Mur Rohedoi | মোৰ ৰহেদৈ | Zubeen Garg | Deeplina Deka | Ft. Austriyana | Nirupam | New Assamese Song
Vložit
- čas přidán 14. 03. 2023
- Times Music brings you the most entertaining song of the season "Mur Rohedoi" for this #bihu2023 .
Audio credits
Song : Mur Rohedoi
Singer : Zubeen Garg & Deeplina Deka
Composition & Music - Jayanta Kakati
Lyrics - Bijit Tamuly
Music Arrangement- Bablu Shibabrata Sarma
Mix & Master- Shekhar Jyoti Goswami
Additional Programming- Shekhar Jyoti Goswami
Recorded @ Studio CHIKMIK @ Zero DB
Video Credits
Choreography and Direction : Pankaj Ingti
Featuring : Austriyana Dhingia and Nirupam Saikia
Video Edit & Colour : Manas Kasyap
Cinematography : Parag Jyoti Das
Make-up : Bhaskar Dutta
Asst. Choreography : Deep Phukan & Rakesh Ingti
Production Manager : Nayan Kalita
Poster Designed by Debu ( Graphica Studio)
Download and Stream on
insta : / 1112836153452291
Apple Music : geo.music.apple.com/in/album/...
iTunes : geo.music.apple.com/in/album/...
JioSaavn : www.jiosaavn.com/album/mur-ro...
Amazon : music.amazon.in/albums/B0BXTB...
Spotify : open.spotify.com/album/5U7koX...
CZcams Music : • Mur Rohedoi
Resso : m.resso.com/Zs8LrYCAa/
মোৰ ৰহেদৈ..
সুৰ / সংগীত: জয়ন্ত কাকতি
কথা: বিজিত
ৰহেদৈ অ' মোৰ ৰহেদৈ..
হবিনে তই মোৰ ৰহেদৈ।
ৰংমন ঐ মই তোৰ ৰহেদৈ..
হমে ঐ মই তোৰ ৰহেদৈ।।
বিজুলী চাৱনি তোৰ অ' মোৰ ৰহেদৈ..
বুকুতে বিন্ধে জান অ' মোৰ ৰহেদৈ..
মোৰ মনৰে পদূলিতে ঘনে-ঘনেকৈ..
তোৰ মৰমৰ অগা-দেৱা অ' মোৰ চেনাই ঐ..
বাঢ়ি অহা মোৰ ভালপোৱাৰে,
বহুতৰ মাজতে তোকে বিচাৰে..
অলপ আহৰি পালেই জাননে,
তোৰে ভাৱনাত উতি ভাহি ফুৰে।
চিলমিলিয়া মোৰ লাহি সপোনতে,
তোকে দেখো ৰাতি দোপৰতে..
আবেগে আৱৰা ভাৱনাবোৰেও,
প্ৰতি পল কিয় তোকে বিচাৰে?
ভাবিছোঁ যাওঁনে তোৰ কাষৰলে,
মনৰে কথাবোৰ খুলি কবলে..
সাঁচি থোৱা মোৰ হিয়াৰে মৰমবোৰ,
এতিয়া বুকু উপচি পৰে।
যেতিয়া আহিবি এনেকৈ আহিবি,
যেন উভতি চাব আৰু নালাগে..
অলপ মৰমে অলপ হেঁপাহে,
সপোন সজাব তোৰে মোৰে।
Make sure you subscribe to the channel and never miss a single video: czcams.com/users/timesmusica...
Like || Share || Subscribe || Love
For more updates:
Facebook : / timesmusicassamese
Instagram : / timesmusicassamese
Tweet us your favourite videos on : / timesmusiceast
Website : www.timesmusic.com/
#zubbengarg #deeplinadeka #latestassamesesongs - Hudba
Zubeen da ৰৈ আছোঁ,,,অসমীয়াৰ আবেগ আপুনি joi zubeen da ✊ ✊✊ জুবিন দাক কোনে কোনে অন্তৰৰ পৰা ভাল পাই চাও ,, জুবিন দাক ভাল পোৱা সকলে like kora ....❤️🥰😘
Zubeen দাক ভাল পোৱা বোৰে লাইক দি যোৱা ❤️😍🔥
জুবিন মানেই জীৱন .....
