Video není dostupné.
Omlouváme se.

কংগ্ৰেছ দলৰ পৰা বেয়া দিনত ওলাই যোৱা নেতা দললৈ ঘূৰি অহাটো নিবিচাৰোঁ

Sdílet
Vložit
  • čas přidán 13. 07. 2024
  • ▶️কংগ্ৰেছ দলৰ পৰা বেয়া দিনত ওলাই যোৱা নেতা দললৈ ঘূৰি অহাটো নিবিচাৰোঁ। মই অনাগত দুটা বছৰ অসমত কাম কৰিব বিছাৰো বুলি দলীয় নেতৃত্বক জনাইছোঁ৷ অসমৰ বান-গৰাখহনীয়া ৰোধৰ বাবে পেকেজ নহয়, এক পৰিকল্পনা থকা আঁচনিৰ প্ৰয়োজন বুলি মন্তব্য গৌৰৱ গগৈৰ।

Komentáře • 299

  • @EKRAM_FARHAAN
    @EKRAM_FARHAAN Před měsícem +99

    #Gauravgogoi ✅আগন্তুক সময়ত গৌৰৱ গগৈ ডাঙৰীয়াক অসমৰ মুখ্য মন্ত্ৰী হোৱাটো মই ব্যক্তিগত ভাৱে বিচাৰোঁ।✅

  • @anonymous_assamese4838
    @anonymous_assamese4838 Před měsícem +93

    ৰাণা গোস্বামী নামৰ বলধটোক কোনো কাৰণতে আকৌ কংগ্ৰেছত যোগদান কৰিব নিদিব।
    জয় কংগ্ৰেছ ❤🎉

  • @bhaskorgogoi7013
    @bhaskorgogoi7013 Před měsícem +162

    কংগ্ৰেছৰ বেয়া দিনত যি বিলাক নেতাই BJP লৈ গৈছিল। সেই নেতাসকলক পূনৰ কংগ্ৰেছ দলত যোগদান কৰিবলৈ দিব নালাগে। এই সকল সুবিধাবাদী। কেৱল সাধাৰণ কৰ্মী সকলক ল'ব লাগে।

  • @anupdas9848
    @anupdas9848 Před měsícem +77

    সন্মানিয় গগৈ ডাঙৰিয়া বেয়া দিনত যি সকলে দলৰ লগত থাকি কাম কৰি গৈছে ভাল দিনত সেই সকলৰ কথাত গুৰুত্ব দিয়াটো উচিত। অন্যথা কৰমি সকলৰ মন বেয়া হব। আৰু ৰাইজেও দলক সমৰ্থন কৰি যাব।

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc Před měsícem +45

    পিছলৈ নাচায় যেনে, ৰাইজে বিজেপিক ভালদৰে বুজি পোৱা হৈছে আৰু বিদায় দিব।

  • @bhaskardoley7056
    @bhaskardoley7056 Před měsícem +99

    গৌৰৱ গগৈ জিন্দাবাদ 3:08 🎉🎉🎉🎉🎉🎉🎉

  • @user-zy2vp9is2w
    @user-zy2vp9is2w Před měsícem +83

    ছুৱাচেলেকা সকলক যাতে আকৌ দলত অন্তভূক্ত হবলৈ নিদিয়ে যেন।

  • @dowarahsanab8230
    @dowarahsanab8230 Před měsícem +22

    পিয়োজ জয়ন্ত ৰুপজ্যোতি দিগন্ত পল্লৱ প্ৰদান বলীন এনেবোৰ নেতাক অসমৰ পৰা বিদায় দিৱ লাগে

    • @BoraKalpa
      @BoraKalpa Před 28 dny

      অ এওঁ লোক অসমীয়া নহয় ন সেই বাবে এওঁ লোকক বাংলা দেশলৈ পঠিয়াই দিব লাগে আৰু লগতে মুচলমান দুজন মানক লৈ আহিব লাগে।😂

