মুখ্যমন্ত্ৰীয়ে নিজে অধ্যয়ন কৰা বিদ্যালয়ৰ আজিৰ দিনটোৰ অৱস্থা কি?

Sdílet
Vložit
  • čas přidán 20. 08. 2022
  • মুখ্যমন্ত্ৰীয়ে প্ৰতিষ্ঠা কৰা বিদ্যালয় বিশ্বমানৰ ৷ কিন্তু মুখ্যমন্ত্ৰীয়ে নিজে অধ্যয়ন কৰা বিদ্যালয়ৰ আজিৰ দিনটোৰ অৱস্থা কি? চাওক দ্য ক্ৰছকাৰেণ্টৰ গ্ৰাউণ্ড জিৰ’ ৰিপোৰ্ট-
    (স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি -
    rzp.io/l/ZrpLsROos)
    Visit: thecrosscurrent.in/
    Follow Us
    Facebook: / thecrosscurrent
    Facebook: / thecrosscurrentassam
    CZcams: / thecrosscurrentyoutube
    CZcams: / @thecrosscurrentassam1928
    Instagram: / crosscu
    Twitter: / currentcross
    #HimantaBiswaSarma #CMAssam #GandhibastiSchool #rinikibhuyansarma #vanyainternationalschool #BJPGovt #thecrosscurrent ‪@TheCrossCurrentCZcams‬

Komentáře • 161

  • @dipakgogoi5084
    @dipakgogoi5084 Před rokem +60

    হিমন্ত বিশ্বই কৰ পৰা ইমান সম্পত্তি গঢ়িলে । মই জনামতে হিমন্তই প্রথম ৰাজনীতিত নামত এখন স্কুটাৰ লৈহে ঘূৰি ফুৰিছিল ।
    ভাল কাম কৰা দিল্লীৰ শিক্ষামন্ত্ৰীৰ ঘৰত ED, CBI ৰ জেৰা চলে । ইমান সম্পত্তি পাহাৰ গঢ়া পিছতো কিয় ED, CBI য়ে জেৰা নকৰে । আগতে কৰি যোৱা দুৰ্নীতিৰ কাৰণে CBI জালত পৰা হিমন্ত বিশ্বৰ ফাইল কিয় খোল নাখায়। 1500 টকীয়া বিলককৰ লাজ নালাগে নেকি?

    • @rikutravelling7711
      @rikutravelling7711 Před rokem

      ভাই একদম সঁচা কথা

    • @mominali6309
      @mominali6309 Před rokem +1

      Ai khn state t ki hbo,education r namut business start krile cm nijiye ..

    • @nkdas7082
      @nkdas7082 Před rokem +2

      1500 টকীয়া ভিখাৰী গুলাম কেইটাই শকুনি মামাৰ জীৱনী শক্তি ৷

    • @pratimasarma1737
      @pratimasarma1737 Před rokem

      লাজ থাকিলেহে

    • @bkp9774
      @bkp9774 Před rokem

      @@pratimasarma1737 rinikir onya businesses aase neki baru ?

  • @budheswarnath6516
    @budheswarnath6516 Před rokem +46

    মন -- মগজু খোলক ৰাইজ... ফ্ৰী ৰ আশাত থাকিলে " Next Jeneraration " ৰ বাবে আপুনি একো দি যাব নোৱাৰিব... অকণমান দহৰ কথাও চিন্তা কৰিব 🙏🙏

    • @koushikhazarika204
      @koushikhazarika204 Před rokem +2

      Right...

