Video není dostupné.
Omlouváme se.

বিহুৱতী বোৱাৰী ৰিজাল্ট//আৰু মোৰ বহু মনৰ কথা / আৰু কিছুমান মানুহ 😡

Sdílet
Vložit
  • čas přidán 8. 07. 2024
  • #nbnnews #nbnewsdigital #viralbuari #bihuotibuari #bihufinal #tobeesgoodlife #tobee

Komentáře • 424

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 Před měsícem +29

    Tobi তুমি বহুত প্ৰতিভা থকা ছোৱালী। তোমাৰ লগতে পৰিয়ালৰ সকলোলৈকে মৰম দিলো। তুমি প্ৰকৃততে মানুহৰ মন জয় কৰিলা। আমাৰ পৰিয়াল এদিন তোমালোকৰ ঘৰলৈ যাম। কাৰো কথা নুশুনিবা। কুকুৰক ভুকিবলৈ দিয়া। তুমি সদায় tobi হৈ থকা।

  • @purnimakonwar8023
    @purnimakonwar8023 Před měsícem +37

    আনৰ কথা নুশুনি আগুৱাই যোৱা,তোমাৰ বহুত প্ৰতিভা আছে,মৰম আৰু আশীৰ্বাদ থাকিল।

  • @rumagogoi7737
    @rumagogoi7737 Před měsícem +19

    একো চিন্তা নকৰিবা তবীমা। মোৰ মতে তুমি প্রথম স্থান পাইছা। বহুত বহুত মৰম যাচিলো।

  • @junmonigogoi2639
    @junmonigogoi2639 Před měsícem +3

    তবী মন বেয়া নকৰিবা। আমি সদায় তোমাৰ লগত আছো। তোমাক যিবিলাকে কৈছে কবলৈ দিয়া কৈ একো লাভ নাই। তুমি আগবাঢ়ি যোৱাটো কামনা কৰো। তুমি জোনৰ দৰে জিলিকি থাকিবলৈ মাএ চেষ্টা কৰা

  • @amiyahazarika6110
    @amiyahazarika6110 Před měsícem +5

    তবি জীৱন আগোৱাই জাৱলৈ ভাল আৰু বেয়া কবই কিন্তু পটিভা ইমান আছে আগবাঢ়ি য়োৱা আনৰ কথা নোশুনিবা ভাল ভাল কাম কৰি য়োৱা❤❤❤🎉 ধন্যবাদ

  • @mukutdas318
    @mukutdas318 Před měsícem +4

    I love you তবি বা তুমি আগুৱাই যোৱা , সচাকৈ তুমি স্থান নোপোৱা বাবে মই দুখতে ভাত নাখালোঁ সিদিনা ৰাতি , অহা বছৰ তুমি প্ৰথম হব লাগিব কিন্তু

  • @priyojonorbandhun
    @priyojonorbandhun Před měsícem +3

    তুমি বিচাৰক অনুমতিতহে ভাওনাৰ বচন মাতিছিলা।তোমালোক তিনিজনীকে মূল্যৱান সম্পদ যাঁচিছে সেয়া কি জানানে "চাটিফিকেটখন"।প্ৰথম হোৱা গৰাকীয়ে বৰ ধুনীয়া গগণা বজালে ময়ো নাচনী আছিলো সেয়ে কৈছো ।তোমালোকৰ সৌভাগ্য ইমান সুন্দৰ মঞ্চ এখনত যোগদান কৰিলা।🙏🙏❤🎉🎉

  • @DilipBora-o6f
    @DilipBora-o6f Před měsícem +8

    মকৰা দেখিছা নহয় সিহঁতৰ ঘৰ সদায় মানুহে ভাঙি দিয়ে, কিন্তু নিজৰ কৰ্তব্য কৰি যায় হাৰ নামানে ন। গতিকে তোমাৰ কৰ্তব্য কৰি যোৱা মৰম সদায় আছে

  • @Palkisensuwa
    @Palkisensuwa Před měsícem

    পুৰস্কাৰ টোৱে সকলো নহয় টবী।তুমি সেইখন মঞ্চত যিখিনি মৰম আৰু সন্মান বুটলিলা সেইয়া বহুত ওপৰত।

  • @dibyajyotigogoi6905
    @dibyajyotigogoi6905 Před měsícem +6

    কিছুমান মানুহ থাকেই অকল নিৰাশ কৰাটোৱে লক্ষ্য ,তুমি সেইবোৰ কথাত কাণ নিদিবা ,আগবাঢ়ি যোৱা আমাৰ আশীৰ্বাদ আছে তোমাৰ লগত ।

