Tora O Tora by C S Shivaa

Sdílet
Vložit
  • čas přidán 5. 09. 2018
  • A song from “XUNARUR HALODHIYA HANHI”
    Lyrics,Tune & Music: C S Shivaa
    Arrangement:Arup Dutta
    *Ing: Dipsikha & Utpal
  • Hudba

Komentáře • 620

  • @CSSHIVAAOFFICIAL
    @CSSHIVAAOFFICIAL  Před rokem +142

    প্ৰথমে সকলোলৈ নমস্কাৰ🙏। আপোনালোকৰ প্ৰত্যেকটো কমেণ্টৰ Reply দিব পৰা নাই তাৰ বাবে ক্ষেমিব ।🙏 শ্রোতাসকল.. আপোনালোকক অশেষ ধন্যবাদ 🙏❤

    • @johirulislam1485
      @johirulislam1485 Před rokem +12

      ​@@nxpranray2945i a😊

    • @rahulpayeng7897
      @rahulpayeng7897 Před rokem +4

      Poppy

    • @Dipankarborah6363
      @Dipankarborah6363 Před rokem

      ​@@nxpranray2945😅😅😅0

    • @sangeetaborah9105
      @sangeetaborah9105 Před rokem +2

      😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊p😊😊😊😊😊😊p😊😊😊😊😊😊😊p😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

    • @sangeetaborah9105
      @sangeetaborah9105 Před rokem +1

      😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

  • @user-gr4lw1it5f
    @user-gr4lw1it5f Před 2 měsíci +26

    অসমৰ আটাইতকৈ সুন্দৰ গানবোৰৰ এটি অন্যতম❤
    কাৰ কাৰ প্ৰিয় এই গীতটি?

  • @DhruvajyotiKakati-qi8jl
    @DhruvajyotiKakati-qi8jl Před rokem +84

    অতিতক পাহৰি নোহোৱা যদি কোনোবা আছা তেনেহলে এই বছৰ 2023 ত যদি আকৌ এবাৰ কোনোবায় এই গানটো খোনিছা তে মোক Like মাৰি জাবা Ok. Thank you ❤

  • @anantaborgohain3971
    @anantaborgohain3971 Před rokem +35

    এই গীতটোৰ গায়কৰ কণ্ঠ আৰু উৎপল দাৰ কণ্ঠ ইমান মিল আছে যে একদম উৎপল দাৰ lip ত লিপিত খাই পৰিছে। শিৱা দাৰ কণ্ঠ বহুত মিঠা। গীতটো মোৰ বহুত ভাল লাগে ।

  • @gstpcovervideogroup8289
    @gstpcovervideogroup8289 Před 2 lety +226

    যি সকলে 2022 ত এইটো গান শুনি আছা তেওঁলোকে মোৰ Comment টোত লাইক এটা দি যাবা

  • @joinurali7084
    @joinurali7084 Před rokem +34

    এই বোৰ গান সুনিলে ইস্কুলিয়া জীৱনলৈ মনত পৰে

  • @SEBAKCHANGMAI
    @SEBAKCHANGMAI Před 3 lety +39

    তাহানিৰ পৰাই মনত এইটো সুৰ মনৰ লগত খাপ খাই সোমাই গল । যেতিয়াই শুনো তেতিয়াই মনত কিবা এটা স্ফূৰ্তি পাওঁ, মনটো নাচি উঠে ...💓💓

  • @BxbHeye
    @BxbHeye Před měsícem +3

    Beautiful song. Evergreen video. Impressive singing❤

  • @user-do8jt1ul4p
    @user-do8jt1ul4p Před rokem +22

    ৬দিন ৬ৰাতি একে ৰাহে শুনা জীৱনৰ প্ৰথমটো গীত ❤ love this song 🎉

  • @mohanboruah9970
    @mohanboruah9970 Před měsícem +12

    2024 still fresh❤

  • @arpanabora2744
    @arpanabora2744 Před 2 lety +29

    ইমান ধুনীয়া গান ❤️🤗যিমান শুনিলেও আমনি নালাগে দাদা আপোনাৰ গানবোৰ😍🤗 আকৌ উভতি আহক অসমীয়া সংগীত জগতলৈ 😊।

