নেগেৰা,বাঁহী, সুৰ - তাল অপূৰ্ব....শুভেচ্ছা থাকিল,...গোলাঘাটৰ পৰা, কৃষ্ণ
কৃষ্ণ প্ৰভু ভক্ট সকল।অতি সুন্দৰ হৈছে।
😊😊🙏🙏
সুন্দৰ এটি নামৰ দ'ল আপোনা হবৰ এই নামৰ দ'ল বহু আগলৈকে আগবাঢ়ি জাৱক
গোটেই বিশ্বজুৰি বিয়পি জাৱক
সচাকৈ সুন্দৰ নিদৰ্শন বিদ্যাসাগৰ
আন্তৰিক ধন্যবাদ।.…….…….....….…...….
অতি সুন্দৰ প্ৰদৰ্শন,, কৃষ্ণ কৃষ্ণ,🙏🙏
অতি সুন্দৰকৈ ৰাইজক ভক্তিৰস দিচে। কৃষ্ণ 🙏🙏
( সমালোচকক আওকাণ কৰি আগুৱাই যাওক )
খুউব সুন্দৰ। ঈশ্বৰে কৃপা কৰক। কৃঞ্চ।
ৰাতিপুৱাই ভিডিও টো চাই বহুত বেছি ভাল লাগিল।
মই ধেমাজি বাসি হৈ গৌৰৱ কৰিছো।
এয়াই আমাৰ কৃষ্টি,আমাৰ সংস্কৃতি ❤️
Negera bojua jonor logot vogoban jorito ase khub val lagil joi guru honkor❤
আগোৱাই জোৱা
নেগাৰা বাদক আৰু খোল বাদকৰ প্ৰতিভা অতি সুন্দৰ।
বৰ ভাল লাগিল দেই হিয়া চুই গল
সুন্দৰ হৈছে।
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ 😍🥰🙏🙏
সুন্দৰ হৈছে বাপ সকল আপোনাৰ লোকৰ দিহা নাম চাই মোৰ লগতে আমাৰ ঘৰৰ সকলোৱে সুখী আৰু নেগেৰা বজোৱা জনক এশৰ বাৰ প্ৰণাম জনাইছো
Negera bojuajon 🙏🙏🙏Vhogoban dekha palu moi🙏🙏❤️❤️
বাপ সকললৈ বহুত বহুত বহুত ধৈন্যবাদ থাকিল।। ইমান সুন্দৰ প্ৰদৰ্শন ।।
Moja hemonto da
বহুত সুন্দৰ হৈছে 😢
হৰি নাম হৰি নাম হৰি নাম সাৰ
হৰি নামে কৰি আছে জগতৰ উদ্ধাৰ
হেই গুৰু শংকৰ তোমাক প্ৰণামো
The real talent ❤
কৃষ্ণ প্ৰভুসকল অতি সুন্দৰ প্ৰদৰ্শন ভাল লাগিল ।
Emanei dhuniya hoise mane bohut ki kom bah mon sui gol
বৰ সুন্দৰ পৰিবেশন।ভাল লাগিল।ধন্যবাদ জনালো।
অতি সুন্দৰ
অসমীয়া গৌৰৱ
Krishna...sharing
Livet এবাৰ চাব মন গৈছে...নাগাৰা বজোৱা জনক 🙏
হে ভগৱান 🙏🙏🙏।। Bollywood অৰ music director কেইটা পগলা হৈ যাব।। চকু পানী ওলাই গল।। সঁচাকৈ বাঁহী ৰ লগত ভগৱান শ্ৰী কৃষ্ণ ৰ লগত সম্পৰ্ক আছে 🙏🙏 🙏🙏🙏
গুৰুজনাৰ সৃষ্টি কি অপূৰ্ব।।। কোনোবা এচুকত বুকুখন বিখাই উঠে অ।।।। কৃষ্ণ প্ৰভু।।।🙏 আমি সঁচাই চহকী।।।
yes.it is we need .very nice.world class performance.very scientific.
কৃষ্ণ কৃষ্ণ কৃষ্ণ
Hundor hori nam... Negera bojuaa jonor loi ki kom vhakha nai ❤️👌
অতি সুন্দৰ ❤️🙏🙏🙏🙏🙏🙏🙏
Krishna bap khokol ATI khundar...