  • @monishachetia7990
    @monishachetia7990 Před měsícem +8

    ঠেক মনোবৃত্তিৰ লোকে এনেবোৰ কথা কৈ বা ভাবি খুব পায়।এইবোৰক গুৰুত্ত্বই নিদিবা।আমাৰ মৰম সদাই তোমাৰ লগত❤❤

  • @arupsaikia-db4tz
    @arupsaikia-db4tz Před 26 dny +1

    তুমি বহত ওপৰত তোমাক বহুত ভাল লাগে👍👍🙏

  • @nitumoniboruah3328
    @nitumoniboruah3328 Před měsícem +8

    তুমি এগৰাকী প্ৰতিভাশালী বোৱাৰী, মন বেয়া নকৰিবা

  • @binandaphukon731
    @binandaphukon731 Před měsícem +10

    ব্যক্তি প্ৰতিভা কেতিয়াও কাৰোবাৰ ঋনত্মক সমালোচনাত ম্লাল নপৰে । সোণ যিমানে পুৰা হয় সিমানে উজ্জল হয় । এই আলোচনা সমালোচনা সমূহ আৰ্শীৰবাদ স্বৰূপে গ্ৰহণ কৰি আগুৱাই যোৱাৰ কামনাৰে জনাইছো আন্তৰিক শুভেচ্ছা

  • @user-vx4rj5lu4w
    @user-vx4rj5lu4w Před měsícem +5

    বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত । আশা থকাৰ বাবেই জীৱনটো ইমান সুন্দৰ তবী । তুমি আগবাঢ়ি যোৱা ।আমিও কিন্তু নভবা নহয় তুমি কিবা এটাত থাকিবাই বুলি ।❤

  • @dipanjalidipanjali8436
    @dipanjalidipanjali8436 Před měsícem +5

    ফালতু মানুহৰ কথা শুনি নিজক দুৰ্বল নকৰিবা। অসীম প্ৰতিভা আছে তোমাৰ । ভাওনাৰ অভিনয় ময়ো কৰো । সেইবাবে তোমাক দেখি উৎসাহিত হওঁ । আগুৱাই যোৱা , আৰ্শীবাদ সদায়ে আছে ।

  • @subhajitkhargharia6309
    @subhajitkhargharia6309 Před měsícem +13

    ❤ হাতী ৰাস্তাৰে গৈ থকা দেখি কুকুৰে ভুক ভুক কৰাৰ পাছত কিন্ত হাতী ঘূৰি নাছাই। আপুনি নিজৰ পথটোত গৈ থাকক ভগৱানৰ নাম লৈ ।❤❤❤

    • @NirmalaDevi-vt4ll
      @NirmalaDevi-vt4ll Před měsícem +1

      তুমি চিন্তা নকৰিবা।হৰা জিকা আছেই, চেষ্টা কৰি যোৱা।

  • @AnkitKachari
    @AnkitKachari Před měsícem +3

    Tobi soku soroha manuhor kotha mon nidiba . Oakol vogobanok sinta kori nije vl dore nijor kamot agbahi juwaa . 🙏🙏🙏 ❤❤❤

  • @anjugogoi6222
    @anjugogoi6222 Před měsícem +8

    আনৰ কথা শুনি মন বেয়া নকৰিবা নিজৰ কামত লাগি থাকা এদিন জয়ী হবা আশীৰ্বাদ থাকিল

  • @irajyotisaikia7448
    @irajyotisaikia7448 Před měsícem +3

    তুমি allrounder তবি । পুৰস্কাৰ হে নাপালা ,তোমাৰ প্ৰতিভাৰ ওচৰত বাকী সকল কাষ চাপিবই নোৱাৰে । অসম বাসীৰ মনত তুমি যি সাঁচ বহুৱাইছা সচাকে আমি গৌৰম্বিত ❤❤

  • @malobikamahanta7453
    @malobikamahanta7453 Před měsícem +2

    Anaor kotha xuni mon baya nokoribo ..Apuni aguwai jauk ..sundoror pujari ..apuni ..sadai kushole thakok amar moromor Happy family ..🙏🙏

  • @SimaBhuyan-sv8qp
    @SimaBhuyan-sv8qp Před měsícem +4

    পৰুৱাই হাৰ নামানে
    তুমি কিয় মানিবা
    বহুত দূৰ আগুৱাই যোৱা শুভকামনা সদায় আছে❤ Love from majuli❤

  • @nobinhazarika2569
    @nobinhazarika2569 Před měsícem +1

    তোমাৰ সম্ভাৱনা আছে অনেক। আমাৰ স্নেহাৰ্শীষ আছে।ভাওনাও কৰি যোৱা,বিহু কৰিবাই অহাবাৰো!