  • @sunildutta3640
    @sunildutta3640 Před měsícem +53

    নিকা মানুহক নিৰ্বাচনৰ টিকট দিলেহে ভাল ফল পোৱা যাব।

  • @BornHustler2310
    @BornHustler2310 Před měsícem +29

    ইয়াকে কয়, "গোৰ মাৰি গঙ্গাত পেলোৱা" | কংগ্ৰেছক বেয়া দিনত গোৰ মাৰি পৰিস্কাৰহে কৰিলে |

  • @nabanitadas3198
    @nabanitadas3198 Před měsícem +40

    Next CM hb apuni

  • @manjubarman1855
    @manjubarman1855 Před měsícem +27

    ওলাই যোৱা জাবৰ সোপা আকৌ গোটাই চপাই নল'ব।নতুন প্ৰজন্মৰ নতুন মুখ নিৰ্বাচন কৰক।

  • @_axomia_lora_2624
    @_axomia_lora_2624 Před měsícem +64

    ৰাণা দিয়ক তাক বাধা,
    অংকিতা নলব তাইক জপতিয়াই
    বিস্মিতা নহয় তাই মুকুতা
    ৰূপজ্যোতি নাই তাৰ জ্যোতি
    সদায় হয় মাথোঁ জ্যোতিষী।
    এইবোৰ গেলা আলু,নললে ভাল হয়।

    • @bijoydeka9134
      @bijoydeka9134 Před měsícem

      Ai manuh khini xiyal mama r kuni chupibo goisil. Atiya xihotok kuni chupi thakibo diok.

    • @himanshudutta609
      @himanshudutta609 Před měsícem +1

      🤣🤣🤣

  • @aikhunlungshangbunboruah1a269
    @aikhunlungshangbunboruah1a269 Před měsícem +33

    আপুনি ২০২৬ অসমৰ ৰাজনীতিত বলিষ্ঠ নেতৃত্ব লওক আৰু এখন আস্থাৰ অসম গঢ়ি তোলক

  • @AnandaMudoi
    @AnandaMudoi Před měsícem +92

    2026 চনৰ অসমৰ গৌজ্বলৰ মূখ্যমন্তী আপুনী,,, ইতিমধ্য অসমৰ ৰাইজে সিধান্ত গ্ৰহণ কৰিছে।

  • @NK-activ
    @NK-activ Před měsícem +21

    সত্য কথা ।একেবাৰেই নিদিব।

  • @samsulali4266
    @samsulali4266 Před měsícem +46

    যোৰহাটবাসীক ধন্যবাদ

  • @hemantamahanta5578
    @hemantamahanta5578 Před měsícem +33

    গৌৰৱ গগৈ জিন্দাবাদ ।

  • @riyajulhussain5682
    @riyajulhussain5682 Před měsícem +31

    Congress jindabad good speech in news

  • @joyprakashtamuli4627
    @joyprakashtamuli4627 Před měsícem +11

    আগবাঢ়ি যাওঁক। অসমত 2026 ত চৰকাৰ গঠনৰ বাবে সকলো প্ৰচেষ্টা লওক। দলৰ সাংগঠনিক দিশত কাৰো সৈতে আপোচ নকৰি আমূল পৰিৱৰ্তন সাধন কৰক।

  • @gamusa-1
    @gamusa-1 Před měsícem +18

    Congress zinda bad

  • @DineshMedhi-bc3mc
    @DineshMedhi-bc3mc Před měsícem +14

    দল এৰি যোৱা সকলক পুনৰ দলত ললে ৰাইজে কঙৰেজক বিশ্বাস কৰিবলৈ টান পাব

  • @PPKMBA
    @PPKMBA Před měsícem +4

    Late Tarun Gogoi and his son jindabad

  • @bimanrajkonwar7948
    @bimanrajkonwar7948 Před měsícem +16

    India alliance jindabad

  • @hiranyasaharia8930
    @hiranyasaharia8930 Před měsícem +8

    Good stand of Gaurav Gogoi.🎉🎉.