সুন্দৰ ❤️❤️❤️❤️❤️❤️❤️❤️🔥🔥🔥🔥🔥 হেমন্ত দা
Bahi bojua jonok salute kin2
Ufff soku pani ulai goise ....🙏🥺...ki dhuniya prodorkhon 🙏🙏🙏Jai shree Krishna 🙏🙏🙏🙏🥺🥺🌼🌼🌼❤❤❤
অতি সুন্দৰ পৰিবেশন, কৃষ্ণ কৃষ্ণ 🙏
অপূৰ্ব সুন্দৰ 🙏🙏🙏🙏🙏
Aisss 😍
Krishno krishno krishno krishno povu kepa kora🙏🙏🙏🙏🙏🙏
Krishna 🙏 huni val lagil ... Lgty hemanta dak jodi abar log pab poa holy
সুন্দৰ
🙏সুন্দৰ পৰিবেশন 👍
Outstanding music 👌
Mozza lagisey
মজা💐💐 মজা ধুনিয়া লাগিচে মুৰ ঘৰ ধেমাজি কেৰেলা
অতি সুন্দৰ প্ৰদৰ্শন
You are also no1 team assamese diha nam culture I respect your team also .may I God bless your team
গুৰু ❤
অসমীয়া ভাষা কলা সংস্কৃতি উজনি অসমৰ অসমীয়া লোকে হে জীয়াই ৰাখিছে।
Ki kom aru.... 👌👌👌🙏🙏🙏All people amazing 👏👏👏
Sundor
Jui
সুন্দৰ নেগেৰা বাদন☺️❣️
Hokoluyei khub hunddor gaise..khub vl lagil..
Krishna 👌👌👌👌👌👌👌👌👌👌❤️❤️❤️
শঙ্কৰ বিনে নাহি কেও ।এই সুন্দৰ নাম ধৰ্মৰ বিনে নো আছে কেও ।
Ati khundor
ভাষাৰে বুজাব নোৱাৰো। মন প্ৰাণ চুই গল ও ❤ কৃষ্ণ প্ৰভু ❤
শঙ্কৰ গুৰু আমাৰ হে
জগত গুৰু আমাৰ হে🙏🙏🙏🙏
আমি অসমীয়া সঁচাকৈ গৰ্বিত
অতি সুন্দৰ, ধন্যবাদ
অপূৰ্ব ❤️
Majjaa
Good idia negera bajuwa God bles your long life
Ati hundor
Ati xundor krishna 🙏🙏🙏
Oti hundar
সকলোলৈকে নমস্কাৰ অতি সুন্দৰ
কৃষ্ণ বাপ বান্ধ ব,সকল, ভাল লাগিল
🙏🙏🙏🙏🙏most beautiful group
অতি সুন্দৰ।
Unbelievable .outstanding mind-blowing 😘😘😘😘 daily sao ekbar holeo..xosake bohut dhuniya bojaise
অতি সুন্দৰ। বহুত বহুত।।।। কৃষ্ণ
Hunilei amoni neilagei imanei hundor bahi Hur aru negera imanei hundor bojaise bohut bhal lagile Sai krishno
কৃষ্ণ বাপ বান্ধব সকল !
বহুত ভাল লাগিল
মন চুই যোৱা প্ৰদৰ্শন
Amazing ...very nice
অতি মনোমোহা ❤
কিন্তু এনে ধৰণৰ নামৰ লগত কিয় বৰ তাল বজোৱা প্ৰায় দেখা পোৱা নাযায় ।
বৰ তাল যোৰ লগত হলে চাগৈ আৰু ভাল লাগিল হয় । কৃষ্ণ ❤
কৃষ্ণ অতি সুন্দৰ
অতি সুন্দৰ প্ৰদৰ্শন,,,
Good morning 🙏🙏🙏
Bohut bohut vl lagel
Oti hundor krisno
Anekuwa negera bojuwa aru nulabo....dada hosakoi bohut val lage.apunar video Sai amni nelage.
মজা হেমনত দা
Moiya nagara bojau moiye pagol hoi goisu bapre eman hundor hemonto bap jonaloi bohut bohut thanks you tubar jonalou thankful
সচাকৈ বহুত ভাল লাগিছে
Nice
Hundor 💕💕💕
বাঁহী আৰু নেগেৰা আৰু খোলৰ সুন্দৰ সংযোজন।
Negera bojuwa jonor haatot xosai jadu thaka jen he lage bohut val lagise aru bahi bojuwa jonu kom nohoi kintu val lagil thank u
ধেমাজিৰ গৌৰৱ হেমন্ত দা৷🙏
hemonto da negera badon bhut val lge sai
Xundar 👌🙏 scb Kori thoisu video Pai thakile hol aru
প্ৰথমে গুৰু জনালৈ প্ৰণাম। ইমান মনোমোহা সংকৃতি আমাক দি থৈ যোৱাৰ বাবে। জয় গুৰু শংকৰ।🙏🙏🙏🙏🙏🙏🙏