যোগান আচনি আদিত খৰচ কৰা উচিত। *ৰাইজ অলপ সজাগ হোৱা উচিত, কিদৰে চৰকাৰে ৰাইজৰ ধন খৰচ কৰে।*
(২) শুনামতে চৰকাৰে ডিমাহাছাও জিলাত ৫০০০ কোটি টকাৰে এটা Solar plant সৌৰশক্তি প্ৰকল্প কৰাৰ কথা চিন্তা কৰিছে। যিটো ৰাইজে analysis কৰি তাৰ বিৰোধিতা কৰা উচিত। অসম সৌৰশক্তি প্ৰকল্পৰ বাবে উপযুক্ত ঠাই নহয়। তথাপিও যদি কৰিব বিচাৰিছে তেনেহলে ডিমাহাছাও জিলাৰ গছ গছনি কাটি কৰা অনুচিত। অসমত বহুতো বিল অথবা অন্যান্য ঠাই আছে যত চৰকাৰে পানীত Floating Solar project কৰিব পাৰে।
(৩) অসমৰ প্ৰতিখন জিলাৰ কিছুমান দ ঠাই যত বানপানীৰ সমস্যা হয়, তাত চৰকাৰে কেতবোৰ বৃহৎ অমৃত সৰোবৰ বনোৱা উচিত। এই সৰোবৰ বোৰে বানপানীৰ সময়ত কিছু সকাহ দিব লগতে এই সৰোবৰ সমূহ যদি সম্ভৱ তেনেহলে পিছলৈ Hydrogen Fuel বনোৱা company ক lease ত দিব পৰা যাব। অলপতে তামিলনাডু চৰকাৰে মাত্ৰ এটা company ৰ পৰাই ৫০০০০ কোটি টকাৰ investment proposal পাইছে Hydrogen fuel ৰ ক্ষেত্ৰত। অসমেও ভৱিষ্যতৰ কথা লক্ষ্য কৰি OIL, ONGC, Reliance অথবা অন্যান্য Company ক অসমত Hydrogen Fuel Production ৰ বাবে আহ্বান জনোৱা উচিত। লগতে অসমত National Highway আৰু Railway connectivity উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰা উচিত। অসমত যদি ভাল Infrastructure নহয় তেনেহলে অসমে Investment অনাত ব্যৰ্থ হব। কেন্দ্ৰীয় চৰকাৰে অসমত Infrastructure বনোৱাৰ ক্ষেত্ৰত পালা মাৰা কাম কৰি আছে। অসমৰ ৰাইজ আৰু চৰকাৰে কেন্দ্ৰীয় চৰকাৰক এশিকনী নিদিলে কামৰ quality ভাল নকৰিব। উদাহৰণ স্বৰূপে অসমৰ Highway কেইটাৰ অৱস্থা পুতৌজনক।
(৪) লৰা ছোৱালীক চৰকাৰী/ৰাইজৰ ধন খৰচ কৰি Free scooter দিয়াৰ সলনি Free Skill Training দিয়ক। অসমৰ লৰা ছোৱালীৰ competitive exam কিছুমানত performance সৰ্বভাৰতীয় পৰ্য্যায়ত যথেষ্ট বেয়া। চৰকাৰে ৰাইজৰ ধনৰ অপব্যয় সোনকালে বন্ধ কৰি ভাল কামত লগোৱা উচিত।
(৫) চৰকাৰে চহৰ সমূহত কিছুমান Park নিৰ্মাণ কৰিব ওলাইছে। ভাল কথা কিন্তু এই Park বিলাকত একোটাকৈ ডাঙৰ ডাঙৰ পুখুৰী (দীঘলীপুখুৰী, জয়সাগৰ আদিৰ দৰে) বনোৱা উচিত। পুখুৰী আৰু গছ থাকিলে ধুনীয়া হোৱাৰ লগতে Ground Water Recharge হোৱাত সহায়ক হয়।
(৬) অসমত Private Investment যথেষ্ট কম। এইটো এটা ডাঙৰ চিন্তাজনক কথা। এবাৰ চৰকাৰ আৰু ৰাইজে উৰিষ্যা, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, তামিলনাডু, পশ্চিম বংগ আদি ৰাজ্যই কিমান Private Investment আনিব সক্ষম হৈছে, সেইটো এবাৰ analysis কৰি চোৱা উচিত। এনেদৰে চলি থাকিলে অসমে কিদৰে ভাৰতৰ ৫ খন উন্নত ৰাজ্যৰ ভিতৰত স্থান পাব?
Private Investment- আজিৰ অসমীয়া প্ৰতিদিন নামৰ বাতৰিকাকতত লিখিছে বোলে ৰামদেৱৰ পাতাঞ্জলিয়ে অসমত "পাম অইল" ৰ বাবে খেতি কৰিব যিয়ে ভূ গৰ্ভৰ পানি নাইকিয়া কৰিব, আকৌ উগ্ৰপন্থী, সংগঠনৰ চান্দা- প্ৰতিবাদ, বন্ধ, শক্তিৰ নাটনি এইবিলাক থাকিলে আৰু কেনেকৈ হব।
AMAR CM SIR ADIN PRIME MINISTER HOBO.
Ram Ram Ramji
sarkari hubidha mur may akebarei pua ny .aru mur ma bahut dangar bemarat bhugi ase kintu tathapiu aji laike kunu sarkari hubidha pua ny . mama tumi hakalure babe vagaban buli hakalue kai .thike henekai amar jibanatu kiba ata samatkar kari diya na mama pls 🙏🏿🙏🏿🙏🏿😭😭😭
He is great cm of assam.
CM our father of Nation,
Amiu vuktovugi.kenekoi log Pam cm sirok.
Mama
OMG
Selut is
Mama
DC iman din AC room ot humai asil ....
MLA tumi ki kori aasila eman din . .
একে একে দুই, মামা তুমি জুঁই।
Mur lorajneo koi thake sir k adin log koribr babe
This is very big news of for news live m kr😁🤗🤗😁😁😁😁eee mama Saul de Saul deeeee.... Saul khai sob take tuke vut dibo.... News liv r bhire baki chenelot huna paw congress's r dinor mul kholonyok.... Jibur khel corore tokat hoi.... Where is corore rupess where is the thousand rupess... Ji ki nhoi core potie 25te hundor news eta bonale... Jidore assamr raijr agt kndi kndi vut magisile.... Our Assam cm is @ big ......................... .... Where is the 25 thousand only and where the poem... Eitu news gutei indiat bjibo... Kintu swli e je poem likhi jail gl heitu news only assamote bajibo
Aisa cm hum assam wasiyo ko bht luck se mila hai i think kisi v state me aisa cm avitak nahi honge
C m sir kam nakora okamila bubok borok sakori pora satai kori nidiye kiye
Huihhbhh said he had been
1500 tokiya ja ai karona msg kora nai faltu bilaga
Bhouna
mama muku tumar help lage mai agaraki bar akhahai nari . najanu tumak mai kot pam ? aru mai arunudai paisa pau kintu mur ma agaraki bar akhusta mahila kintu mur may aji laike akuei pua ny.
scooty দিলে আমিও মামাক ভগবান বুলি ভাবিম 😐😣😖🥺🥺🥺🥺🥺🥺🥺🥺🥺🥺 plzzz মামা scooty diok
Mur percentage 69.8% 🥺🥺🥺
Great
এইবোৰ কাৰণৰ বাবেই মুখ্যমন্ত্ৰীজন অনন্য। ভগৱানে তেওঁৰ মংগল কৰক।