  • @monjulahon7712
    @monjulahon7712 Před měsícem +8

    আপোনাক তথা দলক বেয়াকৈ কটু সমালোচনা কৰি শেষ মূহুৰ্তত সঙগ এৰি দিলে সেই পান্দা কেইটাক স্থান নিদিব ।

  • @binodnoi513
    @binodnoi513 Před měsícem +2

    শুভেচ্ছা জনালো গৌৰৱ দা 🎈🎉👍। অনাগত দিনত অসমৰ ৰাইজে আপোনাৰ নেতৃত্বত এখন সৱল আৰু নতুন অসমৰ সপোন দেখিছে।।

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j Před měsícem +4

    বৰ্তমানৰ চৰকাৰ খন টো কংগ্ৰেছ যুক্ত বিজেপী চৰকাৰ ৷ শিয়াল কেইটাক যাতে নলয় কংগ্ৰেছে ৷ বিজেপীয়ে গেলাই দিছে অসমত ৷ মুছলমানৰ ৰাজনীতি কৰি বিশেষকৈ অসমত লাভ নাই ৷ হিমন্তই হিন্দু আৰু মুছলমান ৰাজনীতি কৰিছে নিজৰ স্বাৰ্থৰ কাৰনে ৷ হিমন্তই নিজৰ কাৰনে অপ্ৰপচাৰ চলাইছে ৷ ২২ বছৰ হিমন্ত কংগ্ৰেছত থাকি এতিয়াহে হিন্দুতৰ কথা ভাবিছে ৷ যোৱা বাৰ যে হিমন্তই কৈছিল শৰাইঘাটৰ ৰণ কি হ’ল ? আজমল শেষ এতিয়া শৰাইঘাটৰ ৰণ ক’ত কৰিব হিমন্তই ৷ হিমন্ত শেষ মুঠতে ৷ ২০২৬ ত হিমন্তই নিৰ্বাচন নেখেলাই ভাল ৷

  • @anjugogoi6222
    @anjugogoi6222 Před měsícem +6

    জয় আই অসম ধন্যবাদ

  • @ProbalKhataniar
    @ProbalKhataniar Před měsícem +14

    আন্তৰিক শুভকামনা জনালোঁ🙏🙏

  • @lalitmoran2709
    @lalitmoran2709 Před měsícem +2

    উপ দলপতি গগৈ ডাঙৰীয়াই যিখিনি কথা ক'লে যথেষ্ট গুৰুত্বপূৰ্ণ ভাল লাগিল, সকলোতকৈ ভাল লাগিল দলৰ বেয়া দিনত দলত লাট মাৰি যোৱা আৰু কঙগেছৰ পৰা বিজেপিলৈ আকৌ কঙগেছলৈ আহিব বিচৰা সকলক কোনো কাৰণতে বিশ্বাসত ল'ব নালাগে, সিহঁত বিজেপিৰ এজেণ্টটো হ'ব পাৰে , হিমনত বিশ্ব শৰ্মাৰ কূটনৈতিক কৌশল বুজিবলৈ বহুত টান ।
    গতিকে মানুহ আহিলেই ল'ব নালাগে , আমাৰ নেতাৰ অভাৱ নাই, আমাক ভোটাৰহে প্ৰয়োজন।
    বহুত বিবেচনা কৰিহে ল'বলৈ মোৰ অনুৰোধ। ২৬ ত আমাৰ চৰকাৰ অহাটো সম্ভাৱনা প্ৰৱল, তেনে নেতাই চৰকাৰ ভাঙি দিব পাৰে মুঠেই বিশ্বাস কৰিব নোৱাৰি।
    যিহেতু সিহঁত মতলবি।

  • @shrutisingha115
    @shrutisingha115 Před měsícem +2

    Me and my family are with Congress always give me a chance

  • @dharmeswarkonwar5733
    @dharmeswarkonwar5733 Před měsícem +8

    Gaurab Gogoi long live

  • @hirokjyotigogoi2436
    @hirokjyotigogoi2436 Před měsícem +6

    আপোনাৰ দৰে যদি প্ৰতিটো সমষ্টিত শিক্ষিত নেতা প্ৰক্ষেপ কৰে , তেনেহ'লে ২৬ চনত কংগ্ৰছ চৰকাৰ গঠন হোৱাতো স্বাভাৱিক আৰু দল বাগৰা নেতা সকলক কেতিয়াও স্হান দিব নালাগে🙏 তেনে কৰিব হ'লে কংগ্ৰছ দলৰ প্ৰতি ৰাইজৰ যি আস্হা ঘূৰি আহিছে, সেয়া নোহোৱা হোৱাতো স্বাভাৱিক