জয় জুবিন দা
____পৃথিৱীত যি জনে দুখীয়াৰ মন বুজি পায় সেই জনে আমাৰ জুবিন দা
🙏
____ জয় জুবিন দা 🤟❤️😍
যেতিয়া জুবিন দাৰ গান কাণত বাজি থাকে
অকলশৰীয়া মুহূৰ্তবোৰো অতি প্ৰিয় হৈ পৰে !!
ৰহেদৈ মানেই হিট 🔥🔥🔥🔥 ekdom mojja lagise 🔥❤️❤️❤️
Rohedoi mane gu
জুবিন দা সদায় 💥 বহুত অপেক্ষাত পাছত শুনিব পালোঁ বহুত ভাল লাগিছে !!
Dhuniya lagel gantu👌Austriyana Amar Dhemaji gaurab aguwai juwa❤
2010 চনৰ জুবিন দা আকৌ ঘূৰি আহিছে ❤️🔥
জুবিন দাৰ গীত শুনিলে গাৰ নোমবোৰ শিয়ৰি উঠে। জুবিন দাৰ কণ্ঠৰ এয়াই যাদু। জুবিন দা মোৰ বাবে ভগৱান হয় । I love you zubeen da ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❣️💞💕💞💕💕💞💕💞💕💕💞💞💕💞💕💕💕💕 💞💕💕💞💕💕💞💕💞💞💞💞💕💞💞💞💞💕💞💞💞💞💕💕 💕
Eman dhuniya acting kore baar jonii... Best of 🤞
আপোনাৰ গানে সৃষ্টি কৰে প্ৰেমৰ জোৱাৰ আপোনাৰ গানে চতিয়াই ৰং প্ৰভাতি পুৱাৰ নিজীব পদাৰ্থকো প্ৰাণ দিব পাৰে হতাশাৰ মূহুৰ্ততো জীয়াই থকাৰ নতুন হেঁপাহ জগাই প্ৰেৰণা দিব পাৰে আপুনি আমাৰ হিয়াৰ আপোন আপুনি অসমৰ কলিজাৰ সপোন যুগে যুগে জীয়াই থাকক সৃষ্টিৰ পথাৰ সেউজীয়া কৰি ৰাখক ভগৱানে আপোনাক কূশলে ৰাখকক❤🙏🌍
༒☬𝄟⃝🖤 জয় জুবিন দা♥️🥰༒☬
_____আপোনাৰ অনুৰাগী পপী ❤️😌
বহুত ভাল লাগিছে শুনি 🧡🥰💞💝♥️ এতিয়া লৈকে ১০বাৰ মান শুনিলোঁ আৰু শুনিম 💗💘❤️🔥I LOVE YOU GOD FATHER 💖💛❤️🩹
দিপলীনা বা মাতটো কিবা বেলেগ বেলেগ লাগিছে অলপ😁😁 কিন্তু অট্ৰিয়ানা বাইদেউ💥🔥 জয় জুবিন দা ♥️🙏🎵
Austriyana Dihingia Entry🔥🥰😍
মোৰ ভাল লাগা অভিনেতা অভিনেত্ৰী তাতে আকৌ zubeen daaa - deplina baa r song. A mojjaa
Love from tamulpur ❤️❤️❤️
উফ দাদা ৫০ বছৰ বয়সতো সেই একেই ২৫ বছৰীয়া কণ্ঠ আৰু সুৰ।
Matro stage performance karte alp drnks komai diok dadi
Zubinda song❤❤❤....austiyana bhttt vl lgse aguwai jua🎊🎊🎊
🙏🏾🙏🏾🌹🌹🌹 King of Assam 🥰🥰❤️❤️
Love you God Father 🙏🏾🙏🏾🙏🏾
Austriyana..... bohut dhunia hoise.... dhemaji.....frm
উফ 💖💘💘 জুবিন দা আপোনাৰ গান বাৰে বাৰে শুনি থাকিলেও আমণি নালাগে কাৰণ আপোনাৰ কণ্ঠত অমিয়া সুখ বিচাৰি পাওঁ।😌💜💖
Uff 😍😍❤❤❤Austriyana Baa 😍💝😘
Jai ho Bhole Baba 🕉❤🙏❤🕉🌹🔱🌹🔱🌹🔱🌹🙏🌹🌺🌺🌺🌺🌺🌺🕉🕉🕉🕉🕉🕉
Seni jonik baleu nasau Etak Eri blgr lgt ase etia ... Zubeen daa karone salu aru ❤️
Bor hundor hoise ❤ ❤
Old zubeen da back ❤️
Finally dekhiboloi palu austriyana bak music industry t🥹❤️❤️
Joi Zubeen da 💫❤❤...... Zubeen da main ❤
Love from odisha..... brothers brothers
Dhuniya
Wow , music 🎵🎵 mind blowing 👍👍👍, very nice song ,I like it
My expectations with Zubeen Garg is high and he fulfill my expectations always! ❤️
Wow❤❤❤❤lv it
Baru bhal loga gaan eta ako palu aru xunibo...... Love you ZUBEEN DAA ❤️💫
All favourite ... zubeen da ...dipu ba ... nirupam da ❤️❤️
Nice .....❤❤❤ love from meghalaya....😊😊😊
OOO zubeen daa bohut vall gan tu xuni 😘😘
Gutei team 👍👍👍🙏😘😘
Bhal hoise .
