গৌৰৱ গগৈয়ে ভয় খুৱাইছে নেকি বিজেপিৰ প্ৰাৰ্থীজনক!

Sdílet
Vložit
  • čas přidán 30. 03. 2024
  • সম্প্ৰতি ছ’চিয়েল মিডিয়াৰ চৰ্চাত গৌৰৱ গগৈ
    তপন গগৈক হৰুৱাবলৈ এই কোলাহল পৰ্যাপ্ত নে?
    গৌৰৱ গগৈয়ে ভয় খুৱাইছে নেকি বিজেপিৰ প্ৰাৰ্থীজনক!
    ৰিক্সা, ৰেস্তোৰাঁ, যোৰহাটৰ অলিয়ে-গলিয়ে অনুপম চক্ৰৱৰ্তী

Komentáře • 555

  • @Akankhya123
    @Akankhya123 Před 4 měsíci +232

    যোৰহাট সংসদীয় সমষ্টিৰ কিমান‌ ভোটায়ে গৌৰৱ গগৈক ভোট দিব লাইক কৰক

  • @JakirHussain-nh7ho
    @JakirHussain-nh7ho Před 4 měsíci +281

    যোৰহাট বাখী ৰাইজে বিপুল ভোটে দি জয়ি কৰাব বুলি আখা কৰিলো গৌৰব গগৈক।

  • @n.m.sgamer4666
    @n.m.sgamer4666 Před 4 měsíci +124

    গৌৰব গগৈ জিন্দাবাদ তুমি আগুৱাই যোৱা আশীৰ্বাদ কৰিছো

  • @user-zw9gz5dg2g
    @user-zw9gz5dg2g Před 4 měsíci +225

    ভাল মানুহক ৰাইজে সদায়ে সমৰ্থন কৰে,জিকিব ককাইদেউ।

  • @RakibulIslam-eo9fd
    @RakibulIslam-eo9fd Před 4 měsíci +95

    গৌৱৰ চাৰ আপুনি অসমীয়া জন জীৱনৰ মানদণ্ড।আপুনাৰ জৰিয়তে যাতে পুনৰ অসমৰ শিক্ষা,অসমৰ সন্মান,ভাতৃত্ব ভাব,অসমৰ সন্মান,দুখীৰ মনৰ ভাব,মাধক দ্ৰব্যৰ পৰা যাতে নৱপ্ৰজন্ম দূৰত থাকে ইত্যাদিবোৰেই মোৰ আপুনালৈ অনুৰোধ থাকিল।মই এজন সাধাৰন ঘৰৰ লৰা চাৰ মোৰ সপোন পূৰন নহলে আমাৰ দৰে দুখীয়া ঘৰৰ লৰা-ছোৱালীয়ে যাতে নিজৰ জীৱনত সাফল্য অৰ্জন কৰিব পাৰে।আপুনালৈ মোৰ অনুৰোধ।

  • @user-pr1jq4hf7f
    @user-pr1jq4hf7f Před 4 měsíci +182

    গৌৰৱ গগৈৰ চিন্তাশক্তি অতি মননশীল আমি আন্তৰিকতাৰে চাপৰ্ট কৰিছো৷ তেওঁক ঈশ্বৰে সহায় কৰক তাকেই কামনা৷

    • @mridulsarma3894
      @mridulsarma3894 Před 4 měsíci +9

      ভগৱানে যেনএইবাৰ গৌৰব গগৈ ক সহায় কৰক,তাৰে কামনা কৰিলোঁ

    • @AkonGogoi-bo2tw
      @AkonGogoi-bo2tw Před 3 měsíci

      😊😊

  • @bakulboruah2026
    @bakulboruah2026 Před 4 měsíci +122

    গৌৰৱ গগৈ আহিছে, আহিবই।
    গৌৰৱ গগৈ জিকিছে, জিকিবই।
    গৌৰৱ গগৈ জিন্দাবাদ।
    ❤❤❤❤❤

