Big breaking/ৰাজনীতি ডাঙৰ খবৰটো।হাহাকাৰ লাগিছে ৰাজ্যত।/Virel news

Sdílet
Vložit
  • čas přidán 6. 09. 2024

Komentáře • 41

  • @hndekari8011
    @hndekari8011 Před měsícem +16

    বাজেটৰ বিষয়ে আমাৰদৰে সাধাৰণ মানুহৰ সম্যক ধাৰণা নাই ৷ কিন্ত; উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰত বাজেটখন যে উদাসীন সেইটো অনুভূত হৈছে ৷ সৰ্বানন্দ সোনোৱালে সততে কোৱা “ নৰেন্দ্ৰ মোডীৰ উত্তৰ-পূবৰ প্ৰতি মনোযোগ“ ইয়াত সমূলি দেখা পোৱা নগ’ল ৷ দেখিলোঁ সেই একেই মাহীআইৰ দৃষ্টিহে ৷৷

  • @nakulbanikya6653
    @nakulbanikya6653 Před měsícem +10

    অসমৰ বানপানী গৰাখহনী সমস্যা টোক কোনো ৰাজনৈতিক দলেই সমাধান নকৰে।ই নিশ্চিত।নেতাবিলাকে দিল্লীত আঠু কাঢ়িবলৈ যায়।ৰাজহাড় নোহোৱা জাতিৰ প্ৰতিনিধি এওঁলোক। ধিক্কাৰ দিছোঁ।

  • @user-gg2jh3un6m
    @user-gg2jh3un6m Před měsícem +2

    Thank your Discussion mattet

  • @binoykalita7597
    @binoykalita7597 Před měsícem +5

    এইয়াই অষ্টলক্ষী নহয় নে?লাজ নেলাগেনে জনপ্ৰতিনিধিৰ। অসমৰ বানপিঢ়িত সকল মানুহ নহয় নেকি?

  • @bharatboruah2026
    @bharatboruah2026 Před měsícem +2

    আচলতে বিজেপিয়ে অসমৰ জনতাক ৰঙা চকু দেখোরাব পাৰে কিন্তু দেলিৰ ওচৰত আঁঠু কাৰে।

  • @HaidorAli-mq2yt
    @HaidorAli-mq2yt Před 15 dny

    বানপানী গৰাখহনীয়া সমস্যা কৃত্ৰিম বানৰ সমস্যা। সহযতে শেষ কৰিব নোৱাৰিব।কাৰন প্ৰতি খন ৰাজ্যতে প্ৰাকৃতিক ভাৱে থকা ভূখনদ বিশেষকৈ পাহাৰ পৰ্বত গছ গছনী হাবি বন বনাঞ্চল সকলো বিকাশৰ নামত উন্নয়নৰ নামত ধঙস কৰিছে। পৰিকল্পনাৰ অভাৱ ইঞ্জিনিয়াৰিঙ পদ্ধতিৰ অভাৱ।গতিকে অসমৰ অনাগত দিনত ভয়ানক সমস্যাই দেখা দিব।

  • @pradipdas3459
    @pradipdas3459 Před měsícem +1

    অসমক কিমান দিছে সেইটো কওক।।

  • @mahanandatalukdar9926
    @mahanandatalukdar9926 Před měsícem +1

    Big -0 - budget for Assam

  • @Mama-xm9qu
    @Mama-xm9qu Před měsícem +1

    Nicee share❤

  • @gobinbhuyan2158
    @gobinbhuyan2158 Před měsícem +2

    Majja..bajau Tali 😝😜😝

  • @Darthvader000
    @Darthvader000 Před měsícem +1

    This budget is only 4 Nitish Naidu gulami Budget 2024.