  • @shriarchana8844
    @shriarchana8844 Před měsícem +8

    Gourav Gogoi zindabad

  • @PurnanandaTaid-ll2yw
    @PurnanandaTaid-ll2yw Před měsícem +11

    ❤❤❤ Congratulations dada❤❤❤

  • @NoorHussain-jr9si
    @NoorHussain-jr9si Před měsícem +7

    Gaurob gagoi jindabad

  • @parthapratimsaikia1740
    @parthapratimsaikia1740 Před měsícem +5

    আপোনাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে ২০২৬ ত বিচাৰো দাদা

  • @minahazarika7578
    @minahazarika7578 Před měsícem +7

    গৌৰৱ গগৈ জিন্দা বাদ অসম গৌৰৱ

  • @mrinaldutta3949
    @mrinaldutta3949 Před měsícem +8

    Good decision

  • @dhanjitnath4013
    @dhanjitnath4013 Před měsícem +1

    সুবিধাবাদী নিমখহাৰামবোৰক দলত ললে দলতো জনবিৰোধী হৈ পৰিব.কাৰন এইবোৰ জনগনৰ নেতা নহয় নিজৰ গাদীৰ লুভিয়া নেতা 🙏🌹

  • @ramchandradeka6315
    @ramchandradeka6315 Před měsícem +2

    নিৰ্বাচনৰ সময়ত দল ত্যাগ কৰা নেতা সকলক পুনৰ দললৈ আৰু নানিবলৈ অনুৰোধ জনালোঁ।

  • @user-dy5kq1pg2e
    @user-dy5kq1pg2e Před měsícem

    গৌৰৱ গগৈক বহুত বহুত ধন্যবাদ জনালো।

  • @pankipragyaofficial5020
    @pankipragyaofficial5020 Před měsícem +8

    Welcome Gourav Gogoi

  • @TaripAli-rd4hg
    @TaripAli-rd4hg Před měsícem +4

    Good 👍👍👍

  • @jagyaraj5284
    @jagyaraj5284 Před měsícem +2

    অসমৰ CM sir আপুনি 🙏

  • @shrutisingha115
    @shrutisingha115 Před měsícem +1

    Sir I am always with Congress party

  • @bishaldas3964
    @bishaldas3964 Před měsícem +2

    Xundor khidhanta...jibur goise kheyburok sthan nidibo...

  • @michbahuda4373
    @michbahuda4373 Před měsícem +1

    অতি সুন্দৰ কথা কোনো পৈদ্দেই কংগ্ৰেছ দলত যোগদান লব নালাগে।

  • @bakulboruah2026
    @bakulboruah2026 Před měsícem +2

    গৌৰৱ গগৈ ২০২৬ ৰ মূখ‍্যমন্ত্ৰী।

  • @deadlydrax2711
    @deadlydrax2711 Před měsícem

    Gourav Gogoi is good leader present time

  • @utpalgoswami1990
    @utpalgoswami1990 Před měsícem +1

    বৰ ভাল পালোঁ আপোনাৰ কথাত । ক্ৰোধিত হৈ বি জে পিৰ মিচলিয়া সোপাৰ ৰজা , মহাৰজায়, মাইকী নিগনিৰ দৰেই ভিতৰত খোৱা মিছলিয়া সোপায় ভাৰতৰো ভিতৰখন ফোপোলা কৰিলে ।

  • @AbdulHai-tc9bk
    @AbdulHai-tc9bk Před měsícem +2

    Next CM of Assam

  • @gautamsaikia9691
    @gautamsaikia9691 Před měsícem +1

    Well said... gaurav gogoi da..