Jubeen da you are my favourite person in the world ... Aru apunar hokolu song Mur priyo ... Apuni plz Xorotore eti hemeka Rati song tu nisina song eta dibo plzz ❤️❤️🌹
বাইদেওৰ চাগে প্ৰথম মিউজিক ভিডিও । ভাল লাগিল 🤗
Ki dhuñia vedio song ..bohut val lagise.
অতি সুন্দৰ ।
Rohedoi.huni fida hoi golu 🔥🔥🔥🔥🔥
ধুনীয়া
God bless you go ahead
Jai zubeen daa amazing song ♥️🌹🤟🥰👌
Akow purni ganot juwa jen lagesy khosa vl lage se .❤❤juiii
Ahhhh moozzzzahh
Team❤️
ধুনিয়া ❤❤
Moja jai zubeen da
Joi zebeen da
Video r dance mjjaahh.
Zubeen daaaa + Diplina baaaa uffff fida😍😍😍😍😍😍😍😍😋😋😋😋😋
জুবিন দা জুই 🤩
Mojja
Zubeen da aru barnali kalita baar rohedoi besi val lagisil
ভাল লাগিল , সুন্দৰ ৰোমাণ্টিক গীত ❤️❤️❤️
গানটো বহুত ধুনীয়া শুনি থাকিব মন জাই ❤
1080p quality ত চালোঁ বহুত ভাল লাগিছে
Austriyana ba bohut vall lage🎉❤
মোৰ মৰমৰ বা জনী 💖
The Living Legend #Zubeen Garg (Da) || God of Music ❤️🙏 ||
Mojjah
Super duper ❤❤❤
Austriyana ❤️🎉
Aru lage
Mur favourite Austriyana baa tate Zubeen dar ganot ufff Fida 🥰🥰❤️❤️❤️❤️
Right ☺️🙃🥰
Heijni ba nhoi vonti hbo sge 1st year tai
Sani joni
@@kgfgaming1736 Bom seni etak errii blg eta lgt ase bonori
❤️❤️❤️
Jai Zubeen da...
Austriyana jui
Main ako zubeen da❤️🌝 Austriyana baa on 🔥
Moja moja moja
Father's of song zg❣️🔥😊
Bahut val lagil dance Da ♥️👌
Bohut dhuniaya hoise
Joy zubeen daa ✊💝
Oooo yyyeeee
Woww❤️🥺 Bohut Dhuniyaa
Ooo kolija ❤ Zubeen dada🥺🥺ummmah🥺🥺🥺
জয় জুবিন দা 💝
Love from Lakhimpur ❣️
My favourite Austriyana congratulations for you
Dhuniya gaan 🔥❤️💯
Moja lagil xuni
Woowww🥰🥰
অপেক্ষা অন্তত ❤️❤️❤️❤️
অপেক্ষা !!
💖💖💖💖
Hit zubeen da ❤❤
আৰু আগুৱাই Austriyana
Moja song Zubin da and deeplina ba
lovee zubeen da assam 👑 👑king
Super hit song
জয় জুবিন দা🔥❤❤🥀🥀🥀🥀
অষ্ট্ৰিয়ানা দিহিঙ্গীয়াৰ প্ৰথম গানৰ ভিডিঅ' অভিনয় ধুনীয়া 💓💓💓💓💓💥💥💥🙏🙏
Choreography is awesome 👍
Austriyana❤
❤❤❤❤❤❤❤❤❤
জয় দাদা♥️♥️
Jiyai thoka kaidin jate anekoi gaan hunibo pau zubeen da pora.