গুৱাহাটীৰ কৃত্রিম বানক লৈ সৰৱ এইবাৰ APW।

Sdílet
Vložit
  • čas přidán 10. 09. 2024

Komentáře • 37

  • @sofikulislam7533
    @sofikulislam7533 Před 25 dny +13

    দাদা উচিত কথা কোৱা মানুহ সমাজত খুউব কম।আমি একো কৰিব নোৱাৰিম।কিন্তু ধৈৰ্য ধৰি শুনি থাকিম ,দেই মাত্ৰ হিন্দু মুছলমান ।মানৱতা ক্ষমতাৰ লোভত কেতিয়াও বিক্ৰী কৰিব নালাগে ।ধন্যবাদ ।অভিজাত দা

  • @mixtvne6684
    @mixtvne6684 Před 25 dny +8

    ..
    Moja Abhijit sarma

  • @apurbaghosh9597
    @apurbaghosh9597 Před 25 dny +6

    Good APW 👍

  • @IndianSecularBABA
    @IndianSecularBABA Před 25 dny +24

    Right
    পগলা কুকুৰটোক খেদিব লাগে৷

  • @gh12138.
    @gh12138. Před 25 dny +15

    Bjp r kam hindu muslim kora aru deshok luta🙏😢

  • @abulkalamazad419
    @abulkalamazad419 Před 25 dny +4

    Right 👍

  • @asanulhoque3442
    @asanulhoque3442 Před 25 dny +2

    এতিয়া অসমৰ ৰাইজ সজাগ হৈছে

  • @thepoliticalawareness1021

    অদৰকাৰী কথাত গুৰুত্ব নিদিব। কেইটামান দৰকাৰী কথা আলোচনা কৰক।
    গুৱাহাটীৰ বানপানী: CM Sir আৰু ৰাইজলৈ মুকলি আবেদন।
    ১) *Sir, Guwahati IIT ৰ বিশেষজ্ঞ কমিটী এখন বনোৱা উচিত গুৱাহাটীৰ পানী সমস্যা সমাধানৰ বাবে।* মেঘালয়ৰ পানী শিলসাঁকো বিলত পেলাই তাৰ পৰা ব্ৰহ্মপুত্ৰত পেলাব লাগে। পানীখিনি বিৰকুচি নাৰেঙ্গীলৈ নিব পাৰিব কিন্তু তাৰ আগত কেনেকৈ নিব ব্ৰহ্মপুত্ৰলৈ চিন্তা কৰি চোৱা উচিত। বৰ্তমান যি system আছে হয়তো সেইটো গণ্ডগোল আছে চাগে। যিহেতু শিলসাঁকো সম্পূৰ্ণ কৈ recover কৰিব পৰা নাযায় গতিকে ব্ৰহ্মপুত্ৰ পোৱাৰ আগতে যদি সম্ভব বোন্দা , পানীখাইতি আদি অঞ্চলত আৰু এটা অমৃত সৰোবৰ বনোৱা উচিত। ১০ বছৰ পাছত গুৱাহাটীৰ খালী মাটি বিলাকতো ঘৰ হৈ যাব। গতিকে গুৱাহাটীৰ আশে পাশে যত সম্ভৱ অমৃত সৰোবৰ বনোৱা উচিত। লগতে গুৱাহাটীৰ বিভিন্ন স্কুল, কলেজ, Flat আদিত Ground Water Recharge point বনাব লাগে।
    ২) Sir দীপৰ পানী বিলৰ পানী বহন ক্ষমতা আৰু বঢ়াব পৰা নাযায়। দীপৰ বিলত মেঘালয়ৰ পানী আহেই। দিপৰ বিলৰ ওচৰে পাজৰে ৰানীত নাইবা আন এঠাইত অমৃত সৰোবৰ বনোৱা উচিত। আৰু অমৃত সৰোবৰটো Fishery Industry আৰু Tourism Industry ৰ বাবে ব্যবহাৰ কৰা উচিত। নহলে গুৱাহাটীৰ মাটিৰ valuation zero হৈ যোৱাটো বৃহৎ লোকচান। অমৃত সৰোবৰ সমূহ মাছ উৎপাদন কৰিলে বছৰি বহুত টকা উপাৰ্জন কৰিব পৰা যাব। লগতে অমৃত সৰোবৰত boating, অমৃত সৰোবৰ চাৰিওকাষে সৰু লৰা ছোৱালীৰ বাবে Children Park, Restaurant আদি খুলিব পৰা যাব। উপাৰ্জনৰ লগতে বহুতে কৰ্ম সংস্থাপন পাব। গুৱাহাটীত ধান খেতিৰ পৰা লাভ নহয়। মেঘালয়ৰ নামনি অংশ বিলাক বহুত ধুনীয়া।
    ৩) শ্বিলংৰ পাহাৰ কেইটাৰ কথাৰ লগতে গুৱাহাটীৰ পাহাৰ কেইটাৰ কথা ভাবিব লাগে। গুৱাহাটীৰ বেছিভাগ মানুহে TAX নিদিয়ে। কিন্তু গুৱাহাটী ধ্বংস যজ্ঞত পূৰ্ণ সহযোগ কৰে? গুৱাহাটীৰ পাহাৰ বিলাকে 1% ও পানী ধৰি ৰাখিব নোৱাৰে চাগে। চৰকাৰ লৈ অনুৰোধ এটা আইন আনক যাৰ সহায়ত পাহাৰত নতুনকৈ আৰু Electricity Connection দিয়া নহয় যাতে। আগৰ বিলাক যেনেকৈ আছে তেনেকৈ থাকিব দিয়াক। পাহাৰত চৰকাৰী building ক বাদ দি আন building ত 5kW তকৈ বেছি Electricity load দিয়া নহয় যাতে নতুনকৈ। ৰাইজৰ টকা খৰচ কৰি কৰি কিমান নলা চাফা কৰিব। গোটেই নলা বিলাক পাহাৰৰ মাটিৰে ভৰি যায়।
    ৪) গুৱাহাটীত আজিকালি গছ লগতো ৰাইজে বাদ দিছে। Residential আৰু Commercial building ত গছ লগোৱাটো বাধ্যতামূলক কৰা উচিত। পাহাৰৰ ঘৰ বিলাকত গছ বেছিকৈ থাকিব লাগে। Commercial Establishment বিলাকৰ চৌহদৰ চাৰিওদিশে গছ লগাব পাৰে কিন্তু কোনেও নলগায় সেইটো চিন্তাজনক। GMDA permission দিব নালাগে যদি গছ নালগাই। গছেহে পানী ধৰি ৰাখিব। GMDA য়ে গছ লগোৱাৰ কিছুমান নীতি নিৰ্দেশনা দিয়া উচিত।
    ৫) CM Sir, যোৰবাতত পানী হলে কিছু বাহন সোণাপুৰ চন্দ্ৰপূৰ হৈ পথাই দিব লাগে। ৰস্তাটোৰ দুই কাষে লাইট লগাব লাগে। ৰাস্তাটোৰ গুৱাহাটীলৈ বুলি sign board লগাব লাগে ঠায়ে ঠায়ে যাতে ৰাইজৰ ৰাস্তা ভুল নহয়। লগতে বানপানী হোৱাৰ সময়ত ঠায়ে ঠায়ে দিনে ৰাতি পুলিচ থব লাগে সেই ৰস্তাটোত যাতে ৰাইজৰ অসুবিধা নহয়।