  • @shaanali6072
    @shaanali6072 Před měsícem

    মই ভবা নাছিলোঁ, গৌৰৱ গগৈ এজন No 1 নেতা হব বুলি, আজি মই আচৰিত সঁচাই এজন ভাল নেতা , আৰম্ভণিতে মোৰ যি ভাৱধাৰা আছিল আজি তাৰ উলটা হৈছে, great you sir, zindabad

  • @C.Barman7
    @C.Barman7 Před měsícem +4

    Next Chief Minister of Assam

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh Před měsícem

    Next CM Gaurav Gogoi sir Lage Sarkar

  • @prakhantanarahprakhantanar4891

    Gaurav gogoi jindabad ❤❤❤

  • @user-jd3cm1qm6t
    @user-jd3cm1qm6t Před měsícem +2

    Thanks sir you are heart in new assam

  • @nipadihingia9920
    @nipadihingia9920 Před měsícem +1

    যোৱা সকলক যাবলৈ দিব লাগে বিশেষকৈ বৰমূৰীয়া সকলক কোনো কাৰণতে কংগ্ৰেছ ত ঘূৰাই নোলোৱাটো ভাল।বাকী সাধাৰণ জনসাধাৰণৰ কথা বেলেগ তেওঁলোকক সহাঁৰি জনাব লাগ🙏

  • @user-iy4zz2uf7q
    @user-iy4zz2uf7q Před měsícem +9

    বেয়া দিনত এৰি যোৱাৰ বোৰ কাম নাই

  • @user-rj5nq1zi7n
    @user-rj5nq1zi7n Před měsícem +1

    Very Good gogi

  • @bhargaV567d
    @bhargaV567d Před měsícem +2

    Ankwa leader lage assam k

  • @ElectricaMall
    @ElectricaMall Před měsícem +2

    Gaurav future next CM of Assam ❤

  • @Krishna-rc2ws
    @Krishna-rc2ws Před měsícem +5

    Yes

  • @abhijeetdeka2328
    @abhijeetdeka2328 Před měsícem +5

    Bht vl kotha koise gogoi sir..❤❤🎉

  • @ranjanborah8190
    @ranjanborah8190 Před měsícem +1

    সুন্দৰ কথা

  • @manonekaleta5287
    @manonekaleta5287 Před měsícem +1

    Gorave Gogoi zindabad

  • @Khunlaichiring
    @Khunlaichiring Před měsícem +5

    Monor kotha kola Dada.

  • @hemantaphukan3499
    @hemantaphukan3499 Před měsícem +2

    সুন্দৰ 👌 । আপুনি আমাৰ গৌৰৱ

  • @SAIFULISLAM-hc1iw
    @SAIFULISLAM-hc1iw Před měsícem

    Good decision gaurab Gogoi

  • @kabyajyoti
    @kabyajyoti Před měsícem +1

    Most popular now a days in assam than CM Himanta.

  • @Invencible1999
    @Invencible1999 Před měsícem +1

    He should be the next pm candidate for Congress

  • @user-dy5tt1vv6r
    @user-dy5tt1vv6r Před měsícem +2

    Gourav gogoi zindabad

  • @anandas1145
    @anandas1145 Před měsícem

    গৌৰৱ গগৈ জিন্দাবাদ,

  • @jyotishdeka5437
    @jyotishdeka5437 Před měsícem

    দল বগৰা নেতা ৰ ক্ষেত্ৰত কঠোৰ হক।

  • @porashjyotineog5984
    @porashjyotineog5984 Před měsícem +2

    Next c m

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx Před měsícem

    কংগ্ৰেছ দলে তিনি গগৈক লগত লৈ সিদ্ধান্ত লব লাগে অন্যথা ভুল হব । BJP আৰু হিমন্ত মামাই তিনি গগৈৰ মাজত ভাঙিবলৈ বহুত চেষ্টা কৰিবলৈ পৰিকল্পনা কৰিব আৰু মামাই ৰাহু আৰু কেটো গ্ৰহ হয়, এইবোৰ কামত সদায় লাগি থাকে ।কংগ্ৰেছ দলৰ পৰা গুচি যোৱা সকলক পুনৰ কংগ্ৰেছ দলত আনিব নালাগে ।

  • @tony2009utube
    @tony2009utube Před měsícem

    We trust in Gaurav Gogoi Sir..