    • @parthapratim1860
      @parthapratim1860 Před rokem

      Ok 👌👌👌 op 😃 p r po of my account number nai poo 💩 ok 👌👌 p o ooooo of

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před měsícem +3

    এই গীতটো শুনিলে মোৰ মন টো হে কৰবালৈ উৰা মাৰিব বিচাৰে, আৰু শুনিও আমনি নালাগে দিয়ক সেয়ে বাৰে বাৰে শুনি থাকিবৰ মন যায় কেতিয়াবা বৰকৈ, কিন্তু কি কৰিম মই অতিকৈ আনন্দ পাওঁ আৰু তেতিয়াই মই এই গীতটো শুনি বৰ মন যায় মনটো তেতিয়া হে শাঁত পৰি শীতল হৈ পৰে,,

  • @bhupengohain8714
    @bhupengohain8714 Před 2 lety +17

    আকৌ এবাৰ শুনিলো..হেপা নপলাই বহুত বহুত ভাল লাগে অ ..💖💖💖

  • @gitanjalideka8767
    @gitanjalideka8767 Před rokem +20

    কম মিউজিক প্ৰয়োগ কৰি অন্তৰ চুই যোৱা গানবোৰেই সংগীত বুলি মই ভাবোঁ। সুন্দৰ অন্তৰ চুই যোৱা গান, কণ্ঠ সুন্দৰ 👍

    • @Manash167
      @Manash167 Před 8 měsíci

      হয় আইতা

    • @gitanjalideka8767
      @gitanjalideka8767 Před 8 měsíci

      @@Manash167 হয় দে উচ্ছংখল ডেকা ল'ৰা,,

  • @r.riyanhandique4123
    @r.riyanhandique4123 Před 2 lety +51

    আপোনাৰ মাতত বুকু চুই যোৱা এটি যাদু আছে। আকৌ উভতি আহক দাদা অসমীয়া সংগীত জগতখনলৈ । 😌❤️

  • @mahantarabha1665
    @mahantarabha1665 Před rokem +7

    মেঘালয়ৰ ৰম্বাগ্ৰী, চিমচাং নৈৰ একেবাৰে কাষতেই থকা গাঁওখনত দুমাহমান থকাৰ সময়ত কিমানবাৰ শুনিছিলোঁ হিচাপ নাই৷অতি ঠাণ্ডা জলবায়ুত নৈখনৰ পানী শিলত ঠেকা খাই ভাহি অহা শব্দ আৰু এই সুন্দৰ গানৰ মিশ্ৰণে সহজ-সৰল গাৰো লোকসকলৰ গাঁওৰ পৰিৱেশত কি যে আমেজ দিছিল! Nostalgic

  • @hirakjyotideka8921
    @hirakjyotideka8921 Před rokem +8

    এইকেইটা গীতৰ কথাই সুকীয়া, কেতিয়াও যেন আমনি নালাগে, শুনিলে শুনি থাকিবৰ মন 🌼🍃🤍😘🤍🍃🌼

  • @Bondeep_Saikia
    @Bondeep_Saikia Před rokem +16

    গীতটোৱে যেন অতীতলৈ আকৌ এবাৰ হাত বাউল দি মাতে । সচাকৈ ই এটি আপুৰুগীয়া গীত ❤️🤞

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 4 měsíci +1

    এই গীতটো শুনিলেই মনটোৰ ভাৱনাবোৰ কৰবালৈ উৰা মাৰিব বিচাৰে তেন্তে, কিহব বাৰু,, ভাবিলে কিবা যেন লাগে,,,, কিয় বাৰু এনে হয়, কবানে বাৰু কি বা যেন অনুভৱ হয়,,,,,,,,