  • @user-bq3vt8ot6h
    @user-bq3vt8ot6h Před 4 měsíci +133

    গৌৰৱ গগৈ অসমৰ গৌৰব, অসমৰ সম্পদ, অসমৰ ভবিষ্যত। 🎉🎉❤❤🎉🎉❤❤

  • @lakshyaprotimnirmolia908
    @lakshyaprotimnirmolia908 Před 4 měsíci +183

    আনে যিয়েই নকওক মোৰ অনুপম চক্ৰৱৰ্তীৰ কথা শুনি ভাল লাগে। তেখেতৰ কথা সোধাৰ শৈলী বৰ আকৰ্ষণীয়। গৌৰৱ গগৈ জিকিব বুলি আশা কৰিলোঁ

  • @nababaishya9194
    @nababaishya9194 Před 4 měsíci +85

    গগৈ দেৱ জয়ী হৈ আছে

  • @tankswargohain6701
    @tankswargohain6701 Před 4 měsíci +148

    গৌৰৱ গগৈ ডাঙৰীয়া ইতিমধ্যে বিজয়ী হল, সমগ্ৰ অসমৰ মৰম তেওঁৰ ওচৰত আছে।

  • @padmanathdoley3510
    @padmanathdoley3510 Před 4 měsíci +31

    ১০০% নিশ্চিত গৌৰৱ গগৈ জিকিব

  • @luhittalukdar7202
    @luhittalukdar7202 Před 4 měsíci +77

    আগুৱাই যোৱা । ধৰ্মৰ জয় সদায় হয়।

    • @jubelahmed8936
      @jubelahmed8936 Před 4 měsíci +1

      Manob darma ❤ always win exact big clap for u

  • @KabitaGogoi-ut6jr
    @KabitaGogoi-ut6jr Před 4 měsíci +80

    যোৰহাট বাসীৰ লগতে সমূহ অসম বাসীৰ হৃদয় জয় কৰিব পৰা একমাত্র নেতা গৌৰৱ গগৈ হে। জয় গৌৰৱ গগৈ।

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef Před 4 měsíci +82

    গৌৰৱ গগৈৰ চিন্তা মানসিকতা অসমৰ সকলো শ্ৰেণীৰ লোককে আশা , সুৰক্ষা‌ , আত্মমৰ্যদাৰে জীৱন নিৰ্বাহ তথা সুখ শান্তি সমৃদ্ধি বিকাশ নিশ্চিত ভাৱে হ'বই হ'ব।‌ গৌৰৱ গগৈৰ জয়েই ৰাইজৰ জয় 🙏 🙏🙏🙏

  • @bitupondowarah6819
    @bitupondowarah6819 Před 4 měsíci +44

    কেনেবাকৈ যদি যোৰহাটত গৌৰব হাৰে তেন্তে নিশ্বিত অসমীয়া ৰসাতলে যাব

  • @rameshborman8070
    @rameshborman8070 Před 4 měsíci +53

    বহুত সতৎ, ভদ্ৰ, চিন্তাশীল ব্যক্তি আপুনি. বহুত ভাল লাগে আপোনাৰ ব্যক্তিত্ব.

  • @muned6442
    @muned6442 Před 4 měsíci +29

    আমি গৌৰৱ গগৈক ভোট দিম 🖐️🖐️🖐️🖐️🙏🙏🙏🙏

  • @NILAV329
    @NILAV329 Před 4 měsíci +22

    আমাৰ গৌৰৱ গৌৰৱ গগৈ
    যোৰহাটৰ গৌৰৱ গৌৰৱ গগৈ
    বলিষ্ঠ কণ্ঠ গৌৰৱ গগৈ
    আমাৰ ভৱিষ্যত গৌৰৱ গগৈ।