  • @rinkuborah4135
    @rinkuborah4135 Před měsícem +2

    Tumar karone mb news sau tumi agouai jua

  • @jayantadas3878
    @jayantadas3878 Před měsícem +1

    সকলোরে মন জয় করা প্ৰকৃত বিজয়ী।

  • @archanahandique3574
    @archanahandique3574 Před měsícem +1

    সেই অদৰকাৰী মানুহ বোৰক গুৰুত্ব নিদিবা। তুমি আগবাঢ়ি যোৱা আশীৰ্বাদ কৰিছোঁ।

  • @dipanjoliborthakur
    @dipanjoliborthakur Před měsícem +2

    xokluwe je pabo mane nai no❤❤❤

  • @shanff2617
    @shanff2617 Před měsícem +2

    তুমি prize নেপালে ও সকলো মানুহৰ অন্তৰ জয় কৰিলা তবি, বহুত মৰম তুমালৈ ❤️❤️❤️

  • @user-cr9sq2em1r
    @user-cr9sq2em1r Před měsícem +1

    Tobi tumi dux nokriba.eman xini aag bahrisa.tumi vagori naporiba.❤❤aru aguwai jowa aaxirbad thakil tomaloi.❤❤❤❤

  • @JunaBorah
    @JunaBorah Před měsícem +6

    Tobi tumar karone MB news sau.tumi❤aguaoi jua

  • @junaliphukan3894
    @junaliphukan3894 Před měsícem +2

    Tobi tumi aru aguwai jua .tumak bhut val pao ❤

  • @Jantuboruah-s5l
    @Jantuboruah-s5l Před měsícem +1

    Bohut val lagil Sai aru agg bahi jua

  • @user-fp8lp7dp9w
    @user-fp8lp7dp9w Před měsícem +1

    আজিকালি উন্নতি দেখিলেই হিঙসা কৰে,লোকৰ কথা নুশুনিবা,আগবাঢ়ি যোৱা।

  • @Norendrablogs
    @Norendrablogs Před měsícem +1

    Bohut val lagil agbahi juwa❤❤❤

  • @KankanaDeviDeka-oy1nc
    @KankanaDeviDeka-oy1nc Před 29 dny

    এটা কথা কও তবী সকলোতে হৰা জিকা থাকিবই। সকলোতকৈ ডাঙৰ কথা তো হল তোমালোক চয় গৰাকী য়ে বিজয়ী শ্রেষ্ঠ । শেষলৈকে তোমালোক আছা। অকণমান মনতো বেয়া লাগিব সেইটো স্বাভাবিক। তুমি বহুত ভাল নানা লগতে অভিনয় । গতিকে তুমি বিহু নানাছিবা কিয় আগলৈও নাছি যোৱা। মানুহৰ কথা লৈ গুরুত্ব নিদিবা।

  • @bhagyaphukan9395
    @bhagyaphukan9395 Před měsícem +1

    এতিয়া এটা নতুন জীৱন আৰম্ভ কৰা , যাৰ দ্বাৰা তুমি আগবাঢ়ি যাব পাৰা । শুভ কামনা জনালোঁ ।

  • @user-tw7df1wr6q
    @user-tw7df1wr6q Před měsícem +2

    বহুত বহুত মৰম তোমালৈ ❤❤❤❤

  • @babitadeka8849
    @babitadeka8849 Před měsícem +2

    তুমি ভালে থাকা সদায় ❤

  • @rinkuduttasaikia107
    @rinkuduttasaikia107 Před měsícem +1

    তুমি মানুহৰ মন জিনিলা।তোমাৰ বহু প্ৰতিভা আছে আগুৱাই যোৱা

  • @pranitatalukdar304
    @pranitatalukdar304 Před měsícem +1

    Have patience
    . Do not lose heart.Be positive.You are a brave lady.God bless you.