    • @punakondeka1785
      @punakondeka1785 Před rokem +1

      Aap lagibo

    • @ibrajvlogs
      @ibrajvlogs Před rokem

      Yes..free nalage amam... mamaye bonuwa World class private school.. Vandya International school t porhabo lage..xabe

    • @dipakkalita7034
      @dipakkalita7034 Před rokem +3

      আমাৰ অসম মানুহে কেতিয়া বুজিব ,চাউল ফ্ৰী দি মিঠাতেলৰ ২০০ / হল , ১০০০/ আঁচনি ৰ টকাত মহিলা বিলাকক কিনি চিলিন্দাৰ হল ৪৫০ টকীয়া পৰা আজি ১১৫০/ চকু মেলক ৰাইজ এতিয়াও বহুতে সময় আছে ।

  • @barhbasu5777
    @barhbasu5777 Před rokem +36

    এই ৰাজ্যত দুখীয়াৰ দুখ কেতিয়াওঁ দূৰ নাহব l হিমন্তই মুখত মিঠা অন্তৰত তিতা কেহা দিয়ে থাকিৱ l খা ভাইহঁত খা পেট ভৰাই খা l

  • @dimendra9034
    @dimendra9034 Před rokem +10

    বৰ্তমানৰ চৰকাৰ খন ধনী মানুহৰহে চৰকাৰ । দুখীয়াৰ দুখ উপলব্ধি কৰাৰ সময় নহয় এয়া ! টকাৰ পাহাৰ বনোৱাৰহে প্ৰতিযোগীতা কৰা । ধন্য অসমী আইৰ সন্তান ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া । যা হওক অসমবাসীয়ে অন্তত কব পাৰিব যে অসমৰ আম্বানী ডঃ হিমন্তু বিশ্ব শৰ্মা । অসমীয়া মৰিল তেওৰনো কি নোম সৰিল ।

  • @bhabopegu3835
    @bhabopegu3835 Před rokem +25

    এইতো জাতি মাতিৰভেটিৰ ঊন্নতি

  • @gajendranath2513
    @gajendranath2513 Před rokem +17

    স্পষ্ট বাদী ,নিৰভিক,সাহসী চেনেল।ভাল লাগে আপোনালোকৰ বাতৰি সমূহ শুনি।

  • @rajubora3485
    @rajubora3485 Před rokem +26

    মামা মামা কৰা সকলে এবাৰ ভাবক
    ইমান মাটি ইমান টকা কৰ পৰা আহিল স্কুল খুলিব

    • @pratimasarma1737
      @pratimasarma1737 Před rokem +1

      মামাৰ ভৰি চেলেকি স্বৰ্গ সুখ পায় ইহঁতে।

    • @satyajitsaikia549
      @satyajitsaikia549 Před rokem

      Mama ❤️

  • @punyadadevi8528
    @punyadadevi8528 Před rokem +4

    বৰ্তমান সময়ত কেবল ধনীজনেহে সকলো ভালৰ গৰাকী হ'ব পাৰে। ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হ'ব লাগে।

  • @saratmedhi3923
    @saratmedhi3923 Před rokem +28

    ধনী দুখীয়াৰ সৃষ্টি কৰাটোৱেই এই চৰকাৰ মূল উদ্দেশ্য ।

  • @forgottenlullaby4915
    @forgottenlullaby4915 Před rokem +5

    আপোনাৰ চেনেলটোৱে সুন্দৰ বাতৰি পৰিৱেশন কৰিছে ।

  • @pabansaikia4845
    @pabansaikia4845 Před rokem +7

    মামা বুলি পগলা হোৱা সকলোৰে মুখত আৰু মগজুত ফুচুলাই টুপী লগাই আছে ।তেলীৰ মুৰত তেল দিলে এনে অৱস্থা হবই । ভাগিন ,দাদা ,চাৰ বুলি উবুৰি খাই পৰা সকলে চিন্তা কৰি বৰ হল ।

  • @monjulaborah8567
    @monjulaborah8567 Před rokem +17

    অসম এইবাৰ তল ফালৰ পৰা 1 নম্বৰ নে ওপৰৰ ফালৰ পৰা 1 নম্বৰ ? ইমান টকাৰ মালিকে কত পইচা খৰচ কৰিব আৰু এতিয়া গাখীৰতে ম'হৰ খুটি সান্দহতে দৈ লগতে ভৰ্তি মাচুল শুনিয়েই বিচুৰ্ত্তি আজিলৈকে ইমান পইচা দেখিয়েই পোৱা নাই ।

  • @rikutravelling7711
    @rikutravelling7711 Před rokem +9

    CRoss CURRENT is the best of the best news channel in assam

  • @ghanashyampegu1133
    @ghanashyampegu1133 Před rokem +23

    Salute to cross current for your sincere and fearless efforts to know the actuals of so called famous leaders.

