Jamunar Balite bohi || যমুনাৰ বালিতে বহি||Madhurima Saikia

Sdílet
Vložit
  • čas přidán 5. 11. 2022
  • #লোকগীত #ৰাস
    This is a Assamese Folk song
    song: Jamunar Balite Bohi
    singer:Madhurima saikia
    flute: Chinmoy Boruah
    Dotara: Mukut Molia
    dholok/Tabla: Maina percussionist Bordoloi
    Music: Nayan Moni Baruah
    mixing & Mastering: Nayan moni baruah(studio make music)
    singer fb link: / madhurima.madhurimasaikia
    cover design: Chironjit Saikia
    Video Credit : Ranjit dey
  • Hudba

Komentáře • 1,1K

  • @DeepYouTube
    @DeepYouTube Před rokem +46

    This song give me goosebumps......❤ What's a feeling when you feel something special

  • @babulborah5222
    @babulborah5222 Před rokem +17

    তোমাৰ কণ্ঠৰ লোকগীতটোৰ অভাৱ অনুভৱ হৈছিল ৷এতিয়া আনন্দিত হ’লো ।বহুত সুমধুৰ কণ্ঠৰ গৰাকী তুমি ভণ্টিজনী ৷লগতে আমাৰ গাওঁখনৰ গৌৰৱ তুমি

  • @anantaborgohain3971
    @anantaborgohain3971 Před rokem +14

    কি যে অমিয়া সুৰ! সচাই, কিছুমান লোকে কণ্ঠৰ জোৰত সুৰ টানিব পাৰে। সুৰৰ বন্যা বোৱাই শ্ৰোতাৰ হৃদয় জয় কৰে। এনেকুৱা মোহনীয় কণ্ঠ দীৰ্ঘস্থায়ী হওক তাৰেই কামনা কৰিলো।

  • @hariprasadrabha3708
    @hariprasadrabha3708 Před rokem +9

    ইমান ধুনীয়া কন্ঠ বা তোমাৰ আৰু জাতে আমি আগলৈকে তোমাৰ কন্ঠত এনেকোৱা গীত শুনিবলৈ পাও বা। আৰু মই তোমাৰ গীত পোৱা গোধূলি সদাই শুনি থাকো বা। বহুত বহুত শুভেচ্ছা থাকিল বা 👍👍👍❤❤❤🥰🥰🥰।

  • @nabajyotibaruah1861
    @nabajyotibaruah1861 Před rokem +29

    তোমাৰ কণ্ঠত যাদু আছে ।সুৰত মূৰ্ত হৈ উঠিছে সমস্ত গকুল-বৃন্দাবন-যমুনা ।বিৰহিনী ৰাধাৰ সমস্ত কাৰুণ্য যেন তোমাৰ কণ্ঠৰে নিগৰি আহিছে ! প্ৰশংসাৰ ভাষা নাই ।

  • @DAS-FILM
    @DAS-FILM Před rokem +5

    মনপ্ৰাণ হৰি যায় শুনিলে শুনি থাকিব মন অ , কʼত আছা তুমি এবাৰ হʼলেও কাষৰ পৰা চাব বিচাৰো তোমাক।

  • @rajibbora7188
    @rajibbora7188 Před rokem +13

    আপোনাৰ কণ্ঠ বৰ মৰম লগা।আপোনাক ঈশ্বৰে আৰু বহু দূৰ আগুৱাই লৈ যাওক

  • @dandadhardeka8300
    @dandadhardeka8300 Před rokem +4

    আপোনাৰ কণ্ঠৰ প্ৰেমত পৰিছো । বহুত ভাল লাগে। ভগৱানে আপোনাক সদায়ে মঙ্গল কৰক

  • @diplinashorts
    @diplinashorts Před rokem +14

    🙏 অতি সুন্দৰ 🙏🙏 বহুত দিন ৰ অন্তত আপোনাৰ গীত টো পাই সঁচাই আনন্দিত হৈছোঁ ❤️❤️ অৱশেষ ত অপেক্ষা ৰ অন্ত পৰিল 🙏ভাল লাগিল বাইদেউ ❤️ প্ৰভু এ ভালে ৰাখক আপোনাক 🙏

  • @deokanrajkhowa8167
    @deokanrajkhowa8167 Před rokem +7

    কি সুন্দৰ কন্ঠ সচাই তোমাৰ কন্ঠত যাদু আছে, শুনিলে শুনি থাকিবলৈ য়ে মন যাই।

  • @pabitrasaikia4731
    @pabitrasaikia4731 Před rokem +11

    "ঔ সুন্দৰী ৰাধে মাই বৃন্দাবন চাৰিয়া কৃষ্ণ মথুৰা যায়" পাম বুলি আশা কৰিলোঁ

  • @miramazumder9815
    @miramazumder9815 Před rokem +6

    অপূৰ্ব সুন্দৰ হৈছে গীতটি ।আপোনাক অশেষ ধন্যবাদ জনাইছো ইমান সুন্দৰ সুন্দৰ গীত আমালৈ উপহাৰ দিয়াৰ বাবে

  • @dimpidas4902
    @dimpidas4902 Před 6 měsíci +1

    Xunile xuni thkbo mon jy❤imn dhuniya voice 💕

  • @manjildutta730
    @manjildutta730 Před rokem +6

    অপেক্ষাৰ অন্ত পৰিল। বহুত বহুত শুভকামনা আপোনালৈ। 🙏

  • @anamikaborah451
    @anamikaborah451 Před rokem +4

    বহুত ভাল লাগে তোমাৰ গীত শুনি 🥰
    তোমাৰ ৰুণু জুনু‌ গীতটো দিনটোত সদায় এবাৰ হ'লেও শুনোৱে😊😊

  • @kapilsekhar7338
    @kapilsekhar7338 Před rokem +1

    Mai exam hallat entry korar agote headphonet madhurima saikiar gaan xuni lou.... Mai bohut ekhon beleg dunia le gusi jua jen lage... It helps me lot in concentrating d exam... Thank uu madhurima.... Please keep it up

  • @dulalborah5570
    @dulalborah5570 Před rokem +1

    বৰ ভাল লাগিছে💝💝💝

  • @bodhansaikia
    @bodhansaikia Před rokem +7

    ভাল লাগিল আকৌ বহু অপেক্ষাৰ অন্তত আপোনাৰ সুন্দৰ কন্ঠৰ গীত শুনি আনন্দিত হলো 🙏

  • @chandanmahanta2444
    @chandanmahanta2444 Před rokem +23

    The melody is wonderful...the song brings a deep peace to the heart. Many thanks and best wishes to the singer. Your voice is to mind blowing

  • @bivamonidasdas9127
    @bivamonidasdas9127 Před 3 dny

    ❤❤❤❤ইমান সুন্দৰ কণ্ঠ👍👍👍 উপমা নাই। কুশলে থাকা। ঈশ্বৰ প্ৰদত্ত কণ্ঠ।
    গীতটি শুনি থাকোতে চকুৰ আগত এখন বৃন্দাবন, যমুনা, বিৰহী ৰাধা কল্পনাত ভাহি আছে।
    ❤❤❤❤❤😢😢

  • @bivamonidasdas9127
    @bivamonidasdas9127 Před 2 dny

    ❤❤❤কুশলে থাকা আইজনী। 👏👏👏 এতিয়ালৈকে এশবাৰৰ ওপৰত শুনিলো গীতটি।

  • @gitashri7823
    @gitashri7823 Před rokem +45

    Ki je xundor kontho❤️❤️❤️

  • @gourangabora4932
    @gourangabora4932 Před rokem +4

    Voice ❤❤❤

  • @bivamonidas3082
    @bivamonidas3082 Před 3 dny

    ❤❤❤অপূৰ্ব। উপমা নাই, অনন্য কণ্ঠ। ঈশ্বৰ প্ৰদত্ত। কুশলে থাকা। সংগীত জগতৰ উজ্জ্বল তৰা হৈ থাকা।❤

  • @bidyutborah3187
    @bidyutborah3187 Před 7 měsíci +1

    Atiyauuu huni asu 2023 majuli rakhr timettt❤❤❤❤

  • @kumudnath1957
    @kumudnath1957 Před rokem +5

    Very sweet voice,hope more progress in future.

  • @suryakumarrajbongshi7772

    শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ সময়তেই এনেকুৱা কৃষ্ণ প্ৰেমৰ লোকগীত শুনিবলৈ পাই খুব ভাল লাগিল ....আপোনাৰ ভৱিষ্যত অতি সুন্দৰ হওঁক, তাৰে কামনাৰে....

  • @mintukonch1515
    @mintukonch1515 Před 22 dny

    প্ৰান সখি' আহা ৰাধা,যমুনালে যাও.....উফ কি সুন্দৰ টানিছে নহয় বৰ ধুনীয়া গাইছে

  • @mintugogoi7031
    @mintugogoi7031 Před rokem +3

    ৰাতি পুৱাই তোমাৰ এই গীত টো শুনি মন টো বহুত ভাল লাগে

  • @uriamparatuniparmajuli9363

    Most beautiful voice ,apunar konthor geetbur huni bohut Val lage ,god bless you,

  • @a-sriki9764
    @a-sriki9764 Před rokem +1

    আপুনি ইমান ধুনীয়াকৈ গাই। শুনিয়ে থাকিবলৈ মন যায়।❤️

  • @AtulSharma-cr2bh
    @AtulSharma-cr2bh Před 2 měsíci

    অতি মনোৰম কন্ঠ নিগৰাইছে শুনিলে শুনিয়েই থাকিব মন যায় হৃদয় চুই গ'ল সুন্দৰ ❤💜💙::::....🥀

  • @devdas8542
    @devdas8542 Před 4 měsíci +2

    তোমাৰ এই গীতটি ১০০ বাৰৰ ওপৰত বাজিল আমাৰ ঘৰত... অন্তৰ চুই যোৱা এই গীতটি শুনিলে দুখ বেদেনাবোৰ পাহৰি যাওঁ ... তোমাৰ প্ৰেমত পৰি গৈছো গীতটো শুনি শুনি ❤

  • @muhiladevi3664
    @muhiladevi3664 Před rokem +1

    Tumar Kantha maa xaraswatir axirbad. Xunie thakibole man.emane xuola....❤️❤️❤️❤️❤️❤️🙏🙏🙏🌹🌹🌹🌹🌹🌹🌹🙏🙏🙏❤️❤️❤️❤️

  • @user-zu9om3fm9u
    @user-zu9om3fm9u Před rokem +1

    সুৰ অপূৰ্ব হৈছে...গীতটিয়ে হৃদয়ত এক গভীৰ প্ৰশান্তি আনি দিছে। কন্ঠশিল্পী গৰাকীলৈ অশেষ ধন্যবাদ আৰু শুভেচ্ছা থাকিল।

  • @Antukakoty3677
    @Antukakoty3677 Před rokem +1

    বৰ সুন্দৰ ,সুমধুৰ কণ্ঠ ভনী মাধুৰীমা♥️❤️তুমি আমাৰ গৌৰৱ,তোমালৈ বহু মৰম আৰু আন্তৰিক অভিনন্দন জনালোঁ।আগুৱাই যোৱা,সাংস্কৃতিক জগতত সদায় একক হৈ জিলিকি থাকা‌।♥️🥰❤️💚

  • @pujaborah524
    @pujaborah524 Před rokem +1

    বা ৰাস মানে তোমাৰ গান এটা শুনিবলৈ পাম বুলি ৰৈ আছিলো❤️❤️ইমান ধুনীয়া🌸

  • @ChandraSaikia-zx4bf
    @ChandraSaikia-zx4bf Před 2 měsíci +1

    Excellent singing Madhu

  • @tezenhazarika7971
    @tezenhazarika7971 Před měsícem

    অপূৰ্ব কণ্ঠ , বিমুগ্ধ হৈ পৰিছোঁ , অসমীয়া লোক সংগীতৰ এক নতুন যুগৰ সূচনা হৈছে তোমাৰ মনোৰম পৰিৱেশন শৈলীত❤❤❤আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ❤️❤️❤️❤️👌🎉👑🎈

  • @manirajdas2765
    @manirajdas2765 Před 4 měsíci

    এটি কঠিন লোকগীত প্ৰাণঢালি কন্ঠ নিগৰাই সকলোকে আপ্লুত কৰিছে ! বহুত ধন্যবাদ । শুভকামনা আৰু সুন্দৰ লোকগীত শুনাৰ আশাৰে !

  • @kaberirabha8613
    @kaberirabha8613 Před rokem +1

    আপোনাৰ কন্ঠত লোকগীত শুনি খুবেই ভাল লাগে... সুন্দৰ কন্ঠ আপোনাৰ ❤️

  • @madhurjyamili5953
    @madhurjyamili5953 Před rokem +1

    Bohut dhunia

  • @kangkantalukdar3925
    @kangkantalukdar3925 Před rokem

    Lokogeetor e kontho de tumar ....suni thakibo e mon jai....bohut bohut val lagil...❤️❤️❤️❤️❤️

  • @NilomoniBora-be5py
    @NilomoniBora-be5py Před rokem +1

    Outstanding from the view point of melody

  • @dipjyotihazarika2879
    @dipjyotihazarika2879 Před rokem

    সুমধুৰ কন্ঠই মন ভৰাই দিলে। মিউজিক ইমান সুন্দৰ হৈছে যে কবলৈ ভাষা নাই। দৃশ্য পটে সচাকৈয়ে বৃন্দাবন পোৱালেগৈ। কন্ঠত মা সৰস্বতী বিৰাজ মান। লোকগীত বহুত শুনিছো কিন্তু তোমাৰ কন্ঠত উফ.. সাংঘাতিক। মনক কোনোবা জগতলৈ লৈ যায়। তোমাৰ ঘৰ ক'ত মাজনী? বহুত হিয়া ভৰা মৰম ও আশীৰ্বাদ যাচিছোঁ। গোৱিন্দ কৃষ্ণই কুশলে ৰাখক।

  • @boruahmadhurjya5801
    @boruahmadhurjya5801 Před rokem +1

    More sweet voice , Proud of Dhekiakhoa , i lv more. More tnks.

  • @madannath1852
    @madannath1852 Před 11 měsíci +1

    Excellent , unique tone

  • @ritatalukdar7264
    @ritatalukdar7264 Před 8 měsíci

    Ki je heart touching kontho tumar…radha krishna r fin buroloi gusi jai montu…tumar gan bur xunile…🙏❤️😘

  • @NabdipKalita
    @NabdipKalita Před měsícem

    সুন্দৰ মাত মনোমোহা মাত সুনীথাকিলে সুনী থাকিবৰ মন যায়।

  • @dipendrasinghadeka5608
    @dipendrasinghadeka5608 Před měsícem

    বহুত ধুনীয়া হৈছে।

  • @manashhazarika5176
    @manashhazarika5176 Před rokem +2

    উফ 😍 voice বহু দিনৰ মূৰত শুনিবলৈ পালো 🙂

  • @narendragayan2006
    @narendragayan2006 Před rokem +1

    Most beautiful singer Madhurima.

  • @ankurdutta6855
    @ankurdutta6855 Před rokem

    সুন্দৰ ,ধুনীয়া হৈছে।

  • @arupmixvlogs8681
    @arupmixvlogs8681 Před rokem +1

    Ki ja xundor voice hunila huni thakibo mon jai thake 🙏🙏🙏 👌👍👌👌👍👌👌👌👌👍

  • @rimpidutta9845
    @rimpidutta9845 Před rokem

    ইমান ধুনীয়া কণ্ঠ বহুত ভাল লাগিল শুনি আৰু কেতিয়া পাম এনেকুৱা নতুন গান

  • @rubulkalitaflutist8826
    @rubulkalitaflutist8826 Před rokem +1

    Ufffff ki kontho o 2mr....major ontora 2 ontor sui goise....❤️

    • @madhurimasaikia
      @madhurimasaikia  Před rokem +1

      Thank you

    • @rubulkalitaflutist8826
      @rubulkalitaflutist8826 Před rokem

      Moi ajon bahi badok. 2mr konthot abr bojalu hoi bahi....bru ji ki nhouk aru aguai jua vgbne kukhole rakhok...ghr kot bru 2mr...?????

    • @bivamonidas3082
      @bivamonidas3082 Před 3 dny

      আচৰিত কম্পন।👍👍

  • @l.brecreation6074
    @l.brecreation6074 Před rokem +1

    বৰ ধুনীয়া হৈছে মাধুৰিমা বা...💐❤️

  • @europabarman6041
    @europabarman6041 Před rokem

    Bohut bhal lagil huni bohut donor murot Assamese song

  • @pramilakhakhlary9882
    @pramilakhakhlary9882 Před rokem

    অন্তৰ চুই গল। সুন্দৰ।

  • @user-ky5rj8js9p
    @user-ky5rj8js9p Před 5 měsíci

    Apunar geet bur jetiya hunu gar num hiori uthe aru anekwa anubhob hoi jen bhagwbanok haikhyat dekhi asu. Hosakoi bohut dhuniya kontho apunar❤❤❤❤❤❤❤❤❤😊.

  • @momikakoti8305
    @momikakoti8305 Před rokem

    বৰ ভাল লাগিল মাধুৰিমা তুমি আগবাঢি যোৱা।।।

  • @Abinash935
    @Abinash935 Před rokem

    Bohut dhuniya gaisay o Ba. Bohut bohut dhuniya.

  • @surujkumarborah7473
    @surujkumarborah7473 Před 6 měsíci

    বহুত বহুত সুন্দৰ ❤🎉🎉🎉😊

  • @PrakashLahon-om9im
    @PrakashLahon-om9im Před 6 měsíci

    ৰাতিপুৱা শুই উঠি আপোনাৰ সুন্দৰ লোকগীতৰ পৰাই দিনটু আৰম্ভ কৰু । আপোনাৰ পতিটু লোকগীতে মোৰ মন প্ৰান হৃদয় চুই গল ।

  • @user-pq4kj4jk6k
    @user-pq4kj4jk6k Před 8 dny

    Xundor kontho😊😊

  • @birenpdas5347
    @birenpdas5347 Před rokem

    অতি মজা গাইছে আমাৰ শুভেচ্ছা জনালো যোৰহাট

  • @RanjitDas-ni7eb
    @RanjitDas-ni7eb Před rokem

    অতি সুন্দৰ ইছে , বহুত ভাল লাগিল বাইদেউৰ গীতটো সুমধুৰ কণ্ঠ সচাকৈ বহুত ভাল লাগে

  • @user-wd2ky8nh1m
    @user-wd2ky8nh1m Před 4 měsíci

    Eman dhunia xur wah❤

  • @nilu8828
    @nilu8828 Před 11 měsíci +1

    Xubdor

  • @jayantasaikia2300
    @jayantasaikia2300 Před rokem

    Ba ati hundar 🙏🙏👌👌👌

  • @jonalideka3179
    @jonalideka3179 Před rokem

    বহুত ধুনীয়া হৈছে

  • @pradipgogoi3182
    @pradipgogoi3182 Před rokem +1

    অতি সুন্দৰ কণ্ঠ শুনি বহুতো ভাল লাগিল। ঈশ্বৰে আশীৰ্বাদ কৰিব।

  • @birenpdas5347
    @birenpdas5347 Před rokem

    বৰ সুন্দৰ হৈছে আমাৰ শুভেচ্ছা থাকিল যোৰহাট

  • @bipulchsarma9329
    @bipulchsarma9329 Před 3 měsíci

    অতি সুমধুৰ কণ্ঠ ।আই সৰস্বতী সু-দৃষ্টি দিয়ক।❤️❤️❤️

  • @chintumonikalit7365
    @chintumonikalit7365 Před 11 měsíci

    Eman xunilu geet ti gote geet ti mukhosto kori dilu moromloga kontho.. 🥰

  • @undyingn1223
    @undyingn1223 Před 3 měsíci

    Bhut bhut bhal lagise❤❤❤❤❤

  • @pravashdas4792
    @pravashdas4792 Před rokem +1

    অতি সুন্দৰ হৈছে 😚
    আপোনাৰ গীতবোৰ শুনিলে আমাৰ মন প্ৰাণ প্ৰফুল্লিত হৈ যায় 🙏🙏

  • @rashmikalita8788
    @rashmikalita8788 Před rokem +1

    Khosake Iman dhunia kontho. Bohut val paw tumar lukogitt. Iove you rima.

  • @jibandas9484
    @jibandas9484 Před 10 měsíci

    eman Khundor hoise🔥🔥🔥

  • @labanyakalita4056
    @labanyakalita4056 Před rokem

    Dhuniya hoise 🙏🙏🙏💐🌹❤️

  • @shibaneecreation7922
    @shibaneecreation7922 Před 4 měsíci

    Khub hundor mat 💐💐💐

  • @user-mi2nb1rz7u
    @user-mi2nb1rz7u Před 9 měsíci

    🎉 বৰ সুন্দৰ লাগিল।

  • @user-mj2mp5ql3r
    @user-mj2mp5ql3r Před 9 měsíci

    Bah bah xundor

  • @atulchandradasatulchandrad6588

    বহুত ভাল কন্ঠ তোমাৰ আগুৱাই যোৱা ।

  • @minudas7981
    @minudas7981 Před rokem

    সুন্দৰ 👌👍

  • @birenpdas5347
    @birenpdas5347 Před rokem

    বৰ সুন্দৰ হৈছে আমাৰ শুভেচ্ছা জনালো যোৰহাট আগলৈকে আকৌ বেলেগ গান শুনাৰ আমাকে।

  • @anamikabhorali419
    @anamikabhorali419 Před rokem

    Bhut dhunia hoise madhurima ba🥰😘👌

  • @chittadas9549
    @chittadas9549 Před 10 měsíci

    ❤❤❤❤❤❤❤❤❤❤❤ val lagise didi apunak bhout bhout donnobatt aru jate apunarr gan huniebo payu

  • @dibyaranjanbora7246
    @dibyaranjanbora7246 Před 7 měsíci

    সচাইঁ অন্তৰ চুই গৈছে। কন্ঠ ই

  • @poragjyotidutta5734
    @poragjyotidutta5734 Před rokem

    বহুত সুন্দৰ

  • @ivlinaborah1423
    @ivlinaborah1423 Před 11 měsíci

    Eman hundar kontho ❤❤❤

  • @rijuborah7044
    @rijuborah7044 Před 11 měsíci

    ইমান ধুনীয়া কৈ প্ৰাণ ধালি গাইছে মই সদায় ৰাতি পুৱা শুনি থাকো🙏🙏🙏
    ধন্যবাদ জনালো 🙏

  • @raktimsaikia7432
    @raktimsaikia7432 Před rokem

    Eman hundor voice ,moi j morning aru Night hadai hunu bhut vl lge .Moi Andhra Pradesh t thku .vle thka hukhot thka , take care 🙏🏻🙏🏻🙏🏻

  • @umeshdeka8005
    @umeshdeka8005 Před 10 měsíci

    ভগৱান প্ৰদত্ত কণ্ঠ টো সদ বাবহাৰ কৰিছা।madhurima লৈ হিয়া ভৰা শুভেচ্ছা থাকিল।

  • @rekharani8306
    @rekharani8306 Před rokem +1

    ভাল লাগিল দেই। ❤️

  • @sumanabhakat
    @sumanabhakat Před rokem

    অতি সুন্দৰ। ভাল লাগিল।

  • @user-qj5mn1vw2x
    @user-qj5mn1vw2x Před 21 dnem

    বা তোমাৰ এই গীতটো শুনি বহুত ভাল লাগে, শুনি শুনি আমনি নালাগে মোৰ পাৰিলে মহাদেৱৰ🔱🔱 গীত এভাগ ৰাইজলৈ আগবঢ়াবা🔱🔱🕉️🕉️

  • @manashjyotimusical6566
    @manashjyotimusical6566 Před rokem +1

    🙏🙏🙏🙏 Dhuniya ♥️

  • @bontibora1623
    @bontibora1623 Před rokem

    বৰ সুন্দৰ হৈছে

  • @dimpimudoi9104
    @dimpimudoi9104 Před 28 dny

    Bohut val lage giti ❤❤