  • @achintaborah186
    @achintaborah186 Před 4 měsíci +36

    যোৰহাটৰ ভাল দিন আহিছে।গৌৰৱ গগৈ আহিছে।❤❤❤❤❤

  • @user-dl8yq7ze9i
    @user-dl8yq7ze9i Před 4 měsíci +89

    সচাকৈ গৌৰৱ গগৈ ডাঙৰীয়াক বহুত ভাল লাগে I

  • @ankisvlogs5561
    @ankisvlogs5561 Před 4 měsíci +42

    আপোনাৰ ভাল হওঁক আৰু এইবাৰ আপুনিয়ে জিকক তাৰে নেদেখা জনৰ ওচৰত কামনা কৰিম

  • @gouravburagohain597
    @gouravburagohain597 Před 4 měsíci +15

    গৌৰৱ গগৈ জিন্দাবাদ
    গৌৰৱ গগৈ ক হাতৰ চিনত ভোট দি জয় যুক্ত কৰি লোকসভালৈ পঠাওঁক

  • @navajitneog2866
    @navajitneog2866 Před 4 měsíci +16

    আশা কৰোঁ যোৰহাট বাসীয়ে সঠিক ব্যক্তি জনক নিৰ্বাচন কৰি সংসদলৈ পঠিয়াই যেন। দল চায় নহয় যিয়ে যোৰহাটৰ বাবে সংসদত গৰজি আপোনালোকৰ অঞ্চলৰ উন্নতি কৰিব তেওঁক নিজৰ বিৱেকেৰে ভোট দি জয়যুক্ত কৰে যেন।

  • @debajanibaruah3105
    @debajanibaruah3105 Před 4 měsíci +24

    গৌৰৱৰ কথা শুনি বহুত ভাল লাগে ।কথাবোৰ বৰ সহজ সৰল ।আমাৰ নিচিনা মানুহে লগ পাও মাত দিয়ে সচা এনে এজন লোকক জিকাব পাৰিলে বহুত কপাল ভাল হব।

  • @Daisykashyap2015
    @Daisykashyap2015 Před 4 měsíci +14

    পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী হিচাপে পাব বিচাৰোঁ।

  • @rulirahman1288
    @rulirahman1288 Před 4 měsíci +27

    ভাল্ মানুহৰ দিন নাই দুৰ্নীতি ৰ দিন গতিকে। ৰাইজ সচেতন হওক।

  • @monjeetrai1793
    @monjeetrai1793 Před 4 měsíci +13

    গৌৰৱ গগৈ ভাৰতৰ গৌৰৱ।
    গৌৰৱ গগৈ জিন্দাবাদ ❤❤❤

  • @user-lr6gh5kt8q
    @user-lr6gh5kt8q Před 4 měsíci +21

    Gourob Gogoi dar Asar .Asoron . Kiman bhodro manuh. Gourob Gogoi Jindabad ❤❤

  • @sajidzamal3206
    @sajidzamal3206 Před 4 měsíci +8

    অনুপম দা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গৌৰৱ গগৈ জিকিব। তেওঁ অসমৰ গৌৰৱ। তেওঁক অসমৰ মানুহে ভাল পায়