  • @binodrider1148
    @binodrider1148 Před 8 měsíci +103

    Welcome 2024

    • @ShibaSobor5917
      @ShibaSobor5917 Před 2 měsíci +3

      Aji akou hunisu😊😊😊

    • @user-kd5dv6iz3t
      @user-kd5dv6iz3t Před 2 měsíci +3

      Just xuni asu❤😊

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 Před měsícem +2

      এই গীতটো শুনিলে শুনি থাকিবৰ মন যায় মোৰো বৰকৈ কিন্তু অতিকৈ চিন্তা ৰ সাগৰলৈ লৈ যায় আৰু তেতিয়াই এই গীতটো শুনো মই,, মোৰ মনটো শাঁত পৰি শীতল হৈ পৰে তেন্তে কি কৰিম মই, শিয়াৰ মাজত বৰকৈ খুন্দা মাৰি ধৰে

    • @Debojitdeka-pl2it
      @Debojitdeka-pl2it Před 26 dny

      ​@mukutlukhur😊x78t688akhon1411

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 9 měsíci +3

    সচা কৈ ভাল লাগে এই গীতটো শুনি, ,এই গীতটো শুনি থাকিলে মনত পৰে তাহানিৰ সেই কলেজ ৰ পঢ়া দিন লৈ ,,,সচা কথা, মোৰ লগতে থকাসেইসখীলৈ,,,,

  • @Ragini87616
    @Ragini87616 Před 2 měsíci +1

    আজিও শুনি থাকো গীতটি । শুনিলেও হেঁপাহ নপলায়। শুনি থাকিব মনে যাই থাকে । হৃদয় চুই যায় । আগৰ দিনবোৰলৈ মনত পৰি যায় বহুত ।

  • @aayushpritam7214
    @aayushpritam7214 Před rokem +14

    Randomly found this beautiful song almost after 12 years.I used to listen this song very much during my childhood days in assam.shiva da is indeed one of the best Assamese singer ❤️..my favourite after zubeen da.please compose such song again.

  • @debajit4182
    @debajit4182 Před měsícem +1

    মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় গীত এইটো এ সদাই প্ৰতিদিনে এই গীত টো 10/15 বাৰ মন সুনো । Love you Siba da❤❤

  • @bhaskarnilim
    @bhaskarnilim Před 6 lety +6

    NYC song bro....aaji bohudinr murot geet2 xalu khub vl lgil

  • @romonideka5158
    @romonideka5158 Před měsícem +1

    অসমীয়া সংগীতৰ এক পাহৰিব নোৱাৰা গীত❤সদায় নতুন চিৰসুন্দৰ❤❤❤❤

  • @seemasonowal3812
    @seemasonowal3812 Před rokem +3

    Emn kunol konthore gua gantu bohut vl lage.purona holu hunile huni thakibo mon jaie❤️

  • @vikashmahto7887
    @vikashmahto7887 Před měsícem +2

    Koyi samjhe ya na samjhe lekin its one of the best songs I have ever heard❤
    Thanks to the singer❤❤❤

  • @yatishgogoi158
    @yatishgogoi158 Před měsícem +4

    2024❤ still favourite ❤

  • @nayak7752
    @nayak7752 Před 2 lety +6

    agor ganburor blg moja asil...love this song🥰❤️🥰

  • @tirut7812
    @tirut7812 Před 4 měsíci +4

    কি দিন আছিল অ তেতিয়া ,♥️ আকৌ আৰু কেতিয়াও ঘূৰি নাহে ,, সেইবোৰ দিন সঁচাই বহুত মনত পৰে 😭😭 2024 চনত কোনে কোনে শুনি আছা আৰু সেইবোৰ দিন কাৰ কাৰ মনত পৰে এটা "like" কৰি দিবা ।।❤