  • @bishaldas3964
    @bishaldas3964 Před 25 dny +4

    Mama hataoo assam bachao

  • @hanseali1924
    @hanseali1924 Před 25 dny +2

    ধন্যবাদ।

  • @stp100
    @stp100 Před 25 dny +2

    Aneee etaaa ARU .... Hold kora capacity ase ASSAM OT.

  • @AsSam-ui9se
    @AsSam-ui9se Před 25 dny +1

    Right

  • @sanjibpaulygg4373
    @sanjibpaulygg4373 Před 25 dny

    Good 👍

  • @utpalchetia5697
    @utpalchetia5697 Před 25 dny +4

    জেহাদ জেহাদ কৈ থাকে fokotia বোৰে,,,
    জেহাদ শব্দ টো অসমীয়া হয় নে নহয় ?!!

  • @srijeebbhagawati8579
    @srijeebbhagawati8579 Před 25 dny +3

    Mama k nalage bye bye

  • @manirulhussan1571
    @manirulhussan1571 Před 25 dny

    Apw অভিজিত সৰ্মা zindabad

  • @One-of-a-kind1_ADRE
    @One-of-a-kind1_ADRE Před 25 dny +2

    Asok singhal r dint bht besi marwari behri hyse axmt

  • @Goodbest143d
    @Goodbest143d Před 25 dny +2

    Aponi hosa koise

  • @hafizurrahman-xg1jy
    @hafizurrahman-xg1jy Před 25 dny +3

    Hindu muslim kori develope koribo 😂😂😂😂

  • @nurzamal9365
    @nurzamal9365 Před 25 dny

    APW, Avijit sarma zindabad ❤

  • @EJ.90
    @EJ.90 Před 25 dny

    ❤❤❤❤❤❤❤❤❤❤❤❤

  • @nirmalhazarika
    @nirmalhazarika Před 25 dny

    একেবাৰে সচাঁকথা!

  • @shyamalhazarika4570
    @shyamalhazarika4570 Před 25 dny +2

    Ashok singhal aitu eta kamot naha corrupted manab Himu ee ki bhal pai njnu aru

  • @stp100
    @stp100 Před 25 dny +1

    Xilonjya Builder kot ase aji loi brand name ase

  • @spiritualiq-n8g
    @spiritualiq-n8g Před 25 dny

    Sahokh ase jodi Kolkata rape case r uprt news video bonaok, jodi Dom ase

  • @kangkan6736
    @kangkan6736 Před 25 dny +1

    Assembly r exam moi o disilu 😒😒😒

  • @user-hy9gv3ob2r
    @user-hy9gv3ob2r Před 25 dny

    এইবোৰ শক্তিমানৰ চকুত নপৰে?এতিয়া কব এ পি ডব্লীউৰ সভাপতি মূছলিম প্ৰেমি।

  • @ritubhardhara467
    @ritubhardhara467 Před 25 dny

    Hindu Muslim war main person is ..............Hahi

  • @apurbadas4151
    @apurbadas4151 Před 25 dny

    Apw tumk pitibo lage!!!

  • @mridulsaikia2373
    @mridulsaikia2373 Před 25 dny

    Toi nilamoni sen deka jail t bharam buli Gitat dhari hapat lua monat ase kintu ki hol baba tumiu ata anka mastar

  • @jakirhussein5820
    @jakirhussein5820 Před 25 dny

    aponi mati dokol korias bihal humpitir malik

  • @samrathazarika9008
    @samrathazarika9008 Před 25 dny +1

    নিলাজ

  • @purabidas2186
    @purabidas2186 Před 25 dny

    Right 👍