  • @sondas4293
    @sondas4293 Před 4 měsíci +16

    Gourav Gogoi jindabad ❤

  • @manonekaleta5287
    @manonekaleta5287 Před 4 měsíci +22

    Gorave Gogoi zindabad

  • @nababaishya9194
    @nababaishya9194 Před 4 měsíci +22

    খুব ভাল কথা কৈছে

  • @trendy981
    @trendy981 Před 4 měsíci +32

    Jikibo..gaurav gogoi

  • @ajnurali6669
    @ajnurali6669 Před 4 měsíci +21

    Gourav Gogoi zindabad 💓

  • @sakura9564
    @sakura9564 Před 4 měsíci +14

    ‌‌গৌৰৱ গগৈৰ কথা বিলাক বহুত
    Standardable. Bahut vaal lage

  • @jayaborah2926
    @jayaborah2926 Před 4 měsíci +39

    যি জন লোক অহংকাৰী নহয় , তেখেত সকলোৰে প্ৰিয় পাত্ৰ হয়।

    • @bkp9774
      @bkp9774 Před 3 měsíci

      পিয়াজ তোৰ কথা বোৰ কেনে লাগে অ জয়া 😊😊😊

    • @jayaborah2926
      @jayaborah2926 Před 3 měsíci

      @@bkp9774 হাঁহি, হাঁহি পেতু নাড়ি চিগি যোৱা যেন লাগে ঔ 😁😁😁

  • @JituHaloi-ln3xm
    @JituHaloi-ln3xm Před 4 měsíci +16

    গৌৰৱ অসমৰ গৌৰৱ

  • @user-vd6ki1zi5h
    @user-vd6ki1zi5h Před 4 měsíci +29

    G gogoi jindabad

  • @rajpol4789
    @rajpol4789 Před 4 měsíci +23

    Gourov Gogoi jindabad apuni jikiba vogobane apunak jikaboi🎉🎉🎉🎉🎉🎉🎉🎉🎉

  • @tankswargohain6701
    @tankswargohain6701 Před 4 měsíci +47

    হয় ভয় খাইছে, প্রাথীজনেই নহয় সমগ্ৰ বি, জে পি দলেই।

  • @nazbulofficial10m40
    @nazbulofficial10m40 Před 4 měsíci +12

    Thanks 🎉🎉🎉🎉 congratulations Gaurav Gogoi zindabad 🎉🎉🎉

  • @mdabdulwahabsk7272
    @mdabdulwahabsk7272 Před 4 měsíci +8

    Congratulations Gourav Daa🎉🎉🎉

  • @prakhantanarahprakhantanar4891
    @prakhantanarahprakhantanar4891 Před 4 měsíci +45

    Gaurav gogoi jindabad ❤❤❤

  • @akonnath7326
    @akonnath7326 Před 4 měsíci +10

    Gourav gogoi jindabad

  • @rakashdas9087
    @rakashdas9087 Před 4 měsíci +10

    মই নলবাৰীৰ কিন্তুু গৌৰৱ গগৈ জিন্দাবাদ

  • @user-zh1qd2oo8n
    @user-zh1qd2oo8n Před 4 měsíci +36

    Next cm

  • @lakhyanath1313
    @lakhyanath1313 Před 4 měsíci +9

    গৌৰৱ গগৈ জিন্দবাদ.....

  • @Ember_6517
    @Ember_6517 Před 4 měsíci +34

    Gaurav Jikatu amar dorkar Gaurav Gogoi zindabad 🎉🎉

  • @hiraboruah3208
    @hiraboruah3208 Před 4 měsíci +12

    ভাল লাগিল দেই গৌৰৱ গগৈ।

  • @B.K.Panging
    @B.K.Panging Před 4 měsíci +6

    ইমান সুন্দৰ কথা koise গগৈ da,,,vote for গৌৰৱ গগৈ যোৰহাট

  • @runumonibora7269
    @runumonibora7269 Před 4 měsíci +6

    গৌৰৱ গগৈ জিন্দাবাদ তুমি আগুৱাই যোৱা আশীৰ্বাদ কৰিছো।

  • @SanjibTaid8453
    @SanjibTaid8453 Před 4 měsíci +13

    ❤ nice

  • @prachurjyakonwar4491
    @prachurjyakonwar4491 Před 4 měsíci +5

    Dada apuni jikiboe lagibo ✊️ ...joi aii axom ✊️ ...ami asu apunar logot

  • @RumiBegum-ks8ry
    @RumiBegum-ks8ry Před 4 měsíci +12

    Bahut val lagil interview.