  • @ruhinisonowal9492
    @ruhinisonowal9492 Před měsícem +1

    You are the actual winner tobi

  • @binuchangmai4466
    @binuchangmai4466 Před měsícem +1

    বহুত বহুত মৰম থাকিল।

  • @user-dr6hw7qy7o
    @user-dr6hw7qy7o Před měsícem +1

    Tumi anor ktha nuhunibaa tumi aguwai juwaa ❤

  • @BobitaGogoi-zq9uz
    @BobitaGogoi-zq9uz Před měsícem +2

    Val din ahibo.. mont hahokh bandhi aguwai jua ❤.. bohut bohut morom aru akhibad tumaloi🎉

  • @pranatipranatigogoi
    @pranatipranatigogoi Před měsícem +1

    তোমালৈ বহুত বহুত শুভ কামনা ........আগুৱাই যোৱা .....তোমাৰ বহুত প্ৰতিভা আছে...বেয়া কৈ কোনোবাই কলে ও কাণ নিদিবা.....

  • @girinborah6879
    @girinborah6879 Před měsícem +1

    Don't worry Tobee, you have a bright future ❤

  • @r.hazarika9231
    @r.hazarika9231 Před měsícem +1

    যিখিনি মানুহ তোমাৰ বিষয়ে বেয়াকৈ কৈছে সেই খিনি তুমি আৰ্শীবাদ হিচাপে লৈ আগুৱাই যোৱা। কাৰণ সকলোৰে মানসিকতা একে নহয়। হাতীয়ে সদায়েই নিজৰ পথত গৈ থাকোঁতে কুকুৰে ভুকে সেই বূলি হাতীয়ে সিহঁতৰ ভুকনি শুনি উভটি নাচায়। গতিকে তোমাৰ ভাল লগা কামবোৰ ধৈৰ্য আৰু আত্ম বিশ্বাসক সাৰথি কৰি আগুৱাই যোৱা, এদিন নহয় এদিন সফল হবা। শুভ কামনা সদায়েই আছে তোমালৈ ❤️❤️❤️

  • @user-cs2xx7iv5m
    @user-cs2xx7iv5m Před měsícem +2

    Ba tumak bahut val lage❤❤❤❤❤❤❤

  • @reenamahanta1870
    @reenamahanta1870 Před měsícem

    বহুত ভাল লাগে তোমাক টবী । শুভেচ্ছা থাকিল।

  • @user-mq9bb4do6q
    @user-mq9bb4do6q Před měsícem +1

    Nirakh nahoba bow agoloi aguwai juwa bohut val lage tumak val kam kori juwa huvesha Aru moram thakil tumaloi bow ❤❤

  • @user-ze4id2ne9u
    @user-ze4id2ne9u Před měsícem +2

    Tumi mur priyo...vl hbo tumr....❤❤bhut bsi morom

  • @khairandasaikia3122
    @khairandasaikia3122 Před měsícem +1

    তবী , বিফলতাৰ আঁৰত সফলতা লুকাই থাকে । তুমি এইবাৰ পুৰস্কাৰ পোৱা হলে আকৌ বিহুবতী বোৱাৰী ৰূপত দেখা নাপালো হেতেন । আমাৰেই সৌভাগ্য পুনৰ অহা বছৰ দেখা পাম । আৰ্শীবাদ থাকিল,,,,,,,,

  • @sumkowar2200
    @sumkowar2200 Před měsícem +1

    Tumi hodai amar babe winner

  • @Somirchangmai4020
    @Somirchangmai4020 Před měsícem +1

    Anor kotha bad deya baa❤tmi bohumukhi protibhahil buwari hoii hodai aguwai jwa anakoi🌸

  • @pallabihazarika4217
    @pallabihazarika4217 Před měsícem +1

    আনৰ কথাত হতাশ নহ'ব বা । দুগুণ উৎসাহেৰে আগুৱাই যাওঁক । নেদেখা জনে সদায়েই ধৈৰ্য সাহস আৰু শক্তি দিয়ক ❤️

  • @daisysaikia5585
    @daisysaikia5585 Před měsícem +1

    বহুতো ভাল লাগিল তবি আগ বাঢ়ি যোৱা

  • @munmidailyvlog
    @munmidailyvlog Před měsícem +1

    Tmi hdai agbhi jua ❤vagi npreba

  • @BobyDevi-lt8vj
    @BobyDevi-lt8vj Před měsícem +1

    ❤❤❤❤❤❤Tumi bhut vl hoi Mur tumak bhut vl lage bihu nasi thakiba

  • @rubirubi8599
    @rubirubi8599 Před měsícem +1

    তবী তোমাৰ কাৰণে বহুত আশা কৰিছিলোঁ। তথাপিও বিচাৰকৰ বিচাৰেই মানি লবলৈ চেষ্টা কৰিছোঁ। জীৱনৰ বাকি বোৰ ভাল কৰি জাবা , ভবিষ্যতে বহুত ভাল হ'ব চাবা।তাৰ বাবে আশীৰ্বাদ থাকিল। তোমাক মোৰ ভাল লাগে।