  • @vikramborgohain1910
    @vikramborgohain1910 Před rokem +14

    হিমন্ত বিশ্ব শৰ্মাৰ Ninja Technic সাপ হৈ খুঁটি বেজ হৈ জৰা,,,

  • @badshahamansheikh3052
    @badshahamansheikh3052 Před rokem +9

    ৰাইজৰ টকাৰে নিজৰ বিদ্যালয়খন বঢ়িয়া কৈ বনাইছে

  • @poribortonaruhikha4121
    @poribortonaruhikha4121 Před rokem +9

    প্ৰাথমিক বিদ্যালয় খন দেখি বেয়া লাগিল।

  • @bhaswatipegu7652
    @bhaswatipegu7652 Před rokem +3

    Right news.

  • @nationalpathsala3934
    @nationalpathsala3934 Před rokem +6

    ভাল পালোঁ এই প্ৰতিবেদন।

  • @phaladhchutia7362
    @phaladhchutia7362 Před rokem +18

    বিজেপি চৰকাৰৰ চিন্তা ধাৰাই আৰু কামে অসম আগবাঢ়িবা নোৱাৰে ।

  • @hridoyxeujia4414
    @hridoyxeujia4414 Před rokem +10

    Salute to Cross Current!
    All have to be questioned on it!?

  • @Danirojasfc6
    @Danirojasfc6 Před rokem +10

    পৰিবতৰ্ন।
    অতি সুন্দৰ । 👌
    এনেকুৱাই হব লাগে। তেতিয়াহে দুখীয়া দৰিদ্ৰতাৰ সংখ্য কমিব। নিজৰ এক টকাও খৰচ নকৰাকৈয়েই চৰকাৰৰ খৰচত লৰা ছোৱালীক পঢ়াই কাৰণেই গৰু গাহৰিৰ নিচিনাকৈ সন্তান জন্ম দি থাকে। নিজৰ খৰচত পঢ়াব নোৱাৰিলে কমচেকম গৰু গাহৰিৰ নিচিনাকৈ সন্তানটো জন্ম নিদিয়ে। মোৰ মতে ফ্ৰীতে দিয়া ৰেচনো বন্ধ কৰি দিব লাগে। এটা সময়ত দৰিদ্ৰতা নাইকিয়া হয় যাব অসমত। ফ্ৰীতে খাব পাই কাৰণেই অসমৰ কিছুমান মানুহ এলেহুৱা হৈ গৈছে। নাখাই মৰিব কিন্তূ কাম নকৰে। চৰকাৰৰ ফ্ৰী আঁচনিৰ আশা কৰি থাকিব।

    • @joymohan897
      @joymohan897 Před rokem +2

      Amar gaon ahibo ata hontan jonmo dia manuhu dukhia ase ..bakibur bostu free dibo nalage moiou akmot kintu hikha ru madical amar moulik odhikar..aapunar kotha pora anekua lagise aapuni 1500 tokia jodi nohoi tente sorry...