  • @pawanborah2748
    @pawanborah2748 Před měsícem +2

    Nakre 2

  • @user-gr6pt5bx9m
    @user-gr6pt5bx9m Před měsícem +1

    অসমৰ কাৰণে একো নিদিলে সেই কথা ধাকিবৰ কাৰণে বেচেৰা দিগন্ত কলিতা ডাঙৰীয়াই আবুল তাবুল কবলগা হৈছে ।

  • @hemantamahanta5578
    @hemantamahanta5578 Před měsícem +1

    এইখন অসম বিৰোধী বাজেট

  • @user-cy8lv7es5m
    @user-cy8lv7es5m Před měsícem +1

    কেন্দ্ৰ ত বিজেপি অসমত বি জে পি তথা পি বানপিৰীতৰ হাহাকাৰ! ভবিষ্যতে সমূহ বানপিৰীত ৰাইজে ভাল সিদ্ধান্ত লব বুলি আশা কৰিলো।

  • @ripunjoygohain8164
    @ripunjoygohain8164 Před měsícem +1

    This is 3.0 aluguti budget for ASSAM.

  • @moijoyshree6921
    @moijoyshree6921 Před měsícem +2

    Nice sharing🎉🎉🎉🎉

  • @axomiya12lora
    @axomiya12lora Před měsícem +1

    সন্মানিয়মহোদয়
    বৈপ্লবিক উলগ যাঁচিলো | বানপানী বাবদ আন্দোলন মুখি মনৰ আবেগ প্রকাশ কৰিলে আপোনাক এৰেষ্ট্ৰ কৰিব৷
    তাৰবাবে সজাগ থাকিব
    আপোনাৰ অনুগাম চকু

  • @NibaranNath-bx4ee
    @NibaranNath-bx4ee Před měsícem

    অতি পৰিতাপৰ কথা যে কংগ্ৰেছে প্ৰায় 60 বছৰ চৰকাৰ চলালে কিন্তু বান পানীৰ সমস্যাটো তেওঁলোকে কিবা এটা কৰিব নোৱাৰিলে। তেওঁলোকে অসমৰ বানপানীৰ সমস্যাটো লাৰালিৰ খেল হিচাবে লৈছিল। বিজেপি আজি 15 বছৰৰ শাসন ভাৰ লৈছে কিন্তু ইহঁতেও বান পানীৰ সমস্যাটোৰ প্ৰতি উদাসিনতা দেখুৱাই হে আহি আছে। মানুহৰ আশা আৰু প্ৰত্যাশা পূৰণ কৰাত ব্যৰ্থ। জয় আই অসম।

  • @birenbora4425
    @birenbora4425 Před měsícem +1

    sorkarkhon mojut rokhar babe biharok agradikar dira hhoise

  • @user-hy9gv3ob2r
    @user-hy9gv3ob2r Před měsícem

    বাজেতট উল্লেখ কৰিবলৈ পাহৰিলে বুলি কওক।আস্বাস ইমানদিনে দিয়েই আছে।মূখ্যমন্ত্ৰীয়ে সুদাই নেৰে আকৌ কোনোবা এখন ৰাজ্যলৈ অসমৰ জনসাধাৰণৰ ধন খৰছ কৰি গৈ ডিঙীৰ শিৰফুলাই আবুল তাবুল চিঞৰিব গৈ। এ জি পি মনে মনে বহি নাথাকে বুলি কৈছে।কা আনিলে সৰ্মথ ন উঠাই লমবুলি কৈছিল কিন্তু নেগুৰ পেলাই দিলে কিয়?

  • @pawanborah2748
    @pawanborah2748 Před měsícem +1

    Phult vot disil ,atia phult dhui Pani khaok ,assa Mt tu Pani huainai. Ajit bhuai dekhele.baki manti sakleo dekhile

  • @SurenDehingia-hn9il
    @SurenDehingia-hn9il Před měsícem

    অষ্টলক্ষী কেৱল সম্পদ লুণ্ঠনৰ বাবেহে

  • @jugeswarphukan9726
    @jugeswarphukan9726 Před měsícem +1

    Aiburmane.asdam.sarkar.khan.amar.asamar.kane.bjp.haine.kia.bujinaipoua.aije.bjp.cmmanti.mla.bure.kibhabise.tarmane.assamjihai.huwak.nije.huraikhat.thaki.noje.dhanihak.aitu.