  • @user-pt7gr1tb8s
    @user-pt7gr1tb8s Před 4 měsíci +9

    গৌৰৱ গগৈ জিন্দাবাদ

  • @bijoydeka9134
    @bijoydeka9134 Před 4 měsíci +27

    Gaurav gogoi jindabaad

  • @user-zw9gz5dg2g
    @user-zw9gz5dg2g Před 4 měsíci +7

    Great Politician gourav gogoi

  • @ushahazarika137
    @ushahazarika137 Před 4 měsíci +8

    Right 👍. May God bless you

  • @user-bl5gt8ty3v
    @user-bl5gt8ty3v Před 4 měsíci +12

    Good news

  • @adityahandiqueadityahandiq7898
    @adityahandiqueadityahandiq7898 Před 4 měsíci +10

    Vote for our gaurob

  • @Aditygogoi123
    @Aditygogoi123 Před 4 měsíci +18

    Tarun gogoi sir ghuri ahise nisina lagise

  • @purabidas2186
    @purabidas2186 Před 4 měsíci +8

    His way of speaking is so much adorable....🎉🎉... Heartiest wishes to his success...his success is citizens success ❤❤👍👍

  • @_Blexed._.wozzz_
    @_Blexed._.wozzz_ Před 4 měsíci +7

    nice video GG Jindabad

  • @pradipkumarroy8239
    @pradipkumarroy8239 Před 4 měsíci +13

    Gourav gogoi 100 percent Jikiboe. Assam t Teo k Heruyaboe Biporit Candidate 1jon y ase,,Mama.
    ... Gourav Gogoi r Popular Neta India r National Congress r ajon.

  • @DiptiDoley-cy1vr
    @DiptiDoley-cy1vr Před 4 měsíci +16

    Great poltician

  • @user-wv5eh9mw2g
    @user-wv5eh9mw2g Před 4 měsíci +9

    We want strong opposition

  • @EkakshiDeka-wr9fv
    @EkakshiDeka-wr9fv Před 4 měsíci +4

    কিমান ভদ্ৰ নম্ৰ তপন গগৈ বিষয়ে কোৱা কথাখিনি তেই তেওঁৰ ব্যক্তিত্ব বিষয়ে গম পোৱা যায় । যোৰহাটৰ ৰাইজে এই উপযুক্ত নেতা গৌৰৱ গগৈক জয়যুক্ত কৰক ৷🙏

    • @bkp9774
      @bkp9774 Před 3 měsíci

      অহং বোৰ শেষ হওঁক, আঙুৰ টেঙা হোৱাৰ দৰে টেঙা হব

  • @babysaikia7520
    @babysaikia7520 Před 4 měsíci +6

    Gourav gogoi zindabad

  • @aterkoneng6925
    @aterkoneng6925 Před 4 měsíci +23

    Gaurav gogoi zindabad

  • @nitulbora374
    @nitulbora374 Před 4 měsíci +5

    গৌৰৱ গগৈ ❤

  • @rajadoley3921
    @rajadoley3921 Před 4 měsíci +7

    গৌৰৱ দা জিন্দাবাদ। ❤❤❤❤❤❤❤❤❤❤❤

  • @mau28178
    @mau28178 Před 4 měsíci +40

    Gaurav gogoi zindabaad

  • @anantadowarah3135
    @anantadowarah3135 Před 4 měsíci +5

    ভাল লাগিল কথাবোৰ শুনি

  • @hazarika3679
    @hazarika3679 Před 4 měsíci +7

    Gaurav Gogoi will definitely win... My best wishes

  • @ritashree
    @ritashree Před 4 měsíci +3

    Gaurav gogoi ❤ jindabaad ❤parthi loi nhoi tew ejnon ♥️vl mnuh blgt njnu but amr jrht t gaurav gogoi k lge❤