    • @Danirojasfc6
      @Danirojasfc6 Před rokem

      মই নিজেই ব্যৱসায় কৰো। দুখীয়াক মই নিন্দা নকৰো। কিন্তূ তেওঁলোকৰ কিছুমান স্বভাৱ মই ভাল নাপাও। মই কেবাটাও সন্তান জন্ম দিয়া মানুহৰ কথাহে কৈছো।
      মই ১৫০০ টকীয়া নহয়। হুৱা হলে চাগে মই এনেকুৱা কথা নকলো হয়। ১৫০০ টকীয়া বুলিলে মই এটাই বুজি পাও। যাৰ খাবলৈ খুদকণ নাই। যাৰ শুবলৈ পাটিখন নাই। ইমানেই দৰিদ্ৰ যাৰ মূল্য জাবৰত কৈও কম। জাবৰৰ ও মূল্য আছে। বেয়া পালেও সত্য কথা। মই নিজেই দেখিছো এনেকুৱা মানুহ।
      সেইসকল দুখীয়া দৰিদ্ৰই নাপাই ১৫০০ টকা। আচলতে যাৰ কাৰণে এই আচনি সমূহ আনা হৈছে। গতিকে সেইবোৰত চকু দিব লাগে।
      ধন্যবাদ।

    • @joymohan897
      @joymohan897 Před rokem +1

      @@Danirojasfc6 1500 tokia mane moi poisa nothoka asoni pua manohar kotha hudha nasilu dangoria...bjp ondhobhokto akhini ase jikhiniye it cellor namot doromoha hisape pai...kintu aapunar boktoibiwo pora gom palu aapuni heibidhor nohoi ...thanks

  • @lifegenesisfn
    @lifegenesisfn Před rokem +6

    Where is ED ? Where is CID ? পাৰেনে এজন মন্ত্ৰী হৈ এনে কাম কৰিব, পুঁজিপতিৰ বন্ধু হৈ বহি নাথাকি এইবাৰ নিজেই আৰম্ভ কৰিলে । হব নে কিবা সমালোচনা

  • @abhijitgogoi16
    @abhijitgogoi16 Před rokem +5

    ৰাজ্যৰ মাত্ৰ .০০১ শতাংশ লোক ধনী বা ভাল শিক্ষা লাভ কৰিলে ৰাজ্যৰ একো পৰিবৰ্তন নহয় ।

  • @gopalsarma282
    @gopalsarma282 Před rokem +2

    এফালে হেমন্ত বিশ্ব শৰ্মাই চৰকাৰী স্কুল কৌশল কৰি ধংস কৰিবলৈ লৈছে আনফালে শিক্ষকক প্ৰতাৰনা, ছাত্ৰ ছাত্ৰীক জীৱন ধংস পথ সৃষ্টি, দূখীযা মানুহৰ ল'ৰা ছোৱালীৰ স্কুল বিসৰ্জন, আৰু অবসৰী শিক্ষকৰ এমুঠি ভাতৰ অভাৱত আৰু চিকিত্সাৰ অভাৱত অকালতে মৃত্যু লৈ ঠেলি দিযা আৰু অন্যফালে কৌটি পতিৰ বাবে স্কুল স্থাপন কৰা , আমি দূখীযাই মাথোন ভগৱান ক হে বিচৰা দিযাৰ বাহিৰে উপায় নাই ।