  • @tinkuborman7585
    @tinkuborman7585 Před 2 lety +25

    এৰি থৈ অহা দিনৰ ভাল লগা গীত, শুনি থাকিলে কেতিয়াও আমনি নালাগে,❤️❤️❤️
    স্কুলীয়া দিন বোৰ মনলৈ অহে🤗🤗,

  • @sonmanibegum110
    @sonmanibegum110 Před 10 měsíci +2

    Hejar bar xunile o jen amoni nologa gaan keita❤❤❤❤so sweet voice,,and utpal da ❤

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  Před 10 měsíci

      আন্তৰিক ধন্যবাদ জনালোঁ🙏😍

  • @sangitrabha3374
    @sangitrabha3374 Před rokem +4

    বহুত বহুত ধুনীয়া গীত ভাল লাগিছে গান ❤️❤️ দাদা

  • @SanjibReels
    @SanjibReels Před 11 měsíci +3

    অসমৰ এটা জনপ্ৰিয় গান ❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před měsícem +2

    সচা কথা, অতিতক কেতিয়াও পাহৰিব নোৱাৰি, আৰু পাহৰাজন খুবেই কাঠচিতিয়া হব লাগিব নহয়নে বাৰু মোৰ লগতে সকলোৱেই একহৈ পৰোঁ,

  • @Simanta_saikia
    @Simanta_saikia Před rokem +3

    Nostalgia.....deutai kusot loi muk hunaisil.....🥺🥺🥺🥺🥺🥺

  • @krishnamoniaxom3670
    @krishnamoniaxom3670 Před rokem +2

    Monot pore atiyau ,hei keypad mobile 2t je kiman bar hunisilu ai gaan2 😪😍 xoixobor smriti bhut jorito hoi ase gaan2 r lgot.

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 8 měsíci +1

    সচা কথা, এই গীতটো শুনি মই মনতে অতিকৈ আনন্দ পাও সেই তেতিয়া মই লগ পোৱা ডিব্ৰুগড় জিলাৰ মিলননগৰৰ সেই লগ পোৱাবানধবী্গৰাকীলৈ বৰকৈমনতপৰে মানে সেই গৰাকী লৈ,,,,

  • @akhajong3988
    @akhajong3988 Před 2 měsíci +1

    কিছুমান গীত সঁচাই আৰু সদায় মনত ৰৈ যাই যেনে " তৰা অ তৰা"❤

  • @digantadas2901
    @digantadas2901 Před 7 měsíci +1

    আপোনাৰ এইটো এলবাম ৰ প্ৰত্যেকটো গান এ বহুত সুন্দৰ। তাতকৈ ধুনীয়া আপোনাৰ মাত টু ।
    অমৰ হয় থাকিব আপোনাৰ এই গান।❤

  • @rimpichetia943
    @rimpichetia943 Před rokem +2

    moi atiaau hunu. bht val lge ai album tur gaan keita❤️❤️❤️. hridoy sui jai

  • @brindasumangal3417
    @brindasumangal3417 Před měsícem +1

    ❤❤❤Great artist,greatest song,very romantic and evergreen❤❤❤

  • @bhabeswaribaruah1478
    @bhabeswaribaruah1478 Před rokem +2

    Lalala.. lalalalalalala.. lalala.. nostalgic 😌

  • @pulin5960
    @pulin5960 Před 2 lety +37

    Old is gold.....i love this song❤❤❤❤☺☺😍😍

  • @nipukumardas4607
    @nipukumardas4607 Před rokem +3

    সুন্দৰ অপূৰ্ব সুমধুৰ কণ্ঠস্বৰ ভাল লাগিল শুনি
    মননশীল মনোৰম গীতৰ মধুৰ ধ্বনি

  • @lachitsaikia9044
    @lachitsaikia9044 Před 8 měsíci +3

    এইবোৰ গান চিৰদিনলৈ হিট হৈ থাকিব ❤❤❤

  • @jitulvlogs5756
    @jitulvlogs5756 Před rokem +5

    2007 t বৰদেউতা হতৰ বাইদেউৰ বিয়ালৈ মনত পৰি গ'ল 😢❤❤

    • @rituparnakalita6980
      @rituparnakalita6980 Před 7 měsíci +1

      সেই সময়ৰ বিয়া বোৰত খুব বাজিছিল আৰু bandparty বজাইছিল

  • @harakantadowarah9738
    @harakantadowarah9738 Před 5 měsíci +1

    Wow so very beautiful❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 4 měsíci