  • @mridupabansaikia8805
    @mridupabansaikia8805 Před měsícem

    pijush hajarika ki koise

  • @pawanborah2748
    @pawanborah2748 Před měsícem +2

    Apuninu ki Kari asil.thia hua nedekhuje

  • @rofiqulislam1080
    @rofiqulislam1080 Před měsícem

    হাগন্ত কলিতা ডাঙৰীয়া, মোদী আৰু হিমুৰ প্ৰেমত ইমানেই অন্ধ হৈছে যে আপুনি হিমুই কোৱামতে অসমত বানপানী সদৃশহে পানী হৈছে বুলি কোৱাৰ পাছত অমিত শ্বাহেও একে কথা কোৱা সম্পৰ্কে আপুনি কি ক'ব ??!! মোদীয়ে কথাই কথাই অষ্টলক্ষ্মী বুলি কোৱা আজি অসমক বা উত্তৰ -পূৰ্বান্চলক বৰ্তমানৰ বাজেটৰ জড়িয়তে অষ্টভিক্ষুক কৰা নাই নে হাগন্ত ডাঙৰীয়া ???

  • @Tired524
    @Tired524 Před měsícem

    BJP nohoi modi sarkare aamar CM ok byebohar korile kebol.

  • @Surajjamanprodhani
    @Surajjamanprodhani Před měsícem +1

    Ashomt ALU tomator bilahi dibo banot

  • @Tired524
    @Tired524 Před měsícem

    Pls vlogger increase screen remove your picture or reduce your picture nd increase the talk show . Pls do it immidiately.

  • @nekibuzzaman5195
    @nekibuzzaman5195 Před měsícem

    BJP ye mosalmanor against kole hindo major
    Vot BJP loi jai.Banot harb-
    asanto hoa hindo janatar
    (Assam)r karone Modi e
    Sahaijya dia hole val palo
    Behen.

  • @hemantapegu1053
    @hemantapegu1053 Před měsícem

    মূৰ্খ বিজেপি নেতা

  • @PapuDas-pr8zq
    @PapuDas-pr8zq Před měsícem +2

    AAkhomork begena dile

  • @utpalkonwar9490
    @utpalkonwar9490 Před měsícem

    তৰ্ক বিতৰ্কৰ কথা কৈ লাভ নাই, মূলকথা বানপানীৰ সময়ত এপয়চাও দিয়া নাই , এইটোৱেই কথা । বান শুকোৱাৰ পিছত পয়চা দি একো লাভ নাই, মৰা মৰিব, ভিক্ষাৰি বাটলৈ ওলায় যাব । গতিকে একো কৈ লাভ নাই । হাস্যকৰ

  • @jugeswarphukan9726
    @jugeswarphukan9726 Před měsícem +2

    Narendamodir.mate.assamat.banpani.naihua.karan.assam.sar.kare.naihuabuli.kaise.aibur.nidhiramsardar.nije.hukhat.ase.assamat.kibakibi.asani.banaise.tate.manuh.hantusta.assamat.atia.akhandhurandasarkar.ase.hihate.hihatak.sinipai.anak.sininepai.bakibur.jihai.hai.thakak.aponibhaldare.abar.bhabisak..harbak.cm.patibale.bhot.dile.kintu.cmkunhal.aikhinite.kihal.kikarile.harbai.aku.mat.n3matile.tathapi.matmata.mwnuh.nulalal.bjpt.bjpkihase.hakaluea.abar.bhalkari.bhabibar
    hal.hakaluea.kai.addamak.mahi.ai.sakure.sai.centele.aibure.jieanakak.hakalu.hanhad.cm.aru.jadikiba.kunuba.mla.manti.hakale.narendamodi.bhariseleka.assamar.aku.nepale.nidile.haitu.mat.nemate.nuare.aiburak.kia.janahadharane.mla.pate.bhal.manuh.silek.karak.

  • @Bhumidas-fb6uj
    @Bhumidas-fb6uj Před měsícem

    Eai bor koi lav nai karon Himoto Bishow bola Bamuntu hoise modir kambali bai . kebol eai bai jone othot lipstick aru heri khon pindhibo baki ase nilaj Himontor . aru eai kolita bola Beura Himontor koti safa kora jomok kio talk show loi mate .