  • @mrinalmedhi8346
    @mrinalmedhi8346 Před rokem +6

    Thanks cross current news

  • @jyotisankarchaliha8071
    @jyotisankarchaliha8071 Před rokem +2

    আপোনাৰ মোৰ আৰু ৰাইজৰ মতামতকলৈ বৰ্তমান ডাবল ইঞ্জিন চৰকাৰে কোনো গুৰুত্ব নিদিয়ে দিবই বা কিয়... কাৰণ বৰ্তমান কেন্দ্ৰীয় আৰু অসমৰ ৰাজ্যিক দুয়োখন চৰকাৰে কোনো প্ৰতিবাদলৈ ভুক্ষেপ নকৰে ... প্ৰতিবাদ কৰিবলৈ গলেই জেলৰ ভাত খাব লাগিব এয়াই হৈছে টোগলকী তালিবানী হিটলাৰী শাসণ.... অভাৰঅল দেশখনৰ ভৱিষ্যত যেন ভালৰ দিশে গৈ থকা নাই... অসমৰ মূখ্যমন্ত্ৰীৰ আন্তৰাষ্ট্ৰীয় মানৰ বিদ্যালয়খন সাজি ওলিয়াওতে কেইবাশ কোটি টকাৰ বিনিয়োগ হৈছে ... ৰাইজৰ মনত প্ৰশ্ন নিশ্চয় হৈছে আৰু হোৱাটো স্বাভাবিক যে সেই বিদ্যালয়খন সাজিবলৈ প্ৰয়োজনীয় ইমান মাটি একে ঠাইতে কেনেকৈ পালে ... নিশ্চয় সেইয়া চৰকাৰী মাটিয়েই হব... ? আৰু সেই পৰ্যায়ৰ এখন অত্যাধুনীক সাসুবিধাৰ বিদ্যালয় সম্পূৰ্ণকৈ সাজি ওলিয়াবলৈ কেইবাশ কোটি টকাৰ বিনিয়োগৰ নিশ্চয় প্ৰয়োজন হৈছে.... তেনে সেই পৰিমানৰ টকা এছন ৰাজনৈতিক ব্যক্তিয়ে কৰ পৰা পালে ? বিভিন্ন ঠাইত বানপানীয়ে গড়াখহনীয়াই আৰু চৰকাৰে উচ্ছেদ কৰা ভূমিপুত্ৰ জীয়ৰী খিলঞ্জীয়াক সংস্থাপিত কৰিবলৈ মাটিৰ অভাৱ কিন্তু মূখ্যমন্ত্ৰীৰ ব্যক্তিগত বিদ্যালয় খনৰ কাৰণে মাটি পায়... আজি সেইখন বিদ্যালয় কোনোবা ব্যৱসায়িক গোষ্ঠীয়ে স্থাপন কৰা হলে ৰাইজৰ মনত প্ৰশ্ন নিশ্চয় নহলহেতেন কিন্তু সেই বিদ্যালয়খনৰ মালিক ( ৰিণিকি ভূঞা শৰ্মাই ঘোষণা কৰা মতে) হৈছে অসম ৰাজ্যৰ চৰকাৰৰ সুদীৰ্ঘকালৰ শিক্ষা গড়কাপ্তানী স্বাস্থ্য বিত্ত বিভাগৰ প্ৰভাশালী মন্ত্ৰী তথা বৰ্তমান অসম ৰাজ্যৰ মূখ্যমন্ত্ৰী জন ... বিদ্যালয় খনৰ বিষয়ে অসমৰ সাধাৰণ জনগণৰ কৌতুহল নিশ্চয় হব হৈছে যে সেইখন স্কুলত কাৰ ল'ৰা ছোৱালীয়ে পঢ়িব পাৰিব .... কাহানিবালৈ এই উত্তৰ জনতাই পাব....

  • @khanindramedhi8474
    @khanindramedhi8474 Před rokem +3

    দুখীয়াৰ লৰা ছোৱালী দুখীয়া এ হব লাগে
    ধনি হব নালাগে
    আমাৰ লৰা ছোৱালী পোকে খোৱা চাউল খাব লাগে
    আৰু ধনি ঘৰৰ মাইনা বাবু হতে মাখন খাব লাগে

  • @arunrajbongshi6451
    @arunrajbongshi6451 Před rokem +7

    It is real nature of our CM Sir.

  • @dhanjitkalita7911
    @dhanjitkalita7911 Před rokem +2

    এই বিদ্যালয় খনক চৰকাৰী বিদ্যালয় বুলি ঘোষনা কৰি দিয়ক, সাধাৰণ ল'ৰা ছোৱালী উপকৃত হ'ব, মুখ্যমন্ত্ৰী মহোদয়ও অলেষ প্ৰশংসা লাভ কৰিব

  • @anildutt8946
    @anildutt8946 Před rokem +15

    Ondho vocktoi vobai nasil ane hobo buli

  • @roiumbon5172
    @roiumbon5172 Před rokem +2

    হে অসম বাসি জাগক

  • @rikutravelling7711
    @rikutravelling7711 Před rokem +5

    1500 টকীয়া দালাল কেইটা কত গল

  • @khagenborgohain5600
    @khagenborgohain5600 Před rokem +10

    লাভ নাই ।অসমীয়াৰ স্কুল শেষ হলে কাৰ নো ক্ষতি হব ???