  • @user-px6cp7td9o
    @user-px6cp7td9o Před měsícem +1

    Moi golaghator pra sai asilu tumar video xodai sau bihu sau belegor kotha mon nidi tumi aag bahi jua

  • @chunitadeka582
    @chunitadeka582 Před měsícem +1

    Tobee sister nijok biswas rakhi aaguwai goi thaka kisuman manuh tenekuwai ai khon prithibit bohut dhoronor manuh ase jibure nije korib najane nuware tenekuwa samei khusori fure bindas thaka God bless you

  • @rohitkalita626
    @rohitkalita626 Před měsícem +1

    Tumak bhut val lage...anor kotha nuxuniba...tumi amar babe xodai winner....

  • @reetasonowal7845
    @reetasonowal7845 Před měsícem +7

    তবী মন‌ বেয়া নকৰিবা পুনৰ আগবাঢ়ি যোৱা।

  • @mirasaikia1303
    @mirasaikia1303 Před měsícem +1

    Tumi all rounder❤️Tumak loi aami bht proud feel koru.

  • @kakoirajgarhdihanam1592
    @kakoirajgarhdihanam1592 Před měsícem +2

    তুমি সদায় winner আমাৰ বাবে৷ ❤❤❤❤❤❤❤❤

  • @sarajuborah6480
    @sarajuborah6480 Před měsícem +1

    Tumar bhut protiva ase .aguwai juwa

  • @sharganandagogoi
    @sharganandagogoi Před měsícem +1

    আগুৱাই যোৱা । কোনে কি কয় এইবিলাক গুৰুত্ব দি নাথাকিবা❤

  • @chayanikadutta5414
    @chayanikadutta5414 Před měsícem +2

    Bihuwoti buwAri matro ata competition taat hora jika thakei......
    Apuni Hokolu dorkhok r mon joy kori gol.. ❤❤agbahi jawk..... Manuh r mon joy koribo poratuha dangor kotha... ❤❤❤❤

  • @user-dz4rx7qm7p
    @user-dz4rx7qm7p Před měsícem +1

    তোমাৰ বিহু চালো , বৰ লাগিলছিল ।আশিবাদ থাকিল ।

  • @BobiPhukan
    @BobiPhukan Před měsícem +1

    Tumr kotha gita huni e Val lgise ,amre dukh lgi ase ...tmr tu dukh loga tu aku bhul nhoii ...krn tmi pabo lgia asila ...❤️❤💕💕💗💗

  • @MamunborahMamunborah
    @MamunborahMamunborah Před měsícem +1

    ভাল লাগিল ❤❤

  • @nirumonitipomia6407
    @nirumonitipomia6407 Před měsícem +1

    সঁচা আশা কৰিছিলো। কিন্তু সাহস নেহেৰুৱাবা। আগুৱাই যোৱা।পিচলৈ আৰু আনৰ কথাত কাণ নিদিবা।চাই থাকোতে আমিও আচৰিত আৰু দুখ অনূভৱ কৰি তোমাৰ মুখৰ পৰা কিবা শুনিম বুলি আশা কৰি আছিলো।আজি ভাল লাগিল পুণৰ দেখা পাই।

  • @jitengogoi7933
    @jitengogoi7933 Před měsícem +2

    তবি তুমি অভিনেত্ৰী

  • @brismritikakitaboruah3318
    @brismritikakitaboruah3318 Před měsícem +2

    আন্তৰিক অভিনন্দন জনালোঁ

  • @pallaviborah1012
    @pallaviborah1012 Před měsícem +8

    Tobi তুমি মানুহৰ মন জয় কৰিলা, তুমি হাৰি হাৰি জিকি গ'লা,,,,,,,তাতকৈ আৰু কি লাগে l

  • @popygogoi2235
    @popygogoi2235 Před měsícem +1

    Bohut akha korisilu tumi aru Queene paba buli❤❤

  • @lunadeka6612
    @lunadeka6612 Před měsícem +1

    Dukh krib nelage dia protijutika jihatu hora jika thakiboi ,kintu tumi bohut manuhre prio agraki buari hla tumar prativa aru tumar xjh xrl montu xsai bor val lage , aguai jua tare kamona krisu