  • @ForidulIslam-yz3yl
    @ForidulIslam-yz3yl Před měsícem +1

    monafikok khatir nokorai bhal❤❤❤

  • @dadugogoi5548
    @dadugogoi5548 Před měsícem +1

    Congratulations Gaurav Da. 🙏👍👍🙏

  • @minturajkhowa2250
    @minturajkhowa2250 Před měsícem +1

    You are our future

  • @SatyajitGogoi-ft8wn
    @SatyajitGogoi-ft8wn Před měsícem +1

    Congretuletion

  • @user-th8ps7ef8o
    @user-th8ps7ef8o Před měsícem

    Gourav gogoi zindabad ❤🎉

  • @birengogoi9889
    @birengogoi9889 Před měsícem +2

    দল এৰি যোৱা সকলক ঘূৰাই আনিব নালাগে।

  • @ramkrishnarikiason391
    @ramkrishnarikiason391 Před měsícem +1

    Congratulations 🎉❤
    Up Coming C Assam

  • @babatubhaskar6683
    @babatubhaskar6683 Před měsícem +1

    Congratulations 🎉

  • @NripenThakuria
    @NripenThakuria Před měsícem

    কোনো স্বাভিমানী খিলঞ্জীয়া অসমীয়া কংগ্ৰেছ দলত নেথাকে ৷ কংগ্ৰেছ এতিয়া এটা বিশেষ সম্প্ৰদায় দলত পৰিণত হৈছে ৷

  • @dipakgogoi5084
    @dipakgogoi5084 Před měsícem

    গৌৰৱ গগৈয়ে সঁচা কথা কৈছে। যি সকল নেতা কংগ্ৰেছৰ পৰা ওলাই গৈছিল সেইসকল সুবিধাবাদীক কেতিয়া কংগ্ৰেছত যোগদান কৰিবলৈ সুবিধা দিব নালাগে। কাৰণ এইসকল সুবিধাবাদীয়ে আকৌ সুবিধা অনুযায়ী কংগ্ৰেছক বিপদত পেলাই বেলেগ দললৈ গুচি যাব।

  • @bitupanhazarika8172
    @bitupanhazarika8172 Před měsícem +1

    Congratulations 🎉🎉🎉🎉

  • @RahulNgatey-qh6dd
    @RahulNgatey-qh6dd Před měsícem

    Gourav gogoi jindabad 🎉🎉🎉

  • @Sameer2023-h3n
    @Sameer2023-h3n Před měsícem +1

    GG zindabaad
    . ❤❤❤❤

  • @debenborsaikia4624
    @debenborsaikia4624 Před měsícem +1

    আপুনি অকনো চিন্তা নকৰিব ৷ কিন্ত দল ত্যাগ কৰা কেইটাক সোমাবলৈ নিদিব ৷ স

  • @Puja73215
    @Puja73215 Před měsícem

    Axomor গৌৰৱ

  • @user-cm2hk8ko6g
    @user-cm2hk8ko6g Před měsícem +1

    Congratulations sir joi Aai Akhom ✊

  • @DhirajMedhi-vo3jh
    @DhirajMedhi-vo3jh Před měsícem

    Gaurav gogoi aanar hero Assam gaurav Assam's pride . please don't welcome again opportunist to congress.congress zindabaad Rahul Gandhi zindabaad

  • @aminulhaque7685
    @aminulhaque7685 Před měsícem

    Gaurav Gogoi is probable CM of Assam. 2026

  • @BashistaHajang
    @BashistaHajang Před měsícem

    Apuni jibaktya dise oti uttam .conggrese Ari juwa hakalak aru than ba uvatai anar kunu darkar nai.

  • @NibashDutta-pb6ux
    @NibashDutta-pb6ux Před měsícem +1

    Next cm in Assam plz dnt keep garbage in your team

  • @Polashgogoi176
    @Polashgogoi176 Před měsícem +2

    Congratulations