    • @pratimasarma1737
      @pratimasarma1737 Před rokem

      ভাবে নেকি নিজৰ মানুহ খিনিক শেষ কৰি লোকৰ কান্ধত উঠি ৰজা হৈ থাকি ব পাৰিবা?গোৰ মাৰি ওফৰাই পেলাব।

  • @m.machari5853
    @m.machari5853 Před rokem +3

    কি যে হ'ব আমাৰ এই অসম মুলুকত । বহুতৰে
    অন্ধকাৰৰ ফালে গতি কৰি আছে ।

  • @prabinkatoky7338
    @prabinkatoky7338 Před rokem +2

    Assamese medium school is necessary for assamese people.

  • @rohanikascontents6264

    Ultimate news....👍👍👍

  • @kennedykerketta401
    @kennedykerketta401 Před rokem +4

    Personal change .not poriborton .this our cm .

  • @basantabaishya9783
    @basantabaishya9783 Před 11 měsíci

    I support cross current.

  • @kalitakamal1859
    @kalitakamal1859 Před rokem +2

    এই দুই আন্তঃগাথঁনিৰ তুলনা কৰে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু আন আন বহুতে .... আন্তঃগাথঁনিৰ অলপো প্ৰভেদ চকুত নপৰে নে

  • @assamvloger6165
    @assamvloger6165 Před rokem +1

    Ondhoboktto zindabad

  • @rijuhasan5745
    @rijuhasan5745 Před rokem +2

    Nice

  • @binoykalita7597
    @binoykalita7597 Před rokem +2

    ৰাইজৰ প্ৰতি নিধিৰ টূঘলকি চিন্তা ক কিবুলি কব,,?

  • @gobindas2019
    @gobindas2019 Před rokem +2

    Private school way is always business.

  • @AnjuDevi-mr3pg
    @AnjuDevi-mr3pg Před rokem

    Bhal lagil news tu Sai .Hosa sabi aikhon govt school anekuwakoi nobonai kio .aitu dangor questions.

  • @duljitsaikia4873
    @duljitsaikia4873 Před rokem +4

    Aap👌👌👌

  • @mehfujalamkhan5388
    @mehfujalamkhan5388 Před rokem

    🔥🔥

  • @champakpapu
    @champakpapu Před rokem

    👍

  • @arabinduray3280
    @arabinduray3280 Před rokem +4

    ইয়াকে কয় খাই পাত ফলা

  • @rofiqulislam1080
    @rofiqulislam1080 Před rokem +1

    আকাশ পাতাল পাৰ্থক্য।

  • @janborah3220
    @janborah3220 Před rokem

    Thik dise. Aru news diyok.

  • @pranamiphukanicon6285
    @pranamiphukanicon6285 Před rokem +1

    Laj lagi gol

  • @brajendutta111
    @brajendutta111 Před rokem

    Chan

  • @akhirulislam6303
    @akhirulislam6303 Před rokem +4

    Poriborton

  • @mridulkumarborah4181
    @mridulkumarborah4181 Před rokem +2

    Raijor Abadan Aru batari Prakashar abhilekh biswamanarei.