  • @Nilakshi16
    @Nilakshi16 Před měsícem +4

    Tumar protiva ase baad diya juatu hoi gol... Ru bohut val val xujug paba agoloi... ❤❤

  • @SamarJyotiPegu
    @SamarJyotiPegu Před 27 dny +1

    June june apunak beya koi koise heibur sb faltu hoii .... Hei bur manuh r kth huni apuni nijoke durbal kori nidibi ❤❤❤

  • @user-ti2mw9dg9f
    @user-ti2mw9dg9f Před měsícem +1

    Ba Tumi lukor ktha nuhuniba.agbahi jua .I love you ❤❤❤❤ hdai sao agorbure sao vl . bihpuria pra

  • @pinkudutta7754
    @pinkudutta7754 Před měsícem +1

    Bohut val lage tumak ❤

  • @Boby1210
    @Boby1210 Před měsícem +1

    সদায় তোমাৰ ভিডিঅ'চাও ❤❤❤❤ ভাল লাগে তোমাক বহুত বেছি ভাল পাওঁ ❤❤❤মোৰ ঘৰ শিমলুগুৰিতে

  • @upasanarajkhowa4766
    @upasanarajkhowa4766 Před měsícem

    ❤❤❤ god bless you ❤❤❤

  • @kushalsaikia2003
    @kushalsaikia2003 Před měsícem +1

    Tobee tumi dukh nokoriba tumi perfect

  • @dipaliborahsingha9039
    @dipaliborahsingha9039 Před měsícem +1

    আগুৱাই যোৱা ❤❤❤

  • @LeenaBorah-vm4sh
    @LeenaBorah-vm4sh Před měsícem +1

    Tobi Tumi belogor kotha nuhuniba Tumi aguai jua❤❤❤❤❤🎉

  • @purabi6704
    @purabi6704 Před měsícem +1

    Tumi npuwa babe buhut bea lgise😍😍😍

  • @indiraboruah1185
    @indiraboruah1185 Před měsícem +1

    tobi tomiea amar monat prathom hoisa.

  • @user-yg6qq5fd7c
    @user-yg6qq5fd7c Před měsícem +1

    Val lagil ❤

  • @monlishachangmaigogoi3195
    @monlishachangmaigogoi3195 Před měsícem +1

    দুখ নকৰিবা তবী । মই ও ভাবিছিলো তুমিয়েই প্ৰথম হবা বুলি।মনত বহুত বেয়া লাগিল।

  • @junmoniboruah5200
    @junmoniboruah5200 Před měsícem +1

    Tomak. Agbahi jabole. Arkhibad koriso ❤❤❤❤

  • @kukicharingia7896
    @kukicharingia7896 Před měsícem +1

    Mon bya nkriba baa..aguwai juwa

  • @user-vm9rk9rg2t
    @user-vm9rk9rg2t Před měsícem +2

    তুমি সৎ সাহস ধন্যবাদ জ্ঞাপন কৰিছো ❤❤

  • @nijubaishya9195
    @nijubaishya9195 Před měsícem +1

    Morom logaTobi joni❤❤❤

  • @sarujkumarigogoi1612
    @sarujkumarigogoi1612 Před měsícem +1

    Tobee tumi aguai jua tumi khub kom numberor karone top finelist nohola jadiu tumi hakalutkoi uparot buliai moi bhabu tumak bahut val pua agoraki moi

  • @bikashborah6936
    @bikashborah6936 Před měsícem +1

    তবী বা বিহু চাই বহুত ভাল লাগিল ❤

  • @hirenboruah8462
    @hirenboruah8462 Před měsícem +1

    Hari hari jikar mojai beleg tobi ba.agbahi juwa.anor khotha nuhuniba.adin dekhuai diba hei manuhbilakok ji aji tumak hahise

  • @user-uf2kz7hl2m
    @user-uf2kz7hl2m Před měsícem +1

    তোমাৰ উজ্বল ভৱিষ্যতৰ কামনা কৰিলো। আগবাঢ়ি গৈ থাকা এদিন সফল বহা।❤

  • @bituponbora9367
    @bituponbora9367 Před měsícem

    mon baya nkriba ba . Ag bahi jawk . Kintu bhut asa kori asilu tumi kiba ata paba buli . Kunu ktha ni diya . Tumi tmr kam kori juya . ❤❤❤❤❤

  • @shahubuwaripakghor1830
    @shahubuwaripakghor1830 Před měsícem +1

    Val lagil video 🎉🎉