  • @Gogoi8790
    @Gogoi8790 Před 4 měsíci +37

    Easy win for Gourav Gogoi... Congratulations ❤

  • @user-zi9fh7ne2s
    @user-zi9fh7ne2s Před 4 měsíci +28

    চেলেপু কথা নককৈ গহিন ভাবে সঁচা কথা বোৰ প্ৰকাশ কৰিছে

  • @arifulhoque1441
    @arifulhoque1441 Před 4 měsíci +27

    G gogoi❤❤

  • @Indrojitjorhat
    @Indrojitjorhat Před 4 měsíci +5

    Zindabad Gaurav gagoi sir

  • @MahendraBora-vb1gp
    @MahendraBora-vb1gp Před 4 měsíci +5

    Gourab Gogoi assomor future cong zindabad

  • @SonuGogoi-xv6zz
    @SonuGogoi-xv6zz Před 4 měsíci +7

    Gogoi dar joy hobo

  • @unujpatir2353
    @unujpatir2353 Před 4 měsíci +4

    Gaurab gogoi ❤zindabad

  • @abhijitbora4387
    @abhijitbora4387 Před 4 měsíci +4

    গৌৰৱ গগৈ ডাঙৰীয়া হৈছে যোৰহাট ৰ গৌৰৱ, অসমৰ গৌৰৱ ❤

  • @user-fb6ji8qi6m
    @user-fb6ji8qi6m Před 4 měsíci +31

    গৌৰৱ গগৈ জিন্দাবাদ।

  • @Kangkanaofficial
    @Kangkanaofficial Před 4 měsíci +4

    Zindabad zindabad

  • @user-cb8qt6sy5k
    @user-cb8qt6sy5k Před 4 měsíci +3

    অতি সুন্দৰ ছাৰ গৌৰৱ গগৈ জিন্দাবাদ

  • @dibasrisaikia9878
    @dibasrisaikia9878 Před 4 měsíci +6

    JORHAT আগতে উন্নয় হোৱা , তপন গগৈয়ে উন্নয়ন কৰা নাই

  • @user-lm1ty5vd7y
    @user-lm1ty5vd7y Před 4 měsíci +3

    সঁচাকৈ আমি যোহাৰট বাসি হিচাপে গৌৰৱ অনুভৱ কৰোঁ

  • @pranjoldeka9707
    @pranjoldeka9707 Před 4 měsíci +7

    ❤❤

  • @pegu6282
    @pegu6282 Před 4 měsíci +30

    Gaurav Gogoi r nisina neta khub drkar hoise aji .....nhle gonotantra hekh hbo

  • @bharatisaikia1388
    @bharatisaikia1388 Před 3 měsíci +1

    যোৰহাট বাসীলৈ বিনিম্ৰ অনুৰোধ গৌৰৱ গগৈৰ বিপুল ভূটত জয়ী কৰক।

  • @rupsikhahazarika7075
    @rupsikhahazarika7075 Před 4 měsíci +5

    Garav gogoi❤

  • @user-km5su6tt5e
    @user-km5su6tt5e Před 4 měsíci +4

    Gaurav gogoi zindabad 🫡❤️

  • @somiteesonowal690
    @somiteesonowal690 Před 4 měsíci +4

    Khub dhuniya ktha koise aba teuk jikai Sauk raije apuna jy houk

  • @paramanandagogoi823
    @paramanandagogoi823 Před 4 měsíci +4

    God with you. No problem. Keep it up Go ahead.. We are with you..

  • @minotisonowal604
    @minotisonowal604 Před 4 měsíci +3

    Garov gogoi jindabad

  • @biswajitborah6330
    @biswajitborah6330 Před 4 měsíci +3

    Gourab Gogoi. Jindabad

  • @Ordevared
    @Ordevared Před 4 měsíci +2

    Gourov Gogoi ❤️ Vote for Gourav Gogoi ❤️

  • @pulumonidas5201
    @pulumonidas5201 Před 3 měsíci +1

    যোৰহাটৰ ৰাইজে বিপুল
    ভোটত জয়ী কৰিব
    গৌৰৱ গগৈক ।