  • @hamedali3043
    @hamedali3043 Před rokem +1

    কেজৰিয় য়াল জীয়ে তাকেই কৈ গৈছে

  • @sakhinabora9589
    @sakhinabora9589 Před 7 měsíci

    ❤,👌👌👌👌❤

  • @ISeeYou-fc5zg
    @ISeeYou-fc5zg Před 10 měsíci

    অন্ধ ভক্ত সকল এই বাতৰি বিলাক নাচায় যেন।

  • @nilamray4237
    @nilamray4237 Před rokem +4

    Hahahaha 😭😭😭🙏

  • @aaronbaro9233
    @aaronbaro9233 Před rokem +3

    Most lobhi nilaj khokowa hypocrite leader r naamot Himanta nilaz karnei enkoi mntri hoi ase

  • @debakumar5124
    @debakumar5124 Před 10 měsíci

    ক্ষমতা আৰু ৰাজহুৱা ধন অপব্যৱহাৰ কৰিছে এই জনাই.....

  • @niranjantalukdar8578
    @niranjantalukdar8578 Před rokem

    Cm sire potakhon sarkari karile Val habo

  • @hitukalita4650
    @hitukalita4650 Před rokem

    পৰিবৰ্তন

  • @rintuborah861
    @rintuborah861 Před rokem

    Baa baa

  • @ashokgogoi6723
    @ashokgogoi6723 Před rokem

    Teuluke koi ase sorkari bidyaloyot student nai .. but main kothatu hol jodi sorkari vidyalayat bhal construction e nai ba porhar poribekhei nai student kio jabo. Hei bilak school develop nokori private schools bonuwa aru tar support t justification dia kothai jonohadharonok murkho bonuwar he ingit dise

  • @semson1887
    @semson1887 Před rokem +1

    Ppe kit scam to ki hol ? Ne misabatori asil?

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 Před 10 měsíci

    সেই স্কুল খন খুলিবলৈ ইমান টকা কত পালে 1no দুৰ্নীতি পৰায়েন মুখ্য মন্ত্রী

  • @hirakkalita2588
    @hirakkalita2588 Před rokem

    Eiai poriborton delhit govt school bilak iman unoti korise jate saklue free admission phoribo pare but assomot sarkari school bilak lahe lahe bondho kori nijakoi luxury private international school khulise jate tat mla, minister dhoni manuhor ghoror lora suwaliei admission lobo pare

  • @jatinnath1335
    @jatinnath1335 Před rokem

    Aijon..C..M.hoi..থকাৰ..akanu..নৈতিক..adhikar..nai..kothabilak..hosa..public..should..be..careful

  • @purnanandarajkhowa8712
    @purnanandarajkhowa8712 Před rokem +1

    এইখননো কেতিয়াৰ পৰা বনাইছিল?আগতে গম নাপালো।

  • @manikaligira2966
    @manikaligira2966 Před rokem

    পৰিবতৰ্ন

  • @mahimahmed2665
    @mahimahmed2665 Před rokem

    বাদ দিয়াহে পঢ়া স্কুলৰ কথা ,পতা স্কুল খন কিন্তু চাবলগীয়া। দেখিলানে? আমাৰ চাৰে অসম বিখ্যাত বিদ্যালয় বনাই দিলে।

  • @user-tc7ke1io8k
    @user-tc7ke1io8k Před 5 měsíci

    Ayai hol C mr asolRajniti

  • @ibrajvlogs
    @ibrajvlogs Před rokem

    Bhal kam korise mamaye.....bjp jindabad 🔥...amar mamaye World class private school akhon khuli bohut bhal kam korise 🔥🔥

  • @leenagoswami1281
    @leenagoswami1281 Před rokem

    তেওঁ নিজে এবাৰ ভাল দৰে ভাবি চাব লাগে , মুখেৰে কি কয় আৰু হাতেকামে কি কৰে । সাধাৰণ জনগণৰ তেজ খায় ,ধনীৰ দুলালক ডাঙৰ মানুহ কাৰাৰ কাৰখানা হে যে খুলিলে ।

    • @fizulatrahman7307
      @fizulatrahman7307 Před rokem

      SARODA,29BIGHA MATI OBOIDHA DOKHOL ,TOTHAPI LAJ PUA NAI .ANOK DURNITI BONDHO KORAR KOTHA KOI, KARON TEUR VAGOT KOMI JABO. ADIN ASOM KHONOKE NIJOR KORIBOLOI GOI ASE

  • @salimhussain4907
    @salimhussain4907 Před 10 měsíci

    ই অসম শেষ কৰি হে এৰিব

  • @pabindas6525
    @pabindas6525 Před rokem

    Dhani pariyalar kashat jadi dukhiya pariyal nathake dhanor mullya prakash nahai ,. Aya hajar pakiyar nahai ne

  • @deepbaishya6858
    @deepbaishya6858 Před rokem

    Kejriwal ahibo ne ki assaam ..