    অতীতক পাহৰি যোৱা কোনোবা নাই যদি এই গীতটো শুনিলেই শাঁত নপৰিবনে বাৰু,,,,, মোৰো মন ভাৱনা সকলোবোৰেই থানবান হয়,,,,,,,,, কিয়বাৰো কোনোবাই কবনে বাৰু,, মনটো খুবেই অতীতলৈ উৰা মাৰে,,,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 9 měsíci +1

    সচা কথা এনে গীত শুনিবলৈ পালে মনতে খুব ভালো লাগে মনটোসেইতাহানিৰকলেজৰ পঢ়া দিন লৈ মনত পৰে, ং

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 8 měsíci +1

    সচাকৈ দেই এই গীতটো য়ে অতীতলৈ লৈ যোৱা যেন অনুভৱ হয়, সেই সময়ৰ কলেজৰ দিনকেইটিলৈ , কিনোকম,বা থম,,,সেয়ে মন

  • @limahazarika267
    @limahazarika267 Před 2 měsíci

    শুনিলে শুনি থাকিব মন যোৱা নতুন পুৰণি কথা নাই অন্তৰ স্পৰ্শ কৰি যায় ❤🥰

  • @Clip_show_official
    @Clip_show_official Před rokem

    ❤🥀still moi aru mur gf e etu gaan hunu hayeee childhood memories ❤️ katiya ou napahoru bht nasilu agote etu gaan ot ✨🥱 evergreen Assamese song ❤thank you so much for this song ❤️ Tora o tora ahisu duronir pora hayeee

  • @nabingogoi3179
    @nabingogoi3179 Před rokem +6

    গীতৰ কথা, সুৰ, কণ্ঠ, মিউজিক, কাহিনী সকলো দিশতে টিক(tick mark) দিলো । অসমীয়া চিনেমাত "সোনাৰুৰ...." আৰু অন্যখন "নায়ক" দুয়ো খনেই শ্ৰেষ্ঠ ৰোমান্তিক চিনেমা। এই দুখনক চেৰ পেলাব পৰাকে অন্য এখন চিনেমা কেতিয়াও নহব । দুয়ো খনে সমানে tick mark পাব ।

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 8 měsíci +1

    সচা, এইটো গীত শুনিবলৈ পালে মনটো তাহানিৰঅঠাত্কলেজৰপঢ়াদিন কেইটালৈ বে ছিকৈমনত পৰে,,,,,

  • @ramdhenu3271
    @ramdhenu3271 Před měsícem +1

    Bohut Val lage puroni gan bur😊😊❤❤❤❤❤

  • @gulapichangmai9803
    @gulapichangmai9803 Před 9 měsíci +1

    One of my fav song jitu😅 huniboloi Npla horu kndi jau deutar mbl ot 😢😢kimn j memories school ot teachers day guwa aji u mnt pore

  • @learnvoiceart18
    @learnvoiceart18 Před 2 lety +4

    So beautiful ! Very beautiful upload ! 👍🏾 👍🏾
    Thanks lots dear friend💐

  • @putulichetia6973
    @putulichetia6973 Před rokem +1

    Mur bhut hundr gan.aamar ongc sare uliua.

  • @SurajitBoruah-zu1uc
    @SurajitBoruah-zu1uc Před 2 měsíci +3

    কোনে কোনে 2024 ত এই গান তো শুনিছে লাইক এটা কৰী যাব ।❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 3 měsíci

    সচাকৈ কৈছো, এই গীতটো বাৰে বাৰে মনলৈ আহে বৰকৈ চিন্তিত মনলৈ সেই গৰাকী লৈআহ

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 9 měsíci +1

    এই গীতটো শুনি মই মনতে খুব ভালো লাগে আৰু বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে, সচাকৈ মইও দূৰৈৰ লোক হও,এই গীতটো শুনি তেতিয়া তাহানিৰ কলেজৰ দিনকেইটালৈ,

  • @binabora5025
    @binabora5025 Před rokem +2

    Very nice song xuni anandita val lagil

  • @moupriyalifestylevologs7735
    @moupriyalifestylevologs7735 Před 5 měsíci

    Abhinoi moja jotin daa and kishnomoni daa...... Anikuwa video sai thakeli u hepah napolai...... Moi u ajon bihu boliya.... 🥰🥰

  • @chandamitarajbongshi4773

    তেতিয়া মই class 10th OT pahri আছিলো যেতিয়া মই এই গানটো শুনিছিলো.. তেতিয়াৰ পৰাই প্রিয় মোৰ এই গানটো.. কিমান শুনিলো হিচাপ নাই..দিনটোত এবাৰ হলেও শুনুয়ে.. বহুত সুখি অনুভৱ কৰো...

  • @mukulgogoigogoi4750
    @mukulgogoigogoi4750 Před 4 lety +5

    Moza lagil

  • @barasharanidas3231
    @barasharanidas3231 Před 2 lety +2

    Mor ai geetor lagat smiti jarita hai asay.
    I..love my song❤❤❤

  • @bunnyrungdungvlog8417
    @bunnyrungdungvlog8417 Před 11 měsíci +1

    ❤ heart touching bro 🙏 ajio bare bare xuni thaku gantu dada kiba eta monot pori Jai gantu xunile ❣️

    • @CSSHIVAAOFFICIAL
      @CSSHIVAAOFFICIAL  Před 11 měsíci

      আন্তৰিক ধন্যবাদ জনালোঁ💮🙏

  • @digantazg4994
    @digantazg4994 Před rokem +1

    Birat dhunia gan asil dei itu ❤❤❤

  • @gautamdeka4345
    @gautamdeka4345 Před 7 měsíci +1

    ইমান ধুনীয়া মন পৰশা গান-অভিনয় 🎉❤ Fantastic 👌

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 4 měsíci

    অতীতক পাহৰা কোনোবা যদি আছে তেতিয়া এই গীতটো শুনিলে ইহব,তেহে যদি দেহাটো শাত পৰে,,,,,, মোৰ মনটোহে কৰবালৈ উৰা মাৰিব বিচাৰে, আৰু তেতিয়াই এই গীতটো মনলৈ আউৰাও,,,

  • @rijumabhagawati3138
    @rijumabhagawati3138 Před rokem +1

    👍😍😍😍😍ki kom .etai kom múr oti priyo gan.

  • @aparajitaphukan1371
    @aparajitaphukan1371 Před rokem

    Apunar kontho emanai xundor hunile huni thakibor mon jay , xei karone dintut ebar apunar gaan hunu. Apunar pora aru gaan huniboloi aakhare roi aasu .God bless you .

  • @TheFancy_Foodholic
    @TheFancy_Foodholic Před 9 měsíci +2

    Ki kom...❤ ei vcd khon release houte moi 1st yr clgt... jorhat to dibrugarh r loi bus t ahi ahisilu.. bus t vcd khon bojai ahisil, tate sua prothombar.
    Gaan bur etiao priyo.. hunile montu korobat uri jai..ek bujabo nuara anubhuti.. amar collegia dinot provab pelua ata nostagic geet.

  • @mirabaglary8682
    @mirabaglary8682 Před 7 měsíci

    Bhal lagli gantu aru anekoi aguwai jua utpal dada ❤❤❤❤

  • @KajalBaruah-wb8mn
    @KajalBaruah-wb8mn Před měsícem +3

    Evergreen ❤❤❤❤❤❤❤❤❤❤my favourite song❤❤❤❤

  • @milandas5037
    @milandas5037 Před 2 lety +4

    Hodai hunikeo amoni nalage

  • @kiranshri5721
    @kiranshri5721 Před 3 lety +10

    মন পাগল কৰা গান ৷

  • @barshaboruah341
    @barshaboruah341 Před rokem +4

    যিমান শুনিলেও মন নভৰে❤❤❤

  • @sobondas5178
    @sobondas5178 Před 2 lety +5

    💟 all time favourite . ...... Old is gold 🥇

  • @monalisaborgohainvlog9666
    @monalisaborgohainvlog9666 Před 9 měsíci +2

    Ei gantu mon pran vori jai

  • @gunobhaicartoon21
    @gunobhaicartoon21 Před rokem +2

    Dada, 2013 r pora ajiu huni asu dei❤ it's 2022😌 hodai priyo hoi thakibo

  • @surshreedutta8451
    @surshreedutta8451 Před 27 dny +2

    ❤❤❤❤❤❤❤❤❤❤❤Mom & dad favourite song. Of 2012🎉

  • @debasankardas1955
    @debasankardas1955 Před 2 lety +3

    Apunr fan hoi golu ..shivaa daa

  • @Factsbysanvi123
    @Factsbysanvi123 Před 27 dny +1

    Childhood memories ❤😢atiya ou all time fav

  • @bonzoxlui2563
    @bonzoxlui2563 Před rokem +8

    Who all listening this melodious in 2022❤

  • @jrgobin348
    @jrgobin348 Před rokem +4

    Love from lakhimpur ❤❤

  • @pritom21
    @pritom21 Před rokem +2

    Tora all time hit ❤️❤️

  • @PinkeBoraDas
    @PinkeBoraDas Před 3 měsíci +2

    Very nice song❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 4 měsíci

    এৰা এই গীতটো শুনি খুবেই ভাল পাও, কাৰণ,, ইয়াত মোৰ বহু কথা মনত পেলায় দিয়ে মানে তাহানিৰ সেই কলেজ ৰ পঢ়া দিন লৈ,, কবলৈ লাজেই লাগে,, লা লা,,, কিন্তু চিন্তা কৰিলে তো নহব,, কৈ ওৰকে নপৰে থাওক

  • @bikrambikramdas3614
    @bikrambikramdas3614 Před rokem +1

    Mur val loga gan ....ai flim khonor all songs atai gaisi kintu tar pasot heyar huror gan ataw Huna nai...🥺🥺

  • @bubuldeka-jp8gd
    @bubuldeka-jp8gd Před rokem +4

    Evergreen,💖💖💖💖

  • @pradipkumarsarma8366
    @pradipkumarsarma8366 Před rokem +5

    গীতৰ কথা সুৰ আৰু অভিনয় সুন্দৰ।

  • @JuntiDas-tj3nl
    @JuntiDas-tj3nl Před měsícem +2

    বহুত ধুনীয়া গান

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 Před 4 měsíci

    সুন্দৰ আৰু সুমধুৰ গীত শুনিবলৈ পাই মই অতিকৈ আনন্দ পাও,,,

  • @dhananjoynath3350
    @dhananjoynath3350 Před 2 lety +8

    We want more songs from you like this ♥️. lots of love dada

  • @dipuboroo1856
    @dipuboroo1856 Před rokem +1

    Tora o Tora mur ati val loga gaan❤️❤️

  • @pabitriboruah2422
    @pabitriboruah2422 Před 3 lety +8

    বাৰে বাৰে চাওঁ, চিৰসেউজ

  • @binurajbonshi2262
    @binurajbonshi2262 Před 3 lety +18

    বহুত ভাল লাগে গীতটি ❤️✨