  • @sushilkonwar7012
    @sushilkonwar7012 Před rokem

    Classification

  • @binoykalita7597
    @binoykalita7597 Před rokem

    জয়ন্ত মল্ল ৰ গাত বিহা ওকনি আছে।

  • @rahulaminxxx
    @rahulaminxxx Před rokem

    School tu nirman khoros kiman? Teor dormaha kiman? Teo eman toka kot pale hisab lage. I'm a tax payer of India. Reply me India.

  • @Bg22224
    @Bg22224 Před rokem

    পৰিবৰতন

  • @bkp9774
    @bkp9774 Před rokem

    Wah wah . Kot pale be iman toka ?

  • @joychoudhury2248
    @joychoudhury2248 Před 10 měsíci

    H...for ki.??..ans Husiar.
    S..for ki.??.ans soitan..
    B..for ki?? ans Bodmas

  • @dipakkrdasdaskrdipak4941

    জয়ন্তমল্ল ই কৈছে অসমীয়াত পঢ়া কেইটা ডাঙৰ মানুহ হৈছে? তেওঁলোকৰ মূখ্যমন্ত্ৰী জন কত পঢ়িছিল তেওঁ নাজানে আৰু তেওঁ সা্ংবাদীকক এঠিকচৰ কথা কয়।এওঁ লোকে এয়া চিদ্নীকেত ছলাই ছে।

  • @hafizulhoqueahmed2788
    @hafizulhoqueahmed2788 Před rokem +1

    Cm bhut natok kore

  • @purabibora2048
    @purabibora2048 Před rokem

    Kajriwale govt. School bor bhal korise aru amer cme public school khuli business koribo.

  • @yogeshborpatragohain6775
    @yogeshborpatragohain6775 Před 11 měsíci

    Gunojit Sharma lamto Sai looo

  • @amzadkhan3533
    @amzadkhan3533 Před rokem

    No comment

  • @seutibhuyan7531
    @seutibhuyan7531 Před rokem

    B

  • @tarunpayeng260
    @tarunpayeng260 Před rokem

    Amibure ahai korisu

  • @sitarampegu5276
    @sitarampegu5276 Před rokem

    CM nije laj pabo lage nijor jibonor patoni mela school khon aji jaun jaun obostha

  • @dipjyotiborah7911
    @dipjyotiborah7911 Před rokem

    C M bonuwa school khon Dukhiya lora suwali karone dan korok

  • @anishaborah1993
    @anishaborah1993 Před rokem

    Himantak aru kaotaman lora -suwali jonmo dobo daa haikaitaka porhabo 2.06lakh di

  • @rahulhazarika6783
    @rahulhazarika6783 Před rokem

    Emam poisa cm kot pale , atia belg kunuba hua hole CBI ,CID jera hol haten 😒😒😒😒😒😒😒😒

  • @starprinters3810
    @starprinters3810 Před rokem

    BJP. Ayai poriborton,. Monu Dutta

  • @dhirendrakumarbaruah6906

    jotei toka totei mama...

  • @sankardas2796
    @sankardas2796 Před rokem

    Amar lora chowali bor jen manuh ha nohoi,bhabile bor dukh lage

  • @bhagawansarma443
    @bhagawansarma443 Před rokem

    Jalukbarir. Raiser. Babe...khukhibòr. .?

  • @mdjahir4605
    @mdjahir4605 Před rokem

